Ruby/C3/while-and-until-Looping-Statements/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Ruby ৰ While আৰু until loop শিক্ষাদান লৈ আদৰণি জনালো।
00:06 এই শিক্ষাদানৰ জৰিয়তে আমি ব্যৱহাৰ কৰিব শিকিম -
00:09 'while loop until loop
00:11 redo আৰু break
00:13 আমি ব্যৰহাৰ কৰিম উবুন্টু ভাৰচন 12.04
00:17 ৰুবি 1.9.3
00:20 এই শিক্ষাদান টোৰ বাবে আপোনালোকক Internet সেৱাৰ প্রয়োজন হব ।
00:25 ইয়াৰ বাবে আপোনাৰ লিনাক্সৰ কমান্দ, টাৰমিনেল আৰু টেক্স-এডিটৰ সমুহৰ বিষয়ে গ্যান থকা উচিত ।
00:29 যদি নাই, তেনেহ’লে আমাৰ ৱেবচাইত সেই বিষয়ৰ টিওটিৰিয়েল আমাৰ ৱেবচাইতত পাব ।
00:34 আৰম্ভ কৰাৰ আগতে আমি ttt দাইৰেক্টৰি বনাই থব লাগিব ।
00:38 সেই দাইৰেক্টৰি লৈ যোৱা যাওক
00:41 তাৰ পিছত ruby hyphen আৰু looping hyphen স্তেতমেন্ত দাইৰেক্টৰি
00:46 এতিয়া আমি সেই ফোল্ডাৰ টোত আছো, এতিয়া আগলৈ যাও ।
00:50 ৰুবিৰ হোৱাইল লুপৰ ছিন্টেক্স সমুহ তলত দিয়া হ’ল :
00:54 while “boolean expression”
00:56 ruby code end
00:58 এটা উদাহৰণ চোৱা যাওক ।
01:01 Gedit বুলি এটা নতুন ফাইল, ৰুবিৰ সাধাৰণ টিওটেৰিয়েলত দেখুৱাৰ দৰে বনোৱা যাওক ।
01:05 নামাকৰন কৰক : while hyphen loop dot rb
01:09 মোৰ লগত এটা while loopৰ উদাহৰণ আছে ।
01:13 এতিয়া টাৰমিনেল লৈ গৈ টাইপ কৰক : gedit space while hyphen loop dot rb space & (ampersand)
01:24 আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক ।
01:28 মই ইয়াতে এটা while লুপৰ উদাহৰণ দেখুৱাইছো ।
01:32 প্রথমতে, মই i নামৰ এটা লোকেল ভেৰিএবল ০ ৰ পৰা আৰম্ভ হোৱাকে দেখুৱাম ।
01:38 তাৰ পিছত মই দেখুৱাম while loop।
01:41 এই লুপ টো - ১০ ত কৈ ডাঙৰ I ভেৰিয়েবল একজিকিউত কৰিব পাৰিব ।
01:46 puts পদ্ধতিটো while লুপতে দেখুৱা হব আৰু ই আউতপুতটো দেখা দিব
01:51 আউতপুত টো দেখুৱাৰ পিছত, আমি I ৰ মান ১ লৈ দেক্লেয়েৰ (declare) কৰিম ।
01:56 I এ নমাই দিয়া ভেলুটো পিছৰ লুপটো ৰ আগত লৈ লব ।
02:01 I ভেৰিএবল টো প্রতিটো লুপতে নামি (decrement) গৈ থাকিব ।
02:04 I ৰ ভেলু ১০ নহোৱা লৈ ই চলি থাকিব ।
02:09 সেই স্থানত while condition টো বন্ধ হৈ যাব ।
02:12 ই লুপ ৰ লগত সম্বন্ধ শেষ কৰি আউতপুত দেখুৱা বন্ধ কৰিব ।
02:16 এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক ruby space while hyphen loop dot rb আমি তেতিয়া আউতপুত দেখা পাম ।
02:30 আউতপুত টো এখন সংখ্যা তালিকাৰ 0 পৰা -9 থাকিব ।
02:35 এতিয়া আপুনি নিজেই ৰুবি ত হোৱাইল লুপ লিখিব পাৰিব ।
02:40 এতিয়া পিছত আমি চাম until লুপ
02:43 Until লুপ ৰ কাৰনে ৰুবিৰ ছিন্তেক্স (syntax) সমুহ হ’ল:
02:45 until “boolean expression”
02:47 ruby code end
02:50 এতিয়া পিছৰ উদাহৰণ লৈ চাওঁ ।
02:52 এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক gedit space until hyphen loop dot rb space & (ampersand)
03:03 আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক ।
03:07 মই ইয়াতে এটা আনতিল্ (until) লুপৰ উদাহৰণ দেখুৱাইছো ।
03:12 প্রথমতে, মই i নামৰ এটা লোকেল ভেৰিএবল ০ ৰ পৰা আৰম্ভ হোৱাকে দেখুৱাম ।
03:16 তাৰ পিছত মই দেখুৱাম আনতিল্ (until) লুপ
03:18 এই লুপ টোই -১০ ত কৈ ডাঙৰ I ভেৰিয়েবল এক্জেকিউত কৰিব পাৰিব ।
03:23 puts পদ্ধতি টোৱে আউতপুত দেখুৱাব ।
03:27 আউতপুত টো দেখুৱাৰ পিছত, আমি I ৰ ভেলু টো ১ লৈ নমাই (declare) কৰি দিম ।
03:32 I এ এই নমাই দিয়া ভেলুটো পিছৰ লুপটো ৰ আগত লৈ লব ।
03:36 I ভেৰিএবল টো প্রতিটো লুপতে নামি (decrement) গৈ থাকিব ।
03:40 I ৰ ভেলু ১১ নহোৱা লৈ ই চলি থাকিব ।
03:43 সেই স্থানত আনতিল্ (until) কন্দিছন টো বন্ধ হৈ যাব ।
03:46 ই লুপ ৰ লগত সম্বন্ধ শেষ কৰি আউতপুত দেখুৱা বন্ধ কৰিব ।
03:51 এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক ruby space until hyphen loop dot rb আমি তেতিয়া আউতপুত দেখা পাম ।
04:03 আউতপুত টো এখন সংখ্যা তালিকাৰ ০ পৰা -10 থাকিব ।
04:08 এতিয়া আপুনি নিজেই ৰুবি ত আনতিল্ (until) লুপ লিখিব পাৰিব ।
04:13 এতিয়া আহক ৰিদো কনস্ত্রাক্ত (redo construct) লৈ ।
04:16 redo ৰ কাৰনে Rubyৰ ছিন্তেক্স (syntex) সমুহ হ’ল:
04:20 প্রতিতো do item বস্তুৰ সংকলন ।
04:25 এটা কন্দিচনেল স্তেটমেন্ত ।
04:27 ruby code ।
04:28 redo end কন্দিচনেল ।
04:30 end লুপ ।
04:32 মোৰ লগত এটা redo লুপ ৰ উদাহৰণ আছে ।
04:35 এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক gedit space redo hyphen loop dot rb space &(ampersand )
04:48 আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক ।
04:52 মই ইয়াতে এটা ইচ্চ (each) লুপৰ উদাহৰণ দেখুৱাইছো ।
04:55 আমি দেখুৱা ইচ্চ লুপ টোই ১০-২০ৰ সংখ্যাৰ ভিতৰত চলি থাকিব ।
05:00 তাৰ পিছত আমি এটা if কন্দিচনেল স্তেটমেন্ত বহাই দিম ।
05:04 এই লুপ টোই ১০-২০ ৰ ভিতৰত এক্সেকিউত হব ।
05:08 ই তেতিয়া ইন্নাৰ কন্দিচনেল If কন্দিচনেল ব্লক ত সোমাব যদিহে I ৰ ভেলু ২০ হৈ যাই ।
05:15 পুতছ পদ্ধতিয়ে ইচ্চ লুপ ৰ ভিতৰত আউতপুত দেখুৱাব ।
05:20 এবাৰ যেতিয়া প্রগ্রেমটো If কন্দিচনেল ব্লক ত সোমাব, তেতিয়াই ই আউতপুত টো দেখোৱাব ।
05:24 তাৰ পিছত ই ৰিদো ইয়াক এক্সেকিউত কৰিব ।
05:28 ৰিদো ই এক্সেকিউত হব একেবাৰে ভিতৰুৱা লুপ ত ।
05:31 ই লুপ কন্দিচনটো পৰীক্ষা নকৰাকৈ কাম কৰি থাকিব ।
05:34 আমাৰ কন্দিচন টো হ’ল if i == 20
05:38 উত্তৰ টো এটা অন্তহিন (infinite) লুপ হ’ব, যেতিয়া লৈকে I ভেলু ২০ তকৈ সলনি নকৰে ।
05:43 এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক ruby space redo hyphen loop dot rb
05:52 আৰু আউতপুতটো চাওঁক । আউতপুতটো এটা অন্তহিন লুপেৰে গঠিত হ’ব যিটো কেতিয়াও শেষ নহয় ।
05:58 Ctrl + C টিপক আৰু অন্তহিন লুপ টো বন্ধ কৰক ।
06:03 এতিয়া আমি ব্রেক স্তেতমেন্ত টো লৈ যাওঁ।
06:06 ব্রেক স্তেতমেন্ত ৰ কাৰনে ৰুবি ৰ ছিন্তেক্স সমুহ হ’ল :-
06:10 a looping statement
06:12 a conditional statement break
06:14 end conditional
06:16 ruby code end loop
06:18 এতিয়া এটা উদাহৰণ লৈ চোৱা যাওঁক ।
06:21 এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক gedit space break hyphen loop dot rb space ampersand.
06:33 আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক ।
06:38 মই ইয়াত এটা ইচ্চ (each) লুপৰ উদাহৰণ দেখুৱাইছো ।
06:41 এইটো আগৰ টোৰ দৰে একেই ।
06:43 পুতছ পদ্ধতিয়ে আউতপুত সংখ্যা ১১-১৯ ৰ ভিতৰত দেখুৱাব ।
06:49 যেতিয়াই ভেলুটো ২০ হ’ব, তেতিয়াই প্রগ্রেমটো if ব্লক কন্দিচনেলত সোমাব ।
06:54 এই পইন্তত, ই ব্রেক স্তেতমেন্ত এটা এনকাউন্তাৰ কৰিব আৰু ই লুপৰ পৰা ভাঙি আহিব ।
06:59 এতিয়া, টার্মিনেল লৈ গৈ টাইপ কৰক
07:02 ruby space break hyphen loop dot rb
07:05 আৰু আউতপুতটো চাওঁক ।
07:08 আউতপুতটো থাকিব ১০ ৰ পৰা ১৯ ৰ ভিতৰত ।
07:13 এতিয়া আপুনি নিজেই ৰুবিত ব্রেক কনস্ত্রাক্ত (Break construct) লিখিব পাৰিব ।
07:17 ইয়াতেই এই স্পোকেন টিউটোৰিয়েল সমাপ্ত হ’ল ।
07:20 এতিয়া সাৰাংশ লৈ আহো ।
07:22 এই টিউটোৰিয়েল ত আমি ব্যৱহাৰ কৰিব শিকিলো:
07:24 হোৱাইল লুপ । আনতিল্ (until) কনস্ত্রাক্ত ।
07:26 ৰিদো । ব্রেক কনস্ত্রাক্ত
07:29 অনুশীলন ৰ বাবে:
07:31 ফাৰেনহাইত ত ১০০ পৰা ১১৫ ভিতৰত সংখ্যা ধৰি লোৱা হ’ল ।
07:38 এটা ৰুবি প্রগ্রেম লিখক য’ত
07:40 সথিক লুপ গঠন হয়
07:42 যিয়ে ফাৰেনহাইত ৰ পৰা চেলচিয়াচ লৈ ৰুপান্তৰ কৰা সুত্র ব্যৱহাৰ কৰে ।
07:46 দিয়া সংখ্যা কেইতাৰ ভিতৰত ।
07:49 আউতপুত দেখুৱাওক: “The temperature has reached a certain degree Celcius and has become unbearable”
07:55 যেতিয়া তাপমাত্রা ৩২ ডিগ্রী চেলচিয়াচ তকৈ ওপৰত থাকে ।
08:00 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
08:03 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
08:07 যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোদ কৰিও চাব পাৰে ।
08:10 স্পোকেন টিউটোৰিয়েল প্রযেক্ত দল :
08:13 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
08:15 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
08:19 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
08:25 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
08:29 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
08:35 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
08:44 এই পাঠটো অম্লান শইকিয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. ধন্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble