KTurtle/C2/Introduction-to-KTurtle/Assamese
From Script | Spoken-Tutorial
Visual Cue | Narration | ||
---|---|---|---|
00.01 | নমস্কাৰ। 'Introduction to KTurtle. tutorial’লৈ আপোনাক স্বাগতম জনালো। | ||
00.07 | এই tutorial’ত, মই KTurtle. আৰম্ভ কৰিবলৈ basicsবোৰ শিকাম। | ||
00.14 | এই tutorial’ত আমি শিকিম | ||
00.17 | KTurtle Window | ||
00.19 | Editor | ||
00.20 | Canvas | ||
00.21 | Menu Bar | ||
00.22 | Toolbar | ||
00.24 | আমি শিকিম, | ||
00.26 | Turtle move কৰা | ||
00.28 | ৰেখা অকা্ঁ আৰু দিশ বদলি কৰক। | ||
00.32 | “triangle”(ত্ৰিভূজ) অকা্ঁ | ||
00.34 | এই tutorial record কৰিবলৈ মই Ubuntu Linux OS version. 12.04. KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো। | ||
00.47 | KTurtle কি? | ||
00.49 | KTurtle basic programming শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।. | ||
00.53 | এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু। | ||
00.59 | KTurtle download কৰিবলৈ http://edu.kde.org/kturtle/ত উপলব্ধ। | ||
01.12 | KTurtle’এ programming সহজ আৰু accessible বনাই।. | ||
01.18 | সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।. | ||
01.22 | Commandবোৰ programmer’ৰ কথিত ভাষাত অনুবাদ কৰে। | ||
01.27 | Command’বোৰ visuals’লৈ অনুবাদ কৰে।. | ||
01.31 | আমি KTurtle Synaptic Package Manager . ব্যৱহাৰ কৰি install কৰিব পাৰো। | ||
01.36 | Synaptic Package Manager ৰ ওপৰত তথ্য | ||
01.40 | websitehttp://spoken-tutorial.org”ত Ubuntu Linux tutorialsত উল্লেখ আছে। | ||
01.46 | ব’লক আমি KTurtleৰ নতুন Application এটা খোলো। | ||
01.50 | Dash homeত click কৰক।. | ||
01.52 | Search bar’ত KTurtle. type কৰক। | ||
01.55 | আৰু KTurtle icon’ত click কৰক। | ||
01.59 | KTurtle’ৰ window দেখাত এনেকোৱা।. | ||
02.02 | এইটো হ’ল Menubar. | ||
02.04 | Menu bar’ৰ ওপৰত, | ||
02.06 | আপোনি menu items পাব | ||
02.08 | File, Edit, Canvas, Run, Tools, Settings আৰু help options | ||
02.17 | Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব। | ||
02.23 | Editor বাওঁপিনে, য’ত আপোনি TurtleScript commands type কৰিব পাৰে। | ||
02.30 | File আৰু Edit menu’ত editor’ৰ বেছিভাগ function’এই পোৱা যায়। | ||
02.37 | Editor’ত code লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে। | ||
02.42 | এটি উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল। | ||
02.46 | File menu’লৈ যাওক> Examples select কৰক। | ||
02.50 | ইয়াত মই flower select কৰিম। | ||
02.53 | Editor’ত এই উদাহৰণটোৰ code’টো খোলে। | ||
02.58 | Code’টো চলাবলৈ Menu bar বা Tool barৰ পৰা Run button’ত click কৰক । | ||
03.04 | আন এটা উপায় হ’ল আপোনাৰ code’টো editor’ত type কৰক | ||
03.10 | বা editor’ত আন কোনো code copy/paste কৰক। | ||
03.13 | উদাহৰণ স্বৰূপে: বেলেগ KTurtle files’ৰ পৰা | ||
03.18 | Canvas সোঁফালে থাকে, য’ত Turtleএ আপোনাৰ ছবি আকেঁ। | ||
03.24 | Turtleএ canvas’ত থকা editor’ৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে। | ||
03.32 | Tool bar’ত থকা Run option’এ editor’ত থকা আদেশবোৰ ‘execute’ কৰে। | ||
03.39 | ই execution speeds’ৰ এখন সূচী উপস্থাপন কৰে। | ||
03.43 | Full speed(No highlighting and inspector), | ||
03.46 | Full speed, | ||
03.48 | Slow, | ||
03.49 | Slower, | ||
03.51 | Slowest আৰু | ||
03.52 | Step-by-Step | ||
03.55 | Abort আৰু pause options’এ execution stop আৰু pause কৰিবলৈ অনুমতি দিয়ে। | ||
04.03 | ব’লক code’টো “Run” কৰো। | ||
04.06 | Turtleএ canvas’ত flower এটা আকিঁব। | ||
04.11 | যেতিয়া আপোনি নতুন KTurtle application এটা খোলিব | ||
04.15 | Turtle canvas’ৰ মাজত থাকে default হিচাপে। | ||
04.19 | ব’লক আমি এতিয়া Turtle move কৰোঁ। | ||
04.22 | Turtleএ তিনিধৰণেৰে move কৰিব পাৰে: | ||
04.25 | সি আগলৈ যাব পাৰে। সি পাছলৈ যাব পাৰে। | ||
04.29 | সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে। | ||
04.32 | ই screen’ৰ এটা position’লৈ এবাৰতেও যাব পাৰে। | ||
04.38 | Program text’লৈ অলপ zoom কৰো, অলপ blur হ’ব পাৰে। | ||
04.44 | ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ। | ||
04.48 | আপোনাৰ editor’ত এই commands type কৰক: | ||
04.52 | reset | ||
04.55 | forward 100 | ||
04.58 | turnright 120 | ||
05.02 | forward 100 | ||
05.07 | turnright 120 | ||
05.11 | forward 100 | ||
05.15 | turnright 120 | ||
05.18 | মন কৰিব যে আমি লিখি যাওঁতে code’ৰ color বদলি হৈ যায়। | ||
05.23 | এইটোত highlighting বোলা হয়। | ||
05.26 | বিভিন্ন ধৰণৰ commands বিভিন্ন ধৰণত highlight হয়, | ||
05.31 | যি কাৰণে দীঘল দীঘল codes পঢ়াত সহায় হয়। | ||
05.36 | মই এতিয়া code’টো ব্যাখ্যা কৰিম। | ||
05.38 | reset command’এ Turtle’ৰ position defaultলৈ লৈ যায়। | ||
05.42 | forward 100 command’ Turtle 100 pixels আগলৈ নিয়ে। | ||
05.49 | turnright 120 command’এ Turtleক 120 degrees anti-clockwise ঘূৰাই। | ||
05.56 | মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা command ৩বাৰ ব্যৱহাৰ কৰিছিলো। | ||
06.03 | এতিয়া ব’লক code execute কৰো। | ||
06.06 | মই Slow step বাছি ল’ম যাতে আমি বুজি পাওঁ কি command execute হৈছে। | ||
06.16 | ইয়াতে ত্ৰিভূজ অকাঁ হ’ল। | ||
06.19 | ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ canvas এখন কেনেকৈ শুৱনি কৰে। | ||
06.26 | ব’লক ত্ৰিভূজ এটা আকোঁ repeat command ব্যৱহাৰ কৰি। | ||
06.30 | মই বৰ্তমান program কাটি দিওঁ। | ||
06.33 | Program text অলপ zoom কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ। | ||
06.38 | Editor’ত তলত উল্লেখিত commands type কৰক: | ||
06.41 | reset | ||
06.44 | canvassize space 200,200 | ||
06.51 | canvascolor space 0,255,0 | ||
07.00 | pencolor space 0,0,255 | ||
07.08 | penwidth space 2 | ||
07.12 | repeat space 3 curly braces’ৰ মাজত { | ||
07.19 | forward 100 | ||
07.23 | turnleft 120
} | ||
07.27 | মই এতিয়া code explain কৰিম। | ||
07.30 | reset command’এ Turtleৰ position default লৈ লৈ যায়। | ||
07.34 | canvassize 200,200এ canvas’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ | ||
07.42 | canvascolor 0,255,0 এ canvas’ৰ ৰং সেউজীয়া কৰে। | ||
