Java/C2/Non-static-block/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:02 | জাভাত নন স্ট্যাটিক ব্লকৰ কথ্ন টিউটোৰিয়েললৈ আপনাক স্বাগতম । |
| 00:06 | এই টিউটোৰিয়েলত আমি শিকিম |
| 00:08 | নন স্ট্যাটিক ব্লকৰ সম্পর্কে |
| 00:10 | নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়? |
| 00:13 | নন স্ট্যাটিক ব্লকে সহজ উদাহৰণ। |
| 00:16 | আৰু আমাক কিয় কন্সট্রাকটৰ প্রয়োজন হয় ? |
| 00:18 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
| 00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Eclipse ব্যবহাৰ কৰো |
| 00:29 | জাভাত কন্সট্রাকটৰ তৈয়াৰ কৰা সম্পর্কে জানিব লাগিব |
| 00:33 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
(http://www.spoken-tutorial.org) |
| 00:38 | এতিয়া আমি চাম নন স্ট্যাটিক ব্লক কি হয় ? |
| 00:42 | দুটা কাৰ্ড়লী বন্ধনীত লিখা যিকোনো কোড হল নন স্ট্যাটিক ব্লক। |
| 00:46 | এতিয়া আমি সিনট্যাক্স দেখিব পাৰো । |
| 00:51 | নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়? |
| 00:54 | নির্মাণ (create) কৰা প্রতিটি বস্তুৰ বাবে নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়। |
| 00:58 | ই কন্সট্রাকটৰৰ এক্সিকিউশনৰ পূর্বে এক্সিকিউট কৰে |
| 01:04 | ই ক্লাসৰ ইনস্ট্যান্স মেম্বাৰ ভ্যাৰিয়েবল আৰম্ভ কৰিব পাৰে |
| 01:08 | গণনাৰ বাবে অন্য কোনো এক্সিকিউশনও ব্লকত দেখোৱাব পাৰে |
| 01:14 | এতিয়া Eclipseলৈ যাও আৰু নন স্ট্যাটিক ব্লক ব্যবহাৰ কৰাৰ চেষ্টা কৰো । |
| 01:22 | মই ইতিমধ্যে Eclipseত NonStaticTest নামৰ ক্লাস এটা খুলিছো । |
| 01:28 | মই A নামৰ এটা ক্লাসও তৈয়াৰ কৰিছো । |
| 01:33 | এতোয়া ক্লাস A ৰ ভিতৰত, মই প্রথমে int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰিম। |
| 01:38 | সেয়ে লিখক int স্পেস a সেমিকোলন, তাৰপিছত Enter টিপক । |
| 01:46 | কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত Non static block of an instance of Class A সেমিকোলন। |
| 02:12 | তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন। |
| 02:32 | এতিয়া আমি এটা কন্সট্রকটৰ ঘোষনা কৰিম । |
| 02:35 | সেয়ে লিখক public স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট, কাৰ্ড়লী বন্ধনী খুলক Enter টিপক । |
| 02:51 | তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত Constructing object of type A সেমিকোলন। |
| 03:10 | তাৰ পিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন। |
| 03:35 | এতিয়া এই ফাইলটো সংৰক্ষণ কৰক । |
| 03:44 | Eclipseত NonStaticTest ক্লাসৰ ভিতৰত A ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰা যাওক। |
| 03:53 | সেয়ে লিখক A স্পেস a1=new স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট সেমিকোলন। |
| 04:08 | পিছৰ লাইনত আমি A ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰোম। |
| 04:12 | সেয়ে লিখক A স্পেস a2=new স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট সেমিকোলন। |
| 04:25 | এতিয়া ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক। সেয়ে Ctrl &S আাৰু Ctrl &F11 কী টিপক। |
| 04:32 | আমি নিম্নৰুপে আউটপুট পালো : |
| 04:35 | আমি যেনে দেখিব পাৰো যেতিয়া প্রথম অবজেক্ট তৈয়াৰ কৰা হয়, নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়। |
| 04:45 | ক্লাস A ইনস্ট্যান্সৰ নন স্ট্যাটিক ব্লক আৰু ইনস্ট্যান্স ভ্যাৰিয়েবল A 0 ইনিসিয়েলাইজ কৰা হৈছে। |
| 04:53 | তাৰপিছতহে কন্সট্রকটৰ এক্সিকিউট কৰা হয়। A টাইপৰ অবজেক্ট কন্সট্রকট কৰা। |
| 05:02 | আৰু ইয়াত ইনস্ট্যান্স ভ্যাৰিয়েবল আকৌ এবাৰ 0লৈ ইনিসিয়েলাইজ কৰা হৈছে। |
| 05:07 | তাৰপিছত যেতিয়া দ্বিতীয় অবজেক্ট তৈয়াৰ কৰা হয়, নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়। |
| 05:16 | এই প্রক্রিয়া পুনৰাবৃত্তি কৰা হয়। |
| 05:20 | আমি এটা ক্লাসত একোধিক নন স্ট্যাটিক ব্লক পাব পাৰো। |
| 05:25 | এইক্ষেত্রত সিহতে ক্লাসত প্রদর্শিত কৰা ক্রমানুসাৰে এক্সিকিউট কৰে । |
| 05:30 | আমি সেইটো চেষ্টা কৰিব পাৰো। |
| 05:34 | ক্লাস Aত প্ৰথম ব্লকৰ পিছত আৰু এটা ব্লক অন্তর্ভুক্ত কৰক । |
| 05:43 | সেয়ে আকৌ কাৰ্ড়লী বন্ধনীত লিখক , |
| 05:47 | System dot out dot println বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত Second Non static block of an instance of Class A সেমিকোলন। |
| 06:08 | তাৰপিছত লিখক System dot out dot println বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন। |
| 06:30 | এতিয়া এই ফাইলটো সংৰক্ষণ কৰক, Ctrl & S কী একলগে টিপক তাৰপিছত প্রোগ্রাম ৰান কৰিবলৈ Ctrl আৰু F11 টিপক । |
| 06:44 | আমি নিম্নৰুপে আউটপুট পাউ : |
| 06:48 | আমি দেখো যে প্রথম ব্লক এক্সিকিউট হোৱাৰ পিছত, দ্বিতীয় ব্লক এক্সিকিউট হৈছে। |
| 06:58 | তাৰপিছত কন্সট্রকটৰ এক্সিকিউট কৰা হয়। |
| 07:07 | এতিয়া আপনি মন কৰিব পাৰে যে আমাক কসট্রাকটৰৰ কিয় প্রয়োজন। |
| 07:10 | ইয়াৰ উত্তৰটো হল যে আমাক ডিফল্ট কন্সট্রাকটৰৰ প্রয়োজন নাই। |
| 07:15 | কিন্তু নন স্ট্যাটিক ব্লক parameterized হব নোৱাৰে। |
| 07:18 | বাহিৰৰপৰা লোৱা মানৰ অবজেক্ট আপোনাৰ উচৰত থাকিব নোৱাৰে । |
| 07:22 | সেয়ে নন স্ট্যাটিক ব্লক কন্সট্রকটৰৰ বিকল্প নহয়। |
| 07:27 | সংক্ষিপ্তকৰন কৰো । |
| 07:29 | এই টিউটৰিয়েলত আমি শিকিছো: |
| 07:32 | নন স্ট্যাটিক ব্লকৰ সম্পর্কে আৰু কিভাবে ব্লকটো ব্যবহাৰ কৰা হয়। |
| 07:35 | আত্ম মূল্যায়নৰ বাবে, |
| 07:36 | B নামৰ এটা ক্লাস তৈয়াৰ কৰক। |
| 07:39 | টিউটোৰিয়েলত প্রদর্শিত কৰা দৰে নন স্ট্যাটিক ব্লক আৰু কন্সট্রকটৰ তৈয়াৰ কৰক। |
| 07:44 | ইতিমধ্যে নির্মিত NonStaticTest ক্লাসত B ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰক। |
| 07:49 | আউটপুটতো চাওক |
| 07:51 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 07:53 | এই লিঙ্কে উপলব্ধ ভিডিওটি দেখুন। তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
| 07:56 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 08:00 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 08:03 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
| 08:06 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
|
| 08:08 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 08:12 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 08:18 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 08:22 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 08:28 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 08:37 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
| 08:40 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |