Advanced-Cpp/C2/Abstract-Class/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | C++ত abstract class আৰু pure virtual function ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
00:08 | এই টিউটোৰিয়েলত আমি শিকিম , |
00:10 | **Abstract Classes |
00:11 | * Pure virtual function |
00:13 | * আমি এইটো উদাহৰণ দি কৰিম. |
00:16 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
00:19 | * 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10 |
00:23 | * g++ compiler সংস্কৰণ 4.6.1 |
00:27 | আমি abstract classৰ উদাহৰনৰ সৈতে আৰম্ভ কৰো |
00:31 | Abstract class সদায়ে এটা base class হয় |
00:35 | ইয়াত অন্তত এটা pure virtual function আছে. |
00:39 | আমি abstract classৰ এটা দৃষ্টান্ত ( instance ) তৈয়াৰ কৰিব নোৱাৰো. |
00:43 | আমি pure virtual function চাও. |
00:45 | pure virtual function, কোনো body নোহোৱা এটা ফাংশন হয়. |
00:49 | ইয়াক base classত সংজ্ঞায়িত কৰা নহয়. |
00:52 | ইয়াক এনেধৰনে দিক্লেয়াৰ কৰা হয়. |
00:54 | virtual void virtualfunname()=0; |
01:00 | এটা derived classএ ফাংশনক ওভাৰৰাইড কৰা আবশয়ক হয়. |
01:04 | অন্যথা 'কম্পাইলাৰে এটা এৰৰ দিব. |
01:07 | functionটো সম্পাদন কৰা এইটো derived classৰ উপৰত ভিত্তি কৰে. |
01:11 | আমি এটা উদাহৰণ চাও |
01:13 | আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো. |
01:16 | আমি এইটো খুলিম. |
01:18 | মন কৰক যে আমাৰ ফাইলৰ নাম abstract.cpp হয়. |
01:22 | এই উদাহৰণত দুটা সংখ্যাৰ যোগ আৰু বিয়োগ জড়িত থাকে. |
01:28 | আমি কোডৰ মাধ্যমেৰে যাও. |
01:30 | এইটো আমাৰ হেডাৰ ফাইল: 'iostream.' |
01:33 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
01:36 | এইটো abstractinterface নামৰ ক্লাছৰ বাবে এটা declaration হয়. |
01:41 | তাৰপিছত আমাৰ উচৰত public specifier আছে. |
01:44 | ইয়াত আমি "numbers" নামৰ virtual function দিক্লেয়াৰ কৰিছো. |
01:49 | ইয়াক 0 লৈ সক্রিয়া কৰা হয় . |
01:51 | তাৰপিছত আমাৰ উচৰত এটা non-virtual function. আছে. |
01:55 | আৰু a আৰু b হিসাবে দুটা integer ভেৰিয়েবল |
01:59 | ইয়াত আমি input function উপলব্ধ কৰো. |
02:01 | ইয়াত আমি a আৰু b সংখ্যা গ্রহণ কৰিম. |
02:05 | এইটো add নামৰ এটা 'derived class হয়. |
02:09 | ই base class "abstractinterface"ৰ বৈশিষ্ট্য আহৰন কৰে. |
02:14 | ইয়াত আমি function "numbers"ওভাৰৰাইড কৰো. |
02:18 | ইয়াত আমি দুটা সংখ্যাৰ a আৰু bৰ যোগ সঞ্চালন কৰো. |
02:21 | আৰু ফলাফলটো integer variable "sum"ত সংৰক্ষণ কৰো. |
02:25 | তাৰপিছত আমি ফলাফলটো প্ৰীন্ট কৰো. |
02:27 | ইয়াত আমাৰ উচৰত sub হিসাবে অন্য এটা derived class আছে. |
02:31 | ই base class "abstractinterface"আহৰণ কৰে. |
02:35 | ইয়াত আকৌ, আমি function "numbers" ওভাৰৰাইড কৰো. |
02:39 | আৰু ইয়াত আমি দুটা সংখ্যা a আৰু bৰ পার্থক্য নিৰুপণ কৰো. |
02:43 | তাৰপিছত আমি পার্থক্যটো প্রিন্ট কৰো. |
02:45 | এইটো হল আমাৰ main function. |
02:48 | ইয়াত আমি obj1 হিসাবে class "add"ৰ এটা অবজেক্ট তৈয়াৰ কৰিছো. |
02:53 | তাৰপিছত আমি 'object obj1 বয়ৱহাৰ কৰি দোয়োটা ফাংশন "input" আৰু "numbers"ক কল কৰো. |
02:59 | তাৰ পিছত আমি obj2 হিসাবে class "sub"ৰ এটা অবজেক্ট তৈয়াৰ কৰিছো. |
03:04 | আকৌ, আমি object obj2 বয়ৱহাৰ কৰি দোয়োটা ফাংশনক কল কৰো. |
03:08 | আৰু এইটো আমাৰ 'ৰিটার্ন স্টেটমেন্ট' হয়. |
03:10 | এতিয়া আমি প্রোগ্রামটো চলাও. |
03:13 | আপোনাৰ কীবোর্ডত Ctrl, Alt আৰু T একেলগে টিপি 'টার্মিনাল উইন্ডো' খোলক. |
03:21 | কম্পাইল কৰাৰ বাবে টাইপ কৰক "g++ স্পেচ abstract dot cpp স্পেচ hyphen o স্পেচ abs"" |
03:31 | Enter টিপক |
03:32 | টাইপ কৰক:
dot slash abs |
03:34 | Enter টিপক |
03:36 | ই Enter the numbers বোলি প্ৰদৰ্শন কৰে. |
03:38 | আমি 9 আৰু '4.' ' লিখো |
03:42 | আউটপুটটো Sum is 13 বোলি প্রদর্শিত হয়. |
03:46 | আকৌ আমি Enter the numbers বুলি চাও. |
03:49 | আমি '8 আৰু '3.' ' লিখো. |
03:52 | আউটপুটতো Diff is 5 হিসাবে প্রদর্শিত হয়. |
03:56 | ইয়াতে এই টিউটোৰিয়েলৰ সমাপ্ত হল. |
03:59 | আমাৰ স্লাইডৰলৈ উভতি আহক. |
04:01 | আমি সংক্ষেপ কৰো. |
04:03 | এই টিউটোৰিয়েলত আমি শিকিছো, |
04:04 | Abstract class eg. class abstractinterface |
04:09 | 'Pure virtual function eg. virtual void numbers()=0; |
04:14 | এটা নিয়োগ হিসাবে * ক্লাছ student বোলি এটা abstract ক্লাছ তৈয়াৰ কৰক |
04:17 | * Info বুলি এটা pure virtual function তৈয়াৰ কৰক |
04:20 | * ফাংশনত চাত্ৰ name আৰু roll no গ্ৰহন কৰক |
04:25 | * দুটা দিৰাইভ্দ ক্লাছ marks আৰু sports তৈয়াৰ কৰক. |
04:29 | *marksত, তিনোটা বিষয়ৰ নম্বৰ গ্রহণ কৰক. |
04:32 | * sports ত, স্কোৰ কৰা নম্বৰটো লিখক. |
04:35 | * total marks গণনা কৰক. |
04:38 | * তাৰপিছত result হিসাবে অন্য এটা derived ক্লাছ তৈয়াৰ কৰক. |
04:41 | * ইয়াত, ছাত্ৰৰ name, roll-no, total marks প্রদর্শন কৰক. |
04:47 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
04:50 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
04:53 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
04:58 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
05:03 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
05:07 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
05:14 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
05:18 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
05:25 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
05:30 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |