Advanced-Cpp/C2/Abstract-Class/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. C++ত abstract class আৰু pure virtual function ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:08 এই টিউটোৰিয়েলত আমি শিকিম ,
00:10 Abstract Classes , Pure virtual function
00:13 আমি এইটো উদাহৰণ দি কৰিম.
00:16 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:19 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
00:23 g++ compiler সংস্কৰণ 4.6.1
00:27 আমি abstract classৰ উদাহৰনৰ সৈতে আৰম্ভ কৰো
00:31 Abstract class সদায়ে এটা base class হয়
00:35 ইয়াত অন্তত এটা pure virtual function আছে.
00:39 আমি abstract classৰ এটা দৃষ্টান্ত ( instance ) তৈয়াৰ কৰিব নোৱাৰো.
00:43 আমি pure virtual function চাও.
00:45 pure virtual function, কোনো body নোহোৱা এটা ফাংশন হয়.
00:49 ইয়াক base classত সংজ্ঞায়িত কৰা নহয়.
00:52 ইয়াক এনেধৰনে দিক্লেয়াৰ কৰা হয়.
00:54 virtual void virtualfunname()=0;
01:00 এটা derived classএ ফাংশনক ওভাৰৰাইড কৰা আবশয়ক হয়.
01:04 অন্যথা কম্পাইলাৰে এটা এৰৰ দিব.
01:07 functionটো সম্পাদন কৰা এইটো derived classৰ উপৰত ভিত্তি কৰে.
01:11 আমি এটা উদাহৰণ চাও
01:13 আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো.
01:16 আমি এইটো খুলিম.
01:18 মন কৰক যে আমাৰ ফাইলৰ নাম abstract.cpp হয়.
01:22 এই উদাহৰণত দুটা সংখ্যাৰ যোগ আৰু বিয়োগ জড়িত থাকে.
01:28 আমি কোডৰ মাধ্যমেৰে যাও.
01:30 এইটো আমাৰ হেডাৰ ফাইল: iostream.
01:33 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:36 এইটো abstractinterface নামৰ ক্লাছৰ বাবে এটা declaration হয়.
01:41 তাৰপিছত আমাৰ উচৰত public specifier আছে.
01:44 ইয়াত আমি "numbers" নামৰ virtual function দিক্লেয়াৰ কৰিছো.
01:49 ইয়াক 0 লৈ সক্রিয়া কৰা হয় .
01:51 তাৰপিছত আমাৰ উচৰত এটা non-virtual function আছে.
01:55 আৰু a আৰু b হিসাবে দুটা integer ভেৰিয়েবল.
01:59 ইয়াত আমি input function উপলব্ধ কৰো.
02:01 ইয়াত আমি a আৰু b সংখ্যা গ্রহণ কৰিম.
02:05 এইটো add নামৰ এটা "derived class" হয়.
02:09 ই base class "abstractinterface"ৰ বৈশিষ্ট্য আহৰন কৰে.
02:14 ইয়াত আমি function "numbers"ওভাৰৰাইড কৰো.
02:18 ইয়াত আমি দুটা সংখ্যাৰ a আৰু bৰ যোগ সঞ্চালন কৰো.
02:21 আৰু ফলাফলটো integer variable "sum"ত সংৰক্ষণ কৰো.
02:25 তাৰপিছত আমি ফলাফলটো প্ৰীন্ট কৰো.
02:27 ইয়াত আমাৰ উচৰত sub হিসাবে অন্য এটা derived class আছে.
02:31 ই base class "abstractinterface" আহৰণ কৰে.
02:35 ইয়াত আকৌ, আমি function "numbers" ওভাৰৰাইড কৰো.
02:39 আৰু ইয়াত আমি দুটা সংখ্যা a আৰু bৰ পার্থক্য নিৰুপণ কৰো.
02:43 তাৰপিছত আমি পার্থক্যটো প্রিন্ট কৰো.
02:45 এইটো হল আমাৰ main function.
02:48 ইয়াত আমি obj1 হিসাবে class "add"ৰ এটা অবজেক্ট তৈয়াৰ কৰিছো.
02:53 তাৰপিছত আমি object obj1 বয়ৱহাৰ কৰি দোয়োটা ফাংশন "input" আৰু "numbers"ক কল কৰো.
02:59 তাৰ পিছত আমি obj2 হিসাবে class "sub"ৰ এটা অবজেক্ট তৈয়াৰ কৰিছো.
03:04 আকৌ, আমি object obj2 বয়ৱহাৰ কৰি দোয়োটা ফাংশনক কল কৰো.
03:08 আৰু এইটো আমাৰ ৰিটার্ন স্টেটমেন্ট হয়.
03:10 এতিয়া আমি প্রোগ্রামটো চলাও.
03:13 আপোনাৰ কীবোর্ডত Ctrl, Alt আৰু T কী একেলগে টিপি টার্মিনাল উইন্ডো খোলক.
03:21 কম্পাইল কৰাৰ বাবে টাইপ কৰক "g++ স্পেচ abstract dot cpp স্পেচ hyphen o স্পেচ abs""
03:31 Enter টিপক
03:32 টাইপ কৰক:

dot slash abs

03:34 Enter টিপক
03:36 ই Enter the numbers বোলি প্ৰদৰ্শন কৰে.
03:38 আমি 9 আৰু 4 লিখো
03:42 আউটপুটটো Sum is 13 বোলি প্রদর্শিত হয়.
03:46 আকৌ আমি Enter the numbers বুলি চাও.
03:49 আমি 8 আৰু 3 লিখো.
03:52 আউটপুটতো Diff is 5 হিসাবে প্রদর্শিত হয়.
03:56 ইয়াতে এই টিউটোৰিয়েলৰ সমাপ্ত হল.
03:59 আমাৰ স্লাইডৰলৈ উভতি আহক.
04:01 আমি সংক্ষেপ কৰো.
04:03 এই টিউটোৰিয়েলত আমি শিকিছো,
04:04 Abstract class উদাহৰন স্ৱৰুপে class abstractinterface
04:09 Pure virtual function উদাহৰন স্ৱৰুপে virtual void numbers()=0;
04:14 এটা নিয়োগ হিসাবে ক্লাছ student বোলি এটা abstract ক্লাছ তৈয়াৰ কৰক
04:17 Info বুলি এটা pure virtual function তৈয়াৰ কৰক
04:20 ফাংশনত চাত্ৰ name আৰু roll no গ্ৰহন কৰক
04:25 দুটা দিৰাইভ্দ ক্লাছ marks আৰু sports তৈয়াৰ কৰক.
04:29 marksত, তিনোটা বিষয়ৰ নম্বৰ গ্রহণ কৰক.
04:32 sports ত, স্কোৰ কৰা নম্বৰটো লিখক.
04:35 total marks গণনা কৰক.
04:38 তাৰপিছত result হিসাবে অন্য এটা derived ক্লাছ তৈয়াৰ কৰক.
04:41 ইয়াত, ছাত্ৰৰ name, roll-no, total marks প্রদর্শন কৰক.
04:47 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
04:50 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
04:53 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
04:58 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
05:03 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
05:07 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
05:14 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
05:18 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
05:25 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
05:30 এই পাঠটি মৌচুমি মেধী দ্ৱাৰা যোগদান কৰা হৈছ. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya