LibreOffice-Suite-Calc/C3/Using-Charts-and-Graphs/Assamese
From Script | Spoken-Tutorial
Using-Charts-and-Graphs
Time | Narration |
00:00 | LibreOffice ক্যালকৰ স্প্রেডশীটত চার্টস সন্নিবেশ কৰাৰ ওপৰত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগম | |
00:07 | আমি এই টিউটোৰিয়েলত শিকিম : |
00:11 | চার্ট তৈয়াৰ, সম্পাদন আৰু ফৰম্যাট কৰা | |
00:14 | চার্টৰ আকাৰ পৰিবর্তন আৰু স্থানান্তৰ কৰা | |
00:18 | ইয়াত আমি উবুন্টুৰ লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো. |
00:27 | আহক, LibreOffice ক্যালকৰ বিভিন্ন viewing (প্রদর্শন) বিকল্পৰ সম্পর্কে শিকা আৰম্ভ কৰো | |
00:32 | পাঠকলৈ তথ্য পাছ কৰিবৰ বাবে চার্ট এটা কার্যকৰী পদ্ধতি হব পাৰে | |
00:37 | LibreOffice ক্যালকে আপোনাৰ তথ্যৰ বাবে বিভিন্ন চার্ট ফৰম্যাট উপলব্ধ কৰে | |
00:43 | ক্যালক ব্যবহাৰ কৰি আপোনি যথেষ্ট পৰিমাণে চার্ট কাস্টমাইজও কৰিব পাৰিব | |
00:48 | আমি 'Personal finance tracker.ods' শীট-টো খুলো | |
00:53 | আৰু আমাৰ শীটত তালিকাভুক্ত প্রতিটো বস্তুৰ বাবে হোৱা ব্যয়ৰ অঙ্কটো অন্তৰ্ভুত্ত কৰক | |
00:59 | আমি "E3" হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰিব আৰু "6500" লিখক | |
01:06 | এতিয়া কলমৰ তললৈ গৈ, আমি "E4" ,"E5", "E6" আৰু "E7" হিসাবে উল্লেখ কৰা সেলেত যথাক্রমে "1000", "625", "310" আৰু "2700" লিখক | |
01:26 | তাৰপিছত আমি শীটত তালিকাভুক্ত প্রতিটো বস্তুৰ বাবে প্রাপ্ত ৰাশিটো লিখো | |
01:31 | সেয়ে "F3" হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰক আৰু "500" লিখক | |
01:37 | এতিয়া এই কলমৰ তললৈ গৈ, আমি "F4" "F5", "F6" আৰু "F7"-হিসাবে উল্লিখিত সেলত যথাক্রমে "200", "75", "10" আৰু"700", ৰাশি লিখো | |
01:54 | এতিয়া এই টেবোলৰ বাবে কিভাবে এটা চার্ট তৈয়াৰ কৰিব পাৰি, শিকা যাওক | |
01:58 | এটা চার্ট তৈয়াৰ কৰাৰ বাবে, আমি প্রথমে, চাৰ্টত অন্তর্ভুক্ত কৰাৰ বাবে তথ্য নির্বাচন কৰিব লাগিব| |
02:04 | সেয়ে প্রথমে সেল "SN"-ত ক্লিক কৰক আৰু মাউসৰ বোতামত এৰিনিদিয়াকৈ, কার্সাৰদাল শেষ সেললৈ টানি আনক যত "700" আছে | |
02:14 | এতিয়া মেনুবাৰত "Insert" বিকল্পত ক্লিক কৰক আৰু তাৰপিছত "চার্ট " বিকল্পত ক্লিক কৰক | |
02:21 | আপোনি দেখিব যে এটা ডিফল্ট চার্ট তাৰিখৰ সৈতে ওয়ার্কশীটত অন্তৰ্ভুত্ত কৰা হৈছে | |
02:27 | একেভাবে "চার্ট উইজার্ড" ডায়লগ বক্স প্রর্দশিত হৈছে | |
02:32 | "চার্ট উইজার্ড" এ দেখাই যে সেই ডিফল্ট চার্ট নির্বাচন কৰা হৈছে | |
02:36 | আপোনি চার্ট উইজার্ডত কৰা পৰিবর্তনবোৰ দেখোৱাবলৈ এই ডিফল্ট চাৰ্টত আপডেট হয় | |
02:42 | "চার্ট উইজার্ড" ডায়ালগ বক্সত তিনটা প্রধান অংশ আছে, চার্ট স্থাপনৰ বাবে প্রয়োজনীয় ধাপবোৰ, চার্ট প্রকাৰৰ পছন্দ, আৰু প্রতিটো চার্ট প্রকাৰ অনুযাই বিকল্প | |
02:55 | "3D লুক" বিকল্পটো টিক কৰি, আপোনি ত্রিমাত্রিত প্রদর্শন কৰা দৰে চাৰ্ট পাব পাৰিব | |
03:03 | এই বিকল্পটো চেষ্টা কৰা যাওক | |
03:05 | আমি "Choose a chart type" ক্ষেত্রৰ অধিনত "“Bar" বিকল্পৰ উপৰত ক্লিক কৰিম | |
03:11 | "“Barফৰমেট"-ত নমুনা চার্টে টেবোলৰ তথ্যৰ উপস্থাপনা দেখায় | |
03:19 | একেইভাবে আপোনি অন্যান্য বিকল্পত ক্লিক কৰিব পাৰিব, যেনে “Pie”, <pause> “Area”, <pause> “Bubble” <pause> pause> | |
03:28 | আৰু অনেক অন্যান্য বিকল্প যি "Choose a chart type field" -ত থাকে আৰু প্রয়োজনীয় চার্ট পাব পাৰিব | |
03:35 | "Setps" বিকল্পত, "Data Range" নামেৰে আৰু এটা বিকল্প আছে | |
03:40 | এই বিকল্পটো ব্যবহাৰ কৰি, চার্টত উপস্থাপন কৰাৰ বাবে তথ্যৰ অংশক নির্দিষ্ট (edit) কৰিব পাৰিব | |
03:48 | তথ্য ৰখাৰ বাবে ( প্লট) ডিফল্ট বিকল্প হল “Data series in columns” | |
03:54 | আমি ইয়াৰ পৰিবর্তে “Data series in rows" ব্যবহাৰ কৰি, আমি বিছৰামতে তথ্য অন্যভাবে ৰাখিব (প্লট কৰিব) পাৰো | |
04:02 | আপোনাৰ তথ্য প্রদর্শনৰ বাবে চার্ট-এৰ ধৰন (style) হিসাবে "Column" ব্যবহাৰতো এটা উপযোগী হয়| |
04:10 | অবশেষত, আপোনি নির্বাচন কৰিব পাৰিব “First row as label” |
04:24 | বা "First column as label”", |
04:28 | বা উভয়কেই চার্টৰ অক্ষৰত লেবেল হিসাবে ব্যবহাৰ কৰিব পাৰি | |
04:34 | তাৰপিছত আকৌ data series in columnত ক্লিক কৰক | |
04:38 | এতিয়া, এই নমুনা চার্ট-ত, যদি আমি “Received” কলমৰ তথ্য মুছি পেলাও, তেনেহলে সেইয়া প্রথমে “Data range” ক্ষেত্রৰ ভিতৰত ক্লিক কৰি কৰিব পাৰি | |
04:49 | আৰু তাৰপিছত data range-ত,"$ A $ 1 is to SF$7 " ক "$ A$ 1 is to $D$ 7" লৈ পৰিবর্তন কৰক | |
05:03 | চাওক “Received” শিৰোনামৰ ভিতৰৰ তথ্য, এতিয়া আৰু চার্ট-ত প্রদর্শিত হৈ থকা নাই| |
05:11 | তাৰপিছত, দেখা যাওক “Data Series”এ কি কৰে | |
05:15 | লক্ষ্য কৰক ইয়াত 5টা সাৰি আছে, যি আমাৰ স্প্রেডশীটৰ তথ্যৰ মোট সাৰিৰ প্রতিনিধিত্ব কৰে | |
05:21 | “Add” আৰু “Remove” বোতাম ব্যবহাৰ কৰি আমি চার্টৰ পৰা, তথ্যৰ সাৰি যোগ অথবা অপসাৰণ কৰিব পাৰো | |
05:29 | আমি "আপ" আৰু "ডাউন" বোতাম ব্যবহাৰ কৰি তথ্যৰ ক্রম পৰিবর্তন কৰিব পাৰো | |
05:34 | সেয়ে চার্ট-ত, কি তথ্য আৰু তাক কিভাবে উপস্থাপন কৰা হব, তাক নির্বাচনৰ পিছত, ডায়লগ বক্সত থকা "Finish" বোতামত ক্লিক কৰক | |
05:43 | চাওক, চার্ট স্প্রেডশীটত সন্নিবেষ হৈছে | |
05:47 | স্প্রেডশীটত চার্ট সন্নিবেশ কৰা শিকাৰ পিছত, |
05:51 | আমি এতিয়া LibreOffice ক্যালক-ত চার্ট ফৰম্যাট কৰা শিকো | |
05:56 | "Format " মেনুত চার্ট ফৰম্যাট কৰাৰ | |
06:00 | আৰু চার্টৰ উপস্থাপনা সুক্ষ্মভাবে পৰিবর্তন কৰাৰ অনেক বিকল্প আছে | |
06:04 | যি চার্টখন স্প্রেডশীটত ভৰোৱা হৈছে, সেইটোক ফৰম্যাট কৰা যাওক | |
06:08 | চার্টত ডবল ক্লিক কৰক যাতে, ই এটা ধূসৰ সীমাৰে সংযুক্ত হয় | |
06:13 | যিয়ে নির্দেশ কৰে যে এইটো "“Edit”মোডত আছে | |
06:18 | এতিয়া প্রধান মেনুৰপৰা "Format " বিকল্পত ক্লিক কৰক | |
06:22 | চাওক, ড্রপ ডাউন মেনুত অনেক ফৰ্মেটিঙ বিকল্প আছে, যেনে “Format Selection”, “Position and Size”, “Arrangement”, “Chart Wall” , “Chart Area” ইত্যাদি | |
06:37 | এ র্ট-এৰ অবস্থান নির্দিষ্ট কৰিবলৈ আৰু চার্ট-এৰ পটভূমি আৰু শিৰোনামক ব্যবস্থা আৰু বিন্যস্ত (arranging and formatting) কৰাৰ বাবে ব্যবহাৰ কৰা হয় | |
06:44 | এতিয়া, বেছি ভাগে ব্যবহৃত বিন্যাস( (arranging and formatting)) বিকল্পবোৰৰ সম্পর্কে এটা এটাকৈ জনা যাওক | |
06:49 | "Format Selection" বিকল্পয়ে এটা ডায়লগ বক্স খুলে যাৰ শিৰোনাম “Chart Area” । |
06:56 | ইয়াত 3টা ট্যাব আছে -“Borders”, “Area” আৰু “Transparency” | |
07:03 | "Border " ট্যাব আগৰে পৰাই নির্বাচিত থাকে | |
07:07 | আমি চার্ট এৰ সীমাৰ ধৰন(style ) আৰু ৰং পৰিবর্তন কৰো | |
07:11 | ইয়াৰ বাবে, "স্টাইল" ক্ষেত্রত ক্লিক কৰক আৰু "Continuous" নির্বাচন কৰক | |
07:16 | তাৰপিছত একেইভাবে "Color" ক্ষেত্রত "Green" এৰ উপৰত ক্লিক কৰক | |
07:21 | এতিয়া "OK" বাটনত ক্লিক কৰক | |
07:26 | লক্ষ্য কৰক, তদনুসাৰে চার্টৰ সীমাৰ ধৰন আৰু ৰং পৰিবর্তিত হৈ গৈছে | |
07:31 | "Title " বিকল্পয়ে চার্টৰ শিৰোনাম আৰু তাৰ অক্ষক ফৰম্যাট কৰে | |
07:36 | "Axis " বিকল্পয়ে, চার্ট তৈয়াৰ কৰা ৰেখাবোৰক, আৰু |
07:41 | তাৰলগতে X আৰু Y উভয় অক্ষৰ উপৰত প্রদর্শিত লেখাৰ ফন্ট ফৰম্যাট কৰে | |
07:46 | আপোনাৰ এই সমস্ত বিকল্পবোৰ শিকাৰ বাবে চাওক, সিহতে কি কৰে | |
07:53 | আৰু ক্যালকে চার্টৰ এলাকাৰ পটভূমি পৰিবর্তন কৰাৰ বাবে বিকল্প উপলব্ধ কৰায় | |
07:58 | চার্ট এলাকা(chart area) হল সেই এলাকা, যি চার্ট গ্রাফিকক আৰু প্রধান শিৰোনাম আৰু কীৰ লগতে পৰিবেষ্ঠিত কৰি থাকে | |
08:05 | চার্ট এলাকা ফৰম্যাট কৰাৰ বাবে, "Format " বিকল্পটোত ক্লিক কৰক আৰু "“Chart Wall”" নির্বাচন কৰক | |
08:12 | চাওক, "“Chart Wall”" শিৰোনামেৰে এটা ডায়লগ বক্স প্রদর্শিত হৈছে | |
08:17 | "স্টাইল" ক্ষেত্রত প্রদর্শিত হৈছে "Continuous ", যিহেতো এইটো আমাৰ পছন্দ হৈছিল | |
08:22 | "color" ক্ষেত্রত, "red" এৰ উপৰত ক্লিক কৰা যাওক | |
08:26 | আমি আকাৰ "0.20" cmলৈ পৰিবর্তন কৰিম| |
08:31 | এতিয়া "OK বাটনত ক্লিক কৰক | |
08:35 | চাওক, চার্টৰ এলাকাৰ ধৰন আৰু ৰং পৰিবর্তন হৈ গৈছে | <pause> |
08:41 | তাৰপিছত আমি এটা চার্ট-ত পৰমানুক আকাৰ পৰিবর্তন আৰু পদক্ষেপ কৰা শিকো| |
08:46 | এটা চার্ট -এৰ আকাৰ পৰিবর্তন কৰাৰ বাবে, নমুনা(sample ) চার্ট এৰ উপৰত ক্লিক কৰক | |
08:51 | চাওক, সেউজীয়া হ্যান্ডলবোৰ চার্ট-এৰ চাৰিওপাশে প্রদর্শিত হৈছে | |
08:54 | চার্ট এৰ আকাৰ বৃদ্ধি বা হ্রাস কৰাৰ বাবে, চার্ট-এৰ চাৰিটাৰ কোনৰ যিকোনো এটাৰ মার্কাৰ-ত ক্লিক কৰক আৰু টানি আনক | |
09:03 | এটা চার্ট স্হানান্তৰ বাবে, প্রথমে চার্ট এৰ উপৰত ক্লিক কৰক | |
09:07 | এতিয়া চার্ট এৰ যি কোনো স্থানত কার্সাৰ ঘুৰাওক | |
09:11 | কার্সাৰদাল এতিয়া এটা হাতৰ আকাৰ হৈ গৈছে | |
09:14 | চার্টক ক্লিক কৰি পছন্দ অবস্থানলৈ স্হানান্তৰ কৰক | এতিয়া, মাউস বোতাম এৰি দিয়ক | |
09:20 | আপোনাৰ চার্টটো স্থানান্তৰ কৰক | |
09:24 | তাৰপিছত আমি "Position and Size" ডায়লগ বক্স ব্যবহাৰ কৰি চার্ট -এৰ আকাৰ পৰিবর্তন কৰাৰ পদ্ধতি শিকো | |
09:30 | আকৌ, চার্ট এৰ উপৰত ক্লিক কৰক | |
09:33 | এতিয়া চার্ট এৰ উপৰত সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰপৰা "Position and Size" নির্বাচন কৰক | |
09:40 | "Position and Size" ডায়লগ বক্স ত প্রদর্শিত হৈছে | |
09:44 | ইয়াত বিভিন্ন ক্ষেত্র আছে, যাৰ দ্বাৰা আপোনাৰ চার্টৰ ' 'X আৰু 'Y' অবস্থান, আৰু চার্টৰ প্রস্থ আৰু উচ্চতা নির্ধাৰন কৰিব পাৰিব | |
09:52 | চার্টৰ বাবে ' 'X' স্থানাঙ্কক "1.00"লৈ আৰু ' 'Y' '" স্থানাঙ্কক 0.83লৈ "নির্ধাৰণ কৰা যাওক| |
10:02 | "OK " বাটনত ক্লিক কৰক | |
10:04 | আমি দেখো যে চার্ট ক্ষেত্রতে, চার্ট নিজে নিজেই, নির্ধাৰিত মান অনুযায়ী, সঠিক অবস্থান লয় | |
10:12 | ইয়াতে আমি এই স্পকেন টিউটোৰিয়েলৰ সমাপ্ত কৰিলো | |
10:16 | সংক্ষেপে, আমি শিকিছো কিভাবে:,চার্ট তৈয়াৰ, সম্পাদনা আৰু ফৰম্যাট কৰা যায় । |
10:21 | আমি চার্ট -এৰ আকাৰ পৰিবর্তন আৰু স্প্রেডশীটত চার্ট স্থানান্তৰ কৰিব শিকিছো । |
10:27 | অনুশীলনী : |
10:29 | স্প্রেডশিট "practice.ods" খোলক । |
10:34 | তথ্যৰ এটা ""Pie chart"" যোগ কৰক | |
10:37 | চার্টৰ আকাৰ পৰিবর্তন কৰি আৰু শীটৰ তললৈ সো কোণলৈ যাওক । |
10:42 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
10:46 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
10:50 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
10:54 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
10:56 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
11:00 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
11:04 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11:11 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:15 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:23 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য |
11:26 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
11:34 | আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |