Advanced-Cpp/C2/More-On-Inheritance/Assamese
From Script | Spoken-Tutorial
Time | Narration | - | 00:01 | C++ত Multiple আৰু Hierarchical Inheritance স্পকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম. | - | 00:07 | এই টিউটোৰিয়েলত আমি শিকিম, | - | 00:09 | 'Multiple Inheritance. . | - | 00:11 | Hierarchical Inheritance. | - | 00:13 | আমি উদাহৰণ সাহায্যে এই কাম কৰিম. | - | 00:17 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো, | - | 00:20 | 'Ubuntu OS সিস্টেম' সংস্কৰণ 11.10 আৰু | - | 00:24 | g++ compiler ' সংস্কৰণ 4.6.1 | - | 00:29 | multiple inheritanceত derived class এ একাধিক base class আহৰণ কৰে. | - | 00: 36 | এতিয়া, আমি multiple inheritanceৰ 'এটা উদাহৰণ চাম.
|
- | 00:40 | আমি ইতিমধ্যে সম্পাদকত কোড টাইপ কৰিছো. | - | 00:42 | আমি এইটোক খুলিম. | - | 00:45 | আমাৰ ফাইলৰ নাম multiple.cpp হয় | - | 00:49 | এই প্রোগ্রামত আমি ছাত্রৰ name, roll no, marks আৰু average প্রদর্শন কৰিম | - | 00:56 | আমি কোডটো ব্যাখ্যা কৰো. | - | 00:59 | এইটো iostream ' হিসাবে আমাৰ হেদাৰ ফাইল হয়, | - | 01:01 | std namespace | - | 01: 05 | তাৰপিছত আমাৰ উচৰত class "student" আছে. | - | 01:07 | এইটো base class হয়. | - | 01:09 | ইয়াত integer variable হিসাবে roll_no আছে আৰু character variable হিসাবে name আছে. | - | 01:16 | ইয়াক protected হিসাবে ঘোষণা কৰা হয়. | - | 01:19 | তাৰপিছত আমাৰ উচৰত অন্য class "exam_inherit" আছে | - | 01:24 | এইটো এটা base class হয় . | - | 01:26 | সেয়ে ইয়াত আমাৰ উচৰত দুটা base class আছ - student আৰু exam_inherit. | - | 01:32 | ইয়াত আমাৰ উচৰত 3 ভেৰিয়েবল sub1, sub2, sub3, protected হিসাবে আছে . | - | 01:38 | ইয়াৰ কাৰন হল যে protected variables, derived classৰ দ্ৱাৰা উপলব্ধ হয়. | - | 01:44 | এতিয়া আমাৰ ইয়াত class "grade" আছে যিটো derived class হয় | - | 01:50 | ই base classes – class student"' আৰু class "exam_inherit" আহৰণ কৰে | - | 01:56 | ইয়াত আমাৰ উচৰত integer variable হিচাবে avg আছে যি private হিচাবে দিক্লেয়াৰ কৰা হয় . | - | 02:02 | তাৰপিছত আমাৰ উচৰত function আছে | - | 02:04 | input() | - | 02:05 | 'display() | - | 02:06 | 'average() | - | 02:07 | 'input_exam() | - | 02:08 | আৰু public functions হিসাবে display_exam() | - | 02:11 | ইয়ত আমাৰ উচৰত integer variable হিসাবে "total" আছা যি public হিচাবে দিক্লেয়াৰ কৰা হয়. | - | 02:17 | তাৰপিছত আমি ছাত্রৰ roll_no 'আৰু name 'গ্রহণ কৰিবলৈ input function ব্যবহাৰ কৰো | - | 02:24 | display functionত আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰো | - | 02:28 | ইয়াত আমাৰ উচৰত function input_exam আছে | - | 02:31 | ইয়াত আমি তিনটা বিষয় হিসাবে 'sub1, sub2 আৰু sub3ৰ চিহ্ন (marks) গ্রহণ কৰিছো. ** | - | 02:37 | তাৰপিছত 'display_exam ফাংশনত' , আমি তিনটা বিষয়ৰ মোঠ নিৰুপণ কৰো. আৰু মোঠ প্রিন্ট কৰক. | - | 02:44 | আৰু 'function average' 'ত' আমি গড় গণনা কৰো. | - | 02: 48 | এইটো আমাৰ main function হয়. | - | 02:51 | ইয়াত আমি class gradeৰ object এটা তৈয়াৰ কৰো যি gd হিসাবে থকা derived class হয়. | - | 02:57 | তাৰপিছত আমি সর্বোপৰি functions কল কৰো | - | 03:01 | এইটো return statement. হয়. | - | 03:03 | এতিয়া আমি প্রোগ্রাম চালাও | - | 03:05 | আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T' কি একলগে টিপি টার্মিনেল উইন্ডো খুলক. | - | 03:14 | কম্পাইল কৰাৰ বাবে' লিখক 'g++ স্পেচ multiple dot cpp স্পেচ hyphen o স্পেচ mult. Enter টিপক | - | 03:24 | লিখক 'dot slash mult. Enter টিপক | - | 03:29 | ইয়াত আমি দেখু', Enter Roll no.: | - | 03:32 | আমি লিখিম 3 | - | 03:34 | Enter Name: | - | 03:36 | আমি Pratham' হিসাবে প্রবেশ কৰিম | - | 03:39 | Subject1ৰ চিহ্ন (marks) লিখক | - | 03:41 | আমি লিখিম '67' | - | 03:43 | subject2, 78 হিচাবে আৰু | - | 03:46 | subject3, 84 হিচাবে | - | 03: 48 | আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয় | - | 03:51 | Roll no is: 3 | - | 03:52 | Name is: Pratham | - | 03:53 | Total is: 229 | - | 03:55 | Average is: 76 | - | 03:58 | এইটো multiple inheritance আছিল | - | 04:00 | এতিয়া আমি hierarchical inheritance চাম | - | 04:03 | আমাৰ প্রোগ্রামেলৈ আহক. | - | 04:05 | hierarchical inheritanceত, multiple derived classes এ এটা base classৰ পৰা আহৰণ কৰে | - | 04:12 | মন কৰক যে আমাৰ ফাইলৰ নাম hierarchical dot cpp হয়. | - | 04:16 | আমি এতিয়া কোডটো ব্যাখ্যা কৰিম. | - | 04:19 | এইটো আমাৰ হেডাৰ ফাইল হিচাবে iostream হয় | - | 04:22 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো . | - | 04:25 | তাৰপিছত আমাৰ উচৰত class student আছে যি base class হয় | - | 04:29 | ইয়াত integer variable হিচাবে roll_no আছে. | - | 04:34 | integer variables হিসাবে Sub1, sub2, sub3 আৰু total হয়. | - | 04:40 | তাৰপিছত character variable হিসাবে name হয়. | - | 04:43 | এইবোৰ protected বোলি দিক্লেয়াৰ কৰা হয়. | - | 04:46 | ইয়াত আমাৰ উচৰত অন্য এটা class 'show' আছে | - | 04:49 | এইটো derived class হয় | - | 04:51 | ই class studentৰ বৈশিষ্ট্য আহৰণ কৰে. | - | 04:54 | ইয়াত আমাৰ উচৰত দুটা functions আছে : "input" আৰু "display". | - | 04:59 | এইবোৰ public functions হিসাবে দিক্লেয়াৰ কৰা হয় | - | 05: 02 | function inputত আমি ছাত্রৰ roll_no আৰু name গ্ৰহন কৰিছো | - | 05:07 | function displayত আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰিছো. | - | 05:11 | তাৰপিছত আমাৰ উচৰত class exam হিচাবে অন্য এটা derived class আছে . | - | 05:15 | এইটোৱে class student আহৰণ কৰে . | - | 05:19 | আপোনি দেখে যে তাত দুটা derived class আছে - class exam আৰু class show. | - | 05:26 | দুয়োটা 'ক্লাসে, class "student" আহৰন কৰিছে. | - | 05:30 | class examত আমাৰ উচৰত দুটা functions হিচাবে "input_exam" আছে আৰু public হিচাবে "total marks" দিক্লেয়াৰ কৰা হয়. | - | 05:38 | ইয়াত আমি function "input_exam"ৰ উপলব্ধ পাও | - | 05:41 | ই তিনটা বিষয়বোৰ sub1, sub2 আৰু sub3ৰ চিহ্ন (marks) গ্ৰহন কৰে | - | 05:46 | তাৰপিছত আমাৰ উচৰত "total_marks" function আছে. | - | 05:49 | এইটোৱা তিনটা বিষয়ৰ মোঠ হিসাব কৰে আৰু মোঠ প্রিন্ট কৰে. | - | 05:53 | এইটো আমাৰ main function হয় | - | 05:56 | ইয়াত আমি st, sw আৰু em হিসাবে তিনটা ক্লাসৰ বাবে 'বস্তু' নির্মাণ কৰো. | - | 06:03 | তাৰপিছত আমি এইবোৰ বস্তু ব্যবহাৰ কৰি সকলো 'functionsক কল কৰো.
sw.input(); em.input_exam(); sw.display(); em.total_marks(); |
- | 06:15 | আৰু এইটো আমাৰ return statement হয়. | - | 06:17 | এতিয়া আমি প্রোগ্রামটো চলাও. | - | 06:19 | terminal লৈ আহক. | - | 06:21 | আমি prompt টো পৰিষ্কাৰ কৰো. | - | 06:24 | আমি কম্পাইল কৰো, টাইপ কৰক g++স্পেচ hierarchical dot cpp স্পেচ hyphen o hier | - | 06:36 | Enter টিপক | - | 06:37 | লিখক ./hier | - | 06:41 | Enter টিপক | - | 06:43 | Enter Roll no.: | - | 06:44 | আমি 4 দিও | - | 06:46 | 'Enter Name: | - | 06:47 | আমি 'Ashwini হিসাবে দিও | - | 06:50 | Enter marks of subject1 | - | 06:52 | আমি '87' দিও | - | 06:54 | '67' হিসাবে 'subject2' আৰু 97 'হিসাবে' 'subject3' | - | 07:00 | আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় | - | 07:02 | Roll no is: 4 | - | 07:04 | Name is: Ashwini আৰু | - | 07:06 | Total is : 251 | - | 07:07 | এই টিউটোৰিয়ালত আমি শেষলৈ আহিলো | - | 07:10 | আমাৰ স্লাইডলৈ উভতি আহক. | - | 07:13 | আমি সংক্ষেপ কৰো | - | 07:14 | এই টিউটোৰিয়েলত, আমি শিকিছো, | - | 07:16 | Multiple Inheritance. | - | 07:18 | Hierarchical Inheritance. | - | 07:20 | এটা নিয়োগ হিসাবে | - | 07:21 | এটা class area আৰু perimeter তৈয়াৰ কৰক | - | 07:25 | rectangleৰ area আৰু perimeter উলিয়াওক. | - | 07:29 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | - | 07:32 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | - | 07:35 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | - | 07:40 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | - | 07:42 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | - | 07:45 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | - | 07:49 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি | - | 07:51 | contact@spoken-tutorial.org এই ঠিকনাত লিখক। | - | 07:56 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | - | 08:01 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | - | 08: 07 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | - | 08: 11 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |