Ruby/C2/Control-Statements/Assamese

From Script | Spoken-Tutorial
Revision as of 15:03, 3 September 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time' Narration
00.01 নমস্কাৰ দৰ্শক সকল. Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00.06 এই টিউটৰিয়েলত আমি শিকিম
00.08 if statement '"
00.09 else if statement
00.11 else
00.12 case statements
00.14 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.15 ‘‘উবুন্টু ভাৰ্চন 12.04
00.18 Ruby 1.9.3
00.21 এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব ।
00.24 “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷
00.30 অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷
00.34 আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰক ।
00.38 এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ ।
00.41 তাৰ পাছত “ruby hyphen tutorial control hyphen statements”
00.47 যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো ।
00.52 “Ruby”ত “if statement”ৰ পদান্বয় (চিন্টেক্স) এই দৰে হয় -
00.56 if “condition”
00.58 ruby code
00.59 end
01.01 উদাহৰণ এটা চাওঁ আহক ।
01.03 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
01.08 নাম ৰাখক if hyphen statement dot rb
01.12 মোৰ লগত if statementৰ উদাহৰণ এটা আছে ।
01.15 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
01.19 মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো ।
01.23 প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম।
01.31 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
01.34 “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
01.39 “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
01.43 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
01.47 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
01.51 ruby space if hyphen statement dot rb
01.57 আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0”
02.02 এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" true হল ।
02.07 এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে ।
02.12 এতিয়া if-else statement চাওঁ আহক ।
02.16 “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় -
02.18 if “condition”
02.19 ruby code
02.20 else
02.21 ruby code
02.22 end
02.24 উদাহৰণ এটা চাওঁ আহক ।
02.26 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
02.30 নাম ৰাখক if hyphen else hyphen statement dot rb
02.37 মোৰ লগত if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে ।
02.40 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
02.44 মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো ।
02.48 প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম।
02.55 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
02.58 “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
03.03 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
03.06 অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব ।
03.10 আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
03.13 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
03.18 ruby space if hyphen else hyphen statement dot rb
03.26 আৰু আওতপুত চাওঁক ।
03.27 আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0”
03.32 এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল ।
03.35 এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে ।
03.41 এতিয়া if-else if statement চাওঁ আহক ।
03.45 “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল -
03.48 if “condition” ruby code
03.50 elsif “condition” ruby code
03.52 else ruby code
03.54 end
03.55 উদাহৰণ এটা চাওঁ আহক ।
03.58 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
04.01 নাম ৰাখক if hyphen elseif hyphen statement dot rb
04.07 মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে ।
04.10 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
04.14 মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো ।
04.19 ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো।
04.25 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
04.28 “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
04.32 যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
04.35 অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব ।
04.39 এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব ।
04.43 যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
04.46 যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব।
04.54 কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় ।
05.00 আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব ।
05.03 এতিয়া টাৰমিনেললৈ যাওঁ আহক । টাইপ কৰক
05.07 ruby space if hyphen elsif hyphen statement dot rb
05.15 আৰু আওতপুতলৈ লক্ষ কৰক ।
05.17 আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0”
05.23 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_num ৰ মান ৫লৈ সলনি কৰো আহক ।
05.29 ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
05.35 এতিয়া ই if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে ।
05.42 my_numৰ মান 0 টকৈ ডাঙৰ হয় ।
05.45 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_numৰ মান -5লৈ সলনি কৰো আহক ।
05.50 ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
05.55 এই ক্ষেত্ৰত ই else কন্দিচন পৰিপূৰ্ণ কৰে আৰু else ব্লকৰ ভিতৰত থকা puts বাক্য শাৰী এক্সেকিউত কৰে ।
06.03 এতিয়া Rubyত আপুনি নিজেই if- elseif ষ্টেটমেন্ট লিখিব পাৰিব ।
06.08 ইয়াৰ পাছত case statement চাওঁ আহক ।
06.12 এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি case statement হৈছে এটা control flow statement
06.17 ওপৰৰ বাক্য শাৰী বুজিবলৈ case statementৰ চিনটেক্স চাওঁ আহক ।
06.22 case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে
06.24 case variable
06.26 when “value 1”
06.28 ruby code
06.29 when “value 2”
06.30 ruby code
06.31 else
06.32 ruby code
06.34 end
06.35 এটা উদাহৰণ চাওঁ আহক ।
06.37 Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক ।
06.41 case hyphen statement dot rb বুলি নামাকৰণ কৰক ।
06.44 case statementৰ এটা উদাহৰণ আছে ।
06.48 এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে ।
06.52 এই উদাহৰণত মই এটা case statement বৰ্ণনা কৰিছো ।
06.55 ইয়াত মোৰ এটা print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব ।
07.01 এতিয়া মই এটা gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব ।
07.09 chomp ব্যৱহাৰ কৰি যিকোনো new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো ।
07.15 domain বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো ।
07.18 এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম ।
07.22 তাৰ ভিতৰত মই এটা when statement বৰ্ণনা কৰিম ।
07.25 ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ domainৰ মানৰ লগত মিল আছে নে নাই ।
07.30 প্ৰথমে ই চেক কৰিব যদি domainৰ মান “UP” হয় ।
07.34 যদি বিচৰা ধৰণে পায়, ই Uttar Pradesh বুলি প্ৰীন্ট কৰিব আৰু case statementৰ পৰা বাহিৰ হ'ব.
07.39 যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় ।
07.44 যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব ।
07.48 যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব ।
07.53 এই খিনিতে ‘‘else statement এনকাউন্টাৰ কৰিব ।
07.56 যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল ।
07.59 ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি একজিকিউত কৰিব ।
08.03 আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব ।
08.07 ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ।
08.11 ruby space case hyphen statement dot rb.
08.18 টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:”
08.22 “UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক ।
08.25 আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব ।
08.28 এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক ।
08.31 এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক ।
08.36 ই “Kerala” প্ৰীন্ট কৰিব ।
08.38 আকৌ এবাৰ ফাইল খন একজিকিউত কৰক ।
08.41 এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক ।
08.47 ই “Unknown” প্ৰীন্ট কৰিব ।
08.50 ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় ।
08.58 ‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে ।
09.03 এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো ।
09.07 সাৰাংশ বৰ্ণনা কৰো আহক ।
09.08 এই টিওটৰিয়েলত আমি শিকিলো-
09.10 if statement
09.12 else construct
09.13 ‘‘if-elsif আৰু
09.15 case statements
09.17 এটা কাৰ্য্য হিচাপে  :
09.18 এটা ‘‘Ruby প্ৰগ্ৰেম লিখক :
09.20 যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব
09.23 তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ
09.26 নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় ।
09.29 যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2”
09.35 যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি
09.38 যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3”
09.43 যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি
09.47 যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4”
09.51 যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4”
09.56 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
10.00 Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে ।
10.03 যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
10.07 Spoken Tutorial প্ৰজেক্টৰ দলটিয়ে
10.09 ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
10.13 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10.16 অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব ।
10.21 ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher প্ৰজেক্টৰ এটা অংগ ।
10.26 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
10.32 এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10.41 এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya, Pratik kamble