Ruby/C2/Arithmetic-and-Relational-Operators/Assamese
From Script | Spoken-Tutorial
Ruby Arithmatic
Time | |
00:01 | ৰুবিৰ এৰিথমেতিক আৰু ৰিলেচনেল অপাৰেটৰৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনালোকক স্বাগতম। |
00:06 | এই টিউটৰিয়েলত আমি শিকিম |
00:08 | এৰিথমেতিক অপাৰেটৰ |
00:10 | অপাৰেটৰ প্রেচিদেন্ছ |
00:12 | ৰিলেচনেল অপাৰেটৰ |
00:14 | ইয়াত আমি ৱ্যবহাৰ কৰি আছো উবুন্তু লিনাক্স ভাৰচন ১২.০৪ ৰুবি ১.৯.৩ |
00:23 | এইটো টিউটোৰিয়েল অনুসৰন কৰিবলৈ আপোনালোকে লিনাক্সত টাৰমিনেল আৰু টেক্সট্ এদিতৰ কেনেকৈ ব্যৱহাৰ কৰে জানিব লাগিব। |
00:28 | আপোনালোকে irbৰ সৈতেও পৰিচিত হব লাগিব |
00:31 | জদি নহই, অনুগ্রহ কৰি আপোনালোকে টিউটোৰিয়েলৰ প্রসংগত আমাৰ ৱেবচাইটটো দর্শন কৰক। |
00:34 | আহক আমি আতিয়া এৰিথমেতিক অপাৰেতৰৰ বিষয়ে শিকো। |
00:38 | ৰুবিত তলৰ এৰিথমেতিক অপাৰেতৰ বোৰ আছে। |
00:42 | +যোগ:উদাহৰন a+b. |
00:45 | -বিয়োগ:উদাহৰন. a-b. |
00:48 | /হৰন:উদাহৰন. a/b. |
00:51 | *পুৰণ:উদাহৰন. a*b. |
00:55 | %মদুলাচ:উদাহৰন a%b. |
00:59 | **এক্সপোনেণ্ট:উদাহৰন a**b. |
01:04 | আমি সকলোয়ে irb ব্যবহাৰ কৰি এৰিথমেতিক অপাৰেতৰ বোৰ চেষ্টা কৰিম। |
01:08 | টাৰমিনেলটো Ctrl, Alt আৰো T বুটাম বোৰ একেলগে টিপি খুলক। |
01:14 | এখন টাৰমিনেলৰ ৱিনডো আপোনাৰ স্ক্রিনত খোলা জাব। |
01:17 | interactive Ruby খুলিবলৈ irb টাইপ কৰি এণ্টাৰ টিপক। |
01:21 | টাইপ কৰক ১০ প্লাচ ২০ অৰু এণ্টাৰ টিপক। |
01:25 | যোগ কৰা প্রক্রিয়াটো হল আৰু ফলাফল ৩০ দেখাব। |
01:31 | একেদৰেই বিয়োগ আৰু পুৰন কৰা প্রক্রিয়াটোৱে কাম কৰিব। |
01:35 | আমি সকলোয়ে এটিয়া হৰন(division) অপাৰেটৰটো চেষ্টা কৰিম। |
01:38 | টাইপ 10 slash 4 |
01:40 | আৰু Enter টিপক। |
01:42 | ইয়াত আপোনালোকে দেখিব যে উত্তৰটো ওচৰৰ পূৰ্ণ সংখ্যালৈ পৰিবর্তন হব যিটো ২ হব। |
01:47 | আমি আৰু সথিক উত্তৰ পাবলৈ, আমি এতা সংখ্য float হিচাপে দেখুৱাই দিব লাগিব। |
01:52 | 10.0 slash 4 টিপক |
01:56 | আৰু Enter টিপক। |
01:58 | এটিয়া আমি উত্তৰটো পাম ২.৫ |
02:01 | এতিয়া আমি সকলোৱে modulus অপাৰেটৰটো চেয্টা কৰিম: |
02:05 | Modulus অপাৰেটৰটোৱে অবশেষ খিনি (remainder) আউপুট হিচাবে ঘুৰাই দিয়ে। |
02:09 | 12 percentage sign 5 টাইপ কৰক আৰু Enter টিপক |
02:15 | ইয়াত ১২ক ৫ৰে হৰন কৰিছে আৰু অবশেষ খিনি (remainder) ২টো ঘুৰি আহিছে। |
02:21 | এটিয়া আমি সকলোয়ে exponent অপাৰেটৰটো চেয্টা কৰিম: |
02.24 | 2 আৰু asterisk সিহ্ণ দুবাৰ আৰু তাৰপিছত 5 টাইপ কৰক আৰু Enter টিপক। |
02:32 | এইটোৰ অর্থ হল যে ২টো ৫ৰ পাৱাৰলৈ বৃদ্ধি পাব। |
02:36 | সেইবাবে আমি ৩২ আউট্ -পুট হিচাপে পালো। |
02:39 | ইয়াৰ পাছত, আমি সকলোয়ে অপাৰেতৰ precedenceৰ বিষয়ে শিকিম। |
02:44 | যেতিয়া বিভিন্ন অপাৰেতৰ বোৰ এটা গণিতিক এক্সপ্রেচনৰ ভিতৰত পোৱা জাই, |
02:47 | প্রত্যকটো অংশকে মূল্লায়ন কৰা হৈছে |
02:50 | আৰু পূর্বনির্ধাৰিত নির্দেশৰ ভিতৰত সিদ্ধান্ত কৰাকে অপাৰেতৰ precedence বুলি কোৱা হ্য়। |
02:56 | ইয়াৰ অর্থ হল : অপাৰেতৰ এটা যাৰ এক্সেকিউত হোৱাৰ অগ্রাধিকাৰ সকলোতকৈ প্রথমত । |
03:01 | ইয়াৰ পিছত অপাৰেতৰ সমুহ একো-একোতাকৈ অগ্রাধিকাৰ ক্ৰমত হৈ গৈ থাকে । |
03:07 | এই চ্লাইদ খনে ডাঙৰৰ পৰা সৰুলৈকে precedence অনুযায়ী সকলো খিনি অপাৰেটৰ তালিকাভুত্ত কৰিছে । |
03:13 | উদাহৰন হিচাপে 3 + 4 * 5 returns 23 and not 35 |
03:23 | যোগ(+) অপাৰেতৰতকৈ পূৰন(*) অপাৰেতৰৰ precedence বেছি |
03:29 | আৰু ইয়াক প্রথমে মূল্লায়ন কৰা উচিত। |
03:32 | এতিয়াৰে পৰা চাৰি পাচ গুণ বিছ আৰু তাৰপিছত তিনিক বিছৰ সৈতে যোগ কৰা হল, ২৩ক আউটপুট হিচাপে দিবলে |
03:42 | আমি সকলোয়ে অপাৰেতৰ precedence ৰ ভিত্তিত আৰু কিছুমান উদাহৰন চাম। |
03:47 | এতিয়া আমি টার্মিনেললৈ ঘুৰি যাম। |
03:50 | Irb কনচোল চাফ কৰিবলৈ Crtl আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব। |
03:56 | এটিয়া 7 minus 2 multiply by 3 টাইপ কৰক |
04:03 | আৰু Enter টিপক |
04:05 | আমি উত্তৰ ১ পাম। |
04:08 | ইয়াত * চিহ্নৰ বিয়োগ চিহ্নতকৈ বেছি অগ্রাধিকাৰ আছে । |
04:13 | প্ৰথমে পুৰণ অপাৰেচন আৰু তাৰ পাছত বিয়োগ অপাৰেচন কাৰ্য্য হ'ব । |
04:20 | আহক আমি আৰু এতা উদাহৰণ চাও। |
04:22 | ব্রেকেতৰ ভিতৰত 10 plus 2 slash 4 টাইপ কৰক |
04:29 | আৰু Enter টিপক |
04:30 | আমি উত্তৰটো পাম ৩। |
04:33 | এই ক্ষেত্রত বেচি অগ্রাধিকাৰ হব () ব্রেকেত তাৰ পাচত হৰন (slash) |
04:39 | সেইবাবে ব্রেকেতৰ ভিতৰত থকা অপাৰেচনটো যি addition হয় প্রথমে প্রদর্শিত হ'ব। |
04:44 | তাৰপিছত divisionটো প্রদর্শিত হ'ব। |
04:47 | এতিয়া, সকলোয়ে আমি ৰিলেচনেল অপাৰেটৰৰ বিষয়ে শিকিম। |
04:51 | এতিয়া আমি আকৌ স্লাইদ সমুহলৈ ঘুৰি যাওঁ । |
04:54 | ৰিলেচনেল অপাৰেটৰ বোৰক কম্পাৰিছন অপাৰেতৰ হিছাপে জনা যায় । |
04:59 | এক্সপ্রেছন ব্যৱহাৰ কৰি ৰিলেচনেল অপাৰেতৰ সমুহে বুলীন ভেলু সমুহ ঘুৰাই পঠাই । |
05:04 | ৰুবিত ৰিলেচনেল অপাৰেতৰ সমুহ হ’ল |
05:07 | == Equals to উদাহৰণ . a==b |
05:14 | dot eql question mark উদাহৰণ a.eql?b |
05:21 | != Not equals to উদাহৰণ a exclamation equal b |
05:28 | Less than উদাহৰণ a < b |
05:32 | Greater than উদাহৰণ a > b |
05:37 | <= Lesser than or equal to উদাহৰণ a less than arrow
equal b |
05:44 | >= Greater than or equal to উদাহৰণ a greater than
arrow equal b |
05:49 | <=> Combined comparison উদাহৰণ a less than arrow
equal greater than arrow b |
05:56 | আহক এতিয়া ইয়াৰে কিছু অপাৰেতৰ চেষ্টা কৰি চাওঁ । |
06:00 | টার্মিনেললৈ যাওঁক |
06:02 | Irb কনচোল চাফ কৰিবলৈ Crtl আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব। |
06:09 | আহক এতিয়া equals to অপাৰেতৰ চেষ্টা কৰো । |
06:11 | টাইপ কৰক 10 equals equals 10 |
06:16 | আৰু এন্টাৰ টিপক । |
06:17 | আমি আউতপুতটো পাম true হিছাপে । |
06:20 | .eql? অপাৰেতৰটো equals to অপাৰেতৰৰ নিচিনা একেই । |
06:24 | ইয়াক চেষ্টা কৰি চাওঁ । |
06:25 | টাইপ কৰক 10 .eql?10 আৰু এন্টাৰ কৰক । |
06:33 | আমি আউতপুতটো পাম true হিছাপে । |
06:35 | আহক এতিয়া not equals to অপাৰেতৰ চেষ্টা কৰো । |
06:39 | টাইপ কৰক 10 not equals 10 |
06:44 | আৰু এন্টাৰ টিপক । |
06:46 | আমি আউতপুতটো পাম false হিছাপে । |
06:48 | ইয়াৰ কাৰণ হৈছে দুয়োটা সংখ্যায়ে সমান । |
06:51 | Irb কনচোল চাফা কৰিবলৈ Crtl আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব। |
06:56 | আহক এতিয়া less than অপাৰেতৰ ব্যৱহাৰ কৰো । |
07:00 | টাইপ কৰিব ১০< ৫ আৰু এন্টাৰ প্ৰেছ কৰিব । |
07:05 | ইয়াত যদি প্ৰথম অপাৰেন্দ দ্বিতীয়টোতকৈ কম হয় তেতিয়া ই true ৰিটাৰ্ণ কৰে । |
07:10 | অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে । |
07:14 | ৫তকৈ ১০ সৰু নহয়, সেইবাবে আমি আওতপুত ফল্চ পাম । |
07:19 | এতিয়া আমি গ্ৰেটাৰ ডেন অপাৰেটৰ চেষ্টা কৰি চাম । |
07:22 | টাইপ কৰিব ৫ > ২ |
07:26 | ইয়াত যদি প্ৰথম অপাৰেন্দ দ্বিতীয়টোতকৈ বেছি হয় তেতিয়া ই true ৰিটাৰ্ণ কৰে । |
07:31 | অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে । |
07:34 | এন্টাৰ প্ৰেছ কৰিব । |
07:36 | ২তকৈ ৫ ডাঙৰ হয়, এই ক্ষেত্ৰত আমি আওতপুত ট্ৰো পাম । |
07:42 | Ctrl, L টাইপ কৰি irb ক'নচ'ল খন চাফ কৰা । |
07:47 | এতিয়া আমি less than equal to অপাৰেটৰ চেষ্টা কৰিম । |
07:51 | টাইপ ১২ <= ১২ |
07:56 | আৰু এন্টাৰ প্ৰেছ কৰিব । |
07:59 | ইয়াত যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ কম অথবা সমান হয় তেতিয়া ই ট্ৰো ৰিটাৰ্ণ কৰে । |
08:04 | অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে । |
08:07 | যিহেতু ১২ আৰু ১২ সমান হয়, আমি আওতপুত ট্ৰো পাম |
08:11 | আপুনি গ্ৰেটাৰ ডেন অথবা ইকোৱেল অপাৰেটৰ চেষ্টা কৰিব পাৰে । |
08:15 | এতিয়া combined comparision অপাৰেটৰ চেষ্টা কৰি চাও আহক । |
08:19 | কমবাইন্দ কম্পেৰিচন অপাৰেটৰে |
08:21 | যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোৰ সৈতে সমান হয়, ০ ৰিটাৰ্ণ কৰিব |
08:24 | যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ ডাঙৰ হয়, ১ ৰিটাৰ্ণ কৰিব |
08:29 | যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ সৰু হয়, -১ ৰিটাৰ্ণ কৰিব |
08:34 | উদাহৰণৰ সৈতে বুজো আহক । |
08:36 | টাইপ কৰিব 3 less than equals greater than 3 |
08:41 | আৰু এন্টাৰ প্ৰেছ কৰিব । |
08:43 | আমি আওতপুত শূন্য পাম । |
08:45 | যিহেতু দুয়োটা অপাৰেন্দ সমান অৰ্থাৎ ৩ হয় |
08:50 | এতিয়া কোনো এটা অপাৰেন্দ ৪ লৈ সলনি কৰো আহক । |
08:53 | টাইপ কৰিব 4 less than equals greater than 3 |
08:58 | আৰু এন্টাৰ প্ৰেছ কৰিব । |
08:59 | আমি আওতপুত ১ পাম । |
09:01 | যিহেতু ৩ তকৈ ৪ ডাঙৰ । |
09:04 | এতিয়া এই উদাহৰণটো সলনি কৰি চাও আহক |
09:07 | টাইপ কৰিব 4 less than equals greater than 7 |
09:11 | আৰু এন্টাৰ প্ৰেছ কৰিব । |
09:13 | আমি আওতপুত -১ পাম । |
09:14 | যিহেতু ৭ তকৈ ৪ সৰু । |
09:17 | কাৰ্য্য হিচাপে । |
09:19 | তলত দিয়া উদাহৰণ সমূহ irb ব্যৱহাৰ কৰি সমাধান কৰক আৰু আওতপুত পৰীক্ষা কৰক |
09:24 | 10 + bracket 2 astreisk 5 bracket 8 slash 2 |
09:32 | 4 astreisk 5 slash 2 plus 7 |
09:37 | মেঠদ ব্যৱহাৰ কৰি এৰিথমেতিক অপাৰেটৰ চেষ্টা কৰি চাওক । |
09:42 | এইখিনিতে আমি স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি । |
09:45 | সাৰাংশ নিৰ্ধাৰণ কৰো আহক । |
09:47 | এই টিওটৰিয়েলত আমি শিকিলো |
09:49 | এৰিথমেতিক অপাৰেটৰ, যোগ, বিয়োগ, *, /, যোগ, বিয়োগ, পুৰণ, হৰণৰ বাবে । |
09:59 | অপাৰেটৰ প্ৰিচিদেন্চ |
10:01 | ৰিলেচ'নেল অপাৰেটৰ |
10:04 | বহুকেইটা উদাহৰণ ব্যৱহাৰ কৰি । |
10:06 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
10:10 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
10:14 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
10:18 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
10:20 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
10:23 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10:26 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
10:32 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
10:36 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
10:43 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10:51 | এই লিপি খন অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ মী মৌচুমী মেধি আপোনাৰ পৰা বিদায় লৈছো। |
10:57 | ধণ্যবাদ । |