Advanced-Cpp/C2/Inheritance/Assamese
From Script | Spoken-Tutorial
Time | Narration | - | 00:01 | C++ ত Inheritance উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম | - | 00:06 | এই টিউটোৰিয়েলত আমি শিকিম, | - | 00:09 | 'Inheritance | - | 00:10 | inheritance প্রকাৰ | - | 00:12 | আমি উদাহৰণ সাহায্যে এই কামটো কৰিম. | - | 00:16 | এই টিউটোৰিয়াল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো | - | 00:19 | 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10 ' | - | 00:24 | 'g++ compiler সংস্কৰণ 4.6.1 | - | 00:28 | আমি inheritanceৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো | - | 00:32 | যেতিয়া এটা অবজেক্টয়ে অন্যৰ সম্পত্তি ( property) অর্জন কৰে এইটোক inheritance বোলা হয় | - | 00:38 | এইটো সিহতক পৰিবর্তন নকৰাকে উপস্থিত থকা বর্গক পুনঃব্যবহাৰ কৰা এটা প্রক্রিয়া হয়. | - | 00:44 | inheritance প্রকাৰ | - | 00:45 | Single level inheritance | - | 00:48 | Multiple level inheritance | - | 00:50 | ' Hierarchical Inheritance | - | 00:52 | Multilevel inheritance | - | 00:55 | Hybrid Inheritance | - | 00: 57 | প্রথমে আমি বেস ক্লাছ আৰু দিৰাইভ্দ ক্লাছৰ সম্পর্কে চাও. | - | 01:02 | বেস ক্লাছৰ নিজস্ব বৈশিষ্ট্য আৰু কার্যকাৰিতা আছে. | - | 01:06 | ইয়াক পেৰেন্ট ক্লাছ হিচাবেও কোৱা হয়. | - | 01:09 | ইয়াৰ উচৰত সকলো অবজেক্টয়ে আহৰন কৰিব পৰা সাধাৰণ গুণাবোৰ আছে. | - | 01:14 | দিৰাইভ্দ ক্লাছেই ছাইল্দ ক্লাচ হয়. | - | 01:18 | দিৰাইভ্দ ক্লাছে বেস বর্গৰ বৈশিষ্ট্য আৰু কার্যকাৰিতা আহৰণ কৰে. | - | 01:23 | আমি চাও একক স্তৰৰ inheritance কি হয় . | - | 01:27 | একক স্তৰৰ inheritanceত মাত্র এটা বেস বর্গ আৰু এটা দিৰাইভ্দ বর্গ প্রয়োজন হয়. | - | 01:34 | Multiple ( একাধিক) inheritance | - | 01:37 | একাধিক inheritanceত দিৰাইভ্দ ক্লাসে বেস বর্গৰ পৰা একাধিক আহৰণ কৰে. | - | 01: 44 | Hierarchical Inheritance | - | 01: 47 | Hierarchical Inheritance ত একাধিক দিৰাইভ্দ ক্লাসে এটা বেস বর্গৰ পৰা আহৰণ কৰে. | - | 01:55 | Multilevel inheritance | - | 01:57 | Multilevel inheritanceত উপশ্রেণীয়ে অন্যান্য শ্রেণীৰ বাবে বেস বর্গ হিসাবে কাম কৰে. | - | 02:05 | আৰু Hybrid inheritance | - | 02:08 | Hybrid inheritance ত একাধিক inheritanceৰ প্রকাৰ মিলিত হয় | - | 02:14 | এতিয়া আমি একক স্তৰৰ inheritanceৰ এটা উদাহৰণ চাও. | - | 02:18 | আমি ইতিমধেয় সম্পাদকত কোডটো টাইপ কৰিছো. | - | 02:21 | আমি এইটোক ব্যাখ্যা কৰিম. | - | 02:23 | আমাৰ ফাইলৰ নাম exam_inherit.cpp ' হয়
|
- | 02:28 | উদাহৰণটোৱে ছাত্রৰ name, roll no আৰু marks প্রদর্শন কৰাত জড়িত থাকে. | - | 02:35 | এইটো আমাৰ হেডাৰ ফাইল Iostream ' | - | 02:38 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. | - | 02:42 | ইয়াত আমাৰ উচৰত 'student" বর্গ আছে | - | 02:44 | তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল roll_no and character array name আছে | - | 02:53 | ফাংশন 'input ' আৰু ফাংশন 'display ' ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় . | - | 02:59 | ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি 'input' ফাংশন ব্যবহাৰ কৰিম.
|
- | 03:06 | তাৰপিছত অামাৰ উচৰত roll_no আৰু নাম প্রদর্শন কৰিবলৈ display ফাংশন আছে. | - | 03:11 | ইয়াতে আমাৰ উচৰত অন্য ক্লাছ 'exam_inherit.'আছে | - | 03:16 | এইটো দিৰাইভ্দ ক্ললাছ হয়. | - | 03:18 | ই ফাংশন আৰু class studentৰ তথ্য আহৰণ কৰে. | - | 03:23 | তাৰপিছত আমি 'sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো | - | 03:28 | private ভেৰিয়েবল হিসেবে ' class exam_inherit. | - | 03:33 | ইয়াতে আমাৰ উচৰত public functions হিচাবে input_exam আৰু display_exam আছে. | - | 03:41 | ইয়াত আমি 'exam_inherit" ক্লাছ বন্ধ কৰিম | - | 03:44 | এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ' input_exam 'ফাংশন ব্যবহাৰ কৰিছো.
|
- | 03:52 | ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ display_exam ফাংশন ব্যবহাৰ কৰিছো. | - | 03:59 | তাৰপিছত আমি এটা মোট প্রিন্ট কৰিছো. | - | 04:01 | এইটো আমাৰ 'main function হয়. | - | 04:03 | ইয়াতে আমি ex হিচাবে exam_inherit ক্লাছৰ এটা অবজেক্ট তৈয়াৰ কৰিছো | - | 04:10 | তাৰপিছত আমি ex অবজেক্টটো ব্যবহাৰ কৰি ফাংশন কল (call) কৰিছো | - | 04:15 | আৰু এইটো আমাৰ return statement হয় | - | 04:18 | আমি প্রোগ্রামটো সম্পাদন কৰো | - | 04:20 | আপোনাৰ কীবোর্ডত থকা Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল উইন্ডো খুলক. | - | 04:30 | কম্পাইল কৰাৰ বাবে টাইপ কৰক | - | 04:31 | g++ (space)exam_inherit.cpp (space)-o (space) exam | - | 04:41 | Enter টিপক. | - | 04:42 | লিখক | - | 04:43 | ./exam ' Enter টিপক. | - | 04:46 | ইয়াত এনেধৰনে প্রদর্শন কৰা হয়, | - | 04:47 | Enter Roll no.: | - | 04:49 | আমি 1 হিসাবে দিও | - | 04:51 | Enter Name: | - | 04:52 | আমি Arya হিসাবে দিও | - | 04:55 | Enter marks of subject1 | - | 04:57 | আমি 60 হিসাবে দিও | - | 05:00 | 'subject 2ত 70 হিচাবে দিও | - | 05:02 | আৰু' subject ত 80 হিচাবে দিও | - | 05:06 | আউটপুট এনেধৰনে প্ৰদর্শন কৰা হয় | - | 05:08 | Roll no is: 1 | - | 05:09 | Name is: Arya আৰু | - | 05:11 | Total is: 210 | - | 05:13 | এতিয়া আমি একেই উদাহৰণত বহুস্তৰীয় inheritance দেখা পাম | - | 05:18 | আমি ইতিমধেয় কোডটো টাইপ কৰিছো. | - | 05:20 | আমি আমাৰ সম্পাদকৰলৈ উভতি যাও. | - | 05:22 | আমাৰ ফাইলৰ নাম multilevel.cpp হয় | - | 05:28 | ইয়াত আমি variable total দিক্লেয়াৰ কৰিছো. | - | 05:32 | class exam_inheritৰ public variable হিচাবে. | - | 05:38 | ইয়াৰ কাৰণ হল যে private সদস্যবোৰ দিৰাইভ্দ ক্লাছৰ দ্বাৰা উপলব্ধ কৰা নহয় | - | 05:44 | ইয়াতে আমাৰ উচৰত অন্য ক্লাছ grade আছে. | - | 05:49 | ই ক্লাছ exam_inherit আহৰণ কৰে | - | 05:53 | ক্লাছ grade দিৰাইভ্দ ক্লাছ হয় | - | 05:56 | আৰু ক্লাছ gradeৰ বাবে ক্লাছ exam_inherit' 'বেস ক্লাছ হয় | - | 06:02 | ক্লাস 'exam_inheritৰ 'সমস্ত ফাংছন আৰু' তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়. | - | 06:11 | ইয়াতে ক্লাছ gradeৰ private সদস্য হিচাবে avg দিক্লেয়াৰ কৰিছো | - | 06:17 | আৰু public হিচাবে ফাংশন average হয় | - | 06:21 | তাৰপিছত আমি ক্লাছ টো বন্ধ কৰিম. | - | 06:23 | ইয়াতে আমি গড় নিৰুপণ কৰিবলৈ average ফাংছন বয়ৱহাৰ কৰিছো | - | 06:27 | তাৰিছত আমি average প্রিন্ট কৰো | - | 06:30 | আমি main ফাংশনৰ ভিতৰত, gd হিচাবে ক্লাছ gradeৰ এটা অবজেক্ট তৈয়াৰ কৰো | - | 06:36 | তাৰপিছত আমি 'gd' অবজেক্ট ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো | - | 06:40 | 'gd.input ()' | - | 06:42 | 'input_exam' | - | 06:44 | 'display ' | - | 06:45 | 'display_exam | - | 06:46 | আৰু average function. | - | 06:49 | আৰু এইটো আমাৰ 'return স্তেটমেন্ট হয়. | - | 06:52 | এতিয়া আপোনি দেখিব যে ক্লাছ grade, derived ক্লাছ হয় | - | 06:56 | আৰু ক্লাছ grade ৰ বাবে 'exam_inherit' 'বেস ক্লাছ হয় | - | 07:01 | আৰু ইয়াত ক্লাছ 'exam_inherit' derived ক্লাছ হয় | - | 07:06 | আৰু ক্লাছ 'exam_inherit' 'ৰ বাবে ক্লাছ student 'বেস ক্লাছ হয় | - | 07:12 | আমি প্রোগ্রামটো সম্পাদনা কৰো. | - | 07:14 | আমি টার্মিনাললৈ আহো. | - | 07:17 | কম্পাইল কৰাৰ বাবে টাইপ কৰক | - | 07:18 | g++ (space) multilevel.cpp (space) -o (space) mul | - | 07:26 | Enter টিপক | - | 07:27 | ./mul লিখক | - | 07:30 | Enter টিপক | - | 07:32 | ইয়াতে আমি চাও,' 'Enter Roll no.: | - | 07:34 | আমি 2 হিচাবে লিখো | - | 07:36 | Enter Name: | - | 07:38 | আমি Pratham
হিচাবে লিখো |
- | 07:41 | Enter marks of subject1 | - | 07:43 | আমি '65' হিচাবে লিখো | - | 07:46 | 67 হিচাবে subject2 | - | 07:48 | '82 হিসাবে subject3' | - | 07:52 | আউটপুট এনেধৰনে প্রদর্শন কৰা হয়: | - | 07:54 | Roll no is: 2 | - | 07:56 | Name is: Pratham | - | 07:57 | Total is: 214 আৰু | - | 07:59 | Average is: 71 | - | 08:01 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো | - | 08:05 | আমি স্লাইডবোৰলৈ যাও. | - | 08:07 | আমি সংক্ষেপ কৰো | - | 08:08 | এই টিউটোৰিয়েলত, আমি শিকিছো, | - | 08:10 | Inheritance আৰু | - | 08:11 | Inheritanceৰ প্রকাৰ | - | 08:14 | এটা নিয়োগ হিসাবে | - | 08:15 | এটা ক্লাছ Shape তৈয়াৰ কৰিবলৈ এটা প্রোগ্রাম লিখক. | - | 08:18 | তাৰপিছত Area আৰু Perimeter হিচাবে থকা ক্লাছৰ দুটা ফাংশন তৈয়াৰ কৰক. | - | 08:23 | তাৰপিছত বিভিন্ন আকাৰ যেনে বর্গক্ষেত্র, আয়তক্ষেত্র আৰু বৃত্ত ৰ এলাকা আৰু বর্গক্ষেত্র উলিয়াওক. | - | 08:31 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | - | 08:34 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | - | 08:37 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | - | 08:42 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | - | 08:44 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | - | 08:47 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | - | 08:51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি | - | 08:53 | contact@spoken-tutorial.org এই ঠিকনাত লিখক। | - | 08:58 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | - | 09:02 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | - | 09:09 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | - | 09:13 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |