GChemPaint/C2/Formation-of-Bonds/Assamese

From Script | Spoken-Tutorial
Revision as of 16:16, 7 November 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00: 00 নমস্কাৰ দৰ্শক সকল
00: 02 GChemPaintত Formation of bondsৰ টিউটোৰীয়েললৈ স্বাগতম
00: 07 এই টিউটোৰীয়েলত, আমি শিকিম,
00: 10 * উপস্থিত বন্ডলৈ বন্ড যোগ কৰা
00: 13 * বন্ড ওৰিয়েন্ট কৰা
00: 15 * Stereochemical বন্ড যুক্ত কৰা আৰু
00: 18 * Inverse wedge hashes যুক্ত কৰা
00: 21 ইয়াতে আমি 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো.
00: 27 'GChemPaint' সংস্কৰণ 0.12.10
00: 33 এই টিউটোৰীয়েলটো অনুসৰণ কৰিবলৈ আপোনি
00: 37 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব
00: 40 যদি নহয়, প্রাসঙ্গিক টিউটোৰীয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দৰ্শন কৰক.
00: 46 আমি Ethane গঠনৰ সৈতে এটা নতুন 'GChemPaint' আবেদন খোলিছো
00: 51 আমি Saturated Hydrocarbonsৰ পৰা Unsaturated Hydrocarbons লৈ ৰুপান্তৰ কৰা শিকো আহক.
00: 58 আমি Ethane' ৰ গঠন কপি কৰো আৰু Display areaত ' ইয়াক দুইবাৰ পেস্ট কৰো.
01: 05 Select one or more objects টুলত ক্লিক কৰক
01: 08 ইয়াক নির্বাচন কৰিবলৈ' 'Ethaneৰ গঠনত ক্লিক কৰক.
01: 11 গঠনটো কপি কৰিবলৈ CTRL +C ' প্ৰেচ কৰক
01: 14 ' গঠনটো পেস্ট কৰিবলৈ CTRL + V প্ৰেচ কৰক
01: 19 মন কৰক যে দুইটা গঠনে ইটো সিটোক ওভাৰল্যাপ কৰে.
01: 23 এতিয়া দ্বিতীয় ওভাৰল্যাপিং গঠনটো অলপমান অতুৰুৱাই দিয়ো.
01: 27 গঠনটোত কার্সাৰটি ৰাখক আৰু ইয়াক মাউসটোৰে টানি আনক
01: 33 গঠনটোত কার্বন পৰমাণুৰ মাজত একক বন্ড লক্ষ্য কৰক.
01: 40 প্ৰথমে একক বন্ডৰ পৰা ডবল বন্ডলৈ ৰুপান্তৰ কৰা যাওক .
01: 44 Add a bond or change the multiplicity of an existing one টুলত ক্লিক কৰক .
01: 51 দ্বিতীয় Ethane গঠনৰ উপস্থিত বন্ডত ক্লিক কৰক.
01: 55 লক্ষ্য কৰক যে এটা একক বন্ড এটা ডবল বন্ডলৈ ৰুপান্তৰিত হয়.
02: 00 Hydrogen পৰমাণু সংখ্যা 6 ৰ পৰা 4 লৈকে পৰিণত হৈছে
02: 06 নতুন গঠনটো হৈছে 'Ethene'.
02: 09 ইয়াৰ পিছত চিংগল (একক) বন্ডক ত্ৰিপল বন্ডলৈ ৰুপান্তৰ কৰা যাওক.
02: 14 তৃতীয় ' Ethane গঠনত উপস্হিত থকা বন্ডত দুইবাৰ ক্লিক কৰক.
02: 20 লক্ষ্য কৰক যে Single বন্ড triple বন্ডলৈ ৰুপান্তৰিত হয়.
02: 25 6 ৰ পৰা 2 লৈ হাইড্রোজেন পৰমাণুৰ সংখ্যা কমে.
02: 30 নতুন গঠনটো হৈছে 'Ethyne'".
02: 34 আমি গঠনৰ নাম লিখো.
02: 37 "'Add or modify a text" টুলত ক্লিক কৰক
02: 41 গঠনৰ তলত ক্লিক কৰক.
02: 43 Ethane, Ethene আৰু Ethyne নামৰ হিসাবে গঠনৰ নাম লিখক.
02: 53 পিছত, Tetrahedral geometry বিষয়ে শিকো.
02: 57 গঠনটোক এফালে আনো.
03: 00 সকলো অবজেক্টক নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক.
03: 03 Select one or more objects টুলত ক্লিক কৰক আৰু গঠনটো টানি আনক.
03: 10 ইয়াতে Tetrahedral Methane গঠনৰ বাবে এটা স্লাইড আছে.
03: 14 সমস্ত বন্ডৰ দৈৰ্ঘয 1.09 'Angstrom' ৰ সমান হয়.
03: 19 Tetrahedral methaneৰ গঠনত, সকলো বন্ড এন্গোল '109.5 ডিগ্রীৰ সমান হয় .
03: 31 এতিয়া Tetrahedral Ethaneৰ গঠন আকো.
03: 35 '" Add a bond or change the multiplicity of existing one" টুলত ক্লিক কৰক.
03: 41 Display areaত ক্লিক কৰক.
03: 43 বন্ডক অনুভূমিক দিশলৈ লৈ যাওক.
03: 47 প্রতিটোৰ বন্ডৰ প্রান্তত আমি তিনটা বন্ড আঁকো.
03: 51 Tetrahedral geometry গঠন কৰিবলৈ বন্ডক সেই ধৰনে দিশ দিয়ক.
03: 55 প্রতিটোৰ প্রান্তত ক্লিক কৰক. তাৰপিছত তিনটা বন্ডক বিভিন্ন দিশলৈ যাবলৈ নির্দেশ দিয়ক.
04: 02 অনুৰুপভাবে আমি অন্যান্য প্রান্তত আঁকো.
04: 07 আমি শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিও.
04: 10 শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিবলৈ ডাঙৰ আখৰ H প্রেস কৰক.
04: 16 এটা সাবমেনু খোলে যত আমি H নির্বাচন কৰিম.
04: 21 লক্ষ্য কৰক যে 'hydrogen' পৰমাণু টুল বক্সত প্রদর্শিত হয়.
04: 26 Add or modify an atom টুলত ক্লিক কৰক.
04: 29 hydrogen পৰমাণু যোগ কৰাৰ বাবে সকলো অবস্থানত ক্লিক কৰক.
04: 37 এতিয়া Ethane গঠনলৈ আমি Stereochemical বন্ড যোগ কৰো.
04: 42 টুল বক্সত উপলব্ধ Stereochemical বন্ডবোৰ হল,
04: 46 * Add a wedge bond,
04: 48 * ' Add a hash bond,
04: 50 * Add a squiggle bond
04: 53 * আৰু Add a fore bond.
04: 55 Ethaneক Stereochemical" গঠনলৈ ৰুপান্তৰ 'কৰিবলৈ Add a wedge bond ব্যবহাৰ কৰো.
05: 03 Add a wedge bondত ক্লিক কৰক .
05: 05 তাৰপিছত সকলো বন্ডত ক্লিক কৰক.
05: 10 পৰিবর্তনবোৰ লক্ষ্য কৰক.
05: 13 " ' Add a hash bond"ত ক্লিক কৰক
05: 15 আৰু তাৰপিছত Display areaত ক্লিক কৰক.
05: 19 এতিয়া আমি ' Invert wedge hashes ৰ সম্পর্কে ব্যাখ্যা কৰিম.
05: 25 Edit মেনু লৈ যাওক, Preferences লৈ যাওক আৰু ইয়াত ক্লিক কৰক.
05: 31 GChemPaint Preferences উইন্ডো প্রর্দশিত হয়.
05: 34 Invert wedge hashes ছেক বক্চত ক্লিক কৰক
05: 38 যদি সেট হৈ গল, তেনেহলে সেই wedge hashes বন্ডে স্বাভাবিক সম্মেলন (convention) অনুসৰণ কৰিব.
05: 43 বন্দৰ আৰম্ভনিতো সৰু হয় আৰু বন্দৰ শেষৰ ফালে ডাঙৰ হয়.
05: 50 এইটোৱে সঠিকভাবে বন্ডক কাল্পনিক কৰাত সাহায্য করে.
05: 55 GChemPaintত ডিফল্ট দৃষ্টিকোণ নিয়ম টো বিপৰীত হয়, কাৰণ ই দৃশ্যানুযায়ী নিয়মৰ সৈতে আৰু বেছি সংগতিপূর্ণ হয়.
06: 05 'Hash ' বন্ডত হোৱা পৰিবর্তনটো লক্ষ্য কৰক.
06: 09 আমি ৱিন্দোখন বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰো.
06: 13 বন্দবোৰক Ethane গঠনত থকা Add a hash bond লৈ পৰিবর্তন কৰো.
06: 18 Add a hash bondত 'ক্লিক কৰক'.
06: 21 সকলো বন্ডত ক্লিক কৰক.
06: 27 আমি এতিয়া ফাইলটো সেভ কৰো.
06: 30 টুলবাৰত থকা Save the current file আইকনত ক্লিক কৰক.
06: 34 'Save as ডায়লগ বক্স খোলে.
06: 37 Formation of bond" বোলি ফাইলৰ নাম লিখক
06: 41 Save বাটনত ক্লিক কৰক.
06: 44 সংক্ষেপ কৰা যাওক.
06: 46 আমি এই টিউটোৰিয়েলত শিকিলো,
06: 49 * উপস্হিত থকা বন্ডলৈ বন্ড যোগ কৰা
06: 52 * বন্ডক ওৰিয়েন্ট কৰা
06: 54 * Stereochemical বন্ড যোগ কৰা
06: 56 * আৰু Inverse wedge hashes যোগ কৰা
07: 00 এটা নিয়োগ হিসাবে,
07: 01 * Propaneক Propyneলৈ ৰুপান্তৰ কৰা
07: 04 * Propane আৰু butaneৰ গঠন আকক
07: 07 * stereochemical bonds দেখোৱাওক
07: 11 আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত.
07: 16 তলৰ সংযোগত থকা ভিদিয়'তো চাওক.
07: 19 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07: 23 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
07: 28 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
07: 33 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07: 36 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
07: 42 স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07: 47 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07: 54 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08: 00 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো .
08: 02 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya