Ruby/C2/Arithmetic-and-Relational-Operators/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Ruby Arithmatic


Time
00:01 নমস্কাৰ দৰ্শক সকল. ৰুবিৰ এৰিথমেতিক আৰু ৰিলেচনেল অপাৰেটৰৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনালোকক স্বাগতম।
00:06 এই টিউটৰিয়েলত আমি শিকিম
00:08 এৰিথমেতিক অপাৰেটৰ
00:10 অপাৰেটৰ প্রেচিদেন্ছ
00:12 ৰিলেচনেল অপাৰেটৰ
00:14 ইয়াত আমি ৱ্যবহাৰ কৰি আছো উবুন্তু লিনাক্স ভাৰচন ১২.০৪ ৰুবি ১.৯.৩
00:23 এইটো টিউটোৰিয়েল অনুসৰন কৰিবলৈ আপোনালোকে লিনাক্সত টাৰমিনেল আৰু টেক্সট্ এদিতৰ কেনেকৈ ব্যৱহাৰ কৰে জানিব লাগিব।
00:28 আপোনালোকে irbৰ সৈতেও পৰিচিত হব লাগিব
00:31 জদি নহই, অনুগ্রহ কৰি আপোনালোকে টিউটোৰিয়েলৰ প্রসংগত আমাৰ ৱেবচাইটটো দর্শন কৰক।
00:34 আহক আমি আতিয়া এৰিথমেতিক অপাৰেতৰৰ বিষয়ে শিকো।
00:38 ৰুবিত তলৰ এৰিথমেতিক অপাৰেতৰ বোৰ আছে।
00:42 +Addition (যোগ):উদাহৰন a+b.
00:45 -Subtraction (বিয়োগ):উদাহৰন. a-b.
00:48 /Division (হৰন):উদাহৰন. a/b.
00:51 *Multiplication (পুৰণ):উদাহৰন. a*b.
00:55 % Modulus (মদুলাচ):উদাহৰন a%b.
00:59 **Exponent (এক্সপোনেণ্ট):উদাহৰন a**b. 
01:04 আমি সকলোয়ে irb ব্যবহাৰ কৰি এৰিথমেতিক অপাৰেতৰ বোৰ চেষ্টা কৰিম।
01:08 টাৰমিনেলটো Ctrl, Alt আৰো T বুটাম বোৰ একেলগে টিপি খুলক।
01:14 এখন টাৰমিনেলৰ ৱিনডো আপোনাৰ স্ক্রিনত খোলা জাব।
01:17 interactive Ruby খুলিবলৈ irb টাইপ কৰি এণ্টাৰ টিপক।
01:21 টাইপ কৰক 10 প্লাচ 20 অৰু এণ্টাৰ টিপক।
01:25 যোগ কৰা প্রক্রিয়াটো হল আৰু ফলাফল 30 দেখাব।
01:31 একেদৰেই বিয়োগ আৰু পুৰন কৰা প্রক্রিয়াটোৱে কাম কৰিব।
01:35 আমি সকলোয়ে এটিয়া হৰন(division) অপাৰেটৰটো চেষ্টা কৰিম।
01:38 টাইপ কৰক 10 slash 4
01:40 আৰু Enter টিপক।
01:42 ইয়াত আপোনালোকে দেখিব যে উত্তৰটো ওচৰৰ পূৰ্ণ সংখ্যালৈ পৰিবর্তন হব যিটো 2 হব।
01:47 আমি আৰু সথিক উত্তৰ পাবলৈ, আমি এতা সংখ্য float হিচাপে দেখুৱাই দিব লাগিব।
01:52 10.0 slash 4 টিপক
01:56 আৰু Enter টিপক।
01:58 এটিয়া আমি উত্তৰটো পাম 2.5
02:01 এতিয়া আমি সকলোৱে modulus অপাৰেটৰটো চেয্টা কৰিম:
02:05 Modulus অপাৰেটৰটোৱে অবশেষ খিনি (remainder) আউপুট হিচাবে ঘুৰাই দিয়ে।
02:09 12 percentage চিহ্ন 5 টাইপ কৰক আৰু Enter টিপক
02:15 ইয়াত ১২ক ৫ৰে হৰন কৰিছে আৰু অবশেষ খিনি (remainder)  ২টো ঘুৰি আহিছে।
02:21 এটিয়া আমি সকলোয়ে exponent অপাৰেটৰটো চেয্টা কৰিম:
02.24 2 আৰু asterisk সিহ্ণ দুবাৰ আৰু তাৰপিছত 5 টাইপ কৰক আৰু Enter টিপক।
02:32 এইটোৰ অর্থ হল যে ২টো ৫ৰ পাৱাৰলৈ বৃদ্ধি পাব।
02:36 সেইবাবে আমি 32 আউট্ -পুট হিচাপে পালো।
02:39 ইয়াৰ পাছত, আমি সকলোয়ে অপাৰেতৰ  precedenceৰ বিষয়ে শিকিম।
02:44 যেতিয়া বিভিন্ন অপাৰেতৰ বোৰ এটা গণিতিক এক্সপ্রেচনৰ ভিতৰত পোৱা জাই,
02:47 প্রত্যকটো অংশকে মূল্লায়ন কৰা হৈছে
02:50 আৰু পূর্বনির্ধাৰিত নির্দেশৰ ভিতৰত সিদ্ধান্ত কৰাকে অপাৰেতৰ precedence বুলি কোৱা হ্য়।
02:56 ইয়াৰ অর্থ হল : অপাৰেতৰ এটা যাৰ এক্সেকিউত হোৱাৰ অগ্রাধিকাৰ সকলোতকৈ প্রথমত ।
03:01 ইয়াৰ পিছত অপাৰেতৰ সমুহ একো-একোতাকৈ অগ্রাধিকাৰ ক্ৰমত হৈ গৈ থাকে ।
03:07 এই চ্লাইদ খনে ডাঙৰৰ পৰা সৰুলৈকে precedence  অনুযায়ী সকলো খিনি অপাৰেটৰ তালিকাভুত্ত কৰিছে ।
03:13 উদাহৰন হিচাপে 3 + 4 * 5 returns 23 and not 35
03:23 addition (যোগ)(+) অপাৰেতৰতকৈ multiplication (পূৰন)(*) অপাৰেতৰৰ  precedence বেছি
03:29 আৰু ইয়াক প্রথমে মূল্লায়ন কৰা উচিত।
03:32 এতিয়াৰে পৰা চাৰি পাচ গুণ বিছ আৰু তাৰপিছত তিনিক বিছৰ সৈতে যোগ কৰা হল, ২৩ক আউটপুট হিচাপে দিবলে
03:42 আমি সকলোয়ে অপাৰেতৰ precedence ৰ ভিত্তিত আৰু কিছুমান উদাহৰন চাম।
03:47 এতিয়া আমি টার্মিনেললৈ ঘুৰি যাম।
03:50 Irb কনচোল চাফ কৰিবলৈ Crtl আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব।
03:56 এটিয়া 7 minus 2 multiply by 3 টাইপ কৰক
04:03 আৰু Enter টিপক
04:05 আমি উত্তৰ 1 পাম।
04:08 ইয়াত * চিহ্নৰ বিয়োগ চিহ্নতকৈ বেছি অগ্রাধিকাৰ আছে ।
04:13 প্ৰথমে multiplication (পুৰণ) অপাৰেচন আৰু তাৰ পাছত subtraction (বিয়োগ) অপাৰেচন কাৰ্য্য হ'ব ।
04:20 আহক আমি আৰু এতা উদাহৰণ চাও।
04:22 ব্রেকেতৰ ভিতৰত 10 plus 2 slash 4 টাইপ কৰক
04:29 আৰু Enter টিপক.
04:30 আমি উত্তৰটো পাম 3।
04:33 এই ক্ষেত্রত বেচি অগ্রাধিকাৰ হব () ব্রেকেত তাৰ পাচত হৰন (slash)
04:39 সেইবাবে ব্রেকেতৰ ভিতৰত থকা অপাৰেচনটো যি addition হয় প্রথমে প্রদর্শিত হ'ব।
04:44 তাৰপিছত divisionটো প্রদর্শিত হ'ব।
04:47 এতিয়া, সকলোয়ে আমি ৰিলেচনেল অপাৰেটৰৰ বিষয়ে শিকিম।
04:51 এতিয়া আমি আকৌ স্লাইদ সমুহলৈ ঘুৰি যাওঁ ।
04:54 ৰিলেচনেল অপাৰেটৰ বোৰক কম্পাৰিছন অপাৰেতৰ হিছাপে জনা যায় ।
04:59 এক্সপ্রেছন ব্যৱহাৰ কৰি ৰিলেচনেল অপাৰেতৰ সমুহে boolean ভেলু সমুহ ঘুৰাই পঠাই ।
05:04 ৰুবিত ৰিলেচনেল অপাৰেতৰ সমুহ হ’ল
05:07 == Equals to উদাহৰণ . a==b
05:14 dot eql question mark উদাহৰণ a.eql?b
05:21  != Not equals to উদাহৰণ a exclamation equal b
05:28 Less than উদাহৰণ a < b
05:32 Greater than উদাহৰণ a > b
05:37 <= Lesser than or equal to উদাহৰণ a less than arrow

equal b

05:44 >= Greater than or equal to উদাহৰণ a greater than arrow equal b
05:49 <=> Combined comparison উদাহৰণ a less than arrow

equal greater than arrow b

05:56 আহক এতিয়া ইয়াৰে কিছু অপাৰেতৰ চেষ্টা কৰি চাওঁ ।
06:00 টার্মিনেললৈ যাওঁক
06:02 Irb কনচোল চাফ কৰিবলৈ Crtl আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব।
06:09 আহক এতিয়া equals to অপাৰেতৰ চেষ্টা কৰো ।
06:11 টাইপ কৰক 10 equals equals 10
06:16 আৰু এন্টাৰ টিপক ।
06:17 আমি আউতপুতটো পাম true হিছাপে ।
06:20 .eql? অপাৰেতৰটো equals to অপাৰেতৰৰ নিচিনা একেই ।
06:24 ইয়াক চেষ্টা কৰি চাওঁ । টাইপ কৰক 10 .eql?10 আৰু এন্টাৰ কৰক ।
06:33 আমি আউতপুতটো পাম true হিছাপে ।
06:35 আহক এতিয়া not equals to অপাৰেতৰ চেষ্টা কৰো ।
06:39 টাইপ কৰক 10 not equals 10
06:44 আৰু এন্টাৰ টিপক ।
06:46 আমি আউতপুতটো পাম false হিছাপে ।
06:48 ইয়াৰ কাৰণ হৈছে দুয়োটা সংখ্যায়ে সমান ।
06:51 Irb কনচোল চাফা কৰিবলৈ Crtl আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব।
06:56 আহক এতিয়া less than অপাৰেতৰ ব্যৱহাৰ কৰো ।
07:00 টাইপ কৰিব 10< 5 আৰু এন্টাৰ প্ৰেছ কৰিব ।
07:05 ইয়াত যদি প্ৰথম অপাৰেন্দ দ্বিতীয়টোতকৈ কম হয় তেতিয়া ই true ৰিটাৰ্ণ কৰে ।
07:10 অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে ।
07:14 ৫তকৈ ১০ সৰু নহয়, সেইবাবে আমি আওতপুত ফল্চ পাম ।
07:19 এতিয়া আমি গ্ৰেটাৰ ডেন অপাৰেটৰ চেষ্টা কৰি চাম ।
07:22 টাইপ কৰিব 5 > 2
07:26 ইয়াত যদি প্ৰথম অপাৰেন্দ দ্বিতীয়টোতকৈ বেছি হয় তেতিয়া ই true ৰিটাৰ্ণ কৰে ।
07:31 অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে ।
07:34 এন্টাৰ প্ৰেছ কৰিব ।
07:36 ২তকৈ ৫ ডাঙৰ হয়, এই ক্ষেত্ৰত আমি আওতপুত ট্ৰো পাম ।
07:42 Ctrl, L টাইপ কৰি irb ক'নচ'ল খন চাফ কৰক ।
07:47 এতিয়া আমি less than equal to অপাৰেটৰ চেষ্টা কৰিম ।
07:51 টাইপ কৰিব 12 <= 12
07:56 আৰু এন্টাৰ প্ৰেছ কৰিব ।
07:59 ইয়াত যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ কম অথবা সমান হয় তেতিয়া ই ট্ৰো ৰিটাৰ্ণ কৰে ।
08:04 অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে ।
08:07 যিহেতু 12 আৰু 12 সমান হয়, আমি আওতপুত ট্ৰো পাম.
08:11 আপুনি গ্ৰেটাৰ ডেন অথবা ইকোৱেল অপাৰেটৰ চেষ্টা কৰিব পাৰে ।
08:15 এতিয়া combined comparision অপাৰেটৰ চেষ্টা কৰি চাও আহক ।
08:19 কমবাইন্দ কম্পেৰিচন অপাৰেটৰে
08:21 যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোৰ সৈতে সমান হয়, 0 ৰিটাৰ্ণ কৰিব
08:24 যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ ডাঙৰ হয়, 1 ৰিটাৰ্ণ কৰিব
08:29 যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ সৰু হয়, -1 ৰিটাৰ্ণ কৰিব
08:34 উদাহৰণৰ সৈতে বুজো আহক ।
08:36 টাইপ কৰিব  3 less than equals greater than 3
08:41 আৰু এন্টাৰ প্ৰেছ কৰিব ।
08:43 আমি আওতপুত 0 পাম ।
08:45 যিহেতু দুয়োটা অপাৰেন্দ সমান অৰ্থাৎ ৩ হয়
08:50 এতিয়া কোনো এটা অপাৰেন্দ ৪ লৈ সলনি কৰো আহক ।
08:53 টাইপ কৰিব  4 less than equals greater than 3
08:58 আৰু এন্টাৰ প্ৰেছ কৰিব ।
08:59 আমি আওতপুত 1 পাম ।
09:01 যিহেতু ৩ তকৈ ৪ ডাঙৰ ।
09:04 এতিয়া এই উদাহৰণটো সলনি কৰি চাও আহক
09:07 টাইপ কৰিব 4 less than equals greater than 7
09:11 আৰু এন্টাৰ প্ৰেছ কৰিব ।
09:13 আমি আওতপুত -1 পাম । যিহেতু ৭ তকৈ ৪ সৰু ।
09:17 কাৰ্য্য হিচাপে ।
09:19 তলত দিয়া উদাহৰণ সমূহ irb ব্যৱহাৰ কৰি সমাধান কৰক আৰু আওতপুত পৰীক্ষা কৰক
09:24 10 + bracket 2 astreisk 5 bracket 8 slash 2
09:32 4 astreisk 5 slash 2 plus 7
09:37 মেঠদ ব্যৱহাৰ কৰি এৰিথমেতিক অপাৰেটৰ চেষ্টা কৰি চাওক ।
09:42 এইখিনিতে আমি স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি ।
09:45 সাৰাংশ নিৰ্ধাৰণ কৰো আহক ।
09:47 এই টিওটৰিয়েলত আমি শিকিলো
09:49 এৰিথমেতিক অপাৰেটৰ, +, -, *, /, যোগ, বিয়োগ, পুৰণ, হৰণৰ বাবে ।
09:59 অপাৰেটৰ প্ৰিচিদেন্চ
10:01 ৰিলেচ'নেল অপাৰেটৰ
10:04 বহুকেইটা উদাহৰণ ব্যৱহাৰ কৰি ।
10:06 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
10:10 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
10:14 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
10:18 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে
10:20 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
10:23 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10:26 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
10:32 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
10:36 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
10:43 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:51 এই লিপি খন অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে.  আই আই টি বম্বেৰ মী মৌচুমী মেধি আপোনাৰ পৰা বিদায় লৈছো।
10:57 ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, Pratik kamble