GChemPaint/C2/Editing-molecules/Assamese

From Script | Spoken-Tutorial
Revision as of 13:00, 6 February 2015 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00: 01 নমস্কাৰ দৰ্শক সকল
00: 02 'GChemPaint' ' "'Editing Molecules'' 'টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
00: 06 এই টিউটোৰিয়েলত, আমি শিকিম
00: 09 * এটা পৰমাণু উপৰত অাবদ্ধ(unbound) ইলেকট্রন যোগ কৰা
00: 12 * Carbonic acid অাৰু Sulphuric acidৰ গঠন অকা.
00: 16 * এটা পৰমাণুৰ গ্রুপত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক
00: 21 আমি আৰু শিকিম,
00: 23 * এটা পৰমাণুৰ উপৰত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা
00: 26 * চাইক্লিক অণু যোগ কৰা
00: 29 * mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা.
00: 34 ইয়াত আমি ব্যবহাৰ কৰিছো
00: 35 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04
00: 39 'GChemPaint' সংস্কৰণ 0.12.10
00: 46 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি
00: 50 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হোৱা উচিত.
00: 53 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দশন কৰক.
00: 58 মই এাট নতুন 'GChemPaint' আবেদন খোলিছো.
01: 02 প্রথমে 'Ammonia ' গঠন আকক.
01: 06 Current element ড্রপ ডাউন এৰো বটনত ক্লিক কৰক
01: 09 টেবোলৰ পৰা Nনির্বাচন কৰক
01: 11 টুল বক্সত N' মন কৰক.
01: 15 Add or modify an atom টুলত ক্লিক কৰক.
01: 18 তাৰপিছত ' Display areaত ক্লিক কৰক.
01: 21 NH3' Display areaত দেখা গৈছে.
01: 24 ডাঙৰ আখৰ H' টিপক. এটা H আখৰ দি আৰম্ভ হোৱা উপাদানৰ এখন তালিকাৰ সৈতে 'সাবমেনু' 'প্রদর্শিত হয়.
01: 30 তালিকাৰ পৰা H' নির্বাচন কৰক.
01: 33 Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক.
01: 38 ' Nitrogen পৰমাণুৰ তিনটা বন্ড আঁকিবলৈ
01: 41 ক্লিক কৰক আৰু Nitrogen পৰমাণুত বন্ডটো তিনিবাৰ টানক.
01: 46 'Pyramid ৰ' নিচিনা গঠন এটা বনাবলৈ বন্ডবোৰক ওৰিয়েন্ট কৰক
01: 51 'Nitrogen ' পৰমাণুত এজোড়া আবদ্ধ ইলেকট্রন যোগ কৰা যাওক
01: 56 Add an electron pair to an atom টুলত ক্লিক কৰক
02: 01 তাৰপিছত ' Ammoniaৰ Nitrogen 'পৰমাণুত ক্লিক কৰক.
02: 05 পৰিবর্তনটো লক্ষ্য কৰক.
02: 07 লক্ষ্য কৰক যে 'Ammonia 'নাইট্রোজেন'ত এতিয়া ইলেকট্রনৰ জোড়া আছে.
02: 12 এই জোড়াটো বন্দ বনোৱাত অংশ নলয়
02: 16 এই জোড়া ইলেকট্রন হৈছে lone pair'
02: 20 এটা নিয়োগ হিসাবে,
02: 21 * Phosphorus trichlorideৰ গঠন আকক
02: 24 * ফসফৰাস পৰমাণুৰ উপৰত আবদ্ধ ইলেকট্রন একজোড়া যোগ কৰক.
02: 29 এতিয়া 'Carbonic acid(H2CO3) আৰু Sulphuric acid(H2SO4)গঠন আকো
02: 34 ইয়াতে , Carbonic acidআৰু Sulphuric acid গঠনৰ বাবে এটা স্লাইড আছে
02: 40 প্রথমে ' Ammonia' ৰ গঠনক অলপ অতৰুৱাই দিয়ো
02: 44 ইয়াৰ বাবে, Select one or more objects টুলত ক্লিক কৰক.
02: 48 তাৰপিছত ' Ammonia" গঠনৰ উপৰত ক্লিক কৰক আৰু ইয়াক একফালে টানক.
02: 53 এতিয়া Carbonic acid গঠন আকো.
02: 56 'Current element ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক.
03: 00 টেবোলৰ পৰা C নির্বাচন কৰক.
03: 02 ' Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক.
03: 07 ' Display areaত ক্লিক কৰক.
03: 09 তিনোটা বন্ডক এনেধৰনে অৰিয়েন্ট(orient) কৰক যাতে সিহতে উলোটা Y গঠিত লয়.
03: 15 চাৰি নম্বৰ বন্দটো কোনো এটা বন্দলৈ 'ডবল বন্ড' হিসাবে আঁকক.
03: 21 এতিয়া 'Current element ' ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক.
03: 25 O' নির্বাচন কৰক.
03: 26 Add or modify an atom টুলত ক্লিক কৰক .
03: 30 বন্ডৰ কাষত কার্সাৰদালক ৰাখক.
03: 33 তিনিটা বন্ড অবস্থানৰ উপৰত ক্লিক কৰক.
03: 37 Carbonic acid(H2CO3) গঠনটো অকা হল.
03: 40 এতিয়া ' Sulphuric acid গঠন আকো
03: 44 "Current element ' ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক.
03: 47 S নির্বাচন কৰক
03: 48 Add or modify an atom' টুলত ক্লিক কৰক.
03: 52 তাৰপিছত Display areaত ক্লিক কৰক.
03: 55 H2S মন কৰক
03: 57 এতিয়া ' Display area'ত যিকোনো ঠাইত ডাঙৰ ফলা O লিখক
04: 01 2 অপশন O অাৰু Os'অপাৰেটিং সিস্টেমৰ সৈতে 'সাবমেনু' 'প্রর্দশিত হয়.
04: 06 O নির্বাচন কৰক.
04: 08 Add or modify an atomটুলত ক্লিক কৰক.
04: 11 তাৰপিছত Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক
04: 17 ' Property' মেনুত, Bond length ৰ মান 200 বা তাতকৈ বেছিলৈ বৃদ্ধি কৰক.
04: 23 OH' ৰ পৰা Sলৈ তিনিটা বন্দ আকিবলৈ "H2Sত ক্লিক কৰক.
04: 29 Sৰ উচৰত এটা ইতিবাচক চার্জ লক্ষয় কৰক
04: 32 ই প্রদর্শিত হয়, কাৰন ' 'Sulphur য়ে ' '6' ' ৰ valencyক সন্তুষ্ট কৰিব লাগিব
04: 39 চতুর্থ বন্ডৰ কাৰনে, প্রথমে Sত ক্লিক কৰক.
04: 43 এতিয়া মাউসটো এৰি নিদিয়াকে বন্ডটো এক ফালে টানক.
04: 47 এতিয়া আমাৰ বিপৰীত বন্ডটো double bonds'টোলৈ ৰুপান্তৰ কৰো.
04: 52 Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক.
04: 58 তাৰপিছত গঠনৰ বিপৰীত ফালে উপস্থিত থাকা বন্ডত ক্লিক কৰক.
05: 03 মন কৰক যে সেই পজিটিভ চার্জ আৰু দৃশ্যমান নহয়.
05: 08 Sulphuric acid গঠনটো সম্পূর্ণ হল
05: 12 পিছত, Carbonic acid আৰু Sulphuric acid গঠনত স্থানীয় চার্জ যোগ কৰা যাওক.
05: 18 'স্থানীয় চার্জ প্রদর্শন কৰিবলৈ, Decrement the charge of an atom' ' টুলত ক্লিক কৰক.
05: 24 'Carbonic acid ' 'গঠনৰ দুটা O-H' দলত( group) ক্লিক কৰক.
05: 30 মন কৰক যে Carbonate ion CO32- 'গঠিত হয়.
05: 36 Sulphuric acid গঠন'ত স্থানীয় চার্জ প্রদর্শন কৰিবলৈ
05: 41 Decrement the charge of an atom' টুলত ক্লিক কৰক.
05: 44 ' Sulphuric acidৰ দুটা বিপৰীত O-Hগ্রুপত ক্লিক কৰক.
05: 49 মন কৰক যে ' Sulphate ion SO42- গঠিত হয়.
05: 56 এট নিয়োগ হিসাবে,
05: 57 Nitric acid (HNO3) ' গঠন আকক
05: 59 * ' Nitrate ion(NO-3) ত 'স্থানীয় চার্জ দেখাওক' '
06: 02 আপোনাৰ সমাপ্ত নিয়োগ এনে ধৰনৰ হোৱা উচিত.
06: 07 এটা পৰমাণুত স্থানীয় চার্জ যোগ কৰা পদ্ধতিটো প্রদর্শন কৰা যাওক.
06: 12 Display areaত যিকোনো জাগাত, ডাঙৰ আখৰ N টিপক
06: 16 এটা 'সাবমেনু' খোলে যত আমি 'Na' নির্বাচন কৰিম.
06: 21 ' Add or modify an atom ' টুলত ' ক্লিক কৰক
06: 24 তাৰপিছত ' Display areaত ক্লিক কৰক.
06: 27 সোডিয়াম পৰমাণু ' Display areaত প্রদর্শিত হয়.
06: 30 Increment the charge of an atom টুলত ক্লিক কৰক
06: 35 তাৰপিছত 'Na' ত ক্লিক কৰক.
06: 37 Sodium ' পৰমাণুত এট ইতিবাচক চার্জ লক্ষ্য কৰক.
06: 41 একেভাবে, আমি এটা পৰমাণুত 'নেতিবাচক' চার্জ যোগ কৰিব পাৰো.
06: 46 এইটো ' Decrement the charge of an atom টুলত নির্বাচন কৰিও কৰিব পাৰে.
06: 51 এতিয়া আমি ' Cyclic অণু আঁকিবলৈ শিকো.
06: 54 ইয়াৰ বাবে, আমি এটা নতুন GChemPaint উইন্ডো খোলিম.
06: 59 টুলবাৰত থকা 'Create a new file ' আইকনত ক্লিক কৰক.
07: 03 নিশ্চিত কৰক যে C' যি Carbon হয় উপাদান হিসাবে নির্বাচন কৰা হয়
07: 09 আৰু নিশ্চিত কৰক যে Bond length(দৈৰ্ঘয়) 200 বা তাতকৈ বেছি হয়.
07: 14 টুল বক্সত থকা চতুর্থ টুলবাৰটো Cycle টুল হয়
07: 19 আমি ব্যবহাৰ কৰিব পৰা ইয়াতে বিভিন্ন টোল আছে.
07: 22 যেনে -
07:24 * Add a three membered cycle
07:26 * Add a four membered cycle
07: 29 * আৰু কিছু cycle' টোল
07: 32 আৰু তাৰপিছত ' Add a cycle টুল.
07: 35 আমি Add a four membered cycle ব্যবহাৰ কৰিম.
07: 40 সেয়ে ইয়াত ক্লিক কৰক.
07: 42 তাৰপিছত ' Display area ত ক্লিক কৰক.
07: 44 কোণত থকা চক্র (cycle) টোলৈ পৰমাণু যোগ কৰা যাওক.
07: 49 যি কোনো এটা কোণত ক্লিক কৰক.
07: 52 এটা 'সাবমেনু' প্রর্দশিত হয়. Atom' নির্বাচন কৰক আৰু তাৰপিছত Display symbolত ক্লিক কৰক.
07: 58 অনুৰুপভাবে সকলো কোণত পৰমাণু যোগ কৰা যাওক.
08: 03 প্রাপ্ত গঠনটো Cyclobutane হয়.
08: 07 এতিয়া আমি mono-cyclic compound ৰ পৰা bi-cyclic compoundৰ লৈ ৰুপান্তৰ কৰো.
08: 12 Add a six membered cycle' টুলত ক্লিক কৰক.
08: 16 তাৰপিছত ' Display areaত ক্লিক কৰক.
08: 19 ছাইকেল বন্ডত কার্সাৰডাল ৰাখক আৰু আকৌ এবাৰ ক্লিক কৰক.
08: 24 Bi-cyclic compound লক্ষ্য কৰক
08: 27 ফাইল সংৰক্ষণ কৰিবলৈ ' টুলবাৰত থকা Save the current file' আইকনত ক্লিক কৰক
08: 32 ' Save as ডাইলগ বক্স প্রর্দশিত হয়.
08: 35 ' Editing Molecules হিসাবে ফাইলৰ নাম লিখক
08: 38 ' Saveবাটনত ক্লিক কৰক.
08: 41 সংক্ষেপ কৰা যাওক.
08: 43 এই টিউটোৰিয়েলত, আমি শিকিলো
08: 45 * এটা পৰমাণুত অাবদ্ধ ইলেকট্রনবোৰ যোগ কৰা
08: 48 * Carbonic acid আৰু Sulphuric acid ৰ গঠন আকা
08: 53 * এটা পৰমাণুৰ দলত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক
08: 58 আমি আৰু শিকিছো
09: 00 *এটা পৰমাণুত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা
09: 04 * cyclic অণু যোগ কৰা
09: 06 * mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা.
09: 11 এট নিয়োগ হিসাবে
09: 13 * ডিসপ্লে এলাকাত এটা সাতটা সদস্য থকা চক্র যোগ কৰক
09: 16 * ইয়াক tricyclic যৌগ লৈ পৰিবর্তন কৰক.
09: 20 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/ What_is_a_Spoken_Tutorial
09: 24 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09: 27 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09: 32 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:,স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09: 36 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09: 40 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
09: 46 স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09: 50 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09: 57 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10: 03 এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya