Drupal/C2/Configuration-Management-in-Admin-Interface/Assamese

From Script | Spoken-Tutorial
Revision as of 10:41, 31 August 2016 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম.
00:09 এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে
00:13 Extend,
00:15 Configuration,
00:16 People আৰু
00:18 'Report.
00:20 এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো
  • 'উবুন্টু অপাৰেটিং সিস্টেম'
  • 'Drupal 8' আৰু
  • 'ফায়াৰফক্স' ওয়েব ব্রাউজাৰ
00:29 আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে.
00:34  আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো.
00:38 আমি আগেই উল্লেখ কৰিছো, 'Drupal ' এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে.
00:45 এই  Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো
00:53 Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ 'মডিউল' ৰ এটা ওভাৰভিউ দিয়ে.
01:00 মডিউল হৈছে বৈশিষ্ট্য.
01:02 আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম.
01:06 এইটো Drupal এৰ সৈতে অহা মডিউলৰ কিছু তালিকা হয়.
01:11 আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো.
01:18 'Extend' মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা 'মডিউল' ক  দেখিবলৈ অনুমতি দিয়ে.
01:26 আমাৰ সাইটত এই সিৰিজত আমি আৰু 'মডিউল' 'যোগ কৰিম.
01:32 এতিয়া ' 'কনফিগাৰেশন' মেনু চাও. মাত্র' site administratorsএ এই এলাকাৰ এক্সেস পাই.
01:41 যিহেতু আমি 'সুপাৰ-ইউজাৰ' অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো.
01:47 লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে.
01:51 আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে.
01:54 এইটোৱে কয় যে status report ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ 'Drupal ৰ সাইট' আপ টু ডেট হয় নে নহয়.
02:03 মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো.
02:09 এই বিশেষ মেনুএ আমাৰ সাইটত থকা সকলো বিভিন্ন দিশক কনফিগাৰ কৰিবলৈ আমাক অ্যাক্সেস দিয়ে
02:16 যেনে - Site information, Account settings, Text formats and editors, Performance issues, Maintenance mode, Image styles আৰু অন্যন্য.
02:30 আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম.
02:35 কিন্তু এতিয়াৰ বাবে, আমি ' 'সাইটৰ' তথ্য আপডেট কৰো.
02:39 Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ  নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক আৰু  Sloganত ,' টাইপ কৰক  "A Great Place to Learn All About Drupal".
02:53 যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র 'সাইট' পৰিবর্তন কৰে.
02:58 এইটো  'কন্টেন্ট ম্যানেজমেন্ট সিস্টেম"ৰ 'সম্পর্কে এটা ভাল বস্তু হয়
03:04 সেয়ে এতিয়া আমাৰ 'সাইটত', এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম 'Drupalville' হব.
03:16 সেইটো এটা সচাকৈয়ে ডাঙৰ  উন্নতি হয় static HTMLত.
03:21 লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়.
03:29 আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু 'এটা ডিফল্ট' '403' আৰু '404' পৃষ্ঠা.
03:37 মন কৰিব যে 'Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়.
03:41 সেয়ে, প্রতিটো সময়ত আমাৰ Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, আমি Submit বা Saveত ক্লিক কৰিব লাগিব.
03:49 তলত Save configuration'বাটনত ক্লিক কৰো.
03:54 তাৰ পিছত  Back to siteত ক্লিক কৰক
03:58 লক্ষ কৰক যে, আমাৰ 'সাইটৰনাম' এতিয়া 'Drupalville' ' হয়' আৰু আমাৰ 'সাইটৰ' প্রতিটো পৃষ্ঠাত এটা 'শ্লোগান' আছে.
04:06 আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে 'কনফিগাৰেশন' মেনু অন্বেষণ কৰিম.
04:12 Administration toolbar থকা People ত ক্লিক কৰো.
04:16 এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়.
04:20 আপোনি 'tabsবোৰ মন কৰিব - List, Permissions আৰু Roles..
04:26  এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ  বিস্তাৰিতভাবে আবৰণ কৰিম.
04:32   'Roles বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা.
04:44 ব্যবহাৰকাৰীৰনাম "admin"' হয় ইয়াতে.
04:47 Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো.
04:54 আমি যদি বর্তমানৰ 'পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো.
04:59 তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰ 'ভূমিকা' 'অ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়.
05:09 মোৰ 'status' ' Active' 'হয়' ' 'আৰু আমাৰ নিজৰ' Personal contact form 'আছে' ', আৰু আমাৰ LOCATION SETTINGS.' অবস্থান সেটিংস. '
05:21 আমি Picture অধীনত থকা Browse বাটনত ক্লিক কৰি আমাৰ নিজৰ ছবি যোগ কৰি আপডেট কৰিব পাৰো.
05:29 সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, Saveত ক্লিক কৰক.
05:37 সাৰসংক্ষেপে - Roles ট্যাবে' আমাক বিভিন্ন 'ভূমিকাক' 'যোগ কৰিবলৈ অনুমতি দিয়ে. 
05:42 'Permissions ট্যাবে' সেই ভূমিকাত কিছু অনুমতি দিয়ে.
05:48 আৰ List ট্যাবে' আমাক 'এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে.
05:54 তেখেতলোকে নির্দিষ্ট 'অনুমতিসমূহ' পাব ', যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে.
06:04 People হৈছে যত আমি আমাৰ 'Drupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো.
06:10 শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম.
06:16 Reportsত ক্লিক কৰক.
06:18 এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰ 'Drupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়.
06:25 উদাহৰণস্বৰুপে - তাত কোনো 'উপলব্ধ আপডেট আছে নেকি'?
06:28 'সাম্প্রতিক লগ বার্তা,' (Recent log messages,)
06:31 'সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে'
06:36 'স্ট্যাটাস ৰিপোর্ট' ',
06:37 'শীর্ষ “access denied” আৰু Page not found” এৰৰ,
06:42 'শীর্ষ সার্চ বাক্যাংশ,' আৰু কিছু 'প্লাগইন' যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে.
06:49 Available updatesত ক্লিক কৰক 'এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে.
06:58 আমি এইটো দেখিব পাৰো যে, সর্বশেষ আপডেট 48 মিনিট আগেই হৈছিল.
07:04 এইটো 'cron' দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন.
07:10 এতিয়াৰ বাবে, মাত্র Check manually ত ক্লিক কৰক.
07:15 আমি ইনস্টল কৰা সকলোক 'Drupal এ' এতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়.
07:24 যদি আমি আমাৰ সাইটত আৰো "মডিউল" অথবা বৈশিষ্ট্য'যোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব.
07:32 আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম.
07:37  আমাৰ 'সাইট' ৰ এটা 'স্ট্যাটাস ৰিপোর্ট' পাবলৈ 'ৰিপোর্টত' 'ক্লিক কৰক .
07:42 উদাহৰণস্বৰুপে 'Drupal এৰ' 'কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া  cron গতি কৰিছিল.
07:49 ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি 'cron' ক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো.
07:55 আমাৰ 'ডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ' , ইত্যাদি
08:00 আপোনি আপোনাৰ 'সাইট' 'ৰিপোর্ট' বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত.
08:05 বিশেষকৈ, আপোনি যদি ' 'Drupal  আৰু 'ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী  ব্যক্তি হয়.
08:14 সর্বশেষত, আমাৰ উচৰত  Help আছে আৰু  Helpএ আমাক 'সাইটৰ help pageৰ লিঙ্ক দিয়ে.
08:22 এইয়াই হৈছে আমাৰ 'Administration Toolbar.
08:26 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে.
08:32 এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে

ো Extend Configuration People and Report.

08:52 এই ভিডিওটো 'Acquia' আৰু "' OSTraining 'ৰ পৰা অভিযোজিত হয় আৰু 'স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে
09:03 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
09:11 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
09:19 স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, মানব সম্পদ উন্নয়ন মন্ত্রণালয় আৰু NVLI ভাৰতৰ সংস্কৃতি সৰকাৰ মন্ত্রণালয়ৰ দ্বাৰা নিহিত হয়.
09:32 এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi, PoojaMoolya