Java/C2/Instance-fields/Assamese
From Script | Spoken-Tutorial
Time' | Narration | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:00 | "নমস্কাৰ দৰসক সকল" | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:02 | ' জাভা ইন্সটান্স ফিল্ডৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:06 | "এই টিউটৰিয়েলত আমি সিকিম ইন্সটান্স ফিল্ডৰ ওপৰত ক্লাচ এটাৰ ইন্সটান্স ফিল্ডক একচেচ কৰিবলৈ
ইন্সটান্স ফিল্ডৰ বাবে মডিফাইয়াৰ আৰু ইন্সটান্স ফিল্ড কিয় বোলা হয়" | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
00:18 | ইয়াত আমি | - | 00:20 | উবুন্টু সংস্করণ 11.10 | - | 00:22 | JDK 1.6 | - | 00:24 | আৰু ইক্লিপছ আইডিই 3.7.0 বয়ৱহাৰ কৰিছো | - | 00:27 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি জাভাত
|
- | 00:30 | ইক্লিপছ বয়ৱহাৰ কৰি ক্লাছ এটা তৈয়াৰ কৰা জনা আৱসয়ক
|
- | 00:36 | অপুনি ক্লাছৰ বাবে অবজেক্ট এটা তৈয়াৰ কৰা জনাও আৱসয়ক নহলে, প্ৰাসঙ্গিক টিউটোৰিলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰসন কৰক
( ' HTTP :/ / ' www.spoken ' - ' tutorial.org )
|
- | 00:43 | আমি জানো যে অবজেক্টে তাৰ একক অৱস্থা ফিল্ডত সঙৰক্ষন কৰে
|
- | 00:48 | এই ফিল্ডবোৰ ' স্ট্যাটিক ' কিৱর্ড নোহোৱাকৈ ঘোষণা কৰা হয়
|
- | 00:51 | আমি আগৰ টিউটোৰিয়েলত স্ট্যাটিক ফিল্ডৰ বিষয়ে সিকিম
|
- | 00:55 | ' ননস্ট্যাটিক ফিল্ডক ইনস্ট্যান্সেৰ ভেরিয়েবল বা ' ' ইনস্ট্যান্স ফিল্ড ' বুলিও কোৱা হয়
|
- | 01:01 | এতিয়া আমি ইতিমধ্যে তৈয়াৰ কৰা স্টোডেন্ট ক্লাছলৈ ওভতি জাও
|
- | 01:09 | roll_no ' আৰু নেম ' এই ক্লাছৰ ইন্সটেন্স ফিল্ড হয়
|
- | 01:15 | এতিয়া আমি সিকিম এই ফিল্ডবোৰ কেনেকে এক্সেস কৰে
|
01:18 | তাৰ বাবে আমি ইতিমধ্যে তৈয়াৰ কৰা TestStudent ক্লাছক খুলু
|
- | 01:27 | আমি দ্বিতিয় অবজেক্টটো তৈয়াৰ কৰিবলৈ স্টেতমেন্টটো অতৰাই দিব পাৰু
|
- | 01:33 | আমি ' println ' স্টেতমেন্টটো অতৰুৱাম
|
- | 01:41 | এতিয়া আমি roll_no আৰু ' স্টুডেন্ট ক্লাচ ইয়ুচিঙ স্টুড ১ ৰ নেম আৰু ডট অপাৰেটৰক এক্ছেছ কৰিম
|
- | 01:49 | সেয়ে তাৰ বাবে লিখক সিস্টেম ডট আউট ডট println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত দ ৰোল নঙ ইজ ... তাৰপিছত প্লাস ' stud1 ডট ' অপছনৰ পৰা roll_no বাছক "" এন্টাৰ টিপক " "সেমিকোলন
|
- | 02:15 | পিছৰ লাইনত লিখক সিস্টেম ডট ' আউট ' ডট " println 'ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত " দ নেম ইছ , প্লাস ' stud1 ডট নেম 'বাছক "" এন্টাৰ টিপক" তাৰপিছত " সেমিকোলন
|
- | 02:39 | ছৰি" এতিয়া, 'TestStudent.java ' ফাইলটোক সংৰক্ষণ কৰক' আৰু ৰান কৰক ' সেয়ে Ctrl , এছ আৰু Ctrl , F11 টিপক.
|
- | 02:48 | আমি এনেধৰনৰ আওতপুট পাও
|
- | 02:51 | ' দ ৰোল নম্বর ইজ 0
|
- | 02:53 | ' দ নেম ইজ নাল . '
|
- | 03:00 | ইয়াৰ কাৰন হল জে ' আমি কোনো এটা মানলৈ ভেৰিয়েবলবোৰক ইনিসিয়েলাইজ কৰা নাই
|
- | 03:05 | ' জাভাত ফিল্ডত যিকোনো মান থাকিব নৱাৰে
|
- | 03:09 | অবজেক্টৰ বাবে ' মেমৰি' এলকেট কৰাৰ পাছত ' ফিল্ডটো ' নাল বা ' জিৰলৈ ইনিসিয়েলাইজ কৰা হৈছে
|
- | 03:15 | এই কামটো কন্চট্ৰাকটৰ দাৰা কৰা হৈছে
|
- | 03:18 | আমি আৰু আগৰ টিউটেৰিয়েলত কন্চট্ৰাকটৰৰ বিসয়ে সিকিম
|
- | 03:21 | এতিয়া আমি ফিল্ডক ইনিসিয়েলাইজ কৰু আৰু আউটপুটটো ছাও
|
- | 03:27 | সেই লিখক, ' int roll_no = 50 ' পিছৰ লাইনত "স্ট্রিং নেম= ' ডবল উদ্ধৃতিত ৰাজু ' .
|
- | 03:42 | এতিয়া, ' ফাইলটো সংরক্ষণ কৰক আৰো ' ৰান কৰক Ctrl এছ আৰু Ctrl F11 টিপক
|
- | 03:50 | আমি আসানুৰূপে আউতপোটটো ' দ ৰোল নম্বৰ ইস 50 বুলি পাও
|
- | 03:54 | 'দ নেম ইজ ৰাজু
|
- | 03:56 | ইয়াৰ কাৰন হল যে আমি স্টোডেন্ট ক্লাচত ভেৰিয়েবলছ বোৰক ইনিসিয়েলাইজ কৰিছো
|
- | 04:04 | আমি ছাব পাৰু যে ফিল্ডট কোনো মডিফাইয়াৰ বা ডিফাউল্ট মডিফাইয়াৰ নাই
|
- | 04:10 | ক্ৰিয়েটিঙ ক্লাছেছত বিবেচনা কৰা মডিফাইয়াৰক আকৌ এবাৰ কল কৰা যাই
|
- | 04:14 | আমি ফিল্ডছবোৰ এক্ছেছ কৰিব পাৰো কাৰন ' Student.java ' আৰু ' TestStudent.java একে ' প্যাকেজত আছে
|
- | 04:22 | আমি ছাব পাৰু যে সেইবোৰ একেই ' ডিফল্ট প্যাকেজত ' আছে
|
- | 04:30 | আমি পিছৰ টিউটোৰিয়েলত ' প্যাকেজচৰ ' বিষয়ে সিকিম
|
- | 04:34 | আমি এতিয়া মডিফায়াৰক প্রাইভেটলৈ ' সলনি কৰো
|
- | 04:37 | সেয়ে ফিল্ডক ঘোষনা কৰাৰ আগত প্রাইভেট ' লিখক. সেয়ে টাইপ কৰক ' প্ৰাইভেট int- ৰোল নং = 50"
|
- | 04:48 | পাছৰ লাইনত লিখক ' প্ৰাইভেট স্ট্রিং নেম" = ৰাজু
|
- | 04:53 | এতিয়া' Student.java ফাইলটো ' সংৰক্ষন কৰক
|
- | 05:00 | আমি দেখো যে ' TestStudent.java ' এৰৰ পাইছো | 05:05 | মাউসটো এৰৰ চিম্বললৈ লৈ যাওক
|
- | 05:08 | ই কয় যে ' দ ফিল্ড স্টোডেন্ট ডট ৰোল নঙ ইজ নট ভিজিবল
|
- | 05:12 | এন্ড ' দ ফিল্ড স্টোডেন্ট ডট নেম ইজ নট ভিজিবল
|
- | 05:16 | ইয়াৰ কাৰন হল যে প্রাইভেট ফেজবোৰ কেবল নিজৰ ক্লাছত হে এক্সেছ কৰিব পাৰি
|
- | 05:23 | আপোনি ' স্টোডেন্ট ক্লাছৰ পৰা' ' roll_no আৰু ' নেম এক্সেছ কৰিবলৈ চেষ্টা কৰিব পাৰে
|
- | 05:27 | আপোনি দেখিব যে কোনো এৰৰ নোহোয়াকে হিহতক এক্ছেছ কৰিব পাৰে
|
- | 05:32 | এতিয়া আমি মডিফায়াৰক প্ৰটেকটেড ইয়ালৈ সলনি কৰো
|
- | 05:52 | এতিয়া ফাইলতো সংৰক্ষণ কৰক আৰু প্রোগ্রামটো ৰান কৰক
|
- | 06:00 | আমি কনসোলত ' আউটপুট ' দেখু ' দ ৰোল নঙ ইজ 50 "" দ নেম ইজ ৰাজু
|
- | 06:07 | 'ইয়াৰ কাৰন প্ৰটেকটেড ফেজবোৰ একে পেকেজতে এক্সেস কৰিব পাৰি
|
- | 06:17 | এতিয়া চাও ' ইনস্ট্যান্সে ফিল্ড ' কিয় কোৱা হয়
|
- | 06:22 | ইনস্ট্যান্সে ফিল্ড কোৱা হয় কাৰন ক্লাছৰ প্ৰতিটো ইনস্ট্যান্সেৰ মানবোৰ একক হয়
|
- | 06:29 | বেলেগ শব্দত কবলৈ গলে ক্লাচৰ প্ৰতিটো অব্জেক্টৰ একক ভেলো থাকিব
|
- | 06:34 | এতিয়া ' TestStudent ক্লাছলৈ' যোৱা যাওক
|
- | 06:43 | ইয়াত আমি Student ক্লাছৰ আৰু এটা অব্জেক্ট তৈয়াৰ কৰিম
|
- | 06:50 | - | 07:06 | আমি এতিয়া ' TestStudent ক্লাছত থকা দুয়োটা অব্জেক্টক ইনিসিয়েলাইজ কৰো
|
- | 07:18 | পিছৰ লাইনত লিখক ' stud1 ডট সেলেক্ট ' roll_no এন্টাৰ টিপক = 20 " " সেমিকোলন "
|
- | 07:32 | পিছৰ লাইনত টাইপ কৰক ' stud1 ' ডট নেম চেলেক্ট কৰক এন্টাৰ প্রেস কৰক = ডবল কটচত' রামু সেমিকোলন এন্টাৰ টিপক
|
- | 07:54 | এইয়া আমি প্ৰথম অব্জেক্টৰ বাবে ফিলদপ ইনিসিয়েলাইজ কৰিছো
|
- | 07:58 |
|
- | 08:02 | সেয়ে লিখক ' stud2 ' ' ডট সেলেক্ট ' roll_no সেলেক্ট কৰক = 30 সেমিকোলন
|
- | 08:15 | পিছৰ লাইন ' stud2 ' ডট নেম চেলেক্ট কৰক " = ডবল উদ্ধৃতিত "Shyamu সেমিকোলন এন্টাৰ টিপক
|
- | 08:34 | এতিয়া ' println স্টেটমেন্টৰ পিচত , টাইপ কৰক ' সিস্টেম ডট' " আউট ' ডট ' println ব্ৰেকেটত ডবল উদ্ধৃতিত 'দ ৰোল নঙ ইজ, + stud2 ডট সেলেক্ট " roll_no ' বাচক আৰু সেমিকোলন
|
- | 09:03 | ' সিস্টেম ডট ' আউট ডট ' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত ' দ নেম ইজ , প্লাস ' stud2 ডট নেম বাছক আৰু সেমিকোলন
|
- | 09:28 | এতিয়া , ফাইলটো ' সংরক্ষণ ' আৰু ৰান কৰক " Ctrl , এস আৰু ' Ctrl, F11 কি টিপক
|
- | 09:38 | দ Roll_no ইজ '20 , দ নেম ইজ ৰামু roll_no ইজ '30 ' ,দ নেম ইজ shyamu |
|
- | 09:47 | ইয়াত দোয়োটা ' stud1 আৰু ' stud2 য়ে দুয়োটা ভিন্ন অব্জেক্ট দেখোয়াইছে
|
- | 09:52 | ইয়াৰ মানে যে দোয়োটা অব্জেক্টৰ বেলেগ ভেলো আছে
|
- | 09:56 | আমি সেইটূ ইয়াত দেখিব পাৰো
|
- | 09:57 | প্রথম অবজেক্টত মান 20 আৰু ৰামো আছে
|
- | 10:02 | দ্বিতীয় অবজেক্টত মান 30 আৰু shyamu আছে
|
- | 10:09 | এতিয়া আৰু এটা অব্জেক্ট তৈয়াৰ কৰা হক
|
- | 10:13 | সেয়ে লিখক ' স্টুডেন্ট স্পেস ' stud3 = নিও স্পেস "স্টুডেন্ট ' ব্ৰেকেটত "" অপেনিং আৰু ক্লচিঙ ব্ৰেকেট সেমিকলন
|
- | 10:36 | আমি এতিয়া তৃতীয় অব্জেক্ট টোৰ মান প্রিন্ট কৰিম
|
- | 10:44 | সেয়ে লিখক ' সিস্টেম ডট ' আউট ডট '' println ব্ৰেকেটত আৰু ডবল উদ্ধৃতিত দ roll_no ইজ, ' ' প্লাস stud3 ডট সেলেক্ট roll_no সেমিকোলন | - | 11:09 | - | 11:29 | সেয়ে Ctrl , এস আৰু ' Ctrl , F11 টিপক
|
- | 11:36 | আমি দেখিব পাৰো যে তৃতীয় অব্জেক্টত মান' ' 50 আৰু ' ৰাজু আছে
|
- | 11:46 | ইয়াৰ কাৰন হল যে আমি স্টুডেন্ট ক্লাচৰ ফিল্ডক ' মান 50 আৰু ' ৰাজুলৈ ইনিসিয়েলাইজ কৰিছিলো | - | 11:54 | এতিয়া তৃতীয় অব্জেক্টৰ বাবে, ফিল্ডক ডি ইনিসিয়েলাইজ কৰো আৰু আওটপোটটো ছাও | - | 12:02 | সেয়ে এই টিউটোৰিয়েলত আমি সিকিলো
|
- | 12:05 | ইন্সটান্স ফিল্ডৰ বিষয়ে | - | 12:07 | ডট অপাৰেটৰ ব্যবহাৰ কৰি ফিল্ডক এক্সেস কৰা,
|
- | 12:11 | আত্ম মূল্যায়নৰ বাবে
|
- | 12:13 | নামৰ অবজেক্ট এটাইতিমধয়ে তৈয়াৰ হোৱা টেস্ট এম্প্লয়ি ক্লাচত emp2 ৰ তৈয়াৰ কক
|
- | 12:18 | তাৰ পিছত ডট অপাৰেটৰ বয়ৱহাৰ কৰি দূয়োটা অবজেক্টৰ মান ইনিসিয়েলাইজ কৰক | - | 12:23 | প্ৰথম অবজেক্টৰ বাবে মান 55 আৰু Priya বয়ৱহাৰ কৰক
|
- | 12:27 | দ্বিতীয় অবজেক্টৰ বাবে মান হিছাপে 45 আৰু Sandeep বয়ৱহাৰ কৰক | - | 12:31 | আউটপুটত দুয়োটা অবজেক্টৰ মান দেখুওৱাক | - | 12:34 | স্পকেন টিওটৰিয়েলৰ বিষয়ে অধিক জানিবলৈ | - | 12:37 | তলৰ সঙযোগত থকা ভিডিওটো চাওকস্পকেন টিওটৰিয়েল | - | 12:40 |
|
- | 12:43 |
|
- | 12:47 | স্পকেন টিওটৰিয়েলৰ প্ৰযেক্টৰ দলটিয়ে | - | 12:49 | - | 12:52 | - | 12:56 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken_tutorial.org এই ঠিকনাত লিখক | - | 13:01 | - | 13:05 | ই ভাৰত চৰকাৰৰ MHRD ৰ ICT ৰ মাধয়মেৰে ৰাষ্ট্ৰীয় শিক্ষা মিচনৰ দ্বাৰা সমৰথিত হয় | - | 13:11 | এই মিচন সম্পৰকত অধিক তথয় | - | 13:09 | - | 13:22 |
যোগদানৰ বাবে ধনয়বাদ | |