Java/C2/Non-static-block/Assamese
{| border=1 || Time' || Narration
|- | 00:02 | জাভাত নন স্ট্যাটিক ব্লকৰ কথ্ন টিউটোৰিয়েললৈ আপনাক স্বাগতম ।
|- | 00:06 | এই টিউটোৰিয়েলত আমি শিকিম
|- | 00:08 | নন স্ট্যাটিক ব্লকৰ সম্পর্কে
|- | 00:10 | নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়?
|- | 00:13 | নন স্ট্যাটিক ব্লকে সহজ উদাহৰণ।
|- | 00:16 | আৰু আমাক কিয় কন্সট্রাকটৰ প্রয়োজন হয় ?
|- | 00:18 | এই টিউটোৰিয়েলত আমি উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |- | 00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Eclipse ব্যবহাৰ কৰো |- | 00:29 |জাভাত কন্সট্রাকটৰ তৈয়াৰ কৰা সম্পর্কে জানিব লাগিব
|- | 00:33 |যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org)
|- | 00:38 | এতিয়া আমি চাম নন স্ট্যাটিক ব্লক কি হয় ?
|- | 00:42 | দুটা কাৰ্ড়লী বন্ধনীত লিখা যিকোনো কোড হল নন স্ট্যাটিক ব্লক।
|- |00:46 | এতিয়া আমি সিনট্যাক্স দেখিব পাৰো ।
|- | 00:51 | নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়?
|- | 00:54 |নির্মাণ (create) কৰা প্রতিটি বস্তুৰ বাবে নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।
|- | 00:5৮ |ই কন্সট্রাকটৰৰ এক্সিকিউশনৰ পূর্বে এক্সিকিউট কৰে
|- | 01:04 |ই ক্লাসৰ ইনস্ট্যান্স মেম্বাৰ ভ্যাৰিয়েবল আৰম্ভ কৰিব পাৰে
|- | 01:08 | গণনাৰ বাবে অন্য কোনো এক্সিকিউশনও ব্লকত দেখোৱাব পাৰে
|- | 01:14 | এতিয়া Eclipseলৈ যাও আৰু নন স্ট্যাটিক ব্লক ব্যবহাৰ কৰাৰ চেষ্টা কৰো ।
|- | 01:22 | মই ইতিমধ্যে Eclipseত NonStaticTest নামৰ ক্লাস এটা খুলিছো ।
|- | 01:28 |মই A নামৰ এটা ক্লাসও তৈয়াৰ কৰিছো ।
|- | 01:33 | এতোয়া ক্লাস A ৰ ভিতৰত, মই প্রথমে int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰিম।
|- | 01:38 | সেয়ে লিখক int স্পেস a সেমিকোলন, তাৰপিছত Enter টিপক ।
|- | 01:46 | কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত Non static block of an instance of Class A সেমিকোলন।
|- | 02:12 | তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন।
|- | 02:32 | এতিয়া আমি এটা কন্সট্রকটৰ ঘোষনা কৰিম ।
|- | 02:35 | সেয়ে লিখক public স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট, কাৰ্ড়লী বন্ধনী খুলক Enter টিপক ।
|- | 02:51 | তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত Constructing object of type A সেমিকোলন।
|- | 03:10 | তাৰ পিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন।
|- | 03:35 | এতিয়া এই ফাইলটো সংৰক্ষণ কৰক । |- | 03:44 | Eclipseত NonStaticTest ক্লাসৰ ভিতৰত A ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰা যাওক।
|- | 03:53 | সেয়ে লিখক A স্পেস a1=new স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট সেমিকোলন।
|- | 04:08 | পিছৰ লাইনত আমি A ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰোম।
|- | 04:12 |সেয়ে লিখক A স্পেস a2=new স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট সেমিকোলন।
|- | 04:25 |এতিয়া ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক। সেয়ে Ctrl &S আাৰু Ctrl &F11 কী টিপক।
|- | 04:32 | আমি নিম্নৰুপে আউটপুট পালো :
|- | 04:35 | আমি যেনে দেখিব পাৰো যেতিয়া প্রথম অবজেক্ট তৈয়াৰ কৰা হয়, নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।
|- | 04:45 | ক্লাস A ইনস্ট্যান্সৰ নন স্ট্যাটিক ব্লক আৰু ইনস্ট্যান্স ভ্যাৰিয়েবল A 0 ইনিসিয়েলাইজ কৰা হৈছে।****
|- | 04:53 | তাৰপিছতহে কন্সট্রকটৰ এক্সিকিউট কৰা হয়। A টাইপৰ অবজেক্ট কন্সট্রকট কৰা।
|- | 05:02 | আৰু ইয়াত ইনস্ট্যান্স ভ্যাৰিয়েবল আকৌ এবাৰ 0লৈ ইনিসিয়েলাইজ কৰা হৈছে।
|- | 05:07 | তাৰপিছত যেতিয়া দ্বিতীয় অবজেক্ট তৈয়াৰ কৰা হয়, নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।
|- | 05:16 | এই প্রক্রিয়া পুনৰাবৃত্তি কৰা হয়।
|- | 05:20 | আমি এটা ক্লাসত একোধিক নন স্ট্যাটিক ব্লক পাব পাৰো।
|- | 05:25 | এইক্ষেত্রত সিহতে ক্লাসত প্রদর্শিত কৰা ক্রমানুসাৰে এক্সিকিউট কৰে ।
|- | 05:30 | আমি সেইটো চেষ্টা কৰিব পাৰো।
|- | 05:34 | ক্লাস Aত প্ৰথম ব্লকৰ পিছত আৰু এটা ব্লক অন্তর্ভুক্ত কৰক ।
|- | 05:43 | সেয়ে আকৌ কাৰ্ড়লী বন্ধনীত লিখক ,
|- | 05:47 | System dot out dot println বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত Second Non static block of an instance of Class A সেমিকোলন।
|- | 06:08 | তাৰপিছত লিখক System dot out dot println বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন। |- | 06:30 | এতিয়া এই ফাইলটো সংৰক্ষণ কৰক, Ctrl & S কী একলগে টিপক তাৰপিছত প্রোগ্রাম ৰান কৰিবলৈ Ctrl আৰু F11 টিপক ।
|- | 06:44 | আমি নিম্নৰুপে আউটপুট পাউ :
|- | 06:48 | আমি দেখো যে প্রথম ব্লক এক্সিকিউট হোৱাৰ পিছত, দ্বিতীয় ব্লক এক্সিকিউট হৈছে।
|- | 06:58 | তাৰপিছত কন্সট্রকটৰ এক্সিকিউট কৰা হয়।
|- | 07:07 | এতিয়া আপনি মন কৰিব পাৰে যে আমাক কসট্রাকটৰৰ কিয় প্রয়োজন।
|- | 07:10 | ইয়াৰ উত্তৰটো হল যে আমাক ডিফল্ট কন্সট্রাকটৰৰ প্রয়োজন নাই।
|- | 07:15 | কিন্তু নন স্ট্যাটিক ব্লক parameterized হব নোৱাৰে।
|- | 07:18 | বাহিৰৰপৰা লোৱা মানৰ অবজেক্ট আপোনাৰ উচৰত থাকিব নোৱাৰে । |- | 07:22 | সেয়ে নন স্ট্যাটিক ব্লক কন্সট্রকটৰৰ বিকল্প নহয়।
|- | 07:27 | সংক্ষিপ্তকৰন কৰো ।
|- | 07:29 | এই টিউটৰিয়েলত আমি শিকিছো:
|- | 07:32 | নন স্ট্যাটিক ব্লকৰ সম্পর্কে আৰু কিভাবে ব্লকটো ব্যবহাৰ কৰা হয়।
|- | 07:35 | আত্ম মূল্যায়নৰ বাবে,
|- | 07:36 | B নামৰ এটা ক্লাস তৈয়াৰ কৰক। |- | 07:39 | টিউটোৰিয়েলত প্রদর্শিত কৰা দৰে নন স্ট্যাটিক ব্লক আৰু কন্সট্রকটৰ তৈয়াৰ কৰক।
|- | 07:44 | ইতিমধ্যে নির্মিত NonStaticTest ক্লাসত B ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰক। |- | 07:49 |আউটপুটতো চাওক
|- | 07:51 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
|- | 07:53 | এই লিঙ্কে উপলব্ধ ভিডিওটি দেখুন। তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |- | 07:56 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
|- | 08:00 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
|- | 08:03 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
|- | 08:06 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
|-
| 08:08
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
|- | 08:12 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
|- | 08:18 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
|- | 08:22 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
|- | 08:28 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
|- | 08:37 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
|- | 08:40 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|}