GChemPaint/C2/Basic-operations/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00:01 | নমস্কাৰ দৰ্শক সকল. |
| 00:02 | GChemPaint' ত Basic Operations ৰ টিউটোৰিয়েললৈ স্বাগতম |
| 00:07 | এই টিউটোৰিয়েলত, আমি শিকিম |
| 00:11 | এটা উপস্থিত থাকা ফাইল খুলা |
| 00:14 | টেক্সট যোগ কৰা আৰু সম্পাদনা কৰা |
| 00:17 | বস্তু নির্বাচন কৰা, মোভ কৰা, ফ্লিপ কৰা, আৰু ঘোৰোৱা |
| 00:21 | অবজেক্টক গ্রুপ আৰু এলাইন কৰা |
| 00:25 | বস্তুক কাট, কপি, পেস্ট আৰু মুছি পেলোৱা. |
| 00:30 | ইয়াত মই ব্যবহাৰ কৰিছো, |
| 00:32 | 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04. |
| 00:36 | 'GChemPaint' সংস্কৰণ 0.12.10. |
| 00:42 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
| 00:48 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব |
| 00:52 | যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক |
| 00:58 | এটা নতুন 'GChemPaint' আবেদন খুলবিলৈ, |
| 01:01 | Dash homeত ক্লিক কৰক |
| 01:04 | উলাই থকা Search bar ত টাইপ কৰক 'GChemPaint' |
| 01:08 | 'GChemPaint' আইকনত ক্লিক কৰক. |
| 01:12 | এটা উপস্থিত থকা ফাইল খোলি টিউটোৰিয়েলটো আৰম্ভ কৰা যাওক. |
| 01:16 | File মেনুত ক্লিক কৰক, |
| 01:20 | ' Open' ' নির্বাচন কৰক আৰু ইয়াত ক্লিক কৰক. |
| 01:24 | ফাইল আৰু ফোল্ডাৰ থকা এটা উইন্ডো প্রর্দশিত হয়. |
| 01:29 | ইয়াৰ পৰা, “propane” নামৰ ফাইলক নির্বাচন কৰক |
| 01:32 | ফাইলটো খোলিবলৈ Openত ক্লিক কৰক. |
| 01:36 | propane গঠনৰ তলত কিছু লেখা যোগ কৰো. |
| 01:42 | টুলবাক্সৰ পৰা "' “Add or modify a text” টুলত নির্বাচন কৰক |
| 01:47 | টেক্সট টুল Property page' খোলে |
| 01:50 | এই Property page'ত Family, Style, Size, Underline, আৰু কিছো অন্যন্য ক্ষেত্র আছে |
| 02:02 | ' Family ত ফন্ট নামৰ এখন তালিকা আছে. |
| 02:06 | তালিকাখনক তললৈ স্ক্রোল ডাউন কৰো. |
| 02:11 | মই Familyৰ পৰা Arial Blackক নিৰ্বাচন কৰিম |
| 02:15 | Propane গঠনৰ তলত থকা "' Display areaত ক্লিক কৰক. |
| 02:20 | আপোনি এটা সেউজীয়া বাক্সত এটা জিলিকি থকা কার্সাৰ সহ দেখিব পাৰিব. |
| 02:25 | “Propane” হিসাবে যৌগিক পদার্থৰ নাম টাইপ কৰো. |
| 02:32 | এতিয়া Styleপৰা Bold Italic লৈ পৰিবর্তন কৰা যাওক. |
| 02:35 | টেক্সট“Propane” "' নির্বাচন কৰক. Bold Italicত ক্লিক কৰক |
| 02:42 | মই fontsizeটো '16' 'লৈ বৃদ্ধি কৰিম. |
| 02:46 | 16লৈ স্ক্রোল ডাউন কৰো. |
| 02:48 | আৰু ইয়াত ক্লিক কৰক. |
| 02:50 | টেক্সটত পৰিবর্তনটো লক্ষ্য কৰক. |
| 02:53 | পিছত, Underline বৈশিষ্ট্যটো ব্যবহাৰ কৰো. |
| 02:57 | ইয়াত অপশনৰ সৈতে ড্রপ ড্ৰাওন তালিকা আছে |
| 03:00 | None, |
| 03:01 | Single, Double, আৰু Low. |
| 03:05 | Single নির্বাচন কৰো. |
| 03:09 | টেক্সটৰ ৰং পৰিবর্তন কৰা যাওক. |
| 03:12 | টেক্সটৰ ডিফল্ট ৰং “black” হয়. |
| 03:16 | ৰঙৰ ক্ষেত্রৰ ড্রপ ডাউন এৰোত ক্লিক কৰক. |
| 03:20 | আপোনি ইয়াত বিভিন্ন ৰং দেখিব পাৰিব. |
| 03:24 | মই “purple” নির্বাচন কৰিম. |
| 03:28 | আমি টেক্সটৰ অবস্থানো পৰিবর্তন কৰিব পাৰিম. |
| 03:32 | অবস্থানৰ ক্ষেত্রত পৰিসীমা -100 পৰা 100 লৈ আছে. |
| 03:37 | টেক্সট পৰিবর্তন হোৱা চাও আহক. |
| 03:40 | টেক্সট নির্বাচন কৰক. |
| 03:44 | মাউসৰ সৈতে up এৰো ত্রিভুজত ক্লিক কৰক. |
| 03:48 | অাক্ষৰবোৰ ঊপৰলৈ যায়. |
| 03:50 | অনুৰুপভাবে যদি আমি down এৰো ত্রিভুজত ক্লিক কৰো, টেক্সট তললৈ যাব. |
| 03:59 | টেক্সটবোৰক স্বাভাবিক অবস্থানৰলৈ অনা যাওক. |
| 04:02 | স্থানৰ ক্ষেত্রত (position field) "0" টাইপ কৰক |
| 04:05 | আৰু ডিচপ্লে এৰিয়াত ক্লিক কৰক |
| 04:09 | ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে. |
| 04:12 | প্রথম টিউটোৰিয়েলৰ নিয়োগটো খুলক. |
| 04:15 | n-hexane আৰু n-octane হিসাবে গঠনটোক লেবেল দিয়ক . |
| 04:19 | font name, font size, underline ক পৰিবর্তন কৰক আৰু টেক্সটখিনিক ৰঙ দিয়ক |
| 04:26 | আপোনাৰ সমাপ্ত নিয়োগখিনি এনেধৰনৰ হোৱা উচিত. |
| 04:31 | এতিয়া বস্তুক নির্বাচন কৰা আৰু গতি কৰোৱা শিকা যাওক. |
| 04:35 | " “Tool box”"ৰ পৰা " “Select one or more objects” টুলত ক্লিক কৰক. |
| 04:42 | "Pentane" ত ক্লিক কৰক. |
| 04:44 | মাউস বাটনটো নেৰোৱাকৈ ,ইয়াক বিভিন্ন অবস্থানলৈ টানি নিয়ক. |
| 04:49 | এতিয়া, মাউসটