PERL/C2/Array-functions/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00.01 | পার্ল (Perl) ত এৰে ফাংছন (Array Function) ৰ নির্দেশনা (Tutorial) লৈ আপোনালোক ক স্বাগতম । |
00.06 | এই নির্দেশনা (Tutorial) ত আপোনালোকে পার্ল (Perl) ত এৰে ফাংছন (Array Function), যেনে |
00.11 | push ( পুছ ) |
00.11 | pop ( প’প ) |
00.12 | shift ( ছিফ্ট ) |
00.14 | unshift ( আন-ছিফ্ট )
|
00.15 | split ( চপ্লিত ) |
00.16 | splice ( চপ্লাইছ ) |
00.17 | join ( যইন ) |
00.18 | sort ( চর্ত ) |
00.19 | qw( কিউ-ডাব্লিউ ) |
00.20 | মই ইয়াত “Ubuntu Linux12.04” আৰু “Perl 5.14.2” ব্যবহাৰ কৰিছো । |
00.28 | মই আৰু “gedit” নামৰ Text Editor ও ব্যৱহাৰ কৰিছো । |
00.32 | আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে Text Editor ব্যৱহাৰ কৰিব পাৰে । |
00.36 | ইয়াৰ বাবে আপোনাৰ Perl ৰ “Variables Data Structures” আৰু “Array” ৰ সাধাৰণ জ্ঞান থকা উচিত । |
00.43 | “Conditions, loops” আৰু “Conditional Statements” ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই । |
00.48 | আপোনালোকে বাণী নির্দেশনা (Spoken Tutorial) ৱেব্ছাইট ত থকা “Spoken Tutorial” চাব । |
00.54 | Perl ত কিছুমান আগৰে পৰা থকা ফাংছন (Function) পোৱা যায় । |
00.57 | এই “Function” সমূহে “Array” ত বহু ধৰণৰ কাম কৰিব পাৰে । |
01.02 | প্রথমতে আমি কেনেদৰে এলিমেন্ট (Element) সমুহ “Array” ৰ সহায়ত বহাব আৰু গুচাব পাৰি তকে শিকিম । |
01.08 | এয়া কৰা হয় এনেদৰে :- |
01.10 | “Array” ৰ শেষৰ থাইত “Push Function” সহায়ত একোটা এলিমেন্ট (Element) বহুৱা হয় । |
01.15 | আৰু “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” সহায়ত একোটা এলিমেন্ট (Element) গুচোৱা হয় । |
01.21 | প্রথমতে আমি এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত কেনেদৰে “Push” আৰু “Pop Fuction” ব্যৱহাৰ কৰা হয় তাক যানিম । |
01.26 | Terminal খোলক আৰু টাইপ কৰক “gedit perlArray dot pl space ampersand” । |
01.33 | আৰু প্রেছ (Press) কৰক “Enter” । |
01.36 | ই “gedit” ত “perlArray dot pl” নামৰ ফাইল (File) এটা খুলিব । |
01.41 | স্ক্রিন (Screen) ত দেখুৱাৰ দৰে কোড (Code) টাইপ (Type) কৰক । |
01.45 | ইয়াত আমি “Array” ৰ দৈর্ঘ্য ৩ বুলি কৈ দিছো । |
01.50 | “Array” ৰ শেষৰ স্থান ত “Push Function” এ এটা এলিমেন্ট (Element) বহুৱাব, অর্থাত ৩ ৰ পিছত । |
01.57 | “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” এ এটা এলিমেন্ট (Element) গুচাব । |
02.04 | আমাৰ এই পৰিস্থিতি ত চতুর্থ টো “Array” ৰ পৰা গুচাই দিয়া হব । |
02.08 | সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” । |
02.11 | “push function” এ ২ টা “arguments” লয় । |
02.14 | “1st Argument” ৰ পৰা “push function”, হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব । |
02.20 | “2nd argument” হ’ল এটা “Element” যাক “push” কৰা হব “Array” লৈ । |
02.25 | “Pop function” ৰ বাক্যবিন্যাস (Syntex) সমুহ তলত দিয়া হ’ল :- |
02.29 | “pop function” এ অকল এটাহে “argument” লয় । |
02.32 | ই হ’ল একপ্রকাৰৰ “Array” য’ৰ পৰা এটাকৈ “Element” গুচাব । |
02.36 | মনত ৰাখিব যে এই ফাংচন সমুহ “Array” ৰ শেষৰ স্থান ত হে কাম কৰিব । |
02.41 | “pop function” এ যিবোৰ এলিমেন্ট (Element) গুচাই দিছিল, সেই বোৰ বেলেগ এটা ভেৰিএবল (Variable) ৰ পৰা পোৱা যাব । |
02.46 | ইয়াৰ বাবে বাক্যবিন্যাস (Syntex) টো হ’ল :- “$variable space = space pop open bracket @myArray close bracket” |
02.57 | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script” |
03.01 | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । |
03.07 | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব । |
03.11 | এতিয়া আমি কেনেদৰে “Array” ৰ প্রথম স্থানত এলিমেন্ট (Element) এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম । |
03.18 | ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয় :- |
03.20 | “unshift function”- যিয়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাই । |
03.25 | “shift function”- যিয়ে প্রথম এলিমেন্ট (Element) টো “Array” ৰ পৰা আতৰাই দিয়ে । |
03.31 | আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । |
03.35 | মই এতিয়া “perlArray dot pl” ফাইল (File) টো খুলিম, যাক মই আগতেই বনাই থৈছিলো । |
03.39 | স্ক্রিন (Screen) ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক - |
03.43 | “unshift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাব, অর্থাত ১ ৰ আগত । |
03.52 | “shift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানৰ পৰা আতৰাব । |
03.57 | আমাৰ ক্ষেত্রত, “শুণ্য” টো গুচোৱা হব । |
04.00 | সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” । |
04.03 | “unshift function” এ ২ টা “arguments” লয় । |
04.06 | “1st Argument” হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব । |
04.10 | “2nd Argument” হ’ল এটা “Element” যাক “Array” ত বহুৱা হ’ব । |
04.15 | “Shift Function” এ মাত্র এটা “argument” লব পাৰে । |
04.18 | ই হ’ল এটা “Array” য’ৰ পৰা “Element” বোৰ গুচাব লাগে । |
04.22 | মনত ৰাখিব : দুয়োটা ফাংচনে ৰ প্রথম স্থান (First position) ত কাম কৰে । |
04.27 | আমি কিছু ভেৰিএবল (Variable) ৰ পৰা “shift function” গুচাই এলিমেন্ট (Element) সমুহ গোটাই লব পাৰো । |
04.33 | ইয়াৰ বাবে বাক্যবিন্যাস (Syntex) টো হ’ল : “- $variable space = space shift open bracket @myArray close bracket” |
04.44 | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script” |
04.48 | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । |
04.54 | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব উজলাই থোৱা অংশত । |
04.59 | এতিয়া, কেনেদৰে এলিমেন্ট (Element) এটা “Array” ৰ কোনো উল্লেখিত স্থানৰ (specified position) পৰা গুচোৱা হয় তাক চাম । |
05.05 | “Splice Function” সমুহে “Array” ৰ কোনো এটা নির্দিস্ট স্থানৰ পৰা এলিমেন্ট (Element) বোৰ গুচাই দিয়ে । |
05.11 | এই ফাংচন (Function) ৰ “ৰিটার্ণ ভেলু” (Return Value) বোৰ “Array” ৰ পৰা গুচাই দিয়া এলিমেন্ট (Element) সমুহ |
05.17 | আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । |
05.21 | “perlArray dot pl” নামৰ ফাইল টো লৈ যাওক, যাক আমি আগতেই বনাই থৈছিলো । |
05.26 | তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক । |
05.30 | আমি এতিয়া “Index”ক যোগান দিব লাগিব, য’ৰ পৰা আমি এলিমেন্ট (Element) বোৰ গুচাব বিচাৰো, আৰু |
05.35 | “Offset” য’লৈকে আমি এলিমেন্ট (Element) সমুহ গুচাব বিচাৰো । |
05.39 | আমাৰ ক্ষেত্রত , ৫ আৰু ৬ নং এলিমেন্ট (Element) কেইটা হে গুচাব লাগিব । |
05.44 | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”- |
05.49 | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । |
05.55 | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব |
05.59 | এতিয়া আকৌ “Array” ৰ কিছু নতুন “Inbuild Function” সমুহ চাওঁ । |
06.04 | এটা নির্দস্ট “delimiter” থকা “string” ক ভাগ কৰিবলৈ “Split Function” ব্যৱহাৰ কৰে । |
06.10 | এই ফাংচন (Function) ৰ ৰিটার্ণ ভেলু (Return Value) হ’ল এটা “Array” |
06.14 | এই “Array” ৰ এলিমেন্ট (Element) সমুহ “string” ৰ ভাগ হৈ থকা কিছু অংশ । |
06.19 | নির্দস্ট “delimiter” ৰ সহায়ত “Array” ৰ এলিমেন্ট (Element) সমুহক “join function” এ সংযোগ কৰে । |
06.25 | ই “string” ত সংযোগ হৈ থকা এলিমেন্ট (Element) সমুহ ঘুৰাই পথাই । |
06.28 | “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক / সংখ্যানুক্রমিক ভাবে চর্ট (sort) কৰে । |
06.34 | “White space” এ ভগাই দিয়া শব্দ ৰ “Array” ক, “qw function” এ ঘুৰাই পথাই । |
06.40 | আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । |
06.45 | টার্মিনেল লৈ যাওক, আৰু টাইপ কৰক, |
06.48 | gedit arrayFunctions dot pl স্পেচ্ ampersand আৰু টিপক Enter |
06.55 | তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক । |
07.00 | এই ক্ষেত্রত, “Variable string” ৰ প্রতিটো শব্দ “Array” ৰ এলিমেন্ট (Element) লৈ পৰিবর্ত্তন হব । |
07.07 | ইয়াত, প্রতিটো “newArray” ৰ এলিমেন্ট (Element) একোটা “ক’মা” (comma) ৰে সংযোগ কৰা হয় । |
07.12 | “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক ভাবে চর্ট (sort) কৰে । |
07.19 | “qw function” এ একোটা শব্দ ৰ “Array” বনাই যাক স্পেচ (Space) এ ভাগ কৰে । |
07.25 | আহক এতিয়া প্রতিটো ফাংচন বুজো- |
07.28 | “split function” এ ২টা কৈ “argument” লয় । |
07.31 | ১ম argument টো হ’ল এটা “delimiter”, যাৰ কাৰণে “string” ক ভগাই দিব লগিয়া হয় । |
07.36 | ২য় টো ও এটা “string” যাক ভগাই দিব লাগে । |
07.39 | “Delimiter” নিশ্চিত কৰিবলৈ “forward slash, single অথবা double quotes” ব্যৱহাৰ কৰা হয় । |
07.45 | “join function” এ ২টা কৈ “argument” লয় । |
07.48 | ১ম টো হ’ল “delimiter” য’ত “Array Element” বোৰক ক সংযোগ কৰি দিয়া হয় । |
07.53 | ২য় টো হ’ল “Array” । |
07.55 | “Delimiter” নিশ্চিত কৰিবলৈ “single অথবা double quotes” ব্যৱহাৰ কৰা হয় । |
07.58 | “sort function” এ ১টা কৈ “argument” লয়, যি হ’ল এটা “Array” আৰু যাক চর্ত (sort) কৰিব লাগে । |
08.05 | “qw function” এ ঘুৰাই পঠাই একোটা শব্দ ৰ “Array” ক যাক স্পেচ (Space) এ ভাগ কৰে । |
08.11 | যদি “qw” ৰে লিখা হয় তেন্তে, “quotes” ত নিলিখিলেও হয় । |
08.17 | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”- |
08.23 | “perl arrayFunctions dot pl” |
08.26 | “Enter” টিপক । |
08.29 | আউটপুত (Output) সমুহ স্ক্রিন (Sceen) ত দেখাপোৱা যাব |
08.33 | এতিয়া সাৰাংশলৈ আহিছো । |
08.34 | এই নির্দেশনা ত আমি শিকিলো - |
08.36 | “Array” ৰ পৰা এলিমেন্ট (Element) সমুহ সংযোগ কৰা / আতৰোৱা । |
08.40 | “Array” ৰ সাধাৰণ ফাংচন (basic function বোৰ উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত বুজা । |
08.46 | ইয়াত কিছু অভ্যাশৰ কাৰনে প্রশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে । |
08.48 | 'script.spoken-tutorial.org/index.php/Perl' যাওক । |
08.54 | উপৰত দিয়া সমুহ split কৰক string at '/ ' (forward slash) delimiter |
08.59 | যোগ (Add) কৰক https:// at the start of an newly created Array |
09.06 | গুচাওক / আতৰাওক element “Perl” from the Array |
09.09 | “Array” ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চর্ত (sort) কৰক । |
09.12 | উপৰত উল্লেখিত লিংক (link) ৰ পৰা ভিডিঅ’ টো চাওক । |
09.15 | ইয়াত সম্পূর্ণ বাকধ্বনি যুক্ত নির্দেশনা সমুহ উল্লেখ কৰা হৈছে । |
09.19 | যদি আপোনাৰ বেন্দৱাইথ (Bandwith) ভাল নহয় তেন্তে ডাউনলোড কৰি ল’ব পাৰে । |
09.24 | স্পোকেন টিউটোৰিএল প্রজেক্ত টিম এ বাকধ্বনি যুক্ত নির্দেশনা থকা ৱার্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা । |
09.30 | যি সকলে অনলাইন পৰীক্ষা ত উত্তীর্ণ হয় তেওঁলোকক চার্টিফিকেট দিয়া হয় । |
09.34 | অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org |
09.40 | স্পোকেন টিউটোৰিএল প্রজেক্ত এটা Talk to a Teacher project (শিক্ষক ৰ লগত কথা পতা প্রজেক্ত) |
09.44 | ইয়াক সহযোগ কৰিছে নেচনেল মিছন অন এডুকেছন দ্বাৰা ICT, MHRD, ভাৰত চৰকাৰ । |
09.51 | অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10.02 | আশা কৰো আপোনালোকে পার্ল টিউটোৰিএল (Perl Tutorial) উপভোগ কৰিলে । |
10.04 | মই প্ৰগয়ান বেজবৰুৱা, সমাপ্ত কৰিছো । |
10.06 | ধন্যবাদ । |