07.48 | 0,255,0 হ’ল RGB Combination য’ত সেউজীয়াৰ মূল্য 255 আৰু বাকিবোৰৰ মূল্য 0। | ||
08.03 | এইটোৱে canvas’ৰ ৰং সেউজীয়া কৰি দিয়ে। | ||
08.07 | pencolor 0,0,255এ pen’ৰ ৰং নিলা কৰি দিয়ে। | ||
08.14 | RGB combination য’ত নিলাৰ মূল্য 255. | ||
08.20 | penwidth 2এ pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে। | ||
08.27 | curly brackets’ৰ ভিতৰত থকা নং আৰু commands’ৰ সূচীয়ে repeat command অনুসৰণ কৰে। | ||
08.33 | Curly brackets’ৰ ভিতৰত থকা commandsবোৰৰ নিৰ্দিষ্ট সংখ্যক বাৰৰ বাবে পুনৰাবৃত্তি ঘতে। | ||
08.39 | Commands forward 100 আৰু turnleft 120 curly brackets’ৰ ভিতৰত থাকে। | ||
08.47- | repeat command’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩টা বাহু থাকে। | ||
08.54 | এই commandsবোৰ ৩বাৰ loop’ত run হয়।. | ||
08.59 | ত্ৰিভূজৰ ৩টা বাহু অকাঁ হ’ল। | ||
09.02 | ব’লক codeটো run কৰো। | ||
09.05 | Programটো execute কৰিবলৈ মই slow optionটো বাচি ল’ম। | ||
09.09 | The canvas color becomes green and the Turtle draws a triangle. | ||
09.20 | ব’লক fileটো save কৰো। | ||
09.23 | File menu > Save As | ||
09.27 | Save As dialog box খোল খাব। | ||
09.30 | Fileটো save কৰিবলৈ মই Document folder’টো বাচিলো। | ||
09.34 | File’ৰ নাম মই Triangle type কৰিলো আৰু Save button’ত click কৰিলো। | ||
09.41 | মন কৰিব যে top panelত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle file’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব। - | 09.53 | ইয়াৰ লগতেই আমি এই tutorial’ৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো। |
09.57 | আহক ইয়াৰ সাৰাংশটো চাওঁ। | ||
09.59 | এই tutorial’ত আমি শিকিলো, | ||
10.02 | KTurtle ৰ editor, canvas, menubar আৰু toolbar | ||
10.07 | Turtle’ক move কৰোওৱা | ||
10.09 | lineবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন | ||
10.13 | ত্ৰিভূজ অকাঁ | ||
10.15 | এটা assignment হিচাপে মই আপোনালোকে command’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো। | ||
10.21 | forward, backward, turnleft, turnright আৰু repeat | ||
10.26 | * আপোনালোকৰ পছন্দ মতে background color, penwidth আৰু pencolor set কৰক। | ||
10.32 | RGB combination’ৰ মূল্য বদলি কৰক। | ||
10.37 | ‘http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক। | ||
10.40 | Spoken Tutorial project’ৰ এয়াই সাৰাংশিত ৰূপ। | ||
10.44 | আপোনাৰ ভাল bandwidth নাথাকিলে, আপোনি download কৰিও চাব পাৰে। | ||
10.48 | Spoken Tutorial Project Team’এ : | ||
10.50 | Spoken tutorials ব্যৱহাৰ কৰি কৰ্মশালা পাতে | ||
10.53 | Online test উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়। | ||
10.56 | অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org | ||
11.03 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ | ||
11.08 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে | ||
11.15 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব | ||
11.20 | এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে | ||
11.24 | মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |