KTouch/S1/Getting-Started-with-Ktouch/Assamese

From Script | Spoken-Tutorial
Revision as of 11:40, 18 December 2013 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00.00 KTouch পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল ৈল  স্বাগতম ।
00.04 এই শিক্ষণত আমি KTouch অৰু KTouch interfaceৰ বিশয়ে শিকিম
00.10 অপুনি শিকিব
00.11 কম্পিউটাৰ কিবৰদত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট , বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে
00.18 অপুনি আৰু শিকিব


00.20 জেতিয়াই আপুনি টাইপ কৰে কিবৰদ নুসুৱাকে কেনেকৈ টাইপ কৰিব


00.24 KTouch কি হয়?
00.27 KTouch এতা টাইপিং টিউটৰ হয়.  ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবদৰ বৱহাৰ কৰি টাইপ কৰে .
00.33 আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিং শিকিব পাৰে
00.36 আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিংৰ চ্পীদ বঢ়াব পাৰে
00.43 কেটাছত অপুনাৰ অভয়াসৰ কাৰনে  lectures বা টাইপিংৰ নমুনা বি১ভিন্ন ধৰনৰ কথিনতাত আচে
00.50 ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে Ubuntu Linux 11.104 আৰু কেটাছ version1.7.1 ব্যৱহাৰ কৰিছোঁ।
00.59 আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি কেটাছ স্থাপন কৰিব পাৰে
01.03 Ubuntu Software Centreঅৰ উপৰত অধিক জানিবলৈ এইটো ৱেবচাইত উবুন্টু লিনাক্চ চাওক
01.11 ব'লক কেটাছ খোলো
01.13 প্ৰথমে দেছ হমত ক্লিক কৰক যি অপুনাৰ কমপিউতাৰ দেক্চটপত উপৰৰ বাও কুনত গোল বাটন আচে
01.21 ছাৰ্চ বাকচ প্ৰদৰ্শিত হয়
01.24 ছাৰ্চ বাকচত  KTouch টাইপ কৰক
01.28 ছাৰ্চ বাকচৰ তলত KTouch আইকন দেখুৱাই
01.34 KTouch ভিদিঅ প্ৰদৰ্শিত হয়
01.36 বিকল্প ৰুপে আপুনি টাৰমিনেলৰ বৱহাৰ কৰি KTouch খোলিব পাৰে
01.41 টাৰমিনেল খোলিবলৈ CTRL আৰু ALTআৰু T একেঠগে টিপক
01.47 KTouch খোলিবলৈ টাৰমিনেলত কমান্দ টাইপ কৰক আৰু এন্টাৰ টিপক
01.55 এতিয়া আমি নিজকে KTouch  interfacঅৰ লগত পৰিচয় হও
01.59 মুখয় মেনুত File, Training, Settings, আৰু Help মেনুবুৰ আছে
02.06 টাইপিংৰ অভয়াসৰ কাৰনে Start New Sessionঅত ক্লিক  কৰক
02.11 টাইপিং কৰাৰ সময়ত ৰখিবলৈ Pause Sessionত ক্লিক  কৰক
02.14 আপুনাৰ টাইপিংৰ গতি জানিবলৈ Lecture Statisticsঅত ক্লিক  কৰক
02.19 Level য়ে জতিলতা ________ দেখোৱাই, টাইপিং কৰি থাকোতে বৱহাৰ কৰা কিচ বুৰ
02.27 Speed য়ে দৰ্শাই যে এক মিনিটত আপোনি কিমান আখৰ টাইপ কৰিব পাৰে
02.32 Correctness সঁকেতে টাইপিংৰ বিশুদ্ধতা দেখোৱাই 02.39 New Characters in This Level ফিল্দ আখৰবোৰক দেখোৱাই, যি অাপুনি বাচি থোৱা যেগাখিনিত অভয়াস কৰা আৱশয়ক
02.47 Teacher’s Line সেই

আখৰবোৰক দেখোৱাই, যাক টাইপ কৰিব লাগে

02.51 Student’s Line আখৰবোৰক দেখোৱাই, যি কিবৰ্দৰ বয়ৱহাৰ কৰি আপুনাৰ দ্ৱাৰা টাইপ কৰা হয়
02.58 কিবৰ্দ কেন্দত প্ৰদৰ্শিত হয়
03.02 কিবৰ্দৰ প্ৰথম লাইন, সংখয়া , বিশেষ আখৰ আৰু বেকস্পেচ দেখুৱাই
03.09 টাইপ কৰা আখৰবোৰক মচিবলৈ Backspace টিপক
03.13 কিবৰ্দৰ দ্বিতিয় লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু টেব আচে
03.20 কিবৰ্দৰ তৃতিয় লাইনত ৰ্বনমালা, colon, semicolon আৰু Caps lock  আছে
03.28 টাইপ কৰাৰ সময়ত পিচৰ লাইনত যাবলৈ Enter টিপক
03.33 ডানৰ আখৰত লিখিবলৈ Caps Lock টিপক


03.37 কিবৰ্দৰ চতুৰ্থ লাইনত ৰ্বনমালা, কিচু বিশেষ আখৰ আৰু shift কি আছে
03.45 ডানৰ আখৰত টাইপ কৰিবলৈ যিকুনু এটা ৰ্বনমালাক Shiftঅৰ সৈতে টিপক
03.52 কিৰ উপৰত দিয়া আখৰবুৰক টাইপ কৰিবলৈ Shift কিক যিকুনু বেলেগ কিৰ এটা সৈতে টিপক
03.59 উদাহৰন শ্বৰুপে ওপৰত ১ সংখয়া থকা বটনত exclamation চিণ্হ আছে . exclamation চিণ্হটু টাইপ কৰিবলৈ Shift কিৰ সৈতে 1 টিপক
কিবৰ্দৰ পাচ নম্বৰ লাইনত Ctrl, Alt, আৰু Function কিচ আছে . ইয়াত স্পেচ বাৰু আছে
04.20 এতিয়া চাও যে যদি KTouch keyboard, laptop keyboard, আৰু desktop keyboardঅৰ মাজত কোনো ভিন্নতা আছে
04.29 মন কৰক যে KTouch keyboard আৰু laptop আৰু desktop keyboardঅত বয়ৱহাৰ হোৱা keyboard একে হয়
04.36 এতিয়া keyboardত নিজৰ আঙুলিৰ সঠিক স্থানত বহোৱা চাওক
04.41 এইটো স্লাইদ্চ চাওক
04.42 ই আঙুলিবুৰ আৰু ইয়াৰ নাম দেখুৱায়
04.46 বাওৰ পৰা সু ফালৰ আঙুলিবুৰক Little finger বুলি কোৱা হয়


 

04.51 Ring finger,

Middle finger,

04.54 Index finger আৰু

Thumb

04.59 নিজৰ কিবৰ্দত, নিজৰ বাও হাত খন কিবৰ্দৰ বাও ফালে ৰাখক
05.03 এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো ‘A’ আখৰ উপৰত থাকে
05.07 অনামিকা ‘S’ আখৰ উপৰত থাকে
05.10 মধয়মা ‘D’ আখৰ উপৰত থাকে
05.13 তৰ্জনি ‘F’ আখৰ উপৰত থাকে
05.17 এতিয়া কিবৰ্দত, নিজৰ সো হাত খন কিবৰ্দৰ সো ফালে ৰাখক
05.20 এইতু সুন্নিচ্চিত কৰি লওক যে সৰু আঙুলি টো কলন / চেমি কলনত থাকে
05.25 অনামিকা ‘L’ আখৰ উপৰত থাকে


05.28 মধয়মা ‘K’ আখৰ উপৰত থাকে
05.30 তৰ্জনি ‘J’ আখৰ উপৰত থাকে
05.34 স্পেচ বাৰক টিপিবলৈ আপুনাৰ সো আঙুলিৰ বয়ৱহাৰ কৰক
05.37 প্ৰথম বাৰ যেতিয়া আপুনি কে টাছ খোলিব টিচ্চাৰ্চ লাইন দিফল্ট টেকস্ত ত দৰ্শায়
05.44 এইতু টেকস্ত নিৰ্দেশক সুচিবদ্ধ কৰায় যে কেনেকৈ lecture বাচি লয় অৰু কেনেকৈ পাঠবুৰৰ টাইপিঙ আৰম্ভ কৰে
05.51 এই টিউটৰিয়েলৰ উদ্দেশৰ কাৰনে আমি দিফল্ট টেকস্ত টাইপ কৰা এৰিব পাৰো আৰু lecture বাচক
05.57 বাৰু, আপুনি এই টিউটৰিয়েলটোক ৰখাব পাৰে আৰু দিফল্ট টেকস্ত টাইপ কৰিব পাৰে.
06.02 এতিয়া পাঠবুৰক টাইপ কৰিবলৈ lecture বাচক.
06.07 মুখয় মেনুৰ পৰা file বাচক অৰু Open Lectureঅত ক্লীক কৰক
06.12 Select Training Lecture File- ‘K Touch’ দায়লগ বক্চ ওলায়
06.17 ফল্দাৰ পাঠক ব্ৰাওজ কৰক Root->usr->share->kde4->apps->KTouch
06.31 english.ktouch.xml বাচক আৰু Openঅত ক্লীক কৰক।
06.36 মন কৰক যে টিচ্চাৰ্চ লাইনে এতিয়া আখৰবুৰক অনয় এটা সমুহক দৰ্শায়
06.41 এতিয়া টাইপিঙ আৰম্ভ কৰক

Contributors and Content Editors

Mousumi, PoojaMoolya