Ruby/C3/while-and-until-Looping-Statements/Assamese
From Script | Spoken-Tutorial
Ruby/C3/while-and-until-Looping-Statements/English-timed
Time | |
00:01 | Ruby ৰ While আৰু until loop শিক্ষাদান লৈ আদৰণি জনালো। |
00:06 | এই শিক্ষাদান ৰ জৰিয়তে আমি ব্যৱহাৰ কৰিব শিকিম - |
00:09 | হোৰাইল লুপ |
00:10 | আনতিল লুপ |
00:11 | ৰিডো |
00:12 | আৰু ব্রেক |
00:13 | আমি ব্যৰহাৰ কৰিম |
00:14 | উবুন্টু ভাৰচন ১২.০৪ |
00:17 | ৰুবি ১.৯.৩ |
00:20 | এই শিক্ষাদান টোৰ বাবে আপোনালোকক ইন্টাৰনেট সেৱা ৰ প্রয়োজন হব । |
00:25 | ইয়াৰ বাবে আপোনাৰ লিনাক্স ৰ কমান্দ, টাৰমিনেল আৰু টেক্স-এডিটৰ সমুহৰ বিষয়ে গ্যান থকা উচিত । |
00:29 | যদি নাই, তেনেহ’লে আমাৰ ৱেবচাইত সেই বিষয়ৰ টিওটিৰিয়েল আমাৰ ৱেবচাইত ত পাব । |
00:34 | আৰম্ভ কৰাৰ আগতে আমি ttt দাইৰেক্টৰি বনাই থব লাগিব । |
00:38 | সেই দাইৰেক্টৰি লৈ যোৱা যাওক |
00:41 | তাৰ পিছত ৰুবি হাইফেন্ আৰু লুপিংগ হাইফেন্ স্তেতমেন্ত দাইৰেক্টৰি |
00:46 | এতিয়া আমি সেই ফোল্ডাৰ টোত আছো, এতিয়া আগলৈ যাও । |
00:50 | ৰুবি ৰ হোৱাইল লুপ ৰ ছিন্টেক্স সমুহ তলত দিয়া হ’ল : |
00:54 | হোৱাইল “বূলিন এক্সপ্রেছন” |
00:56 | ৰুবি কোড |
00:57 | এন্ড |
00:58 | এটা উদাহৰণ চোৱা যাওক । |
01:01 | Gedit বুলি এটা নতুন ফাইল, ৰুবি ৰ সাধাৰণ টিওটেৰিয়েল ত দেখুৱাৰ দৰে বনোৱা যাওক । |
01:05 | নামাকৰন কৰক : while hyphen loop dot rb |
01:09 | মোৰ লগত এটা হোৱাইল লুপ ৰ উদাহৰণ আছে । |
01:13 | এতিয়া টাৰমিনেল লৈ গৈ টাইপ কৰক : gedit space while hyphen loop dot rb space & (ampersand) |
01:24 | আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক । |
01:28 | মই ইয়াতে এটা হোৱাইল লুপৰ উদাহৰণ দেখুৱাইছো । |
01:32 | প্রথমতে, মই i নামৰ এটা লোকেল ভেৰিএবল ০ ৰ পৰা আৰম্ভ হোৱাকে দেখুৱাম । |
01:38 | তাৰ পিছত মই দেখুৱাম হোৱাইল লুপ । |
01:41 | এই লুপ টোই ১০ ত কৈ ডাঙৰ I ভেৰিএবল এক্জেকিউত কৰিব পাৰিব । |
01:46 | পুতছ পদ্ধতি টো হোৱাইল লুপতে দেখুৱা হব আৰু ই আউতপুত টো দেখা পাম |
01:51 | আউতপুত টো দেখুৱাৰ পিছত, আমি I ৰ ভেলু টো ১ লৈ নমাই (declare)
কৰি দিম । |
01:56 | I এ এই নমাই দিয়া ভেলুটো পিছৰ লুপটো ৰ আগত লৈ লব । |
02:01 | I ভেৰিএবল টো প্রতিটো লুপতে নামি (decrement) গৈ থাকিব । |
02:04 | I ৰ ভেলু ১০ নহোৱা লৈ ই চলি থাকিব । |
02:09 | সেই স্থানত হোৱাইল কন্দিছন টো বন্ধ হৈ যাব । |
02:12 | ই লুপ ৰ লগত সম্বন্ধ শেষ কৰি আউতপুত দেখুৱা বন্ধ কৰিব । |
02:16 | এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক ruby space while hyphen loop dot rb আমি তেতিয়া আউতপুত দেখা পাম । |
02:30 | আউতপুত টো এখন সংখ্যা তালিকাৰ ০ পৰা -৯ থাকিব । |
02:35 | এতিয়া আপুনি নিজেই ৰুবি ত হোৱাইল লুপ লিখিব পাৰিব । |
02:40 | এতিয়া পিছত আমি চাম until লুপ |
02:43 | Until লুপ ৰ কাৰনে ৰুবিৰ ছিন্তেক্স (syntex) সমুহ হ’ল: |
02:45 | until “boolean expression” |
02:47 | ৰুবি কোড |
02:48 | এন্ড |
02:50 | এতিয়া পিছৰ উদাহৰণ লৈ চাওঁ । |
02:52 | এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক gedit space until hyphen loop dot rb space & (ampersand) |
03:03 | আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক । |
03:07 | মই ইয়াতে এটা আনতিল্ (until) লুপৰ উদাহৰণ দেখুৱাইছো । |
03:12 | প্রথমতে, মই i নামৰ এটা লোকেল ভেৰিএবল ০ ৰ পৰা আৰম্ভ হোৱাকে দেখুৱাম । |
03:16 | তাৰ পিছত মই দেখুৱাম আনতিল্ (until) লুপ |
03:18 | এই লুপ টোই ১০ ত কৈ ডাঙৰ I ভেৰিএবল এক্জেকিউত কৰিব পাৰিব । |
03:23 | পুতছ পদ্ধতি টোৱে আউতপুত দেখুৱাব । |
03:27 | আউতপুত টো দেখুৱাৰ পিছত, আমি I ৰ ভেলু টো ১ লৈ নমাই (declare) কৰি দিম । |
03:32 | I এ এই নমাই দিয়া ভেলুটো পিছৰ লুপটো ৰ আগত লৈ লব । |
03:36 | I ভেৰিএবল টো প্রতিটো লুপতে নামি (decrement) গৈ থাকিব । |
03:40 | I ৰ ভেলু ১১ নহোৱা লৈ ই চলি থাকিব । |
03:43 | সেই স্থানত আনতিল্ (until) কন্দিছন টো বন্ধ হৈ যাব । |
03:46 | ই লুপ ৰ লগত সম্বন্ধ শেষ কৰি আউতপুত দেখুৱা বন্ধ কৰিব । |
03:51 | এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক ruby space until hyphen loop dot rb আমি তেতিয়া আউতপুত দেখা পাম । |
04:03 | আউতপুত টো এখন সংখ্যা তালিকাৰ ০ পৰা -১০ থাকিব । |
04:08 | এতিয়া আপুনি নিজেই ৰুবি ত আনতিল্ (until) লুপ লিখিব পাৰিব । |
04:13 | এতিয়া আহক ৰিদো কনস্ত্রাক্ত (redo construct) লৈ । |
04:16 | ৰিদো ৰ কাৰনে ৰুবিৰ ছিন্তেক্স (syntex) সমুহ হ’ল: |
04:20 | প্রতিতো do item বস্তুৰ সংকলন । |
04:25 | এটা কন্দিচনেল স্তেটমেন্ত । |
04:27 | ৰুবি কোড । |
04:28 | ৰিদো |
04:29 | এন্দ কন্দিচনেল । |
04:30 | এন্দ লুপ । |
04:32 | মোৰ লগত এটা ৰিদো লুপ ৰ উদাহৰণ আছে । |
04:35 | এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক gedit space redo hyphen loop dot rb space &(ampersand ) |
04:48 | আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক । |
04:52 | মই ইয়াতে এটা ইচ্চ (each) লুপৰ উদাহৰণ দেখুৱাইছো । |
04:55 | আমি দেখুৱা ইচ্চ লুপ টোই ১০-২০ সংখ্যাৰ ভিতৰত চলি থাকিব । |
05:00 | তাৰ পিছত আমি এটা if কন্দিচনেল স্তেটমেন্ত বহাই দিম । |
05:04 | এই লুপ টোই ১০-২০ ৰ ভিতৰত এক্সেকিউত হব । |
05:08 | ই তেতিয়া ইন্নাৰ কন্দিচনেল If কন্দিচনেল ব্লক ত সোমাব যদিহে I ৰ ভেলু ২০ হৈ যাই । |
05:15 | পুতছ পদ্ধতিয়ে ইচ্চ লুপ ৰ ভিতৰত আউতপুত দেখুৱাব । |
05:20 | এবাৰ যেতিয়া প্রগ্রেমটো If কন্দিচনেল ব্লক ত সোমাব, তেতিয়াই ই আউতপুত টো দেখাৱ । |
05:24 | তাৰ পিছত ই ৰিদো ক এক্সেকিউত কৰিব । |
05:28 | ৰিদো ই এক্সেকিউত হব একেবাৰে ভিতৰুৱা লুপ ত । |
05:31 | ই লুপ কন্দিচনটো পৰীক্ষা নকৰাকৈ কাম কৰি থাকিব । |
05:34 | আমাৰ কন্দিচন টো হ’ল if i == 20 |
05:38 | উত্তৰ টো এটা অন্তহিন (infinite) লুপ হ’ব, যেতিয়া লৈকে I ভেলু ২০ তকৈ ওলত পালত নকৰে । |
05:43 | এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক ruby space redo hyphen loop dot rb |
05:52 | আৰু আউতপুতটো চাওঁক । |
05:53 | আউতপুতটো এটা অন্তহিন লুপেৰে গঠিত হ’ব যিটো কেতিয়াও শেষ নহয় । |
05:58 | Ctrl + C টিপক আৰু অন্তহিন লুপ টো বন্ধ কৰক । |
06:03 | এতিয়া আমি ব্রেক স্তেতমেন্ত টো লৈ যাওঁ। |
06:06 | ব্রেক স্তেতমেন্ত ৰ কাৰনে ৰুবি ৰ ছিন্তেক্স সমুহ হ’ল :- |
06:10 | a looping statement |
06:12 | a conditional statement |
06:13 | break |
06:14 | end conditional |
06:16 | ruby code |
06:17 | end loop |
06:18 | এতিয়া এটা উদাহৰণ লৈ চোৱা যাওঁক । |
06:21 | এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক gedit space break hyphen loop dot rb space ampersand. |
06:33 | আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক । |
06:38 | মই ইয়াতে এটা ইচ্চ (each) লুপৰ উদাহৰণ দেখুৱাইছো । |
06:41 | এইটো আগৰ টোৰ দৰে একেই । |
06:43 | পুতছ পদ্ধতিয়ে আউতপুত সংখ্যা ১১-১৯ ৰ ভিতৰত দেখুৱাব । |
06:49 | যেতিয়াই ভেলুটো ২০ হ’ব, তেতিয়াই প্রগ্রেমটো if ব্লক কন্দিচনেল ত সোমাব । |
06:54 | এই পইন্তত, ই ব্রেক স্তেতমেন্ত এটা এনকাউন্তাৰ কৰিব আৰু ই লুপৰ পৰা ভাঙি আহিব । |
06:59 | এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক |
07:02 | ruby space break hyphen loop dot rb |
07:05 | আৰু আউতপুতটো চাওঁক । |
07:08 | আউতপুতটো থাকিব ১০ ৰ পৰা ১৯ ৰ ভিতৰত । |
07:13 | এতিয়া আপুনি নিজেই ৰুবি ত ব্রেক কনস্ত্রাক্ত (Break construct) লিখিব পাৰিব । |
07:17 | ইয়াৰ দ্বাৰাই আপোনালোকৰ স্পোকেন টিউটোৰিয়েল সমাপ্ত হ’ল । |
07:20 | এতিয়া সাৰাংশ লৈ আহো । |
07:22 | এই টিউটোৰিয়েল ত আমি ব্যৱহাৰ কৰিব শিকিলো: |
07:24 | হোৱাইল লুপ । |
07:25 | আনতিল্ (until) কনস্ত্রাক্ত । |
07:26 | ৰিদো । |
07:27 | ব্রেক কনস্ত্রাক্ত |
07:29 | অনুশীলন ৰ বাবে: |
07:31 | ফাৰেনহাইত ত ১০০ পৰা ১১৫ ভিতৰত সংখ্যা ধৰি লোৱা হ’ল । |
07:38 | এটা ৰুবি প্রগ্রেম লিখক য’ত |
07:40 | সথিক লুপ গঠন হয় |
07:42 | যিয়ে ফাৰেনহাইত ৰ পৰা চেলচিয়াচ লৈ ৰুপান্তৰ কৰা সুত্র ব্যৱহাৰ কৰে । |
07:46 | দিয়া সংখ্যা কেইতাৰ ভিতৰত । |
07:49 | আউতপুত দেখুৱাওক: “The temperature has reached a certain degree Celcius and has become unbearable” |
07:55 | যেতিয়া তাপমাত্রা ৩২ ডিগ্রী চেলচিয়াচ তকৈ ওপৰত থাকে । |
08:00 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
08:03 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
08:07 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
08:10 | স্পোকেন টিউটোৰিয়েল প্রযেক্ত দল : |
08:13 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
08:15 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
08:19 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
08:25 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
08:29 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
08:35 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
08:44 | এয়া অনিতা নায়াৰ সমাপ্ত কৰিলো । ধন্যবাদ । |