GChemPaint/C2/Overview-of-GChemPaint/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00: 01 | নমস্কাৰ দৰ্শক সকল. Overview of GChemPaintৰ এই টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম. |
00: 07 | এই টিউটোৰিয়েলত, আমি শিকিম, |
00: 10 | তাৰ সকলো উপয়োগ ফাইলবোৰৰ সৈতে 'GChemPaint' ইনস্টল কৰা |
00: 15 | 'GChemPaint' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ মেনুবাৰ চাওক |
00: 20 | 'GChemPaint' ইউজাৰ ম্যানুয়াল ব্যবহাৰ |
00: 23 | বিভিন্ন 'GChemPaint' ইউটিলিটি সফটওয়্যাৰ ব্যবহাৰ কৰা |
00: 27 | আমি 'GChemPaint' আৰু 'Jmol অ্যাপ্লিকেশনৰ সম্পর্ক চাম. |
00: 33 | 'GChemPaint' ব্যবহাৰ কৰি অকা বিভিন্ন গঠনৰ এটা দ্রুত বর্ণনা. |
00: 39 | এই টিউটোৰিয়েলৰ বাবে আমি ব্যবহাৰ কৰিছো |
00: 41 | 'উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম' সংস্কৰণ 12.04. |
00: 45 | 'GChemPaint' সংস্কৰণ 0.12.10. |
00: 50 | 'GChemCalc' সংস্কৰণ 0.12.10. |
00: 55 | 'GChem3D' সংস্কৰণ 0.12.10. |
01: 00 | 'GChemTable' সংস্কৰণ 0.12.10. |
01: 05 | 'Jmol অ্যাপ্লিকেশন' সংস্কৰণ 12.2.2 |
01: 10 | এই টিউটোৰিয়েল অনুশীলন কৰিবলৈ, আপোনাক প্রয়োজন হব |
01: 13 | উচ্চ বিদ্যালয়ৰ ৰসায়নৰ জ্ঞান আৰু |
01: 15 | ইন্টাৰনেট সংযোগ |
01: 19 | GChemPaint কি হয়, চাও. |
01: 22 | 'GChemPaint' ', Gnome-2' ডেস্কটপৰ বাবে এটা 2D ৰাসায়নিক গঠন এডিটৰ হয়. |
01: 28 | ইয়াৰ উচৰত উপযোগ বৈশিষ্ট্য হিচাবে " GChemCalc ',' GChem3D 'আৰু' 'GChemTable"' আছে'. |
01: 35 | 'GChemPaint' মাত্র 'লিনাক্স অপাৰেটিং সিস্টেমতহে উপলব্ধ হয়. |
01: 39 | 'GChemPaint' ', Gnome Chemistry Utilsত অন্তর্ভুক্ত কৰা হয় |
01: 44 | 'GChemPaint' আৰু তাৰ সকলো উপযোগ ফাইল Synaptic Package Manager ' ব্যবহাৰ' কৰি "উবুন্টু লিনাক্স অপাৰেটিং" সিস্টেমত ইনস্টল কৰা হয়. |
01: 53 | 'Synaptic Package Manager' ৰ উপৰত আৰু তথ্যেৰ বাবে |
01: 56 | আমাৰ ওয়েবসাইটত থকা লিনাক্সৰ 'সিৰিজ' পঢ়ক. |
02: 02 | 'Synaptic Package Manager' উইন্ডোত নিম্নলিখিত ইউটিলিটি চেক কৰক. |
02: 07 | 'gchempaint' |
02: 09 | 'libgcu0' |
02: 11 | gcu-plugin |
02: 13 | 'libgcu-dbg |
02: 16 | 'gcu-bin |
02: 19 | এতিয়া আমি '"User Manual"' লৈ যাও. |
02: 22 | User Manual এ"' 'GChemPaint' আৰু তাৰ ইউটিলিটি ব্যবহাৰ বিষয়ে সংক্ষেপে ব্যাখ্যা কৰে. |
02: 28 | 'GChemPaint' 'এ' এই লিঙ্কত ইউজাৰ ম্যানুয়াল প্রদান কৰিছে 'http: //gchemutils.nongnu.org/paint/manual/index.html' . |
02: 34 | 'GChemPaint' আৰু তাৰ সকলো ইউটিলিটিৰ মেনু-বাৰ, ' 'উবুন্টু ডেস্কটপ' মেনু-বাৰত প্রদর্শিত হব. |
02: 43 | এইটো GChemPaint ৰ টুল বক্স হয়. |
02: 46 | আমি বিভিন্ন গঠন আঁকিবলৈ বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰিম. |
02: 51 | টুল বক্সৰ উচৰত Current elementক প্রতিস্থাপন কৰিবলৈ এটা inbuilt Periodic Table আছে. |
02: 57 | ইয়াতে টুল বক্সত বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰি ভিন্ন গঠন আকা হৈছে. |
03: 03 | সিৰিজৰ সময়ত, আমি এই টুলবোৰ ব্যবহাৰ কৰি বিভিন্ন গঠন আঁকাৰ পদ্ধতি ব্যাখ্যা কৰিম. |
03: 10 | এতিয়া আমি 'GChemPaint' এৰ ইউটিলিটি সফটওয়্যাৰ সম্পর্কে আলোচনা কৰিম. |
03: 15 | এইটো 'ৰাসায়নিক ক্যালকুলেটৰ'(Chemical Calculator ) উইন্ডো হয়. |
03: 19 | আমি সার্চ বাৰত '"C3H8"' টাইপ কৰিম আৰু এন্টাৰ টিপো. |
03: 25 | এই উইন্ডোয়ে প্রোপেনৰ 'Isotropic প্যাটার্ন' '" ৰ বিবৰণ দেখায়. |
03: 32 | এইটো GChem3D 'উইন্ডো' হয়. |
03: 35 | ই 'GChemPaint'ত আকি থোৱা 2D গঠনৰ 3D মডেল দেখায়. |
03: 41 | GChemPaint এৰ নতুন সংস্কৰণত অণুৰ 3D ৰেন্ডাৰিং উন্নতি হৈছে. |
03: 47 | এইটো GChemTable 'উইন্ডো' হয়. |
03: 49 | ইয়াত উপাদানৰ Periodic Table' আৰু তাৰ প্রবণত( trends) আছে. |
03: 54 | 'GChemPaint' ত আৰু এটা অনন্য বৈশিষ্ট্য আছে. |
03: 58 | GChemPaint ত অকা 2D গঠন 3D গঠন হিচাবে Jmol অ্যাপ্লিকেশন ত দেখা যায়. |
04: 06 | 3Dত গঠন দেখিবলৈ, 'GChemPaint' ফাইল .mol ফৰ্মেটত সংৰক্ষণ হব লাগিব. |
04: 21 | Jmol অ্যাপ্লিকেশন ৰ' এটা সংক্ষিপ্ত পৰিচয়. |
04: 25 | এইটো মুত্ত আৰু ওপেন সোর্স 'Molecular Viewer (আনবিক ভিউয়াৰ)' হয়. |
04: 29 | ই ৰাসায়নিক গঠনৰ ৩ মাত্রিক মডেল তৈয়াৰ কৰিবলৈ আৰু চাবলৈ ব্যবহৃত হয়. |
04: 34 | 'proteins' আৰু macromolecules এৰ দ্বিতীয়( secondary) গঠন দেখিবলৈ ব্যবহৃত হয়. |
04: 40 | অধিক বিবৰণৰ বাবে, আমাৰ ওয়েবসাইটত থকা ' Jmol অ্যাপ্লিকেশন সিৰিজ চাওক. |
04: 47 | 'GChemPaint' সিৰিজত, আমি কিছো উত্তেজনাপূর্ণ বৈশিষ্ট্য শিকিম, যেনে - |
04: 52 | Templates আৰু Residuesৰ ব্যবহাৰ. |
04: 56 | অণু আৰু বন্ড বনোৱা. |
05: 01 | Aromatic Molecular structures |
05: 06 | Orbital overlap |
05: 10 | Resonance Structures |
05: 14 | '3D"" গঠন চাওক |
05: 18 | ' Periodic Tableৰ প্রবণতা চাওক . |
05: 23 | আমি সংক্ষেপ কৰো. |
05: 25 | আমি এই টিউটোৰিয়েলত শিকিম, |
05: 27 | সকলো উপযোগ ফাইলবোৰৰ সৈতে 'GChemPaint' ইনস্টল কৰা. |
05: 32 | 'GChemPaint' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ 'মেনুবাৰ চাওক. |
05: 36 | 'GChemPaint' ইউজাৰ ম্যানুয়ালৰ ব্যবহাৰ |
05: 39 | 'GChemPaint' ইউটিলিটি সফটওয়্যাৰৰ ব্যবহাৰ |
05: 43 | আৰু 'GChemPaint' আৰু 'Jmol অ্যাপ্লিকেশন' ৰ সম্পর্কৰ বিষয়ে. |
05: 48 | আমি 'GChemPaint' 'ত আকিব পৰা বিভিন্ন গঠনবোৰো চাম. |
05: 54 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial. স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
05: 59 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
06: 03 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
06: 07 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
06: 10 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
06: 16 | স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
06: 20 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
06: 26 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
06: 31 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |