LibreOffice-Suite-Calc/C3/Using-Charts-and-Graphs/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Using-Charts-and-Graphs

Time Narration
00:00 LibreOffice ক্যালকৰ স্প্রেডশীটত চার্টস সন্নিবেশ কৰাৰ ওপৰত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক  স্বাগম |
00:07 আমি এই টিউটোৰিয়েলত শিকিম :
00:11 চার্ট তৈয়াৰ, সম্পাদন আৰু ফৰম্যাট কৰা |
00:14 চার্টৰ আকাৰ পৰিবর্তন আৰু স্থানান্তৰ কৰা |
00:18 ইয়াত আমি উবুন্টুৰ লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো.
00:27 আহক, LibreOffice ক্যালকৰ বিভিন্ন viewing (প্রদর্শন) বিকল্পৰ সম্পর্কে শিকা আৰম্ভ কৰো |
00:32 পাঠকলৈ তথ্য পাছ কৰিবৰ বাবে চার্ট এটা কার্যকৰী পদ্ধতি হব পাৰে | 
00:37 LibreOffice ক্যালকে আপোনাৰ তথ্যৰ বাবে বিভিন্ন চার্ট ফৰম্যাট উপলব্ধ কৰে |
00:43 ক্যালক ব্যবহাৰ কৰি আপোনি যথেষ্ট পৰিমাণে চার্ট কাস্টমাইজও কৰিব পাৰিব |
00:48 আমি 'Personal finance tracker.ods' শীট-টো খুলো |
00:53 আৰু আমাৰ শীটত তালিকাভুক্ত প্রতিটো বস্তুৰ বাবে হোৱা ব্যয়ৰ অঙ্কটো অন্তৰ্ভুত্ত কৰক |
00:59 আমি "E3" হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰিব আৰু "6500" লিখক |
01:06 এতিয়া কলমৰ তললৈ গৈ, আমি "E4" ,"E5", "E6" আৰু "E7" হিসাবে উল্লেখ কৰা সেলেত যথাক্রমে "1000", "625", "310" আৰু "2700" লিখক |
01:26 তাৰপিছত আমি শীটত তালিকাভুক্ত প্রতিটো বস্তুৰ বাবে প্রাপ্ত ৰাশিটো লিখো |
01:31 সেয়ে "F3" হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰক আৰু "500" লিখক |
01:37 এতিয়া এই কলমৰ তললৈ গৈ, আমি "F4" "F5", "F6" আৰু "F7"-হিসাবে উল্লিখিত সেলত যথাক্রমে "200", "75", "10" আৰু"700", ৰাশি লিখো |
01:54 এতিয়া এই টেবোলৰ বাবে কিভাবে এটা চার্ট তৈয়াৰ কৰিব পাৰি, শিকা যাওক |
01:58 এটা চার্ট তৈয়াৰ কৰাৰ বাবে, আমি প্রথমে, চাৰ্টত অন্তর্ভুক্ত কৰাৰ বাবে তথ্য নির্বাচন কৰিব লাগিব|
02:04 সেয়ে প্রথমে সেল "SN"-ত ক্লিক কৰক আৰু মাউসৰ বোতামত এৰিনিদিয়াকৈ, কার্সাৰদাল শেষ সেললৈ টানি আনক  যত "700" আছে |
02:14 এতিয়া মেনুবাৰত "Insert" বিকল্পত ক্লিক কৰক আৰু তাৰপিছত "চার্ট " বিকল্পত ক্লিক কৰক |
02:21 আপোনি দেখিব যে এটা ডিফল্ট চার্ট তাৰিখৰ সৈতে ওয়ার্কশীটত অন্তৰ্ভুত্ত কৰা হৈছে |
02:27 একেভাবে "চার্ট উইজার্ড" ডায়লগ বক্স প্রর্দশিত হৈছে |
02:32 "চার্ট উইজার্ড" এ দেখাই যে সেই ডিফল্ট চার্ট নির্বাচন কৰা হৈছে |
02:36 আপোনি চার্ট উইজার্ডত কৰা পৰিবর্তনবোৰ দেখোৱাবলৈ এই ডিফল্ট চাৰ্টত আপডেট হয় | 
02:42 "চার্ট উইজার্ড" ডায়ালগ বক্সত তিনটা প্রধান অংশ আছে, চার্ট স্থাপনৰ বাবে প্রয়োজনীয় ধাপবোৰ, চার্ট প্রকাৰৰ পছন্দ, আৰু প্রতিটো চার্ট প্রকাৰ অনুযাই বিকল্প |
02:55 "3D লুক" বিকল্পটো টিক কৰি, আপোনি ত্রিমাত্রিত প্রদর্শন কৰা দৰে চাৰ্ট পাব পাৰিব |
03:03 এই বিকল্পটো চেষ্টা কৰা যাওক |
03:05 আমি "Choose a chart type" ক্ষেত্রৰ অধিনত "“Bar" বিকল্পৰ উপৰত ক্লিক কৰিম |
03:11  "“Barফৰমেট"-ত নমুনা চার্টে টেবোলৰ তথ্যৰ উপস্থাপনা দেখায় |
03:19 একেইভাবে আপোনি অন্যান্য বিকল্পত ক্লিক কৰিব পাৰিব, যেনে “Pie”, “Area”, “Bubble” |
03:28 আৰু অনেক অন্যান্য বিকল্প যি "Choose a chart type field" -ত থাকে আৰু প্রয়োজনীয় চার্ট পাব পাৰিব |
03:35 "Steps" বিকল্পত, "Data Range" নামেৰে আৰু এটা বিকল্প আছে |
03:40 এই বিকল্পটো ব্যবহাৰ কৰি, চার্টত উপস্থাপন কৰাৰ বাবে তথ্যৰ অংশক নির্দিষ্ট (edit) কৰিব পাৰিব |
03:48 তথ্য ৰখাৰ বাবে ( প্লট) ডিফল্ট বিকল্প হল “Data series in columns” | 
03:54 আমি ইয়াৰ পৰিবর্তে “Data series in rows" ব্যবহাৰ কৰি, আমি বিছৰামতে তথ্য অন্যভাবে ৰাখিব (প্লট কৰিব) পাৰো |
04:02 আপোনাৰ তথ্য প্রদর্শনৰ বাবে চার্ট-এৰ ধৰন (style) হিসাবে "Column" ব্যবহাৰতো এটা উপযোগী হয়|
04:10 অবশেষত, আপোনি নির্বাচন কৰিব পাৰিব “First row as label”
04:24 বা "First column as label”",
04:28 বা উভয়কেই চার্টৰ অক্ষৰত লেবেল হিসাবে ব্যবহাৰ কৰিব পাৰি |
04:34 তাৰপিছত আকৌ data series in columnত ক্লিক কৰক |
04:38 এতিয়া, এই নমুনা চার্ট-ত, যদি আমি “Received” কলমৰ তথ্য মুছি পেলাও, তেনেহলে সেইয়া প্রথমে “Data range” ক্ষেত্রৰ ভিতৰত ক্লিক কৰি কৰিব পাৰি |
04:49 আৰু তাৰপিছত data range-ত,"$ A $ 1 is to SF$7 " ক "$ A$ 1 is to $D$ 7" লৈ পৰিবর্তন কৰক |
05:03 চাওক “Received” শিৰোনামৰ ভিতৰৰ তথ্য, এতিয়া আৰু চার্ট-ত প্রদর্শিত হৈ থকা নাই|
05:11 তাৰপিছত, দেখা যাওক “Data Series”এ কি কৰে |
05:15 লক্ষ্য কৰক ইয়াত 5টা সাৰি আছে, যি আমাৰ স্প্রেডশীটৰ তথ্যৰ মোট সাৰিৰ প্রতিনিধিত্ব কৰে |
05:21 “Add” আৰু “Remove” বোতাম ব্যবহাৰ কৰি আমি চার্টৰ পৰা, তথ্যৰ সাৰি যোগ অথবা অপসাৰণ কৰিব পাৰো |
05:29 আমি "আপ" আৰু "ডাউন" বোতাম ব্যবহাৰ কৰি তথ্যৰ ক্রম পৰিবর্তন কৰিব পাৰো |
05:34 সেয়ে চার্ট-ত, কি তথ্য আৰু তাক কিভাবে উপস্থাপন কৰা হব, তাক নির্বাচনৰ পিছত, ডায়লগ বক্সত থকা  "Finish" বোতামত ক্লিক কৰক |
05:43 চাওক, চার্ট স্প্রেডশীটত সন্নিবেষ হৈছে |
05:47 স্প্রেডশীটত চার্ট সন্নিবেশ কৰা শিকাৰ পিছত,
05:51 আমি এতিয়া LibreOffice ক্যালক-ত চার্ট ফৰম্যাট কৰা শিকো |
05:56 "Format " মেনুত চার্ট ফৰম্যাট কৰাৰ |
06:00 আৰু চার্টৰ উপস্থাপনা সুক্ষ্মভাবে পৰিবর্তন কৰাৰ অনেক বিকল্প আছে |
06:04 যি চার্টখন স্প্রেডশীটত ভৰোৱা হৈছে, সেইটোক ফৰম্যাট কৰা যাওক |
06:08 চার্টত ডবল ক্লিক কৰক যাতে, ই এটা ধূসৰ সীমাৰে সংযুক্ত হয় |
06:13 যিয়ে নির্দেশ কৰে যে এইটো "“Edit”মোডত আছে |
06:18 এতিয়া প্রধান মেনুৰপৰা "Format " বিকল্পত ক্লিক কৰক |
06:22 চাওক, ড্রপ ডাউন মেনুত অনেক ফৰ্মেটিঙ বিকল্প আছে, যেনে “Format Selection”, “Position and Size”, “Arrangement”, “Chart Wall” , “Chart Area” ইত্যাদি |
06:37 এইবোৰে চাৰ্টৰ অবস্থান নির্দিষ্ট কৰিবলৈ আৰু চার্ট-এৰ পটভূমি আৰু শিৰোনামক ব্যবস্থা আৰু বিন্যস্ত (arranging and formatting) কৰাৰ বাবে ব্যবহাৰ কৰা হয় | 
06:44 এতিয়া, বেছি ভাগে ব্যবহৃত বিন্যাস( (arranging and formatting)) বিকল্পবোৰৰ সম্পর্কে এটা এটাকৈ জনা যাওক |
06:49 "Format Selection" বিকল্পয়ে এটা ডায়লগ বক্স খুলে যাৰ শিৰোনাম “Chart Area” ।
06:56 ইয়াত 3টা ট্যাব আছে -“Borders”, “Area” আৰু “Transparency” |
07:03 "Border " ট্যাব আগৰে পৰাই নির্বাচিত থাকে |
07:07 আমি চার্ট এৰ সীমাৰ ধৰন(style ) আৰু ৰং পৰিবর্তন কৰো |
07:11 ইয়াৰ বাবে, "স্টাইল" ক্ষেত্রত ক্লিক কৰক আৰু "Continuous" নির্বাচন কৰক |
07:16 তাৰপিছত একেইভাবে "Color" ক্ষেত্রত "Green" এৰ উপৰত ক্লিক কৰক |
07:21 এতিয়া "OK" বাটনত ক্লিক কৰক |
07:26 লক্ষ্য কৰক, তদনুসাৰে চার্টৰ সীমাৰ ধৰন আৰু ৰং পৰিবর্তিত হৈ গৈছে |
07:31 "Title " বিকল্পয়ে চার্টৰ শিৰোনাম আৰু তাৰ অক্ষক ফৰম্যাট কৰে |
07:36 "Axis " বিকল্পয়ে, চার্ট তৈয়াৰ কৰা ৰেখাবোৰক, আৰু 
07:41 তাৰলগতে X আৰু Y উভয় অক্ষৰ উপৰত প্রদর্শিত লেখাৰ ফন্ট ফৰম্যাট কৰে |
07:46 আপোনাৰ এই সমস্ত বিকল্পবোৰ শিকাৰ বাবে চাওক, সিহতে কি কৰে |
07:53 আৰু ক্যালকে চার্টৰ এলাকাৰ পটভূমি পৰিবর্তন কৰাৰ বাবে বিকল্প উপলব্ধ কৰায় |
07:58 চার্ট এলাকা(chart area) হল সেই এলাকা, যি চার্ট গ্রাফিকক আৰু প্রধান শিৰোনাম আৰু কীৰ লগতে পৰিবেষ্ঠিত কৰি থাকে | 
08:05 চার্ট এলাকা ফৰম্যাট কৰাৰ বাবে, "Format " বিকল্পটোত ক্লিক কৰক আৰু "“Chart Wall”" নির্বাচন কৰক |
08:12 চাওক, "“Chart Wall”" শিৰোনামেৰে এটা ডায়লগ বক্স প্রদর্শিত হৈছে |
08:17 "স্টাইল" ক্ষেত্রত প্রদর্শিত হৈছে "Continuous ", যিহেতো এইটো আমাৰ পছন্দ হৈছিল |
08:22 "color" ক্ষেত্রত, "red" এৰ উপৰত ক্লিক কৰা যাওক |
08:26 আমি আকাৰ "0.20" cmলৈ পৰিবর্তন কৰিম|
08:31 এতিয়া "OK বাটনত ক্লিক কৰক |
08:35 চাওক, চার্টৰ এলাকাৰ  ধৰন আৰু ৰং পৰিবর্তন হৈ গৈছে |
08:41 তাৰপিছত আমি এটা চার্ট-ত পৰমানুক আকাৰ পৰিবর্তন আৰু পদক্ষেপ কৰা শিকো|
08:46 এটা চার্ট -এৰ আকাৰ পৰিবর্তন কৰাৰ বাবে, নমুনা(sample ) চার্ট এৰ উপৰত ক্লিক কৰক |
08:51 চাওক, সেউজীয়া হ্যান্ডলবোৰ চার্ট-এৰ চাৰিওপাশে প্রদর্শিত হৈছে |
08:54 চার্ট এৰ আকাৰ বৃদ্ধি বা হ্রাস কৰাৰ বাবে, চার্ট-এৰ চাৰিটাৰ কোনৰ যিকোনো এটাৰ মার্কাৰ-ত ক্লিক কৰক আৰু টানি আনক |
09:03 এটা চার্ট স্হানান্তৰ বাবে, প্রথমে চার্ট এৰ উপৰত ক্লিক কৰক | 
09:07 এতিয়া চার্ট এৰ যি কোনো স্থানত কার্সাৰ ঘুৰাওক |
09:11 কার্সাৰদাল এতিয়া এটা হাতৰ আকাৰ হৈ গৈছে |
09:14 চার্টক ক্লিক কৰি পছন্দ অবস্থানলৈ স্হানান্তৰ কৰক | এতিয়া, মাউস বোতাম এৰি দিয়ক |
09:20 আপোনাৰ চার্টটো স্থানান্তৰ কৰক |
09:24 তাৰপিছত আমি "Position and Size" ডায়লগ বক্স ব্যবহাৰ কৰি চার্ট -এৰ আকাৰ পৰিবর্তন কৰাৰ পদ্ধতি শিকো |
09:30 আকৌ, চার্ট এৰ উপৰত ক্লিক কৰক |
09:33 এতিয়া চার্ট এৰ উপৰত সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰপৰা "Position and Size" নির্বাচন কৰক |
09:40 "Position and Size" ডায়লগ বক্স ত প্রদর্শিত হৈছে |
09:44 ইয়াত বিভিন্ন ক্ষেত্র আছে, যাৰ দ্বাৰা আপোনাৰ চার্টৰ ' 'X আৰু 'Y' অবস্থান, আৰু চার্টৰ প্রস্থ আৰু উচ্চতা নির্ধাৰন কৰিব পাৰিব |
09:52 চার্টৰ বাবে ' 'X' স্থানাঙ্কক "1.00"লৈ আৰু ' 'Y' '" স্থানাঙ্কক 0.83লৈ "নির্ধাৰণ কৰা যাওক| 
10:02 "OK " বাটনত ক্লিক কৰক |
10:04 আমি দেখো যে চার্ট ক্ষেত্রতে, চার্ট নিজে নিজেই, নির্ধাৰিত মান অনুযায়ী, সঠিক অবস্থান লয় |
10:12 ইয়াতে আমি এই স্পকেন টিউটোৰিয়েলৰ সমাপ্ত কৰিলো |
10:16 সংক্ষেপে, আমি শিকিছো কিভাবে:,চার্ট তৈয়াৰ, সম্পাদনা আৰু ফৰম্যাট কৰা যায় ।
10:21 আমি চার্ট -এৰ আকাৰ পৰিবর্তন আৰু স্প্রেডশীটত চার্ট স্থানান্তৰ কৰিব শিকিছো ।
10:27 অনুশীলনী :
10:29 স্প্রেডশিট "practice.ods" খোলক ।
10:34 তথ্যৰ এটা ""Pie chart"" যোগ কৰক | 
10:37 চার্টৰ আকাৰ পৰিবর্তন কৰি আৰু শীটৰ তললৈ সো কোণলৈ যাওক ।
10:42 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
10:46 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
10:50 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
10:54 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
10:56 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
11:00 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
11:04 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:11 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:15 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:23 এই মিশ্যন সম্পৰ্কত অধিক তথ্য
11:26 spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:34 আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi