Drupal/C2/Overview-of-Drupal/Assamese
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. "Overview of Drupalৰ " স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম
কন্টেন্ট ম্যানেজমেন্ট সিস্টেম Drupal |
00:13 | Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু
এই শৃঙ্খলাৰ ওভাৰভিউ |
00:19 | প্রথমে বুজো ড্রুপাল কি হয়.
Drupal এটা মুক্ত আৰু ওপেন সোর্স কনটেন্ট ম্যানেজমেন্ট সিস্টেম (সিএমএস) হয়. |
00:30 | এটা সিএমএস কি?
এইটো পুৰনা দিনৰ নিচিনা নহয় যত আমি এটা সার্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে. |
00:40 | বুনিয়াদিৰুপে, প্রতিটো ওয়েবপেজৰ নিজস্ব এইচটিএমএল ফাইল আছে. |
00:47 | এতিয়া এইটো খুব ভিন্ন.
প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয় |
00:55 | কম্পোনেন্টৰ প্রতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে. |
01:00 | এই কম্পোনেন্টবোৰ কিছু প্রোগ্রামিং লজিক ব্যবহাৰ কৰি গোটোৱা হয়. |
01:06 | সেয়ে, আপোনি যি দেখে তাৰ উপৰত নির্ভৰ কৰি, এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হব পাৰে. |
01:14 | এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে.
আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে, |
01:23 | অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ.
আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে. |
01:32 | CMS হল এই প্রসেনটেশন লজিকৰ কাৰণ. |
01:37 | ই যেনে PHP, Ajax, Javascript ইত্যাদি বিভিন্ন প্রোগ্রামিং বৈশিষ্ট্য ব্যবহাৰ কৰে |
01:47 | সকলো সিএমএস সাধাৰণতে এটা ডাটাবেস ব্যবহাৰ কৰে কোনো ফৰম্যাটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে. |
01:55 | বিষয়বস্তুৰ ফৰম্যাটিং বেলেগভাবে সম্পন্ন কৰা হয়. |
02:00 | সিএমএসে নন প্রযুক্তিগত(non-technical) ব্যবহাৰকাৰীক সহজেই এটা ওয়েবসাইটক পৰিচালনা কৰি তোলে. |
02:07 | Drupal এক ধৰনৰ সিএমএস যি ওপেন সোর্স হয়, অর্থ কোড বিনামূল্যে উপলব্ধ. |
02:15 | যি কোনোৱে ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে. |
02:18 | Drupal 2000 চনত Dries Buytaertৰ দ্বাৰা প্রতিষ্ঠিত হৈছিল, যেতিয়া তেখেত এজন ছাত্র আছিল. |
02:24 | যিহেতো এইটো ওপেন সোর্স হয়, বহুত মানুহে কোড পৰিবর্তন কৰাত সাহায্য কৰে. |
02:32 | তাৰপিছত তেখেতলোকে অলপ উন্নতি সম্প্রদায় কৰি উভতাই দিয়ে. |
02:37 | Drupal সম্প্রদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাবে সংযুক্ত ওপেন সোর্স কমিউনিটিৰ অন্যতম. |
02:43 | এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা 'Drupal' বনোৱা হৈছে. |
02:51 | ড্রুপালত এইটো কোৱা হৈছে যে, “Come for the code, stay for the community” |
02:58 | হব পাৰে, আপোনি একেই কাৰণে সম্প্রদায়টিত থাকিব পাৰে. |
03:02 | ইয়াৰ পিছত, আমি 'Drupal এৰ' শীর্ষ 10টা বৈশিষ্ট্য তালিকা দিয়ো. |
03:06 | নম্বৰ1:
'Drupal' বিনামূল্য আৰু সম্পূর্ণৰুপে 'ওপেন সোর্স' হয়. |
03:11 | যি কোনোৱে সোর্স কোড ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে. |
03:15 | যদিও আপোনি এজন ডেভেপপাৰ হয়, 'Drupal এৰ' খুবেই দৰকাৰী. |
03:20 | ২ নম্বৰ:
'Drupal' ফ্লেক্সিবল হয়. |
03:24 | 'Drupal ' আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়. |
03:28 | 'Drupal ' অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়. |
03:35 | ডেভেলপাৰে এইটোক উভয় "'সিএমএসআৰু এটা বৃহত্তৰ ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্ম' হিসাবে ব্যবহাৰ কৰে . |
03:42 | নম্বৰ3:
'Drupal' মোবাইলত উপলব্ধ. |
03:46 | আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি 'Drupal এৰ সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো. |
03:54 | নম্বৰ4:
'Drupal' ডাঙৰ প্রকল্পৰ বাবে অপূর্ব. |
04:00 | 'whitehouse.gov' ৰ পৰা weather.comলৈ 'আৰু' Dallas Cowboys, 'Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে. |
04:08 | 'Drupal' আৰো জটিল ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে. |
04:12 | এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নির্মাণ কৰিব বিছৰা মানুহৰ বাবে ভাল সমাধান হয়. |
04:19 | এইটো বৃহৎ উদ্যগৰবাবে অত্যন্ত উপযুক্ত. |
04:24 | নম্বৰ5:
'Drupal ' , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়. |
04:29 | 'Drupal এ' মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে. |
04:34 | লগতে Drupalএ সাইট এডিটৰক ট্যাগ, বিবৰণ, কীওয়ার্ড আৰু বন্ধুত্বপূর্ণ URLs যোগ কৰিবলৈ দিয়ে. |
04:45 | সংখ্যা 6:
'Drupal ' নিৰাপদ আৰু সুৰক্ষিত হয়. |
04:50 | 'Drupal এ' আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে, |
04:57 | 'session IDs ' 'যি অনুমতি(permissions) পৰিবর্তন হোৱাত পৰিবর্তন হয়, |
05:01 | টেক্স্ট ফৰম্যাট 'অনুমতি' ইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে. |
05:07 | 'Drupal এ' নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়. |
05:11 | সংখ্যা 7:
আমি Drupal ' সাইটত বৈশিষ্ট্য যোগ কৰা হাজাৰ 'মডিউলৰ ব্যবহাৰ কৰি 'আমাৰ 'Drupal এৰ' সাইটক প্রসাৰিত কৰিব পাৰো. |
05:18 | যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা 'মডিউল' নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে. |
05:27 | আমাৰ উচৰত একাধিক 'থিম' বা একেই সাইটত এটা 'থিম' এৰ সংস্কৰণ থাকিব পাৰে .
আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে. |
05:40 | সংখ্যা 8:
যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে 'Drupal' ৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল! |
05:48 | 'Drupal এৰ' বাবে বিশ্বত বহুতো ইভেন্ট হয়. |
05:52 | স্থানীয় ইভেন্টক 'Drupal' কেম্পস বুলি কোৱা হয়. |
05:55 | আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান 'DrupalCons' হয় . |
06:01 | খুবেই সক্রিয় 'ফোৰাম আছে, User Groups ' আৰু 'IRC চ্যাটবোৰ' 'Drupal এৰ' সমর্থনত নিবেদিত. |
06:08 | সংখ্যা 9:
কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানি 'Drupal এৰ' চাৰিপাশে আছে. |
06:15 | 'Acquia' , এই শৃঙ্খলাৰ বাবে অংশীদাৰ, 'Drupal এৰ' বৃহত্তম কোম্পানী. |
06:21 | ভাৰতত ষাঠিটাত চে বেশি 'Drupal এৰ' সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে. |
06:32 | সংখ্যা 10:
'Drupal ' সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে. |
06:40 | 'Drupal এ' সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে. |
06:50 | 'Drupal ' সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়. |
06:58 | এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম
কিভাবে 'Drupal এৰ' ইনস্টল কৰে. |
07:04 | আমি 'Drupal ' আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো. |
07:10 | প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ 'লিনাক্স' বা উইন্ডোজ' এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই. |
07:18 | 'বিষয়বস্তু' workflow-
ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু 'Drupal ত সংগঠিত হয়. |
07:26 | আপোনি যিহেতু এটা ওয়ার্ড প্রসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম. |
07:34 | তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে 'Drupalক' অনন্য কৰিব পাৰে. |
07:40 | সেইবোৰ বিষয়বস্তুৰ সম্পৰ্ক, বিভিন্ন বিষয়বস্তুৰ কর্মসূচিগত(programmatic) ফৰম্যাট প্রদর্শন, ইত্যাদি. |
07:49 | কিভাবে Drupalক প্রসাৰিত কৰে-
'Drupal এৰ' দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় 'মডিউল' বা 'এক্সটেনশনস' . |
07:56 | আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা 'মডিউল' আছে, . |
08:05 | প্রদত্ত যে তাতে অসংখ্য 'মডিউল' আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা 'মডিউল' নির্বাচন কৰে. |
08:13 | কিভাবে siteক লেআউট কৰে-
এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব. |
08:24 | 'লেআউট' অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে. |
08:31 | 'মডিউলৰ' নিচিনা, লেআউট বা 'থিম' ও কমিউনিটি কান্ট্রিবিউটৰ হিসাবে পোৱা যায়. |
08:38 | 'peopleক কীভাবে পৰিচালনা কৰিব - |
08:40 | অন্যান্য একক ভিত্তিক ' CMS' ব্যবহাৰকাৰী, যেনে 'ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়. |
08:53 | 'people' ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু তেখেতলোকক বিভিন্ন 'অনুমতি' দিয়ে, শিকো. |
09:01 | কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে 'Drupal এৰ' কোড পৰিচালনা কৰে শিকো. |
09:11 | এটা 'সাইট' নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ. |
09:17 | * এইটো 'সাইটক' আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক. |
09:24 | ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. |
09:28 | সংক্ষেপে.
এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:
|
09:41 | এই ভিডিওটো 'Acquia' আৰু "' OS Trainingৰ পৰা অভিযোজিত হয় আৰু 'স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে |
09:51 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক. |
09:59 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
10:11 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
10:24 | এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ. |