C-and-Cpp/C2/If-And-Else-If-statement/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 Conditional statements in C and C++(কন্ডিচনেল ষ্টেতমেন্ত ইন C এণ্ড C++)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো
00:08 এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম
00:11 এটা একক ষ্টেতমেন্ত(statement) কেনেকৈ কাৰ্যকৰী কৰা হয়
00:14 ষ্টেতমেন্ত(statement) ৰ সংহতি( group) কেনেকৈ কাৰ্যকৰী( execute) কৰা হয়
00:16 আমি উদাহৰণ( examples)ৰ জৰিয়তে এইয়া কৰিম
00:19 লগতে আমি কিছুমান সচৰাচৰ ভুল(error) আৰু তাৰ সমাধানৰ( solution) বিষয়ে চাম
00:25 মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ‍‌কৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version)
00:31 gcc' আৰু G++ কমপাইলাৰ( Compiler) ৰ 4.6.1 তাঙৰণ(version)
00:38 আহক আমি কন্ডিচন (condition) ষ্টেতমেন্ত (statements)ৰ চিনাকী( Introduction)ৰে আৰম্ভ কৰো
00:43 প্ৰবাহিত প্ৰোগ্ৰামৰ কাৰ্যকৰণ( execution)টো প্ৰোগ্ৰামৰ ষ্টেতমেন্ত(statement) এটাই পৰিচালনা(control) কৰে
00:49 কি ক’ড কাৰ্যকৰী(execute) হব তাক নিৰ্ধাৰন( decision) কৰাত ই সহায় কৰে
00:55 আমি চৰ্ত(condition)টো সত্যনে অসত্য সেইটো পৰীক্ষা( check) কৰিব পাৰো
01:00 আমি এটা একক ষ্টেতমেন্ত( statement) বা এটা ষ্টেতমেন্ত( statement)ৰ সংহতি কাৰ্যকৰী( execute) কৰিব পাৰো
01:07 আহক আমি if ষ্টেতমেন্ত(statement)ৰ প্ৰবাহ( flow)ৰ বিষয়ে জানো
01:13 ইয়াত , যদি চৰ্তটো সত্য হয় তেনেহলে statement1 টো কাৰ্যকৰী( executed) হব
01:20 যদি চৰ্ত(condition)টো অসত্য হয় তেনেহলে statement2 টো কাৰ্যকৰী( executed) হব
01:29 এতিয়া আমি else if ষ্টেতমেন্ত(statement)ৰ প্ৰবাহ( flow) চাম
01:32 ইয়াত, যদি condition1 টো সত্য হ্য় তেনেহলে statement1 টো কাৰ্যকৰী( executed) হব
01:41 যদি condition1 টো অসত্য হয় তেনেহলে ই অন্যটো চৰ্ত পৰীক্ষা( check) কৰিব যিটো হ’ল condition2
01:49 যদি,condition2 টো সত্য হয় তেনেহলেstatement3টো কাৰ্যকৰী হব
01:54 আৰু যদিcondition2টো অসত্য হয় তেনেহলে statement2টো কাৰ্যকৰী(execute) হব
02:02 এতিয়া আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি( move) যাওঁ আহক
02:06 মই ইতিমধ্যে ক’ডটো এডিতৰ( editor)ত লিখি থৈছো
02:09 গতিকে মই এইটো খুলিছো
02:13 মন কৰিব যে আমাৰ ফাইল নাম( filename)টো হৈছে ifstmt.c
02:18 এই প্ৰোগ্ৰামটোত আমি দুটা সংখ্যাৰ যোগফল গণনা( calculate) কৰিম আৰু কিছুমান চৰ্ত(condition) পৰীক্ষা( check) কৰিম.
02:26 এতিয়া মই ক’ডটো বৰ্ণনা( explain) কৰিম
02:30 এইটো আমাৰ হেদাৰ ফাইল(header file.)
02:34 এইটো আমাৰ মেইন ফাংচন(main function.)
02:38 আমি ইয়াত তিনিটা ইন্তিজাৰ( integer) ভেৰিয়েবল(variables) a, b আৰু sum. ডিক্লেয়াৰ(declare) কৰিছো
02:46 ইয়াত আমি ইউজাৰ ইনপুত( user input) বিচাৰিছো
02:49 ব্যৱ্হাৰ কৰোতাই( User) a আৰু b ৰ মান এন্টাৰ( enter) কৰিব
02:52 মান( values)বিলাক variable a আৰু variable b ত জমা হব
02:58 scanf() ফাংচন (function)টোৱে কনচ’ল(console) ৰ পৰা দাতা পঢ়িব
03:02 তাৰপাচত ই উল্লেখিত ভেৰিয়েবল(variable) ত ফলাফল( result)টো জমা কৰিব
03:06 scanf() ৰ ফৰ্মেত স্পেচিফায়া( format specifier ) ৰে দাতাৰ প্ৰকাৰ( type) জানিবলৈ সহায় কৰে
03:10 সেইদৰে ইয়াত আমাৰ %d আছে যি দৰ্শাই(denote)যে আমি ইন্তিজাৰ দাতা টাইপ( integer data type)ৰ লগত কাম কৰি আছো
03:18 ইয়াত আমি a আৰু bৰ মান(value) যোগ( add) কৰিম
03:22 আমি ফলাফলটো sum ত জমা( store) কৰিম
03:25 তাৰপাচত আমি ফলাফল( result)টো ছপা কৰিম
03:29 এইটো আমাৰ if statement.
03:30 ইয়াত, আমি sum টো 20ত্কৈ ডাঙৰ হয় নে নহয় চৰ্ত( condition)টো পৰীক্ষা কৰিম
03:36 যদি চৰ্তটো( condition) সত্য হ্য় তেনেহলে আমি Sum' is greater than 20বুলি ছপা কৰিম
03:42 এতিয়া ম্ই এই শাৰী( line) সমূহত কমেন্ত( comment) কৰিম.
03:48 এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত( return statement)
03:51 এতিয়া ছেভ(Save)ত টিপক
03:53 প্ৰথমে আমি if statement ৰ কাৰ্যকৰণ( execution) চাম
03:58 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কী( keys) টিপক
04:09 কম্পাইল কৰিবলৈ লিখক'gcc space(স্পেছ) ifstmt dot c space(স্পেছ) -o space(স্পেছ) if আৰু এন্টাৰ টিপক
04:20 কাৰ্যকৰী কৰিবলৈ লিখক./if । এন্টাৰ টিপক
04:26 এইটো এইদৰে দৰ্শিত(display) হব, Enter the value of a and b.
04:31 মই মান বিলাক 10 আৰু 12 বুলি দিম
04:38 আউত্পুত( output)টো Sum of a and b is 22. Sum is greater than 20 হিচাবে দেখা গৈছে.
04:45 এতিয়া আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো
04:48 আমি আন এটা চৰ্ত পৰীক্ষা( check) কৰিম
04:52 মই মন্তব্যটো( comment) ইয়াৰ পৰা আতঁৰ( remove) কৰিম
04:56 মই মন্তব্যটো( comment) ইয়াত দিম
05:00 এতিয়া Save(ছেভ) ত টিপক
05:03 এইটো আমাৰ else-if statement.(এল্চ ইফ ষ্টেতমেন্ত)
05:05 ইয়াত, আমি sum টো 10 ত্কৈ ডাঙৰ হয় নে নহয় তাৰ বাবে অন্য এটা চৰ্ত(condition) পৰীক্ষা( check) কৰিম
05:11 যদি চৰ্ত(condition)টো সত্য হ্য় তেনেহলে আমি Sum' is greater than 10 and less than 20 বুলি ছপা কৰিম
05:18 এতিয়া আমাৰ তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো
05:20 আগৰ দৰে কম্পাইল( compile) কৰো আহক
05:23 আগৰ দৰে কাৰ্যকৰী( execute) কৰো আহক.
05:26 এইটো দৰ্শিত( displayed) হব,
05:28 a আৰু b ৰ মান এন্টাৰ কৰক
05:30 মই মান বিলাক 10 আৰু 2 বুলি দিম
05:35 আউত্পুতটো দৰ্শিত হবঃ Sum of a and b is 12.
05:38 Sum is greater than 10 and less than 20.
05:42 প্ৰ্ম্পত( prompt) খালি কৰো
05:44 এতিয়া আমাৰ প্ৰোগ্ৰামলৈ ঘূৰি আহো
05:48 মই মন্তব্যটো( comment) ইয়াৰ আৰু ইয়াৰ পৰা আতৰ কৰিম ।এতিয়া 'Save (ছেভ)ত টিপক
05:56 যদি ওপৰৰ দুয়োটা চৰ্তই অসত্য(false) হয় , তেনেহলে আমি Sum is less than 10 বুলি ছপা কৰিম.
06:04 এইটো আমাৰ এলচ ষ্টেতমেন্ত(else statement)
06:07 এতিয়া কাৰ্যকৰী( execute) কৰো আৰু চাওঁ আহক।আমাৰ তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো
06:11 আগৰ দৰে কম্পাইল( compile) কৰো আহক।আগৰ দৰে কাৰ্যকৰী( execute) কৰো আহক
06:18 ইয়াত এইটো দৰ্শিত হব,
06:19 Enter the value of a and b.
06:22 মই মান বিলাক 3 আৰু 5 বুলি দিম
06:27 আউত্পুতটো দৰ্শিত হবঃ Sum of a and b is 8.
06:31 Sum is less than 10.
06:34 এতিয়া আমি হব পৰা কিছুমান সাধাৰন ভুল চাম
06:38 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো
06:41 ধৰাহ’ল, ইয়াৰ ইফ ষ্টেতমেন্ত (if statement) ৰ শেষত মই এটা semicolon(ছেমিক’লন) লিখিলো
06:47 কি হয় চাওঁ। Save(ছেভ) ত টিপক
06:50 কাৰ্যকৰী( execute) কৰো আহক। আমাৰ তাৰ্মিনেল( terminal.)লৈ ঘূৰি আহো.
06:53 আগৰ দৰে কম্পাইল(compile) কৰো
06:56 আমি এটা ভুল দেখিছোঃ else without a previous if
07:02 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো।এইটো এটা syntax error. (গাথনিৰ ভুল)
07:07 If statement(ইফ ষ্টেতমেন্ত)কেতিয়াওঁ এটা ছেমিক’লনেৰে( semicolon) শেষ নহয়
07:10 আৰু else if statement(এলচ ইফ ষ্টেতমেন্ত)এ এটা if নোহোৱাকৈ কেতিয়াও কাম কৰিব নোৱাৰে
07:16 আহক ভুলটো সমাধান কৰো। semicolon(ছেমিক’লন)টো নাইকীয়া কৰক
07:22 Save(ছেভ) ত টিপক
07:25 কাৰ্যকৰী( execute) কৰো আহক।আমাৰ তাৰ্মিনেল( terminal)লৈ ঘূৰি আহো
07:29 আগৰ দৰে কম্পাইল( compile) কৰো আহক। আগৰ দৰে কাৰ্যকৰী( execute) কৰো আহক
07:35 a আৰু b ৰ মান এন্টাৰ কৰো
07:37 মই মান বিলাক 3 আৰু 6 বুলি দিম
07:43 আউত্পুতটো দৰ্শিত হব এনেদৰে
07:45 Sum of a and b is 9. Sum is less than 10.
07:52 এতিয়া আমি একেতা প্ৰোগ্ৰাম C++ত কেনেদৰে কাৰ্যকৰী( execute) হব চাম
07:57 আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহো
07:59 মই ইয়াত কিছু সলনি কৰিম
08:03 আপোনাৰ কিবৰ্ডত( keyboard) একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক
08:11 এতিয়া ফাইলটো এটা এ্কষ্টেনচন (extension) dot cppৰে ছেভ কৰক আৰু ছেভ( Save)ত টিপক
08:20 আমি হেদাৰ ফাইল( header file)টো iostream বুলি সলনি কৰিম
08:26 using (ইউজিং) ষ্টেতমেন্ত(statement)টো ইয়াত সংলগ্ন কৰো আহক
08:30 এতিয়া চাৰ্চ ফৰ( search forব)ত টিপক আৰু টেকষ্ট অপচন (text option )টো সলনি কৰক
08:35 printf ষ্টেতমেন্ত(statement)টো cout ষ্টেতমেন্ত(statement)ৰে সলনি কৰো আহক
08:40 Replace all ত টিপক আৰু Close ত টিপক
08:46 এতিয়া ইয়াত সামৰণী বন্ধনি( closing brackets)টো নাইকীয়া কৰক
08:49 scanfষ্টেতমেন্ত(statement)টো cinষ্টেতমেন্ত(statement)ৰে সলনি কৰক
08:54 লিখক cin and two closing angle bracket (আৰু দুটা সামৰনি কোণবন্ধনী >>)
09:00 এটা শাৰী পঢ়িবলৈ যেনেকৈ আমি C++ তcin >> function ব্যৱহাৰ কৰো
09:05 এতিয়া ফৰ্মেত স্পেচিফায়া( format specifier )টো নাইকিয়া কৰক
09:09 ক’মা(comma)আৰু এম্পাৰ্চেন্ড (ampersand') & নাইকিয়া কৰক
09:12 ইয়াত ক’মা নাইকীয়া কৰক আৰু দুটা কোণবন্ধনি (angle brackets) লিখক
09:17 আকৌ এম্পাৰ্চেন্ড(ampersand')টো আৰু সামৰণি বন্ধনি ( closing bracket)নাইকীয়া কৰক। এতিয়া ছেভ(Save)ত টিপক
09:25 ইয়াত সামৰণি বন্ধনি( closing bracket)আৰু ক’মাটো নাইকীয়া কৰক।
09:31 এতিয়া'backslash n'(বেকশ্লাছ) আৰু 'format specifier'(ফৰ্মেত স্পেচিফায়াৰ)টো নাইকীয়া কৰক।
09:37 এতিয়া দুটা আৰম্ভণি বন্ধনি(opening brackets) লিখক
09:42 আকৌ আৰম্ভণি কোণ বন্ধনি(opening angle brackets)লিখক আৰু দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত (বেকশ্লাছ)backslash n “\n” লিখক
09:49 ইয়াতো আমি সামৰণি বন্ধনি ( closing bracket)টো নাইকীয়া কৰিম
09:53 এতিয়া আকৌ ইয়াত আৰু ইয়াত সামৰণি বন্ধনি ( closing bracket)নাইকীয়া কৰক
09:59 এতিয়া ছেভ(Save)ত টিপক
10:02 কাৰ্যকৰী (execute)কৰো আহক
10:04 তাৰ্মিনেল( terminal)লৈ ঘূৰি আহক.মই প্ৰ্ম্পত( prompt) খালি কৰিম
10:10 কম্পাইল কৰিবলৈ লিখক g++ space ifstmt.cpp space -o space if1
10:20 আমি ইয়াত if1 লৈছো কাৰণ আমি আউতপুত পেৰামিতাৰ( output parameter) if ক ifstmt.c ফাইলৰ বাবে অভাৰৰাইত( overwrite) কৰিব বিচৰা নাই
10:31 এতিয়া এন্টাৰ(Enter) টিপক
10:32 কাৰ্যকৰী(execute) কৰিবলৈ লিখক./if1 আৰু এন্টাৰ(Enter) টিপক
10:39 a আৰু bৰ মান এন্টাৰ কৰক। মই মান বিলাক 20 আৰু 10 বুলি দিম
10:48 আউতপুতটো দৰ্শিত হব যে, Sum of a and b is 30
10:52 Sum is greater than 20.
10:56 ই আমাক টিউটৰিয়েল( tutorial)ৰ শেষলৈ লৈ যাব
10:59 এতিয়া আমাৰ শ্লাইড(slide)বোৰলৈ ঘূৰি আহো
11:02 আহক আমি মূলভাব চাওঁ
11:04 এই টিউটৰিয়েলত আমি শিকিলো, ইফ ষ্টেতমেন্ত (if statement) উদাহৰণঃ if(condition)
11:11 আৰু এলচ ইফ ষ্টেতমেন্ত(else if statement) উদাহৰণঃ else if(condition)
11:17 অনুশীলনী হিচাবে,
11:18 aটো b ত্কৈ ডাঙৰ বাb ত্কৈ সৰু বুলি(a is greater than b or less than b.) পৰীক্ষা কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
11:24 সংকেতঃ(Hint: ) ইফ ষ্টেতমেন্ত(if statement)ব্যৱ্হাৰ কৰক
11:28 a, b বা c. কোনটোৰ মান ডাঙৰ পৰীক্ষা কৰিবলৈ অন্য এটা প্ৰোগ্ৰাম লিখক
11:34 সংকেতঃ (Hint: ) এলচ ইফ ষ্টেতমেন্ত(else-if statement) ব্যৱ্হাৰ কৰক.
11:38 এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব
11:41 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
11:44 আপোনাৰ যদি বেণ্ডউইথ(bandwidth)ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download)কৰি চাওঁক
11:48 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
11:50 স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
11:54 অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে
11:57 অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক
12:04 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial
12:09 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
12:15 ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷
12:20 মই কৃষ্ণ কমল দুৱৰা

উপভোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi