C-and-Cpp/C2/If-And-Else-If-statement/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | Conditional statements in C and C++(কন্ডিচনেল ষ্টেতমেন্ত ইন C এণ্ড C++)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
00:08 | এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম |
00:11 | এটা একক ষ্টেতমেন্ত(statement) কেনেকৈ কাৰ্যকৰী কৰা হয় |
00:14 | ষ্টেতমেন্ত(statement) ৰ সংহতি( group) কেনেকৈ কাৰ্যকৰী( execute) কৰা হয় |
00:16 | আমি উদাহৰণ( examples)ৰ জৰিয়তে এইয়া কৰিম |
00:19 | লগতে আমি কিছুমান সচৰাচৰ ভুল(error) আৰু তাৰ সমাধানৰ( solution) বিষয়ে চাম |
00:25 | মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰকৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version) |
00:31 | gcc' আৰু G++ কমপাইলাৰ( Compiler) ৰ 4.6.1 তাঙৰণ(version) |
00:38 | আহক আমি কন্ডিচন (condition) ষ্টেতমেন্ত (statements)ৰ চিনাকী( Introduction)ৰে আৰম্ভ কৰো |
00:43 | প্ৰবাহিত প্ৰোগ্ৰামৰ কাৰ্যকৰণ( execution)টো প্ৰোগ্ৰামৰ ষ্টেতমেন্ত(statement) এটাই পৰিচালনা(control) কৰে |
00:49 | কি ক’ড কাৰ্যকৰী(execute) হব তাক নিৰ্ধাৰন( decision) কৰাত ই সহায় কৰে |
00:55 | আমি চৰ্ত(condition)টো সত্যনে অসত্য সেইটো পৰীক্ষা( check) কৰিব পাৰো |
01:00 | আমি এটা একক ষ্টেতমেন্ত( statement) বা এটা ষ্টেতমেন্ত( statement)ৰ সংহতি কাৰ্যকৰী( execute) কৰিব পাৰো |
01:07 | আহক আমি if ষ্টেতমেন্ত(statement)ৰ প্ৰবাহ( flow)ৰ বিষয়ে জানো |
01:13 | ইয়াত , যদি চৰ্তটো সত্য হয় তেনেহলে statement1 টো কাৰ্যকৰী( executed) হব |
01:20 | যদি চৰ্ত(condition)টো অসত্য হয় তেনেহলে statement2 টো কাৰ্যকৰী( executed) হব |
01:29 | এতিয়া আমি else if ষ্টেতমেন্ত(statement)ৰ প্ৰবাহ( flow) চাম |
01:32 | ইয়াত, যদি condition1 টো সত্য হ্য় তেনেহলে statement1 টো কাৰ্যকৰী( executed) হব |
01:41 | যদি condition1 টো অসত্য হয় তেনেহলে ই অন্যটো চৰ্ত পৰীক্ষা( check) কৰিব যিটো হ’ল condition2 |
01:49 | যদি,condition2 টো সত্য হয় তেনেহলেstatement3টো কাৰ্যকৰী হব |
01:54 | আৰু যদিcondition2টো অসত্য হয় তেনেহলে statement2টো কাৰ্যকৰী(execute) হব |
02:02 | এতিয়া আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি( move) যাওঁ আহক |
02:06 | মই ইতিমধ্যে ক’ডটো এডিতৰ( editor)ত লিখি থৈছো |
02:09 | গতিকে মই এইটো খুলিছো |
02:13 | মন কৰিব যে আমাৰ ফাইল নাম( filename)টো হৈছে ifstmt.c |
02:18 | এই প্ৰোগ্ৰামটোত আমি দুটা সংখ্যাৰ যোগফল গণনা( calculate) কৰিম আৰু কিছুমান চৰ্ত(condition) পৰীক্ষা( check) কৰিম. |
02:26 | এতিয়া মই ক’ডটো বৰ্ণনা( explain) কৰিম |
02:30 | এইটো আমাৰ হেদাৰ ফাইল(header file.) |
02:34 | এইটো আমাৰ মেইন ফাংচন(main function.) |
02:38 | আমি ইয়াত তিনিটা ইন্তিজাৰ( integer) ভেৰিয়েবল(variables) a, b আৰু sum. ঘোষণা(declare) কৰিছো |
02:46 | ইয়াত আমি ইউজাৰ ইনপুত( user input) বিচাৰিছো |
02:49 | ব্যৱ্হাৰ কৰোতাই( User) a আৰু b ৰ মান এন্টাৰ( enter) কৰিব |
02:52 | মান( values)বিলাক variable a আৰু variable b ত জমা হব |
02:58 | scanf() ফাংচন (function)টোৱে কনচ’ল(console) ৰ পৰা দাতা পঢ়িব |
03:02 | তাৰপাচত ই উল্লেখিত ভেৰিয়েবল(variable) ত ফলাফল( result)টো জমা কৰিব |
03:06 | scanf() ৰ ফৰ্মেত স্পেচিফায়া( format specifier ) ৰে দাতাৰ প্ৰকাৰ( type) জানিবলৈ সহায় কৰে |
03:10 | সেইদৰে ইয়াত আমাৰ %d আছে যি দৰ্শাই(denote)যে আমি ইন্তিজাৰ দাতা টাইপ( integer data type)ৰ লগত কাম কৰি আছো |
03:18 | ইয়াত আমি a আৰু bৰ মান(value) যোগ( add) কৰিম |
03:22 | আমি ফলাফলটো sum ত জমা( store) কৰিম |
03:25 | তাৰপাচত আমি ফলাফল( result)টো ছপা কৰিম |
03:29 | এইটো আমাৰ if statement. |
03:30 | ইয়াত, আমি sum টো 20ত্কৈ ডাঙৰ হয় নে নহয় চৰ্ত( condition)টো পৰীক্ষা কৰিম |
03:36 | যদি চৰ্তটো( condition) সত্য হ্য় তেনেহলে আমি Sum' is greater than 20বুলি ছপা কৰিম |
03:42 | এতিয়া ম্ই এই শাৰী( line) সমূহত মন্তব্য( comment) কৰিম. |
03:48 | এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত( return statement) |
03:51 | এতিয়া ছেভ(Save)ত টিপক |
03:53 | প্ৰথমে আমি if statement ৰ কাৰ্যকৰণ( execution) চাম |
03:58 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কী( keys) টিপক |
04:09 | কম্পাইল কৰিবলৈ লিখক'gcc space(স্পেছ) ifstmt dot c space(স্পেছ) -o space(স্পেছ) if আৰু এন্টাৰ টিপক |
04:20 | কাৰ্যকৰী কৰিবলৈ লিখক./if । এন্টাৰ টিপক |
04:26 | এইটো এইদৰে দৰ্শিত(display) হব, |
04:27 | Enter the value of a and b. |
04:31 | মই মান বিলাক 10 আৰু 12 বুলি দিম |
04:38 | আউত্পুত( output)টো Sum of a and b is 22. Sum is greater than 20 হিচাবে দেখা গৈছে. |
04:45 | এতিয়া আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো |
04:48 | আমি আন এটা চৰ্ত পৰীক্ষা( check) কৰিম |
04:52 | মই মন্তব্যটো( comment) ইয়াৰ পৰা আতঁৰ( remove) কৰিম |
04:56 | মই মন্তব্যটো( comment) ইয়াত দিম |
05:00 | এতিয়া Save(ছেভ) ত টিপক |
05:03 | এইটো আমাৰ else-if statement.(এল্চ ইফ ষ্টেতমেন্ত) |
05:05 | ইয়াত, আমি sum টো 10 ত্কৈ ডাঙৰ হয় নে নহয় তাৰ বাবে অন্য এটা চৰ্ত(condition) পৰীক্ষা( check) কৰিম |
05:11 | যদি চৰ্ত(condition)টো সত্য হ্য় তেনেহলে আমি Sum' is greater than 10 and less than 20 বুলি ছপা কৰিম |
05:18 | এতিয়া আমাৰ তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো |
05:20 | আগৰ দৰে কম্পাইল( compile) কৰো আহক |
05:23 | আগৰ দৰে কাৰ্যকৰী( execute) কৰো আহক. |
05:26 | এইটো দৰ্শিত( displayed) হব, |
05:28 | a আৰু b ৰ মান এন্টাৰ কৰক |
05:30 | মই মান বিলাক 10 আৰু 2 বুলি দিম |
05:35 | আউত্পুতটো দৰ্শিত হবঃ Sum of a and b is 12. |
05:38 | Sum is greater than 10 and less than 20. |
05:42 | প্ৰ্ম্পত( prompt) খালি কৰো |
05:44 | এতিয়া আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো |
05:48 | মই মন্তব্যটো( comment) ইয়াৰ আৰু ইয়াৰ পৰা আতৰ কৰিম ।এতিয়া 'Save (ছেভ)ত টিপক |
05:56 | যদি ওপৰৰ দুয়োটা চৰ্তই অসত্য(false) হয় , তেনেহলে আমি Sum is less than 10 বুলি ছপা কৰিম. |
06:04 | এইটো আমাৰ এলচ ষ্টেতমেন্ত(else statement) |
06:07 | এতিয়া কাৰ্যকৰী( execute) কৰো আৰু চাওঁ আহক।আমাৰ তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো |
06:11 | আগৰ দৰে কম্পাইল( compile) কৰো আহক।আগৰ দৰে কাৰ্যকৰী( execute) কৰো আহক |
06:18 | ইয়াত এইটো দৰ্শিত হব, |
06:19 | Enter the value of a and b. |
06:22 | মই মান বিলাক 3 আৰু 5 বুলি দিম |
06:27 | মই মান বিলাক 3 আৰু 5 বুলি দিম |
06:31 | Sum is less than 10. |
06:34 | এতিয়া আমি হব পৰা কিছুমান সাধাৰন ভুল চাম |
06:38 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো |
06:41 | ধৰাহ’ল, ইয়াৰ ইফ ষ্টেতমেন্ত (if statement) ৰ শেষত মই এটা semicolon(ছেমিক’লন) লিখিলো |
06:47 | কি হয় চাওঁ। Save(ছেভ) ত টিপক |
06:50 | কাৰ্যকৰী( execute) কৰো আহক। আমাৰ তাৰ্মিনেল( terminal.)লৈ ঘূৰি আহো. |
06:53 | আগৰ দৰে কম্পাইল(compile) কৰো |
06:56 | আমি এটা ভুল দেখিছোঃ else without a previous if |
07:02 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো।এইটো এটা syntax error. (গাথনিৰ ভুল) |
07:07 | If statement(ইফ ষ্টেতমেন্ত)কেতিয়াওঁ এটা ছেমিক’লনেৰে( semicolon) শেষ নহয় |
07:10 | আৰু else if statement(এলচ ইফ ষ্টেতমেন্ত)এ এটা if নোহোৱাকৈ কেতিয়াও কাম কৰিব নোৱাৰে |
07:16 | আহক ভুলটো সমাধান কৰো। semicolon(ছেমিক’লন)টো নাইকীয়া কৰক |
07:22 | Save(ছেভ) ত টিপক |
07:25 | কাৰ্যকৰী( execute) কৰো আহক।আমাৰ তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো |
07:29 | আগৰ দৰে কম্পাইল( compile) কৰো আহক। আগৰ দৰে কাৰ্যকৰী( execute) কৰো আহক |
07:35 | a আৰু b ৰ মান এন্টাৰ কৰো |
07:37 | মই মান বিলাক 3 আৰু 6 বুলি দিম |
07:43 | আউত্পুতটো দৰ্শিত হব এনেদৰে |
07:45 | Sum of a and b is 9. Sum is less than 10. |
07:52 | এতিয়া আমি একেতা প্ৰোগ্ৰাম C++ত কেনেদৰে কাৰ্যকৰী( execute) হব চাম |
07:57 | আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো |
07:59 | মই ইয়াত কিছু সলনি কৰিম |
08:03 | আপোনাৰ কিবৰ্ডত( keyboard) একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক |
08:11 | এতিয়া ফাইলটো এটা এ্কষ্টেনচন (extension) dot cppৰে ছেভ কৰক আৰু ছেভ( Save)ত টিপক |
08:20 | আমি হেদাৰ ফাইল( header file)টো iostream বুলি সলনি কৰিম |
08:26 | using (ইউজিং) ষ্টেতমেন্ত(statement)টো ইয়াত সংলগ্ন কৰো আহক |
08:30 | এতিয়া চাৰ্চ ফৰ( search forব)ত টিপক আৰু টেকষ্ট অপচন (text option )টো সলনি কৰক |
08:35 | printf ষ্টেতমেন্ত(statement)টো cout ষ্টেতমেন্ত(statement)ৰে সলনি কৰো আহক |
08:40 | Replace all ত টিপক আৰু Close ত টিপক |
08:46 | এতিয়া ইয়াত সামৰণী বন্ধনি( closing brackets)টো নাইকীয়া কৰক |
08:49 | scanfষ্টেতমেন্ত(statement)টো cinষ্টেতমেন্ত(statement)ৰে সলনি কৰক |
08:54 | লিখক cin and two closing angle brackets >> |
09:00 | এটা শাৰী পঢ়িবলৈ যেনেকৈ আমি C++ তcin >> function ব্যৱহাৰ কৰো
|
09:05 | এতিয়া ফৰ্মেত স্পেচিফায়া( format specifier )টো নাইকীয়া কৰক |
09:09 | ক’মা(comma)আৰু এম্পাৰ্চেন্ড (ampersand') & নাইকীয়া কৰক |
09:12 | ইয়াত ক’মা নাইকীয়া কৰক আৰু দুটা কোণবন্ধনি (angle brackets) লিখক |
09:17 | আকৌ এম্পাৰ্চেন্ড(ampersand')টো আৰু সামৰণি বন্ধনি ( closing bracket)নাইকীয়া কৰক। এতিয়া ছেভ(Save)ত টিপক |
09:25 | ইয়াত সামৰণি বন্ধনি( closing bracket)আৰু ক’মাটো নাইকীয়া কৰক। |
09:31 | এতিয়া'backslash n'(বেকশ্লাছ) আৰু 'format specifier'(ফৰ্মেত স্পেচিফায়াৰ)টো নাইকীয়া কৰক।
' |
09:37 | এতিয়া দুটা আৰম্ভণি বন্ধনি(opening brackets) লিখক |
09:42 | আকৌ আৰম্ভণি কোণ বন্ধনি(opening angle brackets)লিখক আৰু দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত (বেকশ্লাছ)backslash n “\n” লিখক |
09:49 | ইয়াতো আমি সামৰণি বন্ধনি ( closing bracket)টো নাইকীয়া কৰিম |
09:53 | এতিয়া আকৌ ইয়াত আৰু ইয়াত সামৰণি বন্ধনি ( closing bracket)নাইকীয়া কৰক |
09:59 | এতিয়া ছেভ(Save)ত টিপক |
10:02 | কাৰ্যকৰী (execute)কৰো আহক |
10:04 | তাৰ্মিনেল( terminal)লৈ ঘূৰি আহক.মই প্ৰ্ম্পত( prompt) খালি কৰিম |
10:10 | কম্পাইল কৰিবলৈ লিখক g++ space ifstmt.cpp space -o space if1 |
10:20 | আমি ইয়াত if1 লৈছো কাৰণ আমি আউতপুত পেৰামিতাৰ( output parameter) if ক ifstmt.c ফাইলৰ বাবে অভাৰৰাইত( overwrite) কৰিব বিচৰা নাই |
10:31 | এতিয়া এন্টাৰ(Enter) টিপক |
10:32 | কাৰ্যকৰী(execute) কৰিবলৈ লিখক./if1 আৰু এন্টাৰ(Enter) টিপক |
10:39 | a আৰু bৰ মান এন্টাৰ কৰক। মই মান বিলাক 20 আৰু 10 বুলি দিম |
10:48 | আউতপুতটো দৰ্শিত হব যে, Sum of a and b is 30 |
10:52 | Sum is greater than 20. |
10:56 | ই আমাক টিউটৰিয়েল( tutorial)ৰ শেষলৈ লৈ যাব |
10:59 | এতিয়া আমাৰ শ্লাইড(slide)বোৰলৈ ঘূৰি আহো |
11:02 | আহক আমি মূলভাব চাওঁ |
11:04 | এই টিউটৰিয়েলত আমি শিকিলো, ইফ ষ্টেতমেন্ত (if statement) উদাহৰণঃ if(condition)
|
11:11 | আৰু এলচ ইফ ষ্টেতমেন্ত(else if statement) উদাহৰণঃ else if(condition) |
11:17 | অনুশীলনী হিচাবে, |
11:18 | aটো b ত্কৈ ডাঙৰ বাb ত্কৈ সৰু বুলি(a is greater than b or less than b.) পৰীক্ষা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
11:24 | সংকেতঃ(Hint: ) ইফ ষ্টেতমেন্ত(if statement)ব্যৱ্হাৰ কৰক |
11:28 | a, b বা c. কোনটোৰ মান ডাঙৰ পৰীক্ষা কৰিবলৈ অন্য এটা প্ৰোগ্ৰাম লিখক |
11:34 | Hint: use else-if statement. |
11:38 | সংকেতঃ (Hint: ) এলচ ইফ ষ্টেতমেন্ত(else-if statement) ব্যৱ্হাৰ কৰক |
11:41 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
11:44 | আপোনাৰ যদি বেণ্ডউইথ(bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক |
11:48 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে |
11:50 | স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে |
11:54 | অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে |
11:57 | অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক |
12:04 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial |
12:09 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
12:15 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
12:20 | মই কৃষ্ণ কমল দুৱৰা
উপভোগ কৰাৰ বাবে ধন্যবাদ |