GChemPaint/C2/Formation-of-Bonds/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00:00 | নমস্কাৰ দৰ্শক সকল |
| 00:02 | GChemPaintত Formation of bondsৰ টিউটোৰীয়েললৈ স্বাগতম |
| 00:07 | এই টিউটোৰীয়েলত, আমি শিকিম, |
| 00:10 | উপস্থিত বন্ডলৈ বন্ড যোগ কৰা |
| 00:13 | বন্ড ওৰিয়েন্ট কৰা |
| 00:15 | Stereochemical বন্ড যুক্ত কৰা আৰু |
| 00:18 | Inverse wedge hashes যুক্ত কৰা |
| 00:21 | ইয়াতে আমি 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো. |
| 00:27 | 'GChemPaint' সংস্কৰণ 0.12.10 |
| 00:33 | এই টিউটোৰীয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
| 00:37 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব |
| 00:40 | যদি নহয়, প্রাসঙ্গিক টিউটোৰীয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দৰ্শন কৰক. |
| 00:46 | আমি Ethane গঠনৰ সৈতে এটা নতুন 'GChemPaint' আবেদন খোলিছো |
| 00:51 | আমি Saturated Hydrocarbonsৰ পৰা Unsaturated Hydrocarbons লৈ ৰুপান্তৰ কৰা শিকো আহক. |
| 00:58 | আমি Ethane' ৰ গঠন কপি কৰো আৰু Display areaত ' ইয়াক দুইবাৰ পেস্ট কৰো. |
| 01:05 | Select one or more objects টুলত ক্লিক কৰক |
| 01:08 | ইয়াক নির্বাচন কৰিবলৈ' 'Ethaneৰ গঠনত ক্লিক কৰক. |
| 01:11 | গঠনটো কপি কৰিবলৈ CTRL +C ' প্ৰেচ কৰক |
| 01:14 | ' গঠনটো পেস্ট কৰিবলৈ CTRL + V প্ৰেচ কৰক |
| 01:19 | মন কৰক যে দুইটা গঠনে ইটো সিটোক ওভাৰল্যাপ কৰে. |
| 01:23 | এতিয়া দ্বিতীয় ওভাৰল্যাপিং গঠনটো অলপমান অতুৰুৱাই দিয়ো. |
| 01:27 | গঠনটোত কার্সাৰটি ৰাখক আৰু ইয়াক মাউসটোৰে টানি আনক |
| 01:33 | গঠনটোত কার্বন পৰমাণুৰ মাজত একক বন্ড লক্ষ্য কৰক. |
| 01:40 | প্ৰথমে একক বন্ডৰ পৰা ডবল বন্ডলৈ ৰুপান্তৰ কৰা যাওক . |
| 01:44 | Add a bond or change the multiplicity of an existing one টুলত ক্লিক কৰক . |
| 01:51 | দ্বিতীয় Ethane গঠনৰ উপস্থিত বন্ডত ক্লিক কৰক. |
| 01:55 | লক্ষ্য কৰক যে এটা একক বন্ড এটা ডবল বন্ডলৈ ৰুপান্তৰিত হয়. |
| 02:00 | Hydrogen পৰমাণু সংখ্যা 6 ৰ পৰা 4 লৈকে পৰিণত হৈছে |
| 02:06 | নতুন গঠনটো হৈছে 'Ethene'. |
| 02:09 | ইয়াৰ পিছত চিংগল (একক) বন্ডক ত্ৰিপল বন্ডলৈ ৰুপান্তৰ কৰা যাওক. |
| 02:14 | তৃতীয় ' Ethane গঠনত উপস্হিত থকা বন্ডত দুইবাৰ ক্লিক কৰক. |
| 02:20 | লক্ষ্য কৰক যে Single বন্ড triple বন্ডলৈ ৰুপান্তৰিত হয়. |
| 02:25 | 6 ৰ পৰা 2 লৈ হাইড্রোজেন পৰমাণুৰ সংখ্যা কমে. |
| 02:30 | নতুন গঠনটো হৈছে 'Ethyne'". |
| 02:34 | আমি গঠনৰ নাম লিখো. |
| 02:37 | "'Add or modify a text" টুলত ক্লিক কৰক |
| 02:41 | গঠনৰ তলত ক্লিক কৰক. |
| 02:43 | Ethane, Ethene আৰু Ethyne নামৰ হিসাবে গঠনৰ নাম লিখক. |
| 02:53 | পিছত, Tetrahedral geometry বিষয়ে শিকো. |
| 02:57 | গঠনটোক এফালে আনো. |
| 03:00 | সকলো অবজেক্টক নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক. |
| 03:03 | Select one or more objects টুলত ক্লিক কৰক আৰু গঠনটো টানি আনক. |
| 03:10 | ইয়াতে Tetrahedral Methane গঠনৰ বাবে এটা স্লাইড আছে. |
| 03:14 | সমস্ত বন্ডৰ দৈৰ্ঘয 1.09 'Angstrom' ৰ সমান হয়. |
| 03:19 | Tetrahedral methaneৰ গঠনত, সকলো বন্ড এন্গোল '109.5 ডিগ্রীৰ সমান হয় . |
| 03:31 | এতিয়া Tetrahedral Ethaneৰ গঠন আকো. |
| 03:35 | '" Add a bond or change the multiplicity of existing one" টুলত ক্লিক কৰক. |
| 03: 41 | Display areaত ক্লিক কৰক. |
| 03:43 | বন্ডক অনুভূমিক দিশলৈ লৈ যাওক. |
| 03:47 | প্রতিটোৰ বন্ডৰ প্রান্তত আমি তিনটা বন্ড আঁকো. |
| 03:51 | Tetrahedral geometry গঠন কৰিবলৈ বন্ডক সেই ধৰনে দিশ দিয়ক. |
| 03:55 | প্রতিটোৰ প্রান্তত ক্লিক কৰক. তাৰপিছত তিনটা বন্ডক বিভিন্ন দিশলৈ যাবলৈ নির্দেশ দিয়ক. |
| 04:02 | অনুৰুপভাবে আমি অন্যান্য প্রান্তত আঁকো. |
| 04:07 | আমি শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিও. |
| 04:10 | শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিবলৈ ডাঙৰ আখৰ H প্রেস কৰক. |
| 04:16 | এটা সাবমেনু খোলে যত আমি H নির্বাচন কৰিম. |
| 04:21 | লক্ষ্য কৰক যে 'hydrogen' পৰমাণু টুল বক্সত প্রদর্শিত হয়. |
| 04:26 | Add or modify an atom টুলত ক্লিক কৰক. |
| 04:29 | hydrogen পৰমাণু যোগ কৰাৰ বাবে সকলো অবস্থানত ক্লিক কৰক. |
| 04:37 | এতিয়া Ethane গঠনলৈ আমি Stereochemical বন্ড যোগ কৰো. |
| 04:42 | টুল বক্সত উপলব্ধ Stereochemical বন্ডবোৰ হল, |
| 04:46 | Add a wedge bond, |
| 04:48 | ' Add a hash bond, |
| 04:50 | Add a squiggle bond |
| 04:53 | আৰু Add a fore bond. |
| 04:55 | Ethaneক Stereochemical" গঠনলৈ ৰুপান্তৰ 'কৰিবলৈ Add a wedge bond ব্যবহাৰ কৰো. |
| 05:03 | Add a wedge bondত ক্লিক কৰক . |
| 05:05 | তাৰপিছত সকলো বন্ডত ক্লিক কৰক. |
| 05:10 | পৰিবর্তনবোৰ লক্ষ্য কৰক. |
| 05:13 | " ' Add a hash bond"ত ক্লিক কৰক |
| 05:15 | আৰু তাৰপিছত Display areaত ক্লিক কৰক. |
| 05:19 | এতিয়া আমি ' Invert wedge hashes ৰ সম্পর্কে ব্যাখ্যা কৰিম. |
| 05:25 | Edit মেনু লৈ যাওক, Preferences লৈ যাওক আৰু ইয়াত ক্লিক কৰক. |
| 05:31 | GChemPaint Preferences উইন্ডো প্রর্দশিত হয়. |
| 05:34 | Invert wedge hashes ছেক বক্চত ক্লিক কৰক |
| 05:38 | যদি সেট হৈ গল, তেনেহলে সেই wedge hashes বন্ডে স্বাভাবিক সম্মেলন (convention) অনুসৰণ কৰিব. |
| 05:43 | বন্দৰ আৰম্ভনিতো সৰু হয় আৰু বন্দৰ শেষৰ ফালে ডাঙৰ হয়. |
| 05:50 | এইটোৱে সঠিকভাবে বন্ডক কাল্পনিক কৰাত সাহায্য করে. |
| 05:55 | GChemPaintত ডিফল্ট দৃষ্টিকোণ নিয়ম টো বিপৰীত হয়, কাৰণ ই দৃশ্যানুযায়ী নিয়মৰ সৈতে আৰু বেছি সংগতিপূর্ণ হয়. |
| 06:05 | 'Hash ' বন্ডত হোৱা পৰিবর্তনটো লক্ষ্য কৰক. |
| 06:09 | আমি ৱিন্দোখন বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰো. |
| 06:13 | বন্দবোৰক Ethane গঠনত থকা Add a hash bond লৈ পৰিবর্তন কৰো. |
| 06:18 | Add a hash bondত 'ক্লিক কৰক'. |
| 06:21 | সকলো বন্ডত ক্লিক কৰক. |
| 06:27 | আমি এতিয়া ফাইলটো সেভ কৰো. |
| 06:30 | টুলবাৰত থকা Save the current file আইকনত ক্লিক কৰক. |
| 06:34 | 'Save as ডায়লগ বক্স খোলে. |
| 06:37 | Formation of bond" বোলি ফাইলৰ নাম লিখক |
| 06:41 | Save বাটনত ক্লিক কৰক. |
| 06:44 | সংক্ষেপ কৰা যাওক. |
| 06:46 | আমি এই টিউটোৰিয়েলত শিকিলো, |
| 06:49 | উপস্হিত থকা বন্ডলৈ বন্ড যোগ কৰা |
| 06:52 | বন্ডক ওৰিয়েন্ট কৰা |
| 06:54 | Stereochemical বন্ড যোগ কৰা |
| 06:56 | আৰু Inverse wedge hashes যোগ কৰা |
| 07:00 | এটা নিয়োগ হিসাবে, Propaneক Propyneলৈ ৰুপান্তৰ কৰা |
| 07:04 | Propane আৰু butaneৰ গঠন আকক |
| 07:07 | stereochemical bonds দেখোৱাওক |
| 07:11 | আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত. |
| 07:16 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক. |
| 07:19 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 07:23 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 07:28 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 07:33 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 07:36 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
| 07:42 | স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 07:47 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 07:54 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 08:00 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো . |
| 08:02 | যোগদানৰ বাবে ধন্যবাদ। |