Linux/C2/Simple-filters/Assamese

From Script | Spoken-Tutorial
Revision as of 16:43, 13 March 2013 by Udaya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
0:00 লিনাক্সৰ সৈতে টিমপল ফিস্টাৰৰ স্পকেন টুটৰিয়েললৈ আপোনালোকক আদৰনি জনাইছে
0:08 ইয়াত আমি শিকিম হেড, টেল, সোৰ্ট, কাট আৰু পেস্ট ৰ বিষয়ে.
0:17 এই সকলোবাৰ হৈছে কমান্ড লাইপ টেকস্ট মেনিপুলেশান টুলচ.
0:22 আপুনি ঘদি ট্যাৰমিনেলত এটা হেছ (স্পেছ) চিন দেখে, আপোনি এই কমান্ডবোৰ কাৰ্ঘাকৃত কৰিবলৈ ৰুট হব লাগিব.
0:29 শুধু সু বা সু ৰুট আপুনি ঘনি ডলাৰ চিন এটা ট্যাৰমিনেলত দেখে তাৰমানে আপুনি এই কমান্ডবোৰ কাৰ্ঘাকৃত কৰিবলৈ এটা সাধাৰন ইউজাৰ হব লাগিব
0:38 মই ধৰি লৈছো ঘে আপুনি এট ডিফল্ট ইন্চট্যলেচন কৰিছে আৰু পাথ মডিফাই কৰা নাই ঘত ফাইলবোৰ চোড হয়
0:46 মই ব্যৱহাৰ কৰিছ্ব উবুন্টু ১০.১০
0:51 এই মড্যুলাৰ বিন্ডত আমি ব্যৱহাৰ কৰিব পাৰোমাউচ, ক্যিবৰ্ড, মেক্সিমাইজ আৰু মিনিমাইজ বাটনবোৰ
1:02 এটা ফাইলৰ প্ৰথম লাইনটো বাই ডিকখুৱাবলৈ আমি ব্যৱহাৰ কৰিম হেড কমান্ড, তাৰ পিছতেই আককি ফাইল নেম.
1:10 আহক আমি এটা ফাইল বলাও মই এইটো প্ৰেক্টিক্যলি দেখুৱাবলৈ ইসীএস (ইএসক্যাপ) ক্যিতু টিপিম.
1:17 এইবাৰ ঘাওক এপ্লিকোচন (এব্চেছৰিজ) টেক্সট এদিতৰলৈ
1:24 সময় কম কৰিবলৈ মই এই নম্বৰবোৰ আগতেই থৈছু.
1:30 মই এতিয়া অকল ক’পি আৰু পেষ্ট কৰিম.
1:38 চেড ত টিপক
1:41 ফাইলটোৰ নাম দিয়ক নম্বৰচ ক্লোট টেক্স আৰু চেড টিপক.
1:48 এই ফাইলটো ক্লজ কৰক.
1:53 এতিয়া ঘাওক এপ্লিক্যেচন (এব্চেছৰিজ) ট্যাৰমিনেললৈ
2:01 আহক আমি এতিয়া চাও আমি বনোৱা ফাইলতো আছেনে নাই
2:05 ইস টাইপ কৰক আৰু এন্টাৰ টিপক
2:09 ই হোম ডাইৰেক্টৰী ৰ সকলো ফাইল আৰু ফল্ডাৰৰ তালিকা দিব
2:15 সীএটী কমান্ড ব্যৱহাৰ কৰি আমি বনোৱা ফাইলৰ বস্তুবোৰ পঢ়িব পাৰো
2:21 সীএটী এন-ইউ-এম দি ট্যেবত টিপক ফাইল নামটো নিজে নিজে আহি ঘাবলৈ
2:29 আহক আমি একেধৰনে হেড কমান্ড ব্যৱহাৰ কৰো
2:33 হেড নম্বৰ ডট টেক্সট আৰু এন্টাৰ টিপক
2:39 এতিয়া প্ৰথম লাইনতো দেথুৱাৰ
2:43 আমি প্ৰথম লাইনতো চাবৰ বাবে হেড কমান্ড দিম আৰু ফাইলৰ মাজত হাইপেন এন৫ অপচ্ ন ব্যৱহাৰ কৰিম
2:52 আপ এৰ হাইপেন এন৫ আৰু এন্টাৰ টিপক
2:58 এতিয়া অকল প্ৰথম লাইনবোৰ দেখুৱাব
3:02 আহক আমি প্ৰেজেন্টেচনলৈ ঘূৰি ঘাও
3:08 এফ৫
3:14 টেল কমান্ডটোৱে হেড কমান্ডৰ ওল্টা কাম কৰে ই ফাইলৰ শেষৰ লাইনবোৰ দেখুৱাই.
3:22 মই একেলগে আলট্ আৰু টেব দিম ট্যাৰমিনেললৈ ঘূৰি ঘাবলৈ
3:27 টেল নম্বৰ ডট্ টেক্সটঘদি
3:31 শেষত লাইনবোৰ চাব বিচাৰে, টেল কমান্ড আৰু ফাইল নামৰ মাজতা হাইপেন এফ৫ অপ্শন ব্যৱহাৰ কৰিব
3:40 হাইপেন এন৫ আৰু এন্টাৰ
3:45 স্লাইডলৈ ঘাওক
3:50 চ্যিচটেমত কি কি হৈছে তা এটা লগ ফাইল হব
3:55 অত পত লগ ফাইলত কোনে লগইন আৰু লগআউত কৰিছে তাৰ বিষয়ে থাকে
4:01 টেইল কমান্ডৰ আতাইতকৈ বেছি ব্যৱহৃত অপ্চন হৈছে হাইপেন এফ.
4:09 ঘদি এটা নতুন লগ ফাইলত ঘোগ কৰা হয়, টেল কমান্ডে ইয়াক শেষ লাইন হিচাবে লৈ দেখুৱাব.
4:18 ট্যাৰ্মিৰেললৈ ঘাওক৷
4:21 এই ট্যামিনেলক মই ৰিছাইজ কৰিম৷
4:31 ঘাতে মই আপোনালোকক একেখন স্ক্ৰীনত দেখূৱাব পাৰো লগ৷
4:39 ফাইলত টেইলে কি দৰে অনুসৰন কৰে৷
4:46 নিজকে এসইউ কৰিবলৈ চাওক চাওক আৰু এন্টাৰ টিপক৷
4:52 ডোল পাছৱৰ্ড দি এন্টাৰ টিপক৷
5:00 আপোনি দেখিবঘে টেইল ঘিটো ট্যাৰমিনেলত চলিচে, সেইটো এটা নতুন লগত এপেন্ড হৈছে৷
5:05 অথেন্টিকেণ্য ফাইলৰ ঘেতিয়া হয়, সেইটোৰে ডেত আৰুটাইম স্পেচিফাই কৰে৷
5:08 এক্সিট টাইপ কৰি এই ট্যাৰমিনেলটো ক্লজ কৰক৷
5:15 চলি থকা থকা টেল কমান্ড ক্লনজ কৰিবলৈ আৰু স্ক্ৰীনখন ডাঙৰ কৰিৱলে কন্ট্ৰোল দিয়ক৷
5:23 আমি আগৰ উদাহৰনত অকল দেখিলো অথ ডত লগ ফাইল৷
5:32 এইবোৰ হৈছে ল্যিনাক্সত ব্যৱহাৰ কৰা সাধাৰন লগ ফাইল৷
5:36 মেচিত কিবা অসুবিধা হলে, তাৰ সমাধান কৰিবলৈ আৰু ইয়াৰ বিষয়ে বছি জানিবলৈ ল্যিনাক্স চিচটেম এডমিনিষ্ট্ৰেতৰে এই লগ ফাইলবোৰ চাব৷
5:51 শৰ্ট কমান্ডে এটা ফাইল এচেন্ডিং আৰু দিচেন্ডিং ডাবে চৰ্ত ৰিব৷
5:57 চৰ্ত নম্বৰ ডট টেক্সট্ ফাইলটো ওপৰৰ পৰা চৰ্ত কৰিব৷
6:01 চৰ্তে ঘদি বেলেগ কিবা দেখা পাই, তেতিয়া চৰ্তে অকল প্ৰৰ্থম কেৰেষ্টাৰ লৈ চৰ্ত কৰিব আৰু ইয়াৰ আগত ১০.১১.১২ নম্বৰ ওলাব৷
6:12 এইটো নহবৰ বাবে ইয়াত হাইপেন এন অপ্চন ঘোগ কৰিব আৰু এন্টাৰ দিব৷
6:23 এতিয়া চৰ্তে সকলো নম্বৰ চাব চৰ্ত কৰিবলৈ৷
6:31 নম্বৰ ডট টেক্সট্ ওলোটা ডাবে চত কৰিবলৈ হাইপেন আৰ অপ্চন ঘোগ কৰক৷
6:43 এই ফাইলত নম্ববোৰ ৰিপিত কৰে৷ এই ইউন্যিক নম্বৰ উলিয়াবলৈ হাইপেন ইউ অপ্চন ঘোগ কৰক৷
6:53 ট্যাৰমিনেললৈ ঘাওক৷
6:58 থেকে বিপরীত ক্রম সংখ্যা বিন্দু txt বাছা হাইফেন r এর একটি বিকল্প যোগ করা.
7:09 আমরা সংখ্যার এই ফাইলের মধ্যে যে পুনরাবৃত্তি, শুধু অনন্য নম্বর টান আউট হাইফেন, u অন্য বিকল্প যোগ আছে.
7:17 আগতে দুটা ২ দেখুৱাইচিলে৷
7:20 এতিয়া এটা
7:22 দেখুৱাব৷ আহক
7:26 আমি এটা ফাইল আৰু ক্যি তলত দেখুৱাৰ দৰে বলাও৷ ঘাওক এপ্লিক্যেচন (এক্চেচৰিজ) টেকষ্ট এডিতৰলৈ৷
7:38 মোৰ দাতাবোৰ বেলগ এটা ফাইলত আগতেই আছে৷ সময় বচাবলৈ মই এইবোৰ
7:44 কপি আৰু পেষ্ট কৰিম কন্ট্ৰোল সী, কন্ট্ৰোল ডী. এই ফাইলটো চেড টিপিপ মাৰ্কস
7:48 ডট টেক্সট্ ফাইলত চেড কৰিম৷ ফাইলতো ক্লজ কৰব৷
7:57 আহক আমি এতিয়া মাৰ্কস ডট টেক্সট্ ফাইলৰ দ্বিতীয় কলমতো চৰ্ত কৰো৷ ট্যাৰমিনেললৈ ঘাওক৷
8:11 ফাইল, চিহ্ন বিন্দু txt হিসেবে, সংরক্ষণ পরীক্ষা
8:21 এই ফাইল উপর বিশেষ অক্ষর আপত্তি না আমি কাউকে দান কম চিহ্ন তাদের জন্য আমার আবেদন করতে ইচ্ছুক না
8:28 হাইপেন কে২ দ্বিতীয় কলমৰ
8:33 বাবে দিয়ে৷ ঘিটোৱে চৰ্ত কৰিব৷ এন্টাৰ দিয়ক৷
8:40 সীএটী মাৰ্কচ ডট টেক্সত
8:42 চৰ্ত কৰাৰ পিছত আমি ঘদি দেখো অডিৰ ওপৰত আহিছে আৰু বালা তলত আহিছে তাৰমানে এইটোৱে অৰিজিনেল ফাইল৷
8:53 কাট কমান্ডে ফাইলৰ পৰা কিছুমান কলম কাট্ কৰিবলৈ ব্যৱহৰ কৰে৷
9:02 আহক আমি মাৰ্কস ডট টেক্সট্ ৰ পৰা নামবোৰ ওলিয়াই লও৷
9:14 আহক আমি ঘাও ট্যাৰমিনল
9:20 অল্ট্ ট্যেবলৈ৷
9:24 কাট্ কমান্ড ডী হৈছে ড্যেলিমটাৰ আৰু এই ড্যেলিমটাৰ ৰিপ্ৰেজেন্ট কৰে স্পেচ ইনবিট্বিন দ্যা কট্চ৷
9:43 দ্বিতীয় ক’লমৰ বাবে হাইপেন এফ২ দিয়ক আৰু এন্টাৰ টিপক৷
9:51 পেষ্ট কমান্ডে ফাইলৰ ইটোৰ লগত সিটোৰ মিল মিল থকা লাইনবোৰ সংঘোগ কৰিব৷
9:55 আহক আমি ব্যৱহাৰ কৰো নম্বৰ ডট টেক্সট্ মাৰ্কস্ ডট টেক্সট্
9:58 স্থান চিহ্ন বিন্দু txt স্থান হাইফেন ঘ স্থান উল্টানো কমা স্থান কাটা খোলা বন্ধ বিপর্যস্ত কমা স্থান. ট্যাৰমিনেললৈ ঘাওক৷
10:08 পেষ্ট কৰক নম্বৰ ডট টেক্সট্ মাৰ্কস্ ডট টেক্সট্ আৰু এন্টাৰ টিপক৷
10:20 মাৰ্কস্ ডট টেক্সট্ ৰ প্ৰথম লাইনটো নম্বৰ ডট টেক্সট্ ৰ প্ৰথম লাইনৰ লগত লগ লগাই দিয়া হল৷
10:31 এই আওতপোত আমি কোকাট ফাইল ডট টেক্সট্ ফাইললৈ ৰিডাইৰেক্ট
10:36 কৰিবলৈ আমি ৰিডাইৰেক্ট ক্যি ব্যৱহাৰ কৰিব পাৰো৷ ট্যাৰমিনেললৈ ঘাওক৷
10:41 আপ এৰ টিপক কোকাট
10:43 ফাইল ডট টেক্সট্ ৰ গ্ৰেটাৰ দেন চিনটো দি ৰিডাইৰেক্টৰ ক্যিটো
10:50 টিপক৷ এন্টাৰ টিপক কাট্ কোকাট ফাইল ডট টেক্সট্. আহক আমি স্লাইডলৈ ঘূৰি ঘাও৷
10:57 হাইপেন এস অপ্চেন দি আমি ট্যেবৰ সৈতে দিলিমিতেদ কৰা চিৰিয়েল নম্ববোৰ প্ৰিন্টলৈ পেষ্ট কৰিব পাৰো৷
11:06 পেষ্ট হাইপেন এস.
11:08 তীর হিট উপর. কি পুনর্নির্দেশ যা চিহ্ন concatfile বিন্দু txt চেয়ে বৃহত্তর উপর হিট. উপর এন্টার.
11:18 স্লাইদলৈ ঘূৰি ঘাওক৷
11:22 স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷
11:25 এই স্ক্ৰিপ্তটো আপনোনালোকলৈ আপ বঢ়াইছে নিতা শৰ্স্মাই৷
11:34 লেপন হাইফেন গুলি
11:39 সংখ্যা বিন্দু txt
11:43 স্লাইডে যান.
11:45 কথ্য টিউটোরিয়াল প্রকল্পের একটি শিক্ষক প্রকল্প থেকে টক এর একটি অংশ,
11:49 শিক্ষা জাতীয় আইসিটি, MHRD, ভারত সরকার মাধ্যমে মিশন দ্বারা সমর্থিত.
11:55 অধিক বিবরণের জন্য আপনাকে নিম্নলিখিত লিঙ্কে কাছে পাঠাতে পারেন.
11:59 এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷

Contributors and Content Editors

Mousumi, Udaya