KTurtle/C3/Programming-Concepts/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:01 | সকলোলৈ নমস্কাৰ। |
00:03 | KTurtleৰ Programming concepts টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো। |
00:08 | এই টিউটৰিয়েল’ত আমি শিকিম- |
00:12 | KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ। |
00:15 | ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ। |
00:18 | Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ । |
00:22 | লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ। |
00:24 | এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10 KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো। |
00:37 | আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে। |
00:43 | যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org দৰ্শন কৰক। |
00:49 | আগবাঢ়াৰ আগতে, আমি KTurtleৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ। |
00:55 | কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়। |
01:00 | "Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়। |
01:10 | "spritehide" কম্মান্দে Turtle ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
01:15 | "spriteshow" কম্মান্দে Turtle লোকাই আছে যদি দেখোৱাই দিয়ে। |
01:21 | "clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচি দিয়ে। |
01:27 | KTurtleৰ ভিতৰত |
01:29 | "$ " sign’এ ভেৰিয়েবল্চ ৰাখে। |
01:34 | "*"(asterisk) চাইনে ২টা নং পোৰণ কৰে। |
01:41 | "^"(caret)’এ এটা নম্বৰ ঘাত উলিয়ায়। |
01:45 | "#"(hash) চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়। |
01:50 | "sqrt" এটা ফাংছন হয় যি এটা নম্বৰ বৰ্গমূল উলিয়ায়। |
01:58 | ব’লক আমি KTurtle এপলিকেছন খোলো। |
02:02 | Dash home >> Media Appsত ক্লিক কৰক। |
02:07 | Type’ৰ তলত, Education আৰু KTurtle বাচি লওক। |
02:13 | KTurtle এপলিকেছন খোল খাব। |
02:20 | আমি KTurtle টাৰ্মিনেল ব্যৱহাৰ কৰিও খোলিব পাৰো। |
02:24 | CTRL+ALT+T একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব। |
02:30 | KTurtle টাইপ কৰি এন্টাৰ টিপিলে KTurtle এপলিকেছন খোল খাব। |
02:41 | মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম। |
02:46 | প্ৰোগ্ৰাম টেক্সটলৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে। |
02:55 | # program to find square of a number. এন্টাৰ টিপক। |
03:15 | "#" চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়। |
03:19 | মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইনে একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক। |
03:29 | reset |
03:30 | reset কম্মান্দে Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক। |
03:38 | $i= ask ডবল কোট্চ’ৰ ভিতৰত enter a number for i and click on OK । |
03:58 | "$i" এটা ভেৰিয়েবল হয় user inputs সংৰক্ষন কৰি ৰাখিবলৈ। |
04:03 | “ask” কম্মান্দে ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক। |
04:11 | “fontsize” space 28. |
04:17 | fontsizeএ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। |
04:20 | Fontsize’এ input হিচাপে নম্বৰ লয়, pixels’ত চেট কৰা থাকে। |
04:27 | print $i*$i |
04:36 | print $i*$i ই এটা নম্বৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক। |
04:45 | spritehide |
04:48 | spritehide এ Turtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
04:53 | ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো। |
04:56 | এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা Run বাটনত ক্লিক কৰক। |
05:03 | Execution speed থকা এখন তালিকা (list) দেখোৱাব। |
05:07 | Full speed (highlighting আৰু inspector নাথাকে) |
05:10 | Full speed,
slow, slower, slowest আৰু step-by-step. |
05:17 | slow বেগত কোড’টো চলাম। |
05:21 | এখন "input bar" ওলাব। |
05:23 | i’ৰ মান 15 দি এন্টাৰ টিপক। |
05:29 | '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব। |
05:35 | ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নম্বৰৰ nth ঘাত উলিয়াবব শিকো। |
05:42 | টেক্সট এডিটৰৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে। |
05:46 | টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি KTurtle এডিটৰত’ত পেচ্ট কৰক। |
05:56 | অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম KTurtle এডিটৰত’ত কপি কৰি লওক। |
06:03 | প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো। |
06:07 | প্ৰোগ্ৰামটো ব্যাখ্যা কৰো। |
06:09 | # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
06:13 | reset কম্মান্দ ’এ Turtle ক তাৰ default পজিছন’লৈ লৈ যায়। |
06:18 | $i আৰু $n ‘user input’ সংৰক্ষন কৰিবলৈ ২টা ভেৰিয়েবল. |
06:25 | “ask” কম্মান্দে ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে। |
06:31 | fontsize 28এ প্ৰীন্ট’ত ব্যৱহাৰ কৰা font size চেট কৰে। |
06:37 | Fontsize’এ ইনপুট (input) নম্বৰ হিছাপে লয়, যি pixel’ত চেট কৰা থাকে। |
06:43 | print ($i^$n)এ এটা নম্বৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে। |
06:52 | spritehideএ Turtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
06:57 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
07:00 | i’ৰ মান 5 দি এন্টাৰ টিপক। |
07:05 | n’ৰ মান 4 দি এন্টাৰ টিপক। 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব। |
07:18 | ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা “sqrt” ফাংছন ব্যৱহাৰ কৰি এটা নম্বৰ বৰ্গমোল ওলিয়াও। |
07:27 | এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleক এডিটৰত পেচ্ট কৰক। |
07:35 | অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক। |
07:43 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। |
07:49 | কোডখিনি বোজাই দিও। |
07:52 | # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
07:57 | '’'reset কম্মান্দে Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়। |
08:02 | $i ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল. |
08:07 | fontsize 28এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে। |
08:12 | print sqrt $i’ই ১টা নম্বৰ বৰ্গমান গণনা কৰে। |
08:19 | spritehideএ Turtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
08:24 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
08:28 | i’ৰ মান 169 দি OKত ক্লিক কৰক . |
08:34 | 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব। |
08:39 | আকৌ ৰান কৰো ব’লক। |
08:42 | i’ৰ মান -169 দি OKত ক্লিক কৰক. |
08:49 | যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output 'none' হয় যি একো সংখ্যা নোহোৱা বুজায়। |
08:56 | যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। |
09:02 | ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ৰ্ৰ্ণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো। |
09:08 | এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক। |
09:19 | অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত কপি কৰি লওক। |
09:25 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। |
09:31 | কোডখিনি বোজাই দিও। |
09:35 | # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
09:38 | মন কৰিব ই ১টা এক শাৰীৰ কম্মেন্ট (comment)। |
09:42 | প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # চাইন থকাটো আৱশ্যকীয়। |
09:48 | '’'reset কম্মান্দে Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়। |
09:53 | .$i আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল. |
09:59 | $C=($i)^(1/3) ই ১টা সংখ্যাৰ ঘনমান গণনা কৰে। |
10:07 | fontsize 28এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।. |
10:13 | print $Cএ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে। |
10:19 | spritehideএ Turtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
10:23 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
10:27 | i’ৰ মান 343 দি OKত ক্লিক কৰক। |
10:34 | 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব। |
10:40 | ইয়াৰ সৈতে আমাৰ টিউটৰিয়েলৰ শেষ অংশ পালোহি। |
10:43 | চমুকৈ ক’বলৈ গ’লে- |
10:46 | এই টিউটৰিয়েল’ত আমি শিকিলো |
10:49 | Programৰ concepts |
10:52 | sqrt function’ৰ ব্যৱহাৰ |
10:55 | print কম্মান্দ ’ৰ ব্যৱহাৰ |
10:57 | KTurtle এডিটৰ আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ |
11:02 | এচাইনমেন্ট হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক |
11:08 | এটা সংখ্যাৰ ঘন |
11:11 | এটা সংখ্যাৰ nth ঘাত |
11:15 | এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial |
11:19 | ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো। |
11:22 | যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে। |
11:27 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে: |
11:29 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে |
11:32 | অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে |
11:35 | আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org |
11:44 | স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ। |
11:48 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:55 | আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. |
11:59 | এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ। |