KiCad/C2/Designing-printed-circuit-board-in-KiCad/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল কিকেডত প্ৰিণ্টড চাৰ্কিট বোৰ্ডৰ ডিজাইনিং সস্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম ।
00:07 এই টিউটৰিয়েলত আমি শিকিম,
00:09 কিকেডৰ ওপৰত কেনেকৈ প্ৰিণ্টেড চাৰ্কিড বোৰ্ডৰ ডিজাইন কৰা হয় ।
00:12 আমি উবুণ্টু 12.04 ইয়াত অপাৰৰ্টিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিছো ।
00:16 কিকেড ভাৰ্চনৰ সৈতে: এইটো টিউটেৰিয়েলৰ কাৰণে 2011 হাইফেন 05 হাইফেন 25.
00:25 এইটো টিউটেৰিয়লৰ কাৰণে ইলেকট্ৰিক চাৰ্কিডৰ ওপৰত এক পূৰ্ব আহৰিত প্ৰাথমিক জ্ঞান থাকিব লাগিব ।
00:30 কিকেডৰ ওপৰত কেনেদৰে চাৰ্কিড স্কিমেটিকৰ ডিজাইন কৰিব পাৰি সেইটোও ব্যৱহাৰকাৰীজনে জানিব লাগিব ।
00:35 ইলেকট্ৰিক নিয়ম পৰীক্ষা কৰিবলৈ,
00:37 নেটলিষ্ট জেনেৰেশ্বন কৰিবলৈ,
00:39 ফুটপ্ৰিণ্টছৰ লগত উপাদানসমূহৰ পৰিমাণ জুখিবলৈ,
00:43 দৰকাৰী টিউটেৰিয়েলৰ কাৰণে, অনুগ্ৰহ কৰি http://spoken hyphen tutorial.org ত চাওক ।
00:50 কিকেড আৰম্ভ কৰিবলৈ,
00:52 উবুণ্টু ডেস্কটপ স্কিণৰ ওপৰ বাওদিশৰ চুকলৈ যাওক ।
00:56 প্ৰ্থ্ম আইকন, যেনে-ডেশ্ব হোমত ক্লিক কৰক ।
01:01 চাৰ্ছ বাৰত গৈ কিকেড লিখক আৰু এণ্টাৰ টিপক।
01:09 এইটোৱে কিকেডৰ প্ৰধান উইনণ্ড’খন খোল খুৱাব।
01:12 EEschema খুলিবলৈ ওপৰৰ পেনেলত যাওক আৰু EEschema টেবত ক্লিক কৰক ।
01:19 এই তথ্য ডাইলগ বক্স খোল খাব যিটোৱে Schematic বিচাৰি পোৱা নাই বুলি দেখুৱাব ।
01:25 OK ত ক্লিক কৰক ।
01:28 মই Astable Multivibrator ৰ circuit schematic ব্যৱহাৰ কৰিম যিটো পূৰ্বতে তৈয়াৰ কৰা হৈছিল ।
01:35 এইটো কৰিবলৈ মই File Menu ত যাম আৰু অপেনত ক্লিক কৰিম ।
01:42 ফাইলটো য’ত চেভ কৰা হৈছে সেইটো ফল্ডাৰ বাছি উলিৱাওক।
01:49 Project1.sch চিলেক্ট কৰক আৰু অপেনত ক্লিক কৰক ।
01:56 মই উইণ্ডখন ৰিচাইজ কৰিম ।
02:00 আৰু এতিয়া অপেনত ক্লিক কৰক।
02:06 এইটোৱে Circuit Schematic খোল খুৱাব ।
02:08 মাউচৰ Scroll Button ব্যৱহাৰ কৰি মই Zoom কৰিম ।
02:13 মই এইটো Circuit ৰ কাৰণে ইতিমধ্যেই netlist তৈয়াৰ কৰিছো ।
02:16 আৰু পিছৰ অনুৰুপ ফুটপ্ৰিণ্টছসমুহৰ লগত উপাদানসমুহৰ পৰিমাপ কৰিছো ।
02:20 পিছৰ পৰ্যায়টো হ’ল printed circuit Board ৰ layout তৈয়াৰ কৰা ।
02:26 এইটো আৰম্ভ কৰিবলৈ, EEschema Window ৰ ওপৰ পেনেলত থকা Run PCBnew বাটনত ক্লিক কৰক ।
02:36 এইটোৱে PCBnew Window খোল খুৱাব ।
02:39 এটা তথ্য ডায়লগ বক্স খোল খাব আৰু ইয়ে Project1.brd বিচাৰি পোৱা নাই বুলি দেখুৱাব।
02:44 এই ডায়লগ বকছটো বন্ধ কৰিবলৈ OK ত ক্লিক কৰক ।
02:49 এতিয়া আপুনি PCBnew Window ৰ ওপৰ পেনেলত Read Netlist Button ত ক্লিক কৰি Footprints সমূহ import কৰিব পাৰে ।
02:57 এতিয়া Netlist Window খোল খাব ।
03:01 সকলোবোৰ Default Settings যেনেদৰে আছে তেনেদৰে ৰাখক।
03:03 Browse Netlist Files বাটনত ক্লিক কৰক ।
03:07 এইটোৱে Netlist Window খোল খুৱাব ।
03:13 এতিয়া মই আৰু অধিক ভাল দৃশ্যৰ কাৰণে উইণ্ডখন ৰিচাইজ কৰিম ।
03:20 ইচ্ছাকৃত ডাইৰেক্টৰিৰ পৰা Project1. Net চিলেক্ট কৰক আৰু open ত ক্লিক কৰক ।
03:27 ৰিড কাৰেণ্ট নেটলিষ্ট বাটনত ক্লিক কৰক ।
03:30 এইটোৱে Project1.cmp বিচাৰি পোৱা নাই বুলি এক স্ংকেত দেখুৱাব ।
03:35 OK ত ক্লিক কৰক ।
03:37 এতিয়া ক্লজ বাটনত ক্লিক কৰি Netlist Window বন্ধ কৰক ।
03:42 আপুনি দেখিব যে সকলোবোৰ ফুটপ্ৰিণ্টছই ইমপোৰ্ট কৰা হৈছে আৰু PCBnew Window ৰ ওপৰ বাওদিশত বহোৱা হৈছে ।
03:49 এতিয়া আমি সকলোবোৰ ফুটপ্ৰিণ্টছকেই PCBnew Window ৰ চেণ্টাৰত বহোৱাম ।
03:56 এইটোৰ কাৰণে Manual আৰু Automatic move আৰু PCBnew Window ৰ উপৰৰ পেনেলত থকা Place of Modules বাটনত ক্লিক কৰক ।
04:08 এতিয়া PCBnew window ৰ চেণ্টাৰত এবাৰ ৰাইট ক্লিক কৰক ।
04:14 Glob Move ত যাওক আৰু বহোৱাক । তাৰপিছত Move All Modules ত ক্লিক কৰক ।
04:22 এইটোৱে এখন কনফাৰমেচন উইণ্ড খোল খুৱাব । Yes ত ক্লিক কৰক ।
04:28 অধিক ভাল দৃশ্যৰ কাৰণে মই মাউচৰ Scroll button ৰ সহায়ত Zoom কৰিম ।
04:35 আপুনি ফুটপ্ৰিণ্টছৰ টাৰমিনেলছৰ লগত স্ংযুক্ত White Wires বোৰ দেখা পাবও পাৰে বা নাপাবও পাৰে।
04:39 যদি দেখা নাপায়, তেন্তে PCBnew Window ৰ পেনেলত থকা Show নাইবা Hide board ratsnet বাটনত ক্লিক কৰক ।
04:51 White Wires বোৰক Airwires বুলিও কোৱা হয় ।
04:55 এতিয়া আমি Modules বোৰ চিজিল কৰিম যাতে নূন্যতম স্ংখ্যক airwires য়ে ইটোৱে সিটোক কটাকটি কৰে ।
05:01 এতিয়া IC555 ফুটপ্ৰিণ্টছত ক্লিক কৰক ।
05:07 ফুটপ্ৰিণ্টছ অপশ্বনত যাওক আৰু Move ত ক্লিক কৰক ।
05:12 আপুনি দেখা পাব যে ফুটপ্ৰিণ্টছই Cursor ৰ লগত স্ংযুক্ত হৈ আছে।
05:16 আপুনি দেখা পাব যে উপাদানসমূহে ইয়াৰ পটভুমিত প্ৰদৰ্শন কৰা Grid ৰ ভিত্তিত চলাচল কৰে ।
05:25 এতিয়া উপাদানসমূহত প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক । মই ইয়াক ইয়াত প্লেছ কৰিম ।
05:33 PCBnew Window ৰ ওপৰ পেনেলত থকা Grid Options Drop Down Menu ব্যৱহাৰ কৰি Grid Spacing সলনি কৰা সম্ভৱ ।
05:44 এতিয়া আমি Default Value ৰে আগবাঢ়িম ।
05:53 যিটো হ’ল Grid 1.270.
05:58 মুডিং ক্ম্পনেণ্টছৰ কাৰণে আপুনি ছৰ্টকাট কি M ব্যৱহাৰ কৰিব পাৰে।
06:02 উদাহৰণস্বৰুপে, Capacitor কেনেদৰে চলাব লাগে সেয়া মই দেখুৱাম ।
06:05 Cursor টো capacitor ত point কৰক ।
06:14 কম্পনেণ্টছবোৰ প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক ।
06:17 কম্পনেণ্টছ ৰটেট কৰিবলৈ R টিপক।
06:22 উদাহৰণস্বৰুপে, মই Resistor টো ৰটেট কৰিম । Cursor টো Resistor ত প্লেছ কৰক আৰু R টিপক ।
06:29 একেদৰে আপুনি সকলোবোৰ ক্ম্পনেণ্টছ চিজিল কৰিব পাৰে ।
06:32 Airwires ৰ মাজত নূন্যতম ছেদন পাবলৈ মই ইতিমধ্যে Footprints চিজিল কৰিছো ।
06:41 এতিয়া আমি এই Aiewires বোৰ একচুৱেল ট্ৰেকলৈ সলনি কৰিব লাগিব ।
06:46 PCBnew Window ৰ সোদিশে থকা Layer tab ত গৈ Back Layer চিলেক্ট কৰক যদি কৰা নাই এতিয়ালৈ ।Back Layer ক সেউজীয়া ৰঙেৰে বুজুৱা হৈছে ।
07:01 চিলেক্ট কৰা Layer টোক এডাল নীলা কাড় চিহ্নৰে সূচোৱা হয় ।
07:06 Track সৃষ্টি কৰিবলৈ, PCBnew Windowৰ সোদিশে থকা পেনেলত গৈ Add Tracks আৰু Vias Button চিলেক্ট কৰক ।
07:17 এতিয়া আমি R1 যিকোনো এডাল Node ত ক্লিক কৰিম ।
07:22 তাৰপিছত আমি R2 ৰ Node ত ডাৱল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
07:31 একেদৰে আমি Resistor R3 আৰু Capacitor C1 ৰ মাজত আৰু এডাল ৱায়াৰ স্ংযুক্ত কৰিম ।
07:38 এতিয়া R3ৰ এডাল Node ত ক্লিক কৰিম ।
07:41 ৱায়াৰ ডালৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক ।
07:46 তাৰপিছত আমি C1 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
07:51 সৃষ্টি হোৱা সেউজীয়া ট্ৰেক ডালে প্ৰিণ্টেড চাৰ্কিতD বোৰ্ডৰ ওপৰত সৃষ্টি হোৱা একচুৱেল copper pathটো বুজাইছে ।
07:59 ট্ৰেকৰ প্ৰ্স্থ সলনি কৰা সম্ভৱ ।
08:02 এইটো কৰিবলৈ PCBnew Window ৰ মেনু বাৰত থকা Design Rule Menu অপশ্বনত ক্লিক কৰিব লাগিব।
08:11 Design Rules ত ক্লিক কৰক ।
08:14 Design Rules Editor তাত খোল খাব য’ত আপুনি ট্ৰেকৰ প্ৰস্থটো সলনি কৰিব ।
08:19 আমি ট্ৰেকৰ প্ৰ্ৰ্সস্থ 1.5 লৈ সলনি কৰিম । এইটো কৰিবলৈ ট্ৰেকৰ প্ৰস্থৰ মানৰ ওপৰত দাবল্ ক্লিক কৰক ।1.5 টাইপ কৰক আৰু এণ্টাৰ টিপক ।
08:34 ট্ৰেকটো সৃষ্টি কৰিবলৈ আমি কিবোৰ্ডৰ x key টোও ব্যৱহাৰ কৰিব পাৰো ।
08:39 মই এইটো দেখুৱাই দিছো ।Cursor ডাল Led D1 যিকোনো Node ৰ ওপৰত ৰাখক আৰু X key টিপক।
08:48 তাৰপিছত আমি R3 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
08:54 আপুনি দেখা পাব যে ট্ৰেকৰ প্ৰস্থটো বৃদ্ধি হৈছে ।এনেদৰে আপুনি বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিব পাৰে ।
09:03 মই ইতিমধ্যেই এইটো বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিছো ।
09:08 মই এতিয়া সম্পূৰ্ণ হোৱা বোৰ্ড ফাইলৰ ডিজাইনটো অপেন কৰিম.
09:19 ডিজাইনটো সম্পূৰ্ণ কৰিবলৈ আমি PCB Edgeটো ড্ৰ কৰিব লাগিব ।
09:25 এইটোৰ কাৰণে আমি PCBnew Window ৰ সোদিশৰ Layer tab ত থকা PCB Edges অপশ্বনটো চিলেক্ট কৰিব লাগিব ।
09:34 এতিয়া Layout Editor Window ৰ সোদিশৰ পেনেলত্ থকা Add graphic line বা Polygon Button ত ক্লিক কৰক ।
09:44 এতিয়া Prited Circuit Board ৰ চাৰিওফালে এট আয়তক্ষেত্ৰ সৃষ্টি কৰা হওক ।
09:49 Layout ৰ ওপৰ বাও দিশত ক্লিক কৰক ।
09:52 Cursor ডাল সমান্তৰালকৈ সোদিশে লৈ আনক ।
09:56 লাইনৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক ।
10:00 cursor ডাল লম্বভাবে তললৈ আনক।
10:04 একেদৰে আমি আয়তক্ষেত্ৰটো সম্পুৰ্ণ কৰিব পাৰো ।
10:11 এতিয়া মই আয়তটো স্ম্পূৰ্ণ কৰিম।
10:16 মাউচ বাটনৰ বাওফালে ডাবল ক্লিক কৰি আয়তটো সম্পুৰ্ণ কৰক ।
10:24 এতিয়া File Menu ত ক্লিক কৰক আৰু save অপশ্বনত ক্লিক কৰক ।অনুগ্ৰ্হ কৰি মন কৰিব যাতে এই ফাইলটো Extension.brd ত চেভ কৰা হৈছে ।
10:38 এইটোৱে Astable Multivibrator circuit ৰ কাৰণে বোৰ্ড layout টো সম্পূৰ্ণ কৰিব ।
10:44 এই টিউটৰিয়েলত আমি PCBnew ব্যৱহাৰ কৰি Kicad ৰ ওপৰত Printed Circuit Board ৰ ডিজাইন কৰিবলৈ শিকিলো ।
10:50 তলৰ লিংকটোত থকা ভিডিওটো চাওক ।
10:54 ইয়ে স্পকেন টিউটৰিয়েল প্ৰ্জেক্টটো স্ংক্ষেপতে দেখুৱাব
10:56 যদি আপোনাৰ ভাল বেন্দৱিথ নাই তেন্তে ইয়াক ডাওনলোদ কৰি চাব পাৰে ।
10:54 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:56 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটা ডাউনলোড কৰি চাওক।
11:00 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
11:03 *কর্মশালাৰ আয়োজন কৰে আৰু
11:06 * অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে
11:10 বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক contact at spoken hyphen tutorial dot org.
11:15 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
11:19 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত
11:25 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য
11:29 spoken hyphen tutorial dot org slash NMEICT hyphen Intro.
11:35 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
11:38 এই পাঠটি জোনালীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble