Linux/C2/Working-with-Linux-Process/Assamese
From Script | Spoken-Tutorial
Time | Narration |
0:00 | প্ৰছেচ দুই বিধ৷ প্ৰথমতো হৈছে ইউজাৰ প্ৰছেচেজ৷ এইবোৰ ইউজাৰবোৰে আৰম্ড কৰে৷ |
0:05 | উদাহৰন স্বৰুপে আমি কব পাৰো পিএস ৰ কথা |
0:09 | বা এই কাৰনত ট্যাৰমিনেলত দিয়া অন্য কমান্ডবোৰ৷ দ্বিতীয়তো হৈছে চিচটেম প্ৰছেচেজ৷ এই প্ৰছেজবোৰ সাধাৰনতে চিচটোনে কৰে সেতিয়া চিচট্যেম স্টাৰ্ত |
0:16 | কৰা হয় বা ইউজাৰ লগইন কৰা হয়৷ বেচ চিচট্যেম প্ৰচেডৰ উদাহৰন হব পাৰে৷ http://spoken-tutorial.org/ |
0:28 | কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ - চিচট্যেম প্ৰচেজ আৰু ইউজাৰ প্ৰচেজ চাব বিচাৰিব পাৰো৷ |
0:38 | তেতিয়া আমি মাইনাচ বা মাইনাচ কেপিট্যেল আপশ্যন ৱ্যবহাৰ কৰো৷ |
0:42 | আমি বহুত ডাঙৰ প্ৰচেচৰ তালিকা দেখিব পাও৷ |
0:46 | বহুত কেইটা দিচপ্লে একেলগে পাবলৈ আমি প্ৰম্প্তত টাইপ কৰিম ‘‘পিএস স্পেচ মাইন্স ই স্পেচ ডেৰ্টিকেল বাৰ স্পেক মোৰ’’ |
0:51 | আৰু এন্টাৰ টিপিম৷ ঘিহেতো আমি আগতে বহুত চাইচো এইটোৱে প্ৰছেচৰ তালিকা স্ক্ৰল কৰিব৷ |
0:56 | প্ৰথম প্ৰছেচটো খুউব মজাৰ৷ ইয়াক ইন্ট প্ৰছেজ ঝুলী কোৱা হয়৷ |
1:00 | এই প্ৰছেচৰ পৰাইৱবেছিডাগ প্ৰছেচ স্পাউন কৰা হয়৷ |
1:05 | শেল স্ক্রিপ্ট যে চলমান হয় প্রসেস, ইয়াৰ এটা |
1:11 | কোনো প্রসেস একটি প্রোগ্রাম যা অর্থাত্ যা চালানো সম্ভব হচ্ছে মৃত্যুদন্ড কার্যকর করা সম্ভব সংজ্ঞায়িত. |
1:17 | প্রসেস অনেক হয় আমাদের চাই. তারা জন্ম হয়, তারা মারা যায়. তারা পিতা বা মাতা এবং শিশু আছে. |
1:28 | লিন্যাক্স ক্যাৰনেলে এই ছেল প্ৰছেজবোৰ নিজে নিজে আৰম্ড কৰে ঘেতিয়া আমি এইটো লগইন কৰো৷ |
1:31 | এইখিনিতে জনাটো উচিত হব ঘে লিন্যাক্স ক্যাৰনেল হৈছে লিন্যাক্স অপাৰেটিং চ্যিচটেমৰ গুৰিতো৷ |
1:36 | এইটোত থাকে লিন্যাক্স চলিবলৈ আটাইতকৈ দৰকাৰ বস্তুবোৰ৷ এই ছেলে বলাই বা জন্মদিয়ে অন্য সকলো ইউজাৰ কমান্ড প্ৰছেচৰ৷ |
1:43 | আহক আমি এটা ট্যাৰমিনেল খোলো৷ শেল নির্মাণ বা অন্যান্য সমস্ত ব্যবহারকারীর কমান্ড প্রসেসের জন্ম দেয়. |
1:53 | আমি ট্যাৰমিনেলৰ কমন্ড প্ৰম্প্তটো |
1:57 | এটা ডলাৰ চাইনৰৰ নিচিনাকৈ দেখিবলৈ পাম৷এইটো হৈছে শ্যেল প্ৰছেচৰ কাম৷ |
2:03 | ঘেতিয়া আমি এইটো দিম, এই শ্যেল প্ৰছেচৰটোৱে |
2:07 | ডেত নামৰ এটা প্ৰছেচ বনাই দিব৷ ঘিহেতু শ্যেল প্ৰছেচে ডেত প্ৰছেচক জন্ম দিছে, |
2:13 | আমি কব পাবো ঘে শ্যেল প্ৰছেচ ডেত প্ৰছেচৰ জন্মদাতা ডেত প্ৰছেজ শ্যেল প্ৰছেজৰ সন্তান৷ |
2:18 | এবাৰ ডেত প্ৰছেচে চি্যচটেমত তাৰিখ আৰু সময় দেখোৱাৰ পিছত, ই মৰি থাকে৷এই শ্যেলে আৰু এটা শ্যেল প্ৰচেজ জন্ম দিব পাৰে৷ এই জন্ম দিয়া প্ৰচেজটো বা বনোৰা প্ৰচেজটোক স্পাউনিং কৰা বুলিও কয়৷ |
2:30 | আৰু এটা শ্যেল প্ৰচেজ স্পাউন কৰিবলৈ ট্যাৰমিনেলত এসএইচ টাইপ কৰি এন্টাৰ টিপিলৈই হল৷ |
2:40 | আমি ট্যাৰমিনেলত নতুন প্ৰমপ্ত দেখিবলৈ পাম৷ আমাৰ ঘিটো প্ৰথম শ্যেল ইয়াৰু আমি শ্যেল বলিয়ে কম৷ ই এটা শ্যেল জন্ম দিলে৷ ইয়াকো আমি শ্যেল বুলিয়ে কম৷ |
2:50 | এতিয়া আপোনি এটা কমান্ড এই নতুন কমান্ড প্ৰমপ্তত দিব পাৰে৷আহক আমি ইস কমান্ডটো এই নতুন কমান্ড প্ৰমপ্তত দিও৷ |
3:00 | কমান্ড প্ৰমপ্ত ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷ আমি ফাইল আৰু ডাইৰেক্টৰিৰৰ তালিকা দেখিবলৈ পাম৷ |
3:13 | ইস নামৰ এটা নতুন প্ৰচেজ বনোৱা হল৷ আসুন এই নতুন কমান্ড প্রম্পটে কমান্ড ব্যবহার করুন. |
3:20 | ইয়াত শ্যেল ইস ৰ বাপেক হয়৷ আকৌ ইক ৰ ককাকো হয় ইস হৈছে শ্যেলৰ স্ততান৷ আকৌ শ্যেলো শ্যেলৰ সন্তান৷ |
3:32 | শ্যেলক মাৰিবলৈ নতুন প্ৰমপ্তটোত এক্সিট টাইপ কৰি এন্টাৰ প্ৰেছ কৰিলৈই হল৷ |
3:35 | ই শ্যেলক মাৰিব আৰু আমাৰ আচল কমান্ড প্ৰমপ্তটো ঘূৰাই পাম৷ ls হল শেল 2 সন্তান, যখন শেল 2 নিজেই হল shell1 চাইল্ড |
3:56 | নতুন প্রম্পট "প্রস্থান" এ শেল কেবলমাত্র 2 টাইপ এবং বধ Enter টিপুন. |
4:04 | এই শেল 2 বধ এবং আমরা আমাদের মূল কমান্ড প্রম্পট ফেরত পাবেন. |
4:12 | অ্ৰামাৰ পৰিচয়ৰ বাবে ঘিদৰে আমাৰ নাম, পিতৃ মাতৃৰ নাম, জন্মৰ তাৰিখ, প্যেন কাৰ্ড নম্বৰ ইত্যাদি থাকে, থিক সেইদৰে প্ৰচ্চেৰো কিছুমান বস্তু থাকে ঘিবোৰক পিআইডি |
4:26 | (প্ৰেছচ আইডি) পিপিআইডি (পেৰেন্ট প্ৰছেচ আইডি), আৰম্ড সময় ইত্যাদি থাকে৷ এই বেছিডাগেই চলাই ঘোৱা হয় কিছুমান প্ৰছেচ তালিকাৰ ঘেগেদি৷ |
4:38 | প্ৰত্যেক প্ৰছেচেই ইউন্যিকলি আইডেন্টিফাই কৰা হয় কিছুমান ইউন্যিক ইন্টেগাৰৰ ঘোগেদি ঘিবোৰক কোৱা হয় পিআইডি বুলি৷ |
4:43 | পিআইডি বোৰক ক্যবনেল বোৰে কামত লগাই ঘেতিয়া প্ৰছেচবোৰৰ জন্ম হয়৷ প্ৰিআইডি ৰ দেউতাক প্ৰছেজবোৰ ঘিবোৰে এটা নতুন প্ৰছেজ স্পাউন কৰে, ধৰক পি১, |
4:51 | ইয়াক পিপিআইডিৰ পি১ প্ৰছেজ বুলি কব৷ বৰ্তমান শ্যেলৰ পিআইডি চাবলৈ প্ৰমপ্ততটাইপ কৰক ইছো |
5:00 | স্পেচ ডোল্লাৰ ডোল্লাৰ আৰু এন্টাৰ টিপক৷ই ই এটা নম্বৰ দেখোৱাব৷ এইটো বৰ্তমান শ্যেলৰ পিআইডি |
5:11 | ঘেতিয়া আমি প্ৰছেচৰ কথা কও তেতিয়া আমি পিএস কমান্ডৰ বিষয়ে কম৷ ই |
5:23 | সবাতোতকৈ বেছি ব্যৱহাৰ হয়৷ পিএস বা প্ৰছেজ এটা কমান্ড ঘিতুৱে চ্যিচটেমত দেখাৱাই থকা |
5:29 | চলিত প্ৰছেজটো দেখুৱাব৷ আহক আমি চাও এই কমান্ড একো অপ্চন নিদিয়াকৈ দিলে কি হয়৷ |
5:34 | কমান্ড প্ৰমপ্ত পিএস টাইপ কৰক আৰু এন্টাৰ টিপি দিয়ক৷ |
5:40 | এই ধৰনে আম দেখিবলৈ পাম চলিত প্ৰগেমৰ দ্বাৰা অধিকৃত সকলো প্ৰছেচৰ তালিকা৷ |
5:47 | এইভাবে আমরা সাধারনত ব্যবহারকারীদের প্রোগ্রাম দ্বারা মালিকানাধীন প্রসেসের তালিকা দেখতে হবে. |
5:54 | সিএমডী নামৰ হেডিংৰ তলত এই প্ৰছেচৰ নাম দেখিবলৈ পাব৷ |
5:58 | ইয়াৰ উপৰিয়ো আপোনি দেখিবলৈ পাব পিআইডি, টিটিওয়াই বা ঘি কনচলত এই প্ৰছেচটো চলিচে সেইটো, টাইম. |
6:06 | প্ৰছেচৰটো আৰম্ড হোবাৰ পৰা মুঠ ঘিমান সময় হৈছে, সেইখুৱাইছে৷ |
6:12 | আমার মেশিনে দুটি প্রসেস প্রদর্শন করা হয়. |
6:16 | মোৰ মেচিনত দুটা প্ৰছেচ দেখুৱাইছে৷ |
6:25 | এটা হৈছে বাছ, আমি ব্যৱহাৰ কৰা শ্যেল প্ৰছেজটো আৰু আনটো হৈছে স্পছেচটো নিজে পিএস. |
6:35 | মনত ৰাখিবলাগিয়া দৰকাৰী কথাতো হৈছে ঘে শ্যেল প্ৰছেচৰ পিআইডি আৰু ইছো, ঘিটো স্পেচ ডলাৰ ডলাৰ কমান্ড দি দিয়া হেছ, একেই৷ |
6:42 | আহক চাও ঘেতিয়া আমি এটা চাবশ্যেল স্পাগুন কৰো, তেতিয়া কি হয়৷ ট্যাৰমিনেলত এসএইচ কৰক আৰু এন্টাৰ টিপক৷ |
6:51 | এতিয়া আমি প্ৰছেচবোৰ এখন তালিকাত দেখা পাও৷ ইয়াৰ লগত এসএইচ প্ৰছেচটোঘোগ হৈছে৷ |
6:57 | ইয়াত মন কৰিবলগা কথাটো হৈছে ঘে এসএইচ প্ৰছেচৰ পিআইডি আগৰটোৰ নিচিনাএকেই৷ |
7:05 | ইয়াৰ পিছত আমি দেখিবলৈ পাম ঘে পিএস বহুতো অপ্চনৰ সৈতে আহে৷ প্ৰথম অপ্চনটোৱে দেখুৱাই প্ৰছেচৰ তালিকাত থকা সংল্গ্ন বস্তুবোৰ৷ |
7:13 | এতিয়া প্ৰমপ্ত টাইপ কৰক পিএস স্পেচ মাইন্স এফ আৰু এন্টাৰ টিপক৷ ই আকৌ আগৰ কেচত দখোবাৰ দৰে ডিনিতা প্ৰছেচৰ তালিকা দেখুবাৰ৷ |
7:28 | বাশ, এসএইচ পিএস-এফ |
7:31 | পাৰ্থক্যতো হৈছে ঘে ইয়াত বেছি সংলগ্ন বস্তুবোৰ দেখুৱাব৷ |
7:36 | ইউআইডি য়া ইউজাৰ নামদিয়ে সেইটোক ঘোনে প্ৰথমতে প্ৰছেচ আৰম্ড কৰে৷ ই পিপিআইডি য়ো দেখুৱাই৷ ঘিতো দেউতাক প্ৰছেচৰ পিআইডি ঘোনে প্ৰছেচৰতো বনাইছে৷ |
7:47 | উদাহৰন হিচাপে বাছ প্ৰছেচৰ হৈছে এসএইচ প্ৰছেচৰৰ দেউতাক, সেইবাবে বেচৰ পিআইডি একেই এসএইচ প্ৰছেচৰ পিপিআইডি ৰ সৈতে৷ |
8:00 | সি মানে হৈছে প্ৰছেচবা ইউটিলাইজেশ্যন৷ বৰ্তমান ই হৈছে প্ৰছেচৰ ইউেডচ পাৰচেন্টৰ ইন্টেপাৰ ড্যেলু৷ |
8:17 | ইয়াত দেখুৱা হব এই কেচটোৰ ব্যৱহাৰ নামমাত্ৰ ৰুপেহে৷ |
8:26 | এইটিআইএলই য়ে দেখউবায় অকল প্ৰছেচ আৰম্ড হোৱা সময়টো৷ বাকিবোৰ পিএস চলালো দেখা ঘাব৷ |
8:32 | প্ৰছেচ দুই বিধৰ৷ প্ৰথমতো হৈছষ ইউজাৰ প্ৰছেচেজ৷ এইবোৰ ইউজাৰবোবে আৰম্ড কৰে৷ |
8:42 | উদাহৰন স্পৰুপে আমি কব পাৰো পিএস ৰ কথা বা এই কাৰনত ট্যাৰমিনেলত দিয়া অন্য কমান্ডবোৰ৷ |
8:49 | দ্বিতীয়তে হৈছে চিচটেম প্ৰছেচেজ৷ এই প্ৰছেজবোৰ সাধাৰনতে চিচট্যেমে কৰে ঘেতিয়া চিচট্যেম স্টাৰ্ত কৰা হয় বা ইউজাৰ লগইন কৰা হয়৷ |
8:54 | বেচ চিচট্যেম প্ৰচেডৰ উদাহৰন হব পাৰে৷ যারা প্রসেস দ্বারা সিস্টেম আরম্ভ অথবা ব্যবহারকারী লগইন করার সময় প্রায়ই শুরু হয়. |
9:05 | কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ - চিচট্যেম প্ৰচেজ আৰু ইউজাৰ |
9:09 | প্ৰচেজ চাব বিচাৰিব পাৰো৷ তেতিয়া আমি মাইনাচ বা মাইনচা কেপিট্যেলঅপশ্যন ব্যৱহাৰ কৰো৷ |
9:17 | আমি বহুত ডাঙৰ প্ৰচেচৰ তালিকা দেখিব পাও৷ |
9:23 | বহুত কেইটা দিচপ্লে একেলগে পাবলৈ আমি প্ৰমপ্তত টাইপ কৰিম পিএস স্পেচ মাইন্স ই স্পেচ ডেৰিক্লী বাৰ স্পেচ মোৰ আৰু এন্টাৰ টিপিম৷ |
9:32 | ঘিহেতা আমি আগতে বহুত চাইচো এইটোবে বিন্ডত খাই ধৰা তালিকা হে দেখুৱাব৷ |
9:35 | একটি multipage প্রদর্শন পাওয়া মাত্র প্রম্পটে টাইপ করুন |
9:40 | ঘেতিয়া আমি এন্টাৰ প্ৰেছ কৰিম৷ তেতিয়া প্ৰছেচৰ তালিকা স্ক্ৰল কৰিব৷ |
9:52 | প্ৰথম প্ৰছেচটো খুউব মজাৰ৷ ইয়া ইন্টিট প্ৰছেজ বুলি কোৱা হয়৷ |
9:58 | এই প্ৰছেচৰ পৰাইৱবেছিডাগ প্ৰছষচ স্পাওন কৰা হয়৷ |
10:03 | ধয়াৰ এটা পিআইডি আছে৷ |
10:09 | প্ৰমপ্তলৈ আহিবলৈ কিউ প্ৰেছ কৰিব৷ |
10:12 | তেতিয়াহলে এই ট্যুটৰিয়েলত আমি শিকিলো প্ৰছেচ, শ্যেল প্ৰছেচ, স্পাগুনিং, |
10:16 | প্ৰছেচ এিট্ৰব্যতচ আৰু বিডিন্ন ধৰনৰ প্ৰছেচ টাইপৰ বিষয়ে৷ |
10:24 | আমি পিএই কমান্ডৰ ব্যৱহাৰো শিকিলো৷ ইয়াতে এই ট্যুটৰিয়েল শেষ হৈছে৷ |
10:37 | |
10:45 | স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷ |
10:55 | More information on the same is available at the following link |
http://spoken-tutorial.org/NMEICT-Intro. | |
11:07 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷ |