PERL/C2/Array-functions/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 পার্ল (Perl) ত এৰে ফাংছন (Array Function) ৰ নির্দেশনা (Tutorial) লৈ আপোনালোক ক স্বাগতম ।
00:06 এই নির্দেশনা (Tutorial) ত আপোনালোকে পার্ল (Perl) ত এৰে ফাংছন (Array Function), যেনে
00:11 push ( পুছ )pop ( প’প )shift ( ছিফ্ট )
00:14 unshift ( আন-ছিফ্ট )split ( চপ্লিত )
00:16 splice ( চপ্লাইছ )join ( যইন )
00:18 sort ( চর্ত )qw( কিউ-ডাব্লিউ )
00:20 মই ইয়াত “Ubuntu Linux12.04” আৰু “Perl 5.14.2” ব্যবহাৰ কৰিছো ।
00:28 মই আৰু “gedit” নামৰ Text Editor ও ব্যৱহাৰ কৰিছো ।
00:32 আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে Text Editor ব্যৱহাৰ কৰিব পাৰে ।
00:36 ইয়াৰ বাবে আপোনাৰ Perl ৰ “Variables Data Structures” আৰু “Array” ৰ সাধাৰণ জ্ঞান থকা উচিত ।
00:43 “Conditions, loops” আৰু “Conditional Statements” ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই ।
00:48 আপোনালোকে বাণী নির্দেশনা (Spoken Tutorial) ৱেব্ছাইট ত থকা “Spoken Tutorial” চাব ।
00:54 Perl ত কিছুমান আগৰে পৰা থকা ফাংছন (Function) পোৱা যায় ।
00:57 এই “Function” সমূহে “Array” ত বহু ধৰণৰ কাম কৰিব পাৰে ।
01:02 প্রথমতে আমি কেনেদৰে এলিমেন্ট (Element) সমুহ “Array” ৰ সহায়ত বহাব আৰু গুচাব পাৰি তকে শিকিম ।
01:08 এয়া কৰা হয় এনেদৰে :-
01:10 “Array” ৰ শেষৰ থাইত “Push Function” সহায়ত একোটা এলিমেন্ট (Element) বহুৱা হয় ।
01:15 আৰু “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” সহায়ত একোটা এলিমেন্ট (Element) গুচোৱা হয় ।
01:21 প্রথমতে আমি এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত কেনেদৰে “Push” আৰু “Pop Fuction” ব্যৱহাৰ কৰা হয় তাক যানিম ।
01:26 Terminal খোলক আৰু টাইপ কৰক “gedit perlArray dot pl space ampersand” ।
01:33 আৰু প্রেছ (Press) কৰক “Enter” ।
01:36 ই “gedit” ত “perlArray dot pl” নামৰ ফাইল (File) এটা খুলিব ।
01:41 স্ক্রিন (Screen) ত দেখুৱাৰ দৰে কোড (Code) টাইপ (Type) কৰক ।
01:45 ইয়াত আমি “Array” ৰ দৈর্ঘ্য ৩ বুলি কৈ দিছো ।
01:50 “Array” ৰ শেষৰ স্থান ত “Push Function” এ এটা এলিমেন্ট (Element) বহুৱাব, অর্থাত ৩ ৰ পিছত ।
01:57 “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” এ এটা এলিমেন্ট (Element) গুচাব ।
02:04 আমাৰ এই পৰিস্থিতি ত চতুর্থ টো “Array” ৰ পৰা গুচাই দিয়া হব ।
02:08 সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” ।
02:11 “push function” এ ২ টা “arguments” লয় ।
02:14 “1st Argument” ৰ পৰা “push function”, হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব ।
02:20 “2nd argument” হ’ল এটা “Element” যাক “push” কৰা হব “Array” লৈ ।
02:25 “Pop function” ৰ বাক্যবিন্যাস (Syntax) সমুহ তলত দিয়া হ’ল :-
02:29 “pop function” এ অকল এটাহে “argument” লয় ।
02:32 ই হ’ল একপ্রকাৰৰ “Array” য’ৰ পৰা এটাকৈ “Element” গুচাব ।
02:36 মনত ৰাখিব যে এই ফাংচন সমুহ “Array” ৰ শেষৰ স্থান ত হে কাম কৰিব ।
02:41 “pop function” এ যিবোৰ এলিমেন্ট (Element) গুচাই দিছিল, সেই বোৰ বেলেগ এটা ভেৰিএবল (Variable) ৰ পৰা পোৱা যাব ।
02:46 ইয়াৰ বাবে বাক্যবিন্যাস (Syntax) টো হ’ল :- “$variable space = space pop open bracket @myArray close bracket”
02:57 এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script”
03:01 টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক ।
03:07 আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব ।
03:11 এতিয়া আমি কেনেদৰে “Array” ৰ প্রথম স্থানত এলিমেন্ট (Element) এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম ।
03:18 ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয় :-
03:20 “unshift function”- যিয়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাই ।
03:25 “shift function”- যিয়ে প্রথম এলিমেন্ট (Element) টো “Array” ৰ পৰা আতৰাই দিয়ে ।
03:31 আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
03:35 মই এতিয়া “perlArray dot pl” ফাইল (File) টো খুলিম, যাক মই আগতেই বনাই থৈছিলো ।
03:39 স্ক্রিন (Screen) ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক -
03:43 “unshift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাব, অর্থাত ১ ৰ আগত ।
03:52 “shift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানৰ পৰা আতৰাব ।
03:57 আমাৰ ক্ষেত্রত, “শুণ্য” টো গুচোৱা হব ।
04:00 সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” ।
04:03 “unshift function” এ ২ টা “arguments” লয় ।
04:06 “1st Argument” হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব ।
04:10 “2nd Argument” হ’ল এটা “Element” যাক “Array” ত বহুৱা হ’ব ।
04:15 “Shift Function” এ মাত্র এটা “argument” লব পাৰে ।
04:18 ই হ’ল এটা “Array” য’ৰ পৰা “Element” বোৰ গুচাব লাগে ।
04:22 মনত ৰাখিব : দুয়োটা ফাংচনে ৰ প্রথম স্থান (First position) ত কাম কৰে ।
04:27 আমি কিছু ভেৰিএবল (Variable) ৰ পৰা “shift function” গুচাই এলিমেন্ট (Element) সমুহ গোটাই লব পাৰো ।
04:33 ইয়াৰ বাবে বাক্যবিন্যাস (Syntex) টো হ’ল : “- $variable space = space shift open bracket @myArray close bracket”
04:44 এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script”
04:48 টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক ।
04:54 আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব উজলাই থোৱা অংশত ।
04:59 এতিয়া, কেনেদৰে এলিমেন্ট (Element) এটা “Array” ৰ কোনো উল্লেখিত স্থানৰ (specified position) পৰা গুচোৱা হয় তাক চাম ।
05:05 “Splice Function” সমুহে “Array” ৰ কোনো এটা নির্দিস্ট স্থানৰ পৰা এলিমেন্ট (Element) বোৰ গুচাই দিয়ে ।
05:11 এই ফাংচন (Function) ৰ “ৰিটার্ণ ভেলু” (Return Value) বোৰ “Array” ৰ পৰা গুচাই দিয়া এলিমেন্ট (Element) সমুহ
05:17 আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
05:21 “perlArray dot pl” নামৰ ফাইল টো লৈ যাওক, যাক আমি আগতেই বনাই থৈছিলো ।
05:26 তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক ।
05:30 আমি এতিয়া “Index”ক যোগান দিব লাগিব, য’ৰ পৰা আমি এলিমেন্ট (Element) বোৰ গুচাব বিচাৰো, আৰু
05:35 “Offset” য’লৈকে আমি এলিমেন্ট (Element) সমুহ গুচাব বিচাৰো ।
05:39 আমাৰ ক্ষেত্রত , ৫ আৰু ৬ নং এলিমেন্ট (Element) কেইটা হে গুচাব লাগিব ।
05:44 এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”-
05:49 টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক ।
05:55 আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব
05:59 এতিয়া আকৌ “Array” ৰ কিছু নতুন “Inbuild Function” সমুহ চাওঁ ।
06:04 এটা নির্দস্ট “delimiter” থকা “string” ক ভাগ কৰিবলৈ “Split Function” ব্যৱহাৰ কৰে ।
06:10 এই ফাংচন (Function) ৰ ৰিটার্ণ ভেলু (Return Value) হ’ল এটা “Array”
06:14 এই “Array” ৰ এলিমেন্ট (Element) সমুহ “string” ৰ ভাগ হৈ থকা কিছু অংশ ।
06:19 নির্দস্ট “delimiter” ৰ সহায়ত “Array” ৰ এলিমেন্ট (Element) সমুহক “join function” এ সংযোগ কৰে ।
06:25 ই “string” ত সংযোগ হৈ থকা এলিমেন্ট (Element) সমুহ ঘুৰাই পথাই ।
06:28 “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক / সংখ্যানুক্রমিক ভাবে চর্ট (sort) কৰে ।
06:34 “White space” এ ভগাই দিয়া শব্দ ৰ “Array” ক, “qw function” এ ঘুৰাই পথাই ।
06:40 আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
06:45 টার্মিনেল লৈ যাওক, আৰু টাইপ কৰক,
06:48 gedit arrayFunctions dot pl স্পেচ্ ampersand আৰু টিপক Enter
06:55 তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক ।
07:00 এই ক্ষেত্রত, “Variable string” ৰ প্রতিটো শব্দ “Array” ৰ এলিমেন্ট (Element) লৈ পৰিবর্ত্তন হব ।
07:07 ইয়াত, প্রতিটো “newArray” ৰ এলিমেন্ট (Element) একোটা “ক’মা” (comma) ৰে সংযোগ কৰা হয় ।
07:12 “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক ভাবে চর্ট (sort) কৰে ।
07:19 “qw function” এ একোটা শব্দ ৰ “Array” বনাই যাক স্পেচ (Space) এ ভাগ কৰে ।
07:25 আহক এতিয়া প্রতিটো ফাংচন বুজো-
07:28 “split function” এ ২টা কৈ “argument” লয় ।
07:31 ১ম argument টো হ’ল এটা “delimiter”, যাৰ কাৰণে “string” ক ভগাই দিব লগিয়া হয় ।
07:36 ২য় টো ও এটা “string” যাক ভগাই দিব লাগে ।
07:39 “Delimiter” নিশ্চিত কৰিবলৈ “forward slash, single অথবা double quotes” ব্যৱহাৰ কৰা হয় ।
07:45 “join function” এ ২টা কৈ “argument” লয় ।
07:48 ১ম টো হ’ল “delimiter” য’ত “Array Element” বোৰক ক সংযোগ কৰি দিয়া হয় ।
07:53 ২য় টো হ’ল “Array” ।
07:55 “Delimiter” নিশ্চিত কৰিবলৈ “single অথবা double quotes” ব্যৱহাৰ কৰা হয় ।
07:58 “sort function” এ ১টা কৈ “argument” লয়, যি হ’ল এটা “Array” আৰু যাক চর্ত (sort) কৰিব লাগে ।
08:05 “qw function” এ ঘুৰাই পঠাই একোটা শব্দ ৰ “Array” ক যাক স্পেচ (Space) এ ভাগ কৰে ।
08:11 যদি “qw” ৰে লিখা হয় তেন্তে, “quotes” ত নিলিখিলেও হয় ।
08:17 এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”-
08:23 “perl arrayFunctions dot pl”
08:26 “Enter” টিপক ।
08:29 আউটপুত (Output) সমুহ স্ক্রিন (Screen) ত দেখাপোৱা যাব
08:33 এতিয়া সাৰাংশলৈ আহিছো ।এই নির্দেশনা ত আমি শিকিলো -
08:36 “Array” ৰ পৰা এলিমেন্ট (Element) সমুহ সংযোগ কৰা / আতৰোৱা ।
08:40 “Array” ৰ সাধাৰণ ফাংচন (basic function বোৰ উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত বুজা ।
08:46 ইয়াত কিছু অভ্যাশৰ কাৰনে প্রশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে ।
08:48 'script.spoken-tutorial.org/index.php/Perl' যাওক ।
08:54 উপৰত দিয়া সমুহ split কৰক string at '/ ' (forward slash) delimiter
08:59 যোগ (Add) কৰক https:// at the start of an newly created Array
09:06 গুচাওক / আতৰাওক element “Perl” from the Array
09:09 “Array” ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চর্ত (sort) কৰক ।
09:12 উপৰত উল্লেখিত লিংক (link) ৰ পৰা ভিডিঅ’ টো চাওক ।
09:15 ইয়াত সম্পূর্ণ বাকধ্বনি যুক্ত নির্দেশনা সমুহ উল্লেখ কৰা হৈছে ।
09:19 যদি আপোনাৰ বেন্দৱাইথ (Bandwith) ভাল নহয় তেন্তে ডাউনলোড কৰি ল’ব পাৰে ।
09:24 স্পোকেন টিউটোৰিএল প্রজেক্ত টিম এ বাকধ্বনি যুক্ত নির্দেশনা থকা ৱার্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা ।
09:30 যি সকলে অনলাইন পৰীক্ষা ত উত্তীর্ণ হয় তেওঁলোকক চার্টিফিকেট দিয়া হয় ।
09:34 অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org
09:40 স্পোকেন টিউটোৰিএল প্রজেক্ত এটা Talk to a Teacher project (শিক্ষক ৰ লগত কথা পতা প্রজেক্ত)
09:44 ইয়াক সহযোগ কৰিছে নেচনেল মিছন অন এডুকেছন দ্বাৰা ICT, MHRD, ভাৰত চৰকাৰ ।
09:51 অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:02 আশা কৰো আপোনালোকে পার্ল টিউটোৰিএল (Perl Tutorial) উপভোগ কৰিলে ।
10:04 মই প্ৰগয়ান বেজবৰুৱা, সমাপ্ত কৰিছো ।
10:06 ধন্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble