Java/C2/Switch-Case/Assamese

From Script | Spoken-Tutorial
Revision as of 11:21, 23 June 2014 by Pratik kamble (Talk | contribs)

Jump to: navigation, search

 

Time Narration
00:02   জাভাত Switch case ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম
00:06   এই টিউটৰিয়েলত আপোনি জাভাত Switch case construct বয়ৱহাৰ কেনেকৈ কৰে, তাক শিকিব
00:11   এই টিউটৰিয়েলৰ কাৰনে আমি Ubuntu 11.10, JDK 1.6 আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিম
00:21 এই টিউটৰিয়েলটোৰ কাৰনে জাভাত  if else statementৰ বিষয়ে আপোনি জানিব লাগিব
00:25 যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00:32    variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা switch case কর্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায়
00:39 ইয়াত switch case statementৰ বাবে চেন্টেক্চ আছে
00:44 এতিয়া এইটোক চোৱা যাওক
00:47   মই ইতিমধেয় Eclipse খোলিছো
00:49 মই এটা SwitchCaseDemo. নামৰ ক্লাচ এটা তৈয়াৰ কৰিছো
00:53 এতিয়া আমি কিছো variables যোগ কৰো
00:57   মেইন মেথদৰ ভিতৰত আমি type intvariable day তৈয়াৰ কৰিছো
01:02 সেয়ে মেইন মেথদৰ ভিতৰত লিখক int day আৰু আমি ইয়াক equal to' 3 semi-colon বুলি এটা মান দিব পাৰে 
01:12 এতিয়া type String.variable dNameৰ এটা নিৰ্মিত কৰো
01:18 String dName আমি ইয়াক linitialize কৰিব পাৰো
01:25 ইয়াত এটা সপ্তাহৰ দিনবোৰৰ নাম বোৰ ৰাখিবলৈ dName এটা ভেৰিয়েবল হয়  
01:34  'day  য়ে  day number সংৰক্ষন কৰে
01:36 এতিয়া আমি switch case statement টাইপ কৰিম. সেয়ে পিছৰ লাইন লিখক
01:43   switch বনদ্ধনিত day , তাৰ পিছত curly brackets খোলক ... এন্টাৰ টিপক
01:52   এই statementতে বোজায় যে সেই কেচটোৰ কাৰনে কোনটো ভেৰিয়েবল বিবেচনাৰ অধীনত আছে
01:59  পিছৰ লাইনত লিখক
02:01 case 0 colon
02:04 পিছৰ লাইনত লিখক   dName equal to double quotesত Sunday semicolon
02:14 তাৰ পিছত পিছৰ লাইন লিখক break
02:17 এই statementতে কয় যে যদি সেই দিনটো ০ হয় তেন্তে   dNameক  Sundayলৈ নির্ধাৰণ কৰা আবশ্যক
02:26 মন কৰক যে  প্ৰতিটো কেচ  মানে স্থলৰ অন্তত break' statement বয়ৱহাৰ কৰা আবশ্যক
02:31 break' statement নোহোৱাত switch-case য়ে জটিল ফ্যাশনত ফাংশন কৰে 
02:35 ই পৰৱৰ্তি টিউটৰিয়েলত সংজ্ঞায়িত কৰা হব
02:40    একেধৰনে বাকী স্থলখিনিকো টাইপ কৰা হব
02:45   পিছৰ লাইন টাইপ কৰক case 1 colon
02:50 পিছৰ লাইন dName equal to double quotesত Monday semicolon
02:56 পিছৰ লাইন টাইপ কৰক break
02:58 তাৰ পিছত টাইপ কৰক case 2 colon
03:01 পিছৰ লাইন dName equal to  Tuesday তাৰ পিছত  semicolon
03:06 পিছৰ লাইন টাইপ কৰক break
03:08 তাৰ পিছত পিছৰ লাইন case 3 colon
03:12 পিছৰ লাইন টাইপ কৰক dName equal to double quotesত Wednesday তাৰ পিছত semicolon
03:18 পিছৰ লাইন টাইপ কৰক break
03:20  তাৰ পিছত case 4  colon
03:24 পিছৰ লাইন dName equal to double quotesত Thursday তাৰপিছত semicolon
03:32 তাৰপিছত break
03:24 তাৰ পিছত পিছৰ লাইন টাইপ কৰকcase 5 colon
03:37 dName equal to double quotesত Friday তাৰ পিছত semicolon
03:41 তাৰ পিছত break '
03:43 তাৰ পিছত case 6 colon
03:47  পিছৰ লাইন টাইপ কৰক dName equal to double quotesত Saturday তাৰ পিছত semicolon
03:55 তাৰ পিছত টাইপ কৰক  break semicolon

  case 6 colon 

03:59 তাৰ পিছত brackets বন্ধ কৰক
04:03   এতিয়া এটা print statement যোগ কৰা যাওক আৰু ক্রিয়াত কোড বোৰ চাও.
04:07   সেয়ে পিছৰ লাইন টাইপ কৰক System dot out dot println bracketsত dName তাৰ পিছত semicolon.
04:16 এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক
04:20 এতিয়া Ctrl S আৰু Ctrl F11 keys টিপক
04:25   আমি আউটপোট হিচাবে Wednesday পাও যি case 3লৈ সংশ্লিষ্ট কৰা হয়.
04:31 এতিয়া দিনৰ মান টো সলনি কৰা যাওক আৰু ফলাফলটো চোৱা যাওক
04:35   সেয়ে 3 পৰা  0 লৈ সলনি কৰক
04:38 এতিয়া ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক
04:40 আমি যেনে চাব পাৰো , সেই আউটপুতো  Sunday হয় যি case 0 লৈ সংশ্লিষ্ট কৰা হয়.
04:46 এতিয়া কি, যদি মানটোলৈ সংশ্লিষ্ট হোৱা কোনো কেচ নাই . সেয়ে দেখা যাওক
04 :52   দিনৰ মানটো equal to -1 লৈ সলনি কৰক . ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক 
04:58 আমি যেনে চাব পাৰো, তাত কোনো আউটপুত নাই
05:01 কিন্তু এইটো ভাল হব যদি অনয় সকলো মানৰ বাবে  অামাৰ উচৰত এটা কেচ আছে
05:06 সেইটো কৰা default keyword বয়ৱহাৰ কৰি
05:09 সেয়ে শেষৰ কেচৰ পিছত লিখক
05:12 default colon
05:14 পিছৰ লাইনত dName equal to double quotesত Wrong Choice তাৰ পিছত semicolon
05:24 পিছৰ লাইনত  break semicolon
05:27 আমি  case default বুলি নকও 
05:30 মন কৰক যে আমি  কেবল default কি ৱৰ্দ বয়ৱহাৰ কৰো
05:34 এতিয়া কদটো ৰান কৰো . সেয়ে ফাইলটো সংৰক্ষন কৰক আৰু ৰান কৰক

 

05:38 আমি যেনে চাব পাৰো সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে আৰু লাগতিয়াল মেচেজ Wrong choice  প্ৰীন্ট কৰা হৈছে
05:45 অনয় কোনো এটা মানৰ লগত চেস্টা কৰা যাওক
05:48   -1'ৰ পৰা  15 লৈ সলনি কৰক
05:51 আমি যেনে চাব পাৰো, আকৌ সেই দিফল্ট কেচটো প্ৰৰ্দশন কৰা হৈছে
05:57    এতিয়া যদি আমি break statement অতৰুৱাই দিও তেতিয়া কি ঘটে চাও
06:01  সেয়ে day = 15 পৰা day = 4লৈ সলনি কৰা যাওক
06:07       day =4ৰ বাবে সংশ্লিষ্ট break statement অতৰুৱাওক
06:12   এতিয়া সংৰক্ষন আৰু ৰান কৰক
06:15 যদিও কেচটো 4 হয়, আমি আউটপোটতো Friday হিচাবে পাও আৰু Thursday নহয়
06:20   switch case কাম কৰা পদ্ধতিৰ কাৰনে 
06:24 প্ৰথমে দিনটোৰা মান ০ সৈতে তুলনা কৰা
06:29 তাৰপিছত ১ৰ সৈতে তাৰ পিছত ২ ৰ সৈতে আৰু সেয়ে সকলো সম্ভাব্না  কেচৰ সৈতে
06:34   যেতিয়া এটা match মানে সমকক্ষতা পোৱা হয়, ই matchৰ পিছত সকলো কেচ প্ৰৰ্দশন কৰে
06:42 আমাৰ ক্ষেত্ৰত ই কেচ ৪ৰ পিছত কেচ ৫ প্ৰৰ্দশন কৰে
06:47 তাৰ পিছত ই ৰখি যায়, case 5ত থকা break statementৰ কাৰনে
06:53 সেইটোক বাধা দিবলৈ আমি প্ৰতি ক্ষেত্ৰতে 'break statement যোগ কৰিব লাগিব 
06:57  এতিয়া আমি অতৰুৱা break statement টো যোগ কৰা যাওক
07:00 সেয়ে টাইপ কৰক break semicolon.
07:05 এতিয়া কদটো ৰান কৰা যাওক
07:08   আমি যেনে চাব পাৰো , এতিয়া হে case 4 প্ৰৰ্দশন কৰা হয়
07:13 নিয়ম হিচাবে, এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে break statement  বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব 
07:20   ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:22 এই টিউটৰীয়েলত আমি switch case construct কেনেকৈ বয়ৱহাৰ কৰে আৰু break statement.  কেনেকৈ বয়ৱহাৰ কৰে,  শিকিলো
07:30   এই টিউটৰীয়েলৰ কাৰনে এটা  কাৰ্য্, এটা প্ৰগ্ৰাম লিখক যত নাম আৰু লিঙ্গ ভেৰিয়াবল হিচাবে আছে . switch case statement বয়ৱহাৰ কৰক যিয়ে  “Hello Mr....” পুৰুষৰ কাৰনে আৰু “Hello Ms...” মহিলাৰ কাৰনে প্ৰীন্ট কৰে
07:44 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:53 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:58   কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:06 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:12 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:17 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:31   আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Mousumi, Pratik kamble