GChemPaint/C2/Basic-operations/Assamese

From Script | Spoken-Tutorial
Revision as of 13:01, 22 February 2017 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল.
00:02   GChemPaint' ত  Basic Operations ৰ টিউটোৰিয়েললৈ স্বাগতম
00:07 এই টিউটোৰিয়েলত, আমি শিকিম
00:11 এটা উপস্থিত থাকা ফাইল খুলা
00:14 টেক্সট যোগ কৰা আৰু  সম্পাদনা কৰা
00:17 বস্তু নির্বাচন কৰা, মোভ কৰা, ফ্লিপ কৰা, আৰু ঘোৰোৱা
00:21 অবজেক্টক গ্রুপ আৰু এলাইন কৰা
00:25 বস্তুক কাট, কপি, পেস্ট আৰু মুছি পেলোৱা.
00:30 ইয়াত মই ব্যবহাৰ কৰিছো,
00:32 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04.
00:36 'GChemPaint' সংস্কৰণ 0.12.10.
00:42   এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি 
00:48 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব
00:52 যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক
00:58 এটা নতুন 'GChemPaint' আবেদন খুলবিলৈ,
01:01 Dash home ক্লিক কৰক
01:04 উলাই থকা Search bar ত টাইপ কৰক 'GChemPaint'
01:08 'GChemPaint' আইকনত ক্লিক কৰক.
01:12 এটা উপস্থিত থকা ফাইল খোলি টিউটোৰিয়েলটো আৰম্ভ কৰা যাওক.
01:16   File মেনুত ক্লিক কৰক,
01:20 ' Open' ' নির্বাচন কৰক আৰু ইয়াত ক্লিক কৰক.
01:24 ফাইল আৰু ফোল্ডাৰ থকা এটা উইন্ডো প্রর্দশিত হয়.
01:29 ইয়াৰ পৰা,  “propane” নামৰ ফাইলক  নির্বাচন  কৰক
01:32 ফাইলটো খোলিবলৈ Openত  ক্লিক কৰক.
01:36   propane গঠনৰ তলত কিছু লেখা যোগ কৰো.
01:42 টুলবাক্সৰ পৰা "' “Add or modify a text”  টুলত নির্বাচন কৰক
01:47 টেক্সট টুল Property page' খোলে
01:50 এই Property page'Family, Style, Size, Underline, আৰু  কিছো অন্যন্য ক্ষেত্র আছে
02:02 ' Family ত  ফন্ট নামৰ এখন তালিকা আছে.
02:06 তালিকাখনক তললৈ স্ক্রোল ডাউন কৰো.
02:11   মই Familyৰ পৰা Arial Blackক নিৰ্বাচন কৰিম
02:15 Propane গঠনৰ তলত থকা "' Display areaত ক্লিক কৰক.
02:20 আপোনি এটা সেউজীয়া বাক্সত এটা জিলিকি থকা কার্সাৰ সহ দেখিব পাৰিব. 
02:25   “Propane” হিসাবে যৌগিক পদার্থৰ নাম টাইপ কৰো.
02:32 এতিয়া Styleপৰা  Bold Italic লৈ পৰিবর্তন কৰা যাওক.
02:35 টেক্সট“Propane” "' নির্বাচন কৰক. Bold Italicত ক্লিক কৰক 
02:42 মই fontsizeটো  '16' 'লৈ বৃদ্ধি কৰিম.
02:46 16লৈ স্ক্রোল ডাউন কৰো.
02:48 আৰু ইয়াত ক্লিক কৰক.
02:50 টেক্সটত পৰিবর্তনটো লক্ষ্য কৰক.
02:53 পিছত, Underline বৈশিষ্ট্যটো ব্যবহাৰ কৰো.
02:57 ইয়াত অপশনৰ সৈতে ড্রপ ড্ৰাওন তালিকা আছে
03:00 None,
03:01 Single, Double, আৰু Low.
03:05 Single নির্বাচন কৰো.
03:09 টেক্সটৰ ৰং পৰিবর্তন কৰা যাওক.
03:12 টেক্সটৰ ডিফল্ট ৰং “black” হয়.
03:16 ৰঙৰ ক্ষেত্রৰ ড্রপ ডাউন এৰোত ক্লিক কৰক.
03:20 আপোনি ইয়াত বিভিন্ন ৰং দেখিব পাৰিব.
03:24 মই “purple” নির্বাচন কৰিম.
03:28 আমি টেক্সটৰ অবস্থানো পৰিবর্তন কৰিব পাৰিম.
03:32 অবস্থানৰ ক্ষেত্রত  পৰিসীমা -100 পৰা 100 লৈ আছে.
03:37 টেক্সট পৰিবর্তন হোৱা চাও আহক.
03:40 টেক্সট নির্বাচন কৰক.
03:44 মাউসৰ সৈতে up এৰো ত্রিভুজত ক্লিক কৰক.
03:48 অাক্ষৰবোৰ ঊপৰলৈ যায়.
03:50 অনুৰুপভাবে যদি আমি down এৰো ত্রিভুজত ক্লিক কৰো, টেক্সট তললৈ যাব.
03:59 টেক্সটবোৰক স্বাভাবিক অবস্থানৰলৈ অনা যাওক.
04:02 স্থানৰ ক্ষেত্রত (position field) "0" টাইপ কৰক
04:05 আৰু ডিচপ্লে এৰিয়াত ক্লিক কৰক
04:09 ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে.
04:12 প্রথম টিউটোৰিয়েলৰ নিয়োগটো খুলক.
04:15   n-hexane আৰু  n-octane হিসাবে গঠনটোক লেবেল দিয়ক .
04:19 font name, font size, underline ক পৰিবর্তন কৰক আৰু টেক্সটখিনিক ৰঙ দিয়ক
04:26 আপোনাৰ সমাপ্ত নিয়োগখিনি এনেধৰনৰ হোৱা উচিত.
04:31 এতিয়া বস্তুক নির্বাচন কৰা আৰু গতি কৰোৱা শিকা যাওক.
04:35 " “Tool box”"ৰ পৰা "Select one or more objects” টুলত ক্লিক কৰক.
04:42 "Pentane" ত ক্লিক কৰক.
04:44 মাউস বাটনটো নেৰোৱাকৈ ,ইয়াক বিভিন্ন অবস্থানলৈ টানি নিয়ক.
04:49 এতিয়া, মাউসটো এৰাই দিয়ক.
04:52 পিছত বস্তু এটাক ঘোৰাও.
04:55 বস্তু এটাক ঘোৰবলৈ, " 'Select one or more objects”' " টুলত ক্লিক কৰক.
05:01 এই বৈশিষ্ট্য পাঠত টোল্চ আছে,
05:05   Flip the selection horizontally,
05:08   Flip the selection vertically
05:10 Rotate the selection'.
05:13 এইবোৰ টোল ব্যবহাৰ কৰিবলৈ , 'Pentane' ত  ক্লিক কৰক.
05:17 Rotate the selection ' অপশনটি নির্বাচন কৰক.
05:22 ' Display area লৈ যাওক আৰু বস্তুৰ উপৰৰে মাউসটো ৰাখক.
05:28 মাউসটোক  ' clock-wise' আৰু anti-clock-wise দিশত ঘোৰাওক.
05:34 বস্তুটোৰ চক্রগতি লক্ষ্য কৰক.
05:39 এতিয়া, বস্তুটোক ফ্লীপ কৰা শিকা যাওক.
05:42 'Pentane'   গঠনক অনুভূমিকভাবে ফ্লিপ কৰো.
05:47 গঠনটোক অনুভূমিকভাবে ফ্লিপ কৰিবলৈ Flip the selection horizontally টুলত ক্লিক কৰক
05:55 ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু  আপোনি Flip the selection verticallyবয়ৱহাৰ কৰক
06:03 এতিয়া বস্তুবোৰক গ্রুপ কৰক আৰু এলাইন কৰক
06:06   বস্তুবোৰক গ্রুপ বনাবলৈ, সমস্ত বস্তুবোৰক নির্বাচন কৰক.
06:09 ইয়াৰ বাবে, Edit' মেনুলৈ যাওক, Select All ক্লিক কৰক.
06:15 অথবা আপোনি একেলগে CTRL আৰু A প্রেস কৰিব লাগিব.
06:20 অবজেক্টৰ কোনো এটাত সো ক্লিক কৰক.
06:24 'context' মেনু প্রর্দশিত হয়.
06:26   Group and/or align objects option নির্বাচন কৰক
06:31 এটা ডায়লগ বক্স উলায়.
06:33   Group ' চেক বক্সত ক্লিক কৰক
06:36   ' Align আৰু Space evenly অপশনটিক আনছেক কৰক যদি সেইবোৰ নির্বাচিত হৈ আছে .
06:42 OK ' বাটনত ক্লিক কৰক.
06:45 আমি  দেখো যে বস্তুবোৰ একেলগে দলবদ্ধ হৈ গৈছে.
06:51  এতিয়া বস্তুবোৰ সাৰিবদ্ধ (align) কৰা যাওক.
06:54 সকলো বস্তু নির্বাচন কৰিবলৈ  'Ctrl + A' প্রেস কৰক .
06:58 অবজেক্টৰ কোনো এটাত সো ক্লিক কৰক.
07:01   context মেনু প্রর্দশিত হয়.
07:04 ' Group properties ' অপশনটো নির্বাচন কৰক.
07:09 ' Align চেক বাক্সত ক্লিক কৰক.
07:12 ' Align ' অপশনত এটা ড্রপ ডাউন তালিকা আছে.
07:17 বস্তুবোৰক সাৰিবদ্ধ কৰিবলৈ কিছু অপশন আছে.
07:22 আমি “Left”  নির্বাচন কৰিম
07:25 OK' বাটনত ক্লিক কৰক.
07:29 পৰিবর্তনবোৰ লক্ষ্য কৰক.
07:32 ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু আপোনি নিজে নিজে বস্তুবোৰক অন্য সাৰিবদ্ধ অপশনৰ সৈতে সাৰিবদ্ধ কৰক.
07:41 এতিয়া cut, copy আৰু pasteৰ ব্যবহাৰ কৰা শিকো.
07:47 Edit মেনুলৈ যাওক.
07:49 ইয়াত Cut, Copy, Paste আৰু Clear নিচিনা মৌলিক সম্পাদনা অপশন আছে
07:57 এই বিকল্পৰ বাবে সাধাৰণ ছৰ্ট কাট কি হৈছে
08:00 'Ctrl + X' কাটিবলৈ
08:02 'CTRL + C ' কপি মানে প্ৰতিলিপি কৰিবলৈ 
08:05 'CTRL +V' পেস্ট মানে  ছপা কৰিবলৈ. এইবোৰ  'GChemPaint' ও কাম কৰিব.
08:10 “Select one or more objects” 'টুল' ব্যবহাৰ কৰি এটা বা ততোধিক বস্তু নির্বাচন কৰক.
08:16 objectত  ক্লিক কৰক.
08:18 কাটিবলৈ 'Ctrl + X' প্রেস কৰা যাওক
08:22 Display areaত ভিন্ন অবস্থানত পেস্ট কৰিবলৈ CTRL + V' প্ৰেচ কৰক.
08:29 লক্ষ্য কৰক যে যেতিয়া আমি বস্তুটোক অতৰুৱাই দিয়ো, ই তাৰ মূল জাগাৰ পৰা মুছি যায় .
08:35 পিছত, display এলাকাত বিভিন্ন স্থানত, বস্তুবোৰক কপি আৰু পেস্ট কৰক.
08:42 objectত ক্লিক কৰক,  কপি কৰিবলৈ " CTRL+C প্রেস কৰক আৰু পেস্ট কৰিবলৈ "CTRL+V প্রেস কৰক.
08:50 লক্ষ্য কৰক যে যেতিয়া আমি বস্তুটোক কপি কৰো, ই তাৰ মূল জাগাৰ পৰা মুছি যায় .
08:58 'Display area পৰিষ্কাৰ কৰিবলৈ সমস্ত objects (বস্তু) নির্বাচন কৰক
09:02 সকলো বস্তু নির্বাচন কৰিবলৈ  'Ctrl + A' প্রেস কৰক.
09:06 ' Edit  মেনুলৈ যাওক,
09:08 ' Clearত ক্লিক কৰক.
09:11 আমি আমাৰ মূল গঠন টোলৈ উভতি যাবলৈ, Edit' মেনুলৈ যাও.
09:16 ' Undoত ক্লিক কৰক.
09:19 অথবা  'Ctrl + z' প্রেস কৰক.
09:23 কীবোর্ডত থকা Delete' কী ব্যবহাৰ কৰি এটা বস্তু মুছিবলৈ objectটোক (বস্তুটোক) নির্বাচন কৰক.
09:29 Keybordৰ পৰা Delete' কী প্রেস কৰক
09:33 এতিয়া গঠনৰ অংশ অলপ মুছি পেলাবলৈ Eraser টুল ব্যবহাৰ কৰা শিকো.
09:39 ' টুলবাক্সৰ পৰা Eraser টুল নির্বাচন কৰক.
09:43  গঠনৰ কোনো এটা কাষত মাউসটো ৰাখক.
09:48 গঠনৰ কোনো অংশ ৰঙা ৰঙত পৰিবৰ্তন হৈছে
09:53 ইয়াক মুছিবলৈ গঠনৰ ৰঙা ৰঙৰ (red colored') অংশত ক্লিক কৰক.
09:59 আমাৰ মূল গঠনটো পাবলৈ পৰিবর্তনবোৰ Undo কৰো.
10:08 এতিয়া ফাইলটো সংৰক্ষন কৰো.
10:11 টুলবাৰত  থকা "'Save the current file' বাটনত ক্লিক কৰক.
10:16 ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো
10:22 সংক্ষেপ কৰা যাওক.
10:24 এই টিউটোৰিয়েলত, আমি শিকিলো
10:27  অাগৰে পৰা থকা ফাইল এটা খোলা
10:29 প্রদর্শন এলাকাত টেক্সট যোগ কৰা আৰু সম্পাদনা কৰা
10:33 বস্তু নির্বাচন কৰা, ফ্লিপ কৰা, স্থানান্তৰ কৰা আৰু ঘোৰোৱা
10:36 অবজেক্ট গ্রুপ কৰা আৰু সজোৱা
10:39 বস্তু কাট, কপি, পেস্ট আৰু  মুছি দিয়া
10:44 এটা নিয়োগ হিচাবে, Eraser টুল ব্যবহাৰ কৰক আৰু
10:48 'n-octane ৰ  পৰা n-pentane গঠনলৈ  ৰুপান্তৰ কৰক
10:52 n-hexane' ৰ পৰা Ethaneগঠনলৈ ৰুপান্তৰ কৰক
10:56 নিয়োগটো এনেধৰনে হোৱা উচিত.
11:00 তলৰ সংযোগত থকা ভিদিয়'তো চাওক
11:04 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
11:08 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
11:13 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
11:15 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
11:18 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
11:21   অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
11:28 স্পকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:32 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:39 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:46 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya