KTurtle/C3/Programming-Concepts/Assamese
From Script | Spoken-Tutorial
| Visual Cue | Narration |
|---|---|
| 00.01 | সকলোলৈ নমস্কাৰ। |
| 00.03 | KTurtleৰ Programming concepts tutorial’লৈ সকলোকে আমনত্ৰণ জনালো। |
| 00.08 | এই tutorial’ত আমি শিকিম- |
| 00.12 | KTurtle’ত program লিখিবলৈ। |
| 00.15 | Variable ব্যৱহাৰ কৰি input store কৰিবলৈ। |
| 00.18 | Print command ব্যৱহাৰ কৰি canvas’ত print কৰিবলৈ । |
| 00.22 | Line এটাত comment কৰিবলৈ। |
| 00.24 | এই tutorial record কৰিবলৈ, মই Ubuntu Linux OS Version 11.10. KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো। |
| 00.37 | আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ basic জ্ঞান আছে। |
| 00.43 | যদি নাই, দৰকাৰি tutorial’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org চাওঁক। |
| 00.49 | আগবাঢ়াৰ আগতে, আমি KTurtleৰ basic তথ্যৰ কথা কওঁ। |
| 00.55 | Canvas’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়। |
| 01.00 | "Sprite" এখন সৰু ছবি যি canvas’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়। |
| 01.10 | "spritehide" command’এ Turtle ক canvas’ৰ পৰা লোকোৱাই দিয়ে। |
| 01.15 | "spriteshow" command’এ Turtle লোকাই আছে যদি দেখোৱাই দিয়ে। |
| 01.21 | "clear" command’এ canvas’ত থকা সকলো ছবি মোচী দিয়ে। |
| 01.27 | KTurtleৰ ভিতৰত |
| 01.29 | "$ " sign’এ variables ৰাখে। |
| 01.34 | "*"(asterisk) sign ২টা নং পোৰণ কৰে। |
| 01.41 | "^"(caret)’এ এটা নংৰ ঘাত উলিয়ায়। |
| 01.45 | "#"(hash) sign’ৰ পাছত লিখা বাক্য comment হিছাপে ধৰি লয়। |
| 01.50 | "sqrt" এটা function হয় যি এটা নংৰ বৰ্গমূল উলিয়ায়। |
| 01.58 | ব’লক আমি KTurtle Application খোলো। |
| 02.02 | Dash home >> Media Appsত click কৰক। |
| 02.07 | Type’ৰ তলত, Education আৰু KTurtle বাচি লওক। |
| 02.13 | KTurtle application খোল খাব। |
| 02.20 | আমি KTurtle terminal ব্যৱহাৰ কৰিও খোলিব পাৰো। |
| 02.24 | CTRL+ALT+T একে সময়ত টিপিলে terminal খোল খাব। |
| 02.30 | KTurtle type কৰি Enter টিপিলে KTurtle Application খোল খাব। |
| 02.41 | মই program code type কৰি আপোনালোকক বুজাম। |
| 02.46 | Program text’লৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে। |
| 02.55 | #program to find square of a number. Enter টিপক। |
| 03.15 | "#" sign’ৰ পাছত লিখা বাক্য comment হিছাপে ধৰি লোৱা হয়। |
| 03.19 | মানে program execute কৰাৰ সময়ত এই line’এ একো execute নকৰে। Enter টিপক। |
| 03.29 | reset |
| 03.30 | reset command’এ Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। Enter টিপক। |
| 03.38 | $i= ask double quotes’ৰ ভিতৰত enter a number for i আৰু OK click কৰক। |
| 03.58 | "$i" এটা variable হয় user input store কৰি ৰাখিবলৈ। |
| 04.03 | “ask” command’এ variable’ত ৰাখিবলৈ user input বিচাৰে। Enter টিপক। |
| 04.11 | “fontsize” space 28. |
| 04.17 | fontsizeএ print’এ ব্যৱহাৰ কৰা font size set কৰে। |
| 04.20 | Fontsize’এ input হিচাপে নং লয়, pixels’ত set কৰা থাকে। |
| 04.27 | print $i*$i |
| 04.36 | print $i*$iএ এটা নংৰ বৰ্গ ধাৰ্য্য কৰি print কৰে। Enter টিপক। |
| 04.45 | spritehide |
| 04.48 | spritehide এ Turtleক canvas’ৰ পৰা লোকোৱাই দিয়ে। |
| 04.53 | ব’লক এতিয়া program run কৰো। |
| 04.56 | Editor’ত থকা code execute কৰিবলৈ Toolbar’ত থকা Run button’ত click কৰক। |
| 05.03 | Execution speed থকা এখন list দেখোৱাব। |
| 05.07 | Full speed (highlighting আৰু inspector নাথাকে) |
| 05.10 | Full speed,
slow, slower, slowest আৰু step-by-step. |
| 05.17 | slow বেগত code’টো চলাম। |
| 05.21 | এখন "input bar" ওলাব। |
| 05.23 | i’ৰ মান 15 দি Enter টিপক। |
| 05.29 | '15'ৰ বৰ্গ = '225' canvas’ত display হ’ব। |
| 05.35 | ব’লক এতিয়া program’ৰ জৰিয়তে এটা নংৰ nth ঘাত উলিয়াবব শিকো। |
| 05.42 | text editor’ৰ মোৰ আগৰ পৰাই এটা program আছে। |
| 05.46 | text editor ‘ৰ পৰা program copy কৰি KTurtle editor’ত paste কৰক। |
| 05.56 | অনুগ্ৰহ কৰি tutorial pause কৰি program KTurtle editor’ত copy কৰি লওক। |
| 06.03 | Program text’লৈ zoom কৰি লৈছো। |
| 06.07 | program’টো ব্যাখ্যা কৰো। |
| 06.09 | # sign’ৰ পাছত থকা বাক্য comment হৈ যায়। |
| 06.13 | reset command’এ Turtle ক তাৰ default position’লৈ লৈ যায়। |
| 06.18 | $i আৰু $n ‘user input’ store কৰিবলৈ ২টা variable. |
| 06.25 | “ask” command’এ variable’ত store কৰিবলৈ user input খোজে। |
| 06.31 | fontsize 28এ print’এ ব্যৱহাৰ কৰা font size set কৰে। |
| 06.37 | Fontsize’এ input নং হিছাপে লয়, যি pixel’ত set কৰা থাকে। |
| 06.43 | print ($i^$n)এ এটা নংৰ ঘাত গণনা কৰি print কৰে। |
| 06.52 | spritehideএ Turtle canvas’ৰ পৰা লোকোৱাই দিয়ে। |
| 06.57 | ব’লক program’টো run কৰো। |
| 07.00 | i’ৰ মান 5 দি Enter টিপক। |
| 07.05 | n’ৰ মান 4 দি Enter টিপক।. 5^4=625 বোলি canvas’ত display হ’ব। |
| 07.18 | ব’লক এতিয়া আমি আগৰে পৰা program’ত থকা “sqrt” function ব্যৱহাৰ কৰি এটা নংৰ বৰ্গমোল ওলিয়াও। |
| 07.27 | Editor’ৰ পৰা code copy কৰি KTurtleৰ editor’ত paste কৰক। |
| 07.35 | অনুগ্রহ কৰি tutorial ইয়াতে pause কৰি program’টো KTurtle editor’ত copy কৰি লওক। |
| 07.43 | Program text অলপ zoom কৰি দিও নহলে অলপ blur হৈ থাকিব। |
| 07.49 | Codeখিনি বোজাই দিও। |
| 07.52 | # sign’ৰ পাছত থকা বাক্য comment হৈ যায়। |
| 07.57 | '’'reset command’এ Turtle ক তাৰ default position’লৈ লৈ যায়। |
| 08.02 | $i ‘user input’ store কৰিবলৈ ১টা variable. |
| 08.07 | fontsize 28এ print’এ ব্যৱহাৰ কৰা font size set কৰে। |
| 08.12 | print sqrt $i’এ ১টা নংৰ বৰ্গমান গণনা কৰে। |
| 08.19 | spritehideএ Turtle canvas’ৰ পৰা লোকোৱাই দিয়ে। |
| 08.24 | ব’লক program’টো run কৰো। |
| 08.28 | i’ৰ মান 169 দি Enter টিপক। |
| 08.34 | 169’ৰ বৰ্গমান 13 canvas’ত দেখোৱাব। |
| 08.39 | আকৌ run কৰো ব’লক। |
| 08.42 | i’ৰ মান -169 দি Enter টিপক। |
| 08.49 | যদি আমি ঋণাত্মক সংখ্যা enter কৰো, output 'nan' হয় যি একো সংখ্যা নোহোৱা বুজায়। |
| 08.56 | যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। |
| 09.02 | ব’লক আমি program’ৰ দ্বাৰা ১টা ধণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো। |
| 09.08 | Editor’ৰ পৰা code copy কৰি KTurtleৰ editor’ত paste কৰক। |
| 09.19 | অনুগ্রহ কৰি tutorial ইয়াতে pause কৰি program’টো KTurtle editor’ত copy কৰি লওক। |
| 09.25 | Program text অলপ zoom কৰি দিও নহলে অলপ blur হৈ থাকিব। |
| 09.31 | Codeখিনি বোজাই দিও। |
| 09.35 | # sign’ৰ পাছত থকা বাক্য comment হৈ যায়। |
| 09.38 | মন কৰিব ই ১টা এক ষাৰীৰ comment। |
| 09.42 | প্রত্যেকটো comment’ৰ আগত # sign থকাটো আৱশ্যকীয়। |
| 09.48 | '’'reset command’এ Turtle ক তাৰ default position’লৈ লৈ যায়। |
| 09.53 | . $i আৰু ’’’$C’’’ ‘user input’ store কৰিবলৈ ২টা variable. |
| 09.59 | $C=($i)^(1/3)এ ১টা সংখ্যাৰ ঘনমান গণনা কৰে। |
| 10.07 | fontsize 28এ print’এ ব্যৱহাৰ কৰা font size set কৰে।. |
| 10.13 | print $Cএ এটা সংখ্যাৰ ঘনমান print কৰে। |
| 10.19 | spritehideএ Turtle canvas’ৰ পৰা লোকোৱাই দিয়ে। |
| 10.23 | ব’লক program’টো run কৰো। |
| 10.27 | i’ৰ মান 343 দি OK click কৰক। |
| 10.34 | 343’ৰ ঘনমান 7 canvas’ত দেখোৱাব। |
| 10.40 | ইয়াৰ সৈতে আমি tutorial’ৰ শেষ অংশ পালোহি। |
| 10.43 | চমুকৈক’বলৈ গ’লে- |
| 10.46 | এই tutorial’ত আমি শিকিলো |
| 10.49 | Programming’ৰ concepts |
| 10.52 | sqrt function’ৰ ব্যৱহাৰ |
| 10.55 | print command’ৰ ব্যৱহাৰ |
| 10.57 | KTurtle editor আৰু canvas ব্যৱহাৰ কৰিবলৈ |
| 11.02 | Assignment হিচাপে মই বিচাৰো আপোনালোকে basic programming command ব্যৱহাৰ কৰি ওলিয়াওক |
| 11.08 | এটা সংখ্যাৰ ঘন |
| 11.11 | এটা সংখ্যাৰ nth ঘাত |
| 11.15 | এই video চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial |
| 11.19 | ইয়াতে Spoken Tutorial project সামৰিছো। |
| 11.22 | যদি আপোনাৰ ভাল bandwidth নাই, আপোনি download কৰিও চাব পাৰে। |
| 11.27 | Spoken Tutorial Project Team’এ : |
| 11.29 | spoken tutorial ব্যৱহাৰ কৰি workshop আয়োজন কৰে |
| 11.32 | online test উত্তীৰ্ণ কৰা সকলক certificate দিয়ে |
| 11.35 | আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org |
| 11.44 | Spoken Tutorial Project ‘Talk to a Teacher’ project’ৰ এটা ভাগ। |
| 11.48 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11.55 | আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. |
| 11.59 | এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই Mousumi Medhi IIT Bombay’ৰ পৰা, sign off. ধন্যৱাদ। |