KiCad/C2/Designing-printed-circuit-board-in-KiCad/Assamese
From Script | Spoken-Tutorial
Revision as of 17:45, 23 February 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল কিকেডত প্ৰিণ্টড চাৰ্কিট বোৰ্ডৰ ডিজাইনিং সস্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম । |
00:07 | এই টিউটৰিয়েলত আমি শিকিম, |
00:09 | কিকেডৰ ওপৰত কেনেকৈ প্ৰিণ্টেড চাৰ্কিড বোৰ্ডৰ ডিজাইন কৰা হয় । |
00:12 | আমি উবুণ্টু 12.04 ইয়াত অপাৰৰ্টিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিছো । |
00:16 | কিকেড ভাৰ্চনৰ সৈতে: এইটো টিউটেৰিয়েলৰ কাৰণে 2011 হাইফেন 05 হাইফেন 25. |
00:25 | এইটো টিউটেৰিয়লৰ কাৰণে ইলেকট্ৰিক চাৰ্কিডৰ ওপৰত এক পূৰ্ব আহৰিত প্ৰাথমিক জ্ঞান থাকিব লাগিব । |
00:30 | কিকেডৰ ওপৰত কেনেদৰে চাৰ্কিড স্কিমেটিকৰ ডিজাইন কৰিব পাৰি সেইটোও ব্যৱহাৰকাৰীজনে জানিব লাগিব । |
00:35 | ইলেকট্ৰিক নিয়ম পৰীক্ষা কৰিবলৈ, |
00:37 | নেটলিষ্ট জেনেৰেশ্বন কৰিবলৈ, |
00:39 | ফুটপ্ৰিণ্টছৰ লগত উপাদানসমূহৰ পৰিমাণ জুখিবলৈ, |
00:43 | দৰকাৰী টিউটেৰিয়েলৰ কাৰণে, অনুগ্ৰহ কৰি http://spoken hyphen tutorial.org ত চাওক । |
00:50 | কিকেড আৰম্ভ কৰিবলৈ, |
00:52 | উবুণ্টু ডেস্কটপ স্কিণৰ ওপৰ বাওদিশৰ চুকলৈ যাওক । |
00:56 | প্ৰ্থ্ম আইকন, যেনে-ডেশ্ব হোমত ক্লিক কৰক । |
01:01 | চাৰ্ছ বাৰত গৈ কিকেড লিখক আৰু এণ্টাৰ টিপক। |
01:09 | এইটোৱে কিকেডৰ প্ৰধান উইনণ্ড’খন খোল খুৱাব। |
01:12 | EEschema খুলিবলৈ ওপৰৰ পেনেলত যাওক আৰু EEschema টেবত ক্লিক কৰক । |
01:19 | এই তথ্য ডাইলগ বক্স খোল খাব যিটোৱে Schematic বিচাৰি পোৱা নাই বুলি দেখুৱাব । |
01:25 | OK ত ক্লিক কৰক । |
01:28 | মই Astable Multivibrator ৰ circuit schematic ব্যৱহাৰ কৰিম যিটো পূৰ্বতে তৈয়াৰ কৰা হৈছিল । |
01:35 | এইটো কৰিবলৈ মই File Menu ত যাম আৰু অপেনত ক্লিক কৰিম । |
01:42 | ফাইলটো য’ত চেভ কৰা হৈছে সেইটো ফল্ডাৰ বাছি উলিৱাওক। |
01:49 | Project1.sch চিলেক্ট কৰক আৰু অপেনত ক্লিক কৰক । |
01:56 | মই উইণ্ডখন ৰিচাইজ কৰিম । |
02:00 | আৰু এতিয়া অপেনত ক্লিক কৰক। |
02:06 | এইটোৱে Circuit Schematic খোল খুৱাব । |
02:08 | মাউচৰ Scroll Button ব্যৱহাৰ কৰি মই Zoom কৰিম । |
02:13 | মই এইটো Circuit ৰ কাৰণে ইতিমধ্যেই netlist তৈয়াৰ কৰিছো । |
02:16 | আৰু পিছৰ অনুৰুপ ফুটপ্ৰিণ্টছসমুহৰ লগত উপাদানসমুহৰ পৰিমাপ কৰিছো । |
02:20 | পিছৰ পৰ্যায়টো হ’ল printed circuit Board ৰ layout তৈয়াৰ কৰা । |
02:26 | এইটো আৰম্ভ কৰিবলৈ, EEschema Window ৰ ওপৰ পেনেলত থকা Run PCBnew বাটনত ক্লিক কৰক । |
02:36 | এইটোৱে PCBnew Window খোল খুৱাব । |
02:39 | এটা তথ্য ডায়লগ বক্স খোল খাব আৰু ইয়ে Project1.brd বিচাৰি পোৱা নাই বুলি দেখুৱাব। |
02:44 | এই ডায়লগ বকছটো বন্ধ কৰিবলৈ OK ত ক্লিক কৰক । |
02:49 | এতিয়া আপুনি PCBnew Window ৰ ওপৰ পেনেলত Read Netlist Button ত ক্লিক কৰি Footprints সমূহ import কৰিব পাৰে । |
02:57 | এতিয়া Netlist Window খোল খাব । |
03:01 | সকলোবোৰ Default Settings যেনেদৰে আছে তেনেদৰে ৰাখক। |
03:03 | Browse Netlist Files বাটনত ক্লিক কৰক । |
03:07 | এইটোৱে Netlist Window খোল খুৱাব । |
03:13 | এতিয়া মই আৰু অধিক ভাল দৃশ্যৰ কাৰণে উইণ্ডখন ৰিচাইজ কৰিম । |
03:20 | ইচ্ছাকৃত ডাইৰেক্টৰিৰ পৰা Project1. Net চিলেক্ট কৰক আৰু open ত ক্লিক কৰক । |
03:27 | ৰিড কাৰেণ্ট নেটলিষ্ট বাটনত ক্লিক কৰক । |
03:30 | এইটোৱে Project1.cmp বিচাৰি পোৱা নাই বুলি এক স্ংকেত দেখুৱাব । |
03:35 | OK ত ক্লিক কৰক । |
03:37 | এতিয়া ক্লজ বাটনত ক্লিক কৰি Netlist Window বন্ধ কৰক । |
03:42 | আপুনি দেখিব যে সকলোবোৰ ফুটপ্ৰিণ্টছই ইমপোৰ্ট কৰা হৈছে আৰু PCBnew Window ৰ ওপৰ বাওদিশত বহোৱা হৈছে । |
03:49 | এতিয়া আমি সকলোবোৰ ফুটপ্ৰিণ্টছকেই PCBnew Window ৰ চেণ্টাৰত বহোৱাম । |
03:56 | এইটোৰ কাৰণে Manual আৰু Automatic move আৰু PCBnew Window ৰ উপৰৰ পেনেলত থকা Place of Modules বাটনত ক্লিক কৰক । |
04:08 | এতিয়া PCBnew window ৰ চেণ্টাৰত এবাৰ ৰাইট ক্লিক কৰক । |
04:14 | Glob Move ত যাওক আৰু বহোৱাক । তাৰপিছত Move All Modules ত ক্লিক কৰক । |
04:22 | এইটোৱে এখন কনফাৰমেচন উইণ্ড খোল খুৱাব । Yes ত ক্লিক কৰক । |
04:28 | অধিক ভাল দৃশ্যৰ কাৰণে মই মাউচৰ Scroll button ৰ সহায়ত Zoom কৰিম । |
04:35 | আপুনি ফুটপ্ৰিণ্টছৰ টাৰমিনেলছৰ লগত স্ংযুক্ত White Wires বোৰ দেখা পাবও পাৰে বা নাপাবও পাৰে। |
04:39 | যদি দেখা নাপায়, তেন্তে PCBnew Window ৰ পেনেলত থকা Show নাইবা Hide board ratsnet বাটনত ক্লিক কৰক । |
04:51 | White Wires বোৰক Airwires বুলিও কোৱা হয় । |
04:55 | এতিয়া আমি Modules বোৰ চিজিল কৰিম যাতে নূন্যতম স্ংখ্যক airwires য়ে ইটোৱে সিটোক কটাকটি কৰে । |
05:01 | এতিয়া IC555 ফুটপ্ৰিণ্টছত ক্লিক কৰক । |
05:07 | ফুটপ্ৰিণ্টছ অপশ্বনত যাওক আৰু Move ত ক্লিক কৰক । |
05:12 | আপুনি দেখা পাব যে ফুটপ্ৰিণ্টছই Cursor ৰ লগত স্ংযুক্ত হৈ আছে। |
05:16 | আপুনি দেখা পাব যে উপাদানসমূহে ইয়াৰ পটভুমিত প্ৰদৰ্শন কৰা Grid ৰ ভিত্তিত চলাচল কৰে । |
05:25 | এতিয়া উপাদানসমূহত প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক । মই ইয়াক ইয়াত প্লেছ কৰিম । |
05:33 | PCBnew Window ৰ ওপৰ পেনেলত থকা Grid Options Drop Down Menu ব্যৱহাৰ কৰি Grid Spacing সলনি কৰা সম্ভৱ । |
05:44 | এতিয়া আমি Default Value ৰে আগবাঢ়িম । |
05:53 | যিটো হ’ল Grid 1.270. |
05:58 | মুডিং ক্ম্পনেণ্টছৰ কাৰণে আপুনি ছৰ্টকাট কি M ব্যৱহাৰ কৰিব পাৰে। |
06:02 | উদাহৰণস্বৰুপে, Capacitor কেনেদৰে চলাব লাগে সেয়া মই দেখুৱাম । |
06:05 | Cursor টো capacitor ত point কৰক । |
06:14 | কম্পনেণ্টছবোৰ প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক । |
06:17 | কম্পনেণ্টছ ৰটেট কৰিবলৈ R টিপক। |
06:22 | উদাহৰণস্বৰুপে, মই Resistor টো ৰটেট কৰিম । Cursor টো Resistor ত প্লেছ কৰক আৰু R টিপক । |
06:29 | একেদৰে আপুনি সকলোবোৰ ক্ম্পনেণ্টছ চিজিল কৰিব পাৰে । |
06:32 | Airwires ৰ মাজত নূন্যতম ছেদন পাবলৈ মই ইতিমধ্যে Footprints চিজিল কৰিছো । |
06:41 | এতিয়া আমি এই Aiewires বোৰ একচুৱেল ট্ৰেকলৈ সলনি কৰিব লাগিব । |
06:46 | PCBnew Window ৰ সোদিশে থকা Layer tab ত গৈ Back Layer চিলেক্ট কৰক যদি কৰা নাই এতিয়ালৈ ।Back Layer ক সেউজীয়া ৰঙেৰে বুজুৱা হৈছে । |
07:01 | চিলেক্ট কৰা Layer টোক এডাল নীলা কাড় চিহ্নৰে সূচোৱা হয় । |
07:06 | Track সৃষ্টি কৰিবলৈ, PCBnew Windowৰ সোদিশে থকা পেনেলত গৈ Add Tracks আৰু Vias Button চিলেক্ট কৰক । |
07:17 | এতিয়া আমি R1 যিকোনো এডাল Node ত ক্লিক কৰিম । |
07:22 | তাৰপিছত আমি R2 ৰ Node ত ডাৱল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব । |
07:31 | একেদৰে আমি Resistor R3 আৰু Capacitor C1 ৰ মাজত আৰু এডাল ৱায়াৰ স্ংযুক্ত কৰিম । |
07:38 | এতিয়া R3ৰ এডাল Node ত ক্লিক কৰিম । |
07:41 | ৱায়াৰ ডালৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক । |
07:46 | তাৰপিছত আমি C1 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব । |
07:51 | সৃষ্টি হোৱা সেউজীয়া ট্ৰেক ডালে প্ৰিণ্টেড চাৰ্কিতD বোৰ্ডৰ ওপৰত সৃষ্টি হোৱা একচুৱেল copper pathটো বুজাইছে । |
07:59 | ট্ৰেকৰ প্ৰ্স্থ সলনি কৰা সম্ভৱ । |
08:02 | এইটো কৰিবলৈ PCBnew Window ৰ মেনু বাৰত থকা Design Rule Menu অপশ্বনত ক্লিক কৰিব লাগিব। |
08:11 | Design Rules ত ক্লিক কৰক । |
08:14 | Design Rules Editor তাত খোল খাব য’ত আপুনি ট্ৰেকৰ প্ৰস্থটো সলনি কৰিব । |
08:19 | আমি ট্ৰেকৰ প্ৰ্ৰ্সস্থ 1.5 লৈ সলনি কৰিম । এইটো কৰিবলৈ ট্ৰেকৰ প্ৰস্থৰ মানৰ ওপৰত দাবল্ ক্লিক কৰক ।1.5 টাইপ কৰক আৰু এণ্টাৰ টিপক । |
08:34 | ট্ৰেকটো সৃষ্টি কৰিবলৈ আমি কিবোৰ্ডৰ x key টোও ব্যৱহাৰ কৰিব পাৰো । |
08:39 | মই এইটো দেখুৱাই দিছো ।Cursor ডাল Led D1 যিকোনো Node ৰ ওপৰত ৰাখক আৰু X key টিপক। |
08:48 | তাৰপিছত আমি R3 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব । |
08:54 | আপুনি দেখা পাব যে ট্ৰেকৰ প্ৰস্থটো বৃদ্ধি হৈছে ।এনেদৰে আপুনি বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিব পাৰে । |
09:03 | মই ইতিমধ্যেই এইটো বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিছো । |
09:08 | মই এতিয়া সম্পূৰ্ণ হোৱা বোৰ্ড ফাইলৰ ডিজাইনটো অপেন কৰিম. |
09:19 | ডিজাইনটো সম্পূৰ্ণ কৰিবলৈ আমি PCB Edgeটো ড্ৰ কৰিব লাগিব । |
09:25 | এইটোৰ কাৰণে আমি PCBnew Window ৰ সোদিশৰ Layer tab ত থকা PCB Edges অপশ্বনটো চিলেক্ট কৰিব লাগিব । |
09:34 | এতিয়া Layout Editor Window ৰ সোদিশৰ পেনেলত্ থকা Add graphic line বা Polygon Button ত ক্লিক কৰক । |
09:44 | এতিয়া Prited Circuit Board ৰ চাৰিওফালে এট আয়তক্ষেত্ৰ সৃষ্টি কৰা হওক । |
09:49 | Layout ৰ ওপৰ বাও দিশত ক্লিক কৰক । |
09:52 | Cursor ডাল সমান্তৰালকৈ সোদিশে লৈ আনক । |
09:56 | লাইনৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক । |
10:00 | cursor ডাল লম্বভাবে তললৈ আনক। |
10:04 | একেদৰে আমি আয়তক্ষেত্ৰটো সম্পুৰ্ণ কৰিব পাৰো । |
10:11 | এতিয়া মই আয়তটো স্ম্পূৰ্ণ কৰিম। |
10:16 | মাউচ বাটনৰ বাওফালে ডাবল ক্লিক কৰি আয়তটো সম্পুৰ্ণ কৰক । |
10:24 | এতিয়া File Menu ত ক্লিক কৰক আৰু save অপশ্বনত ক্লিক কৰক ।অনুগ্ৰ্হ কৰি মন কৰিব যাতে এই ফাইলটো Extension.brd ত চেভ কৰা হৈছে । |
10:38 | এইটোৱে Astable Multivibrator circuit ৰ কাৰণে বোৰ্ড layout টো সম্পূৰ্ণ কৰিব । |
10:44 | এই টিউটৰিয়েলত আমি PCBnew ব্যৱহাৰ কৰি Kicad ৰ ওপৰত Printed Circuit Board ৰ ডিজাইন কৰিবলৈ শিকিলো । |
10:50 | তলৰ লিংকটোত থকা ভিডিওটো চাওক । |
10:54 | ইয়ে স্পকেন টিউটৰিয়েল প্ৰ্জেক্টটো স্ংক্ষেপতে দেখুৱাব |
10:56 | যদি আপোনাৰ ভাল বেন্দৱিথ নাই তেন্তে ইয়াক ডাওনলোদ কৰি চাব পাৰে । |
10:54 | এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
10:56 | এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটা ডাউনলোড কৰি চাওক। |
11:00 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে |
11:03 | *কর্মশালাৰ আয়োজন কৰে আৰু |
11:06 | * অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে |
11:10 | বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক contact at spoken hyphen tutorial dot org. |
11:15 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
11:19 | স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত |
11:25 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য |
11:29 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro. |
11:35 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
11:38 | এই পাঠটি জোনালীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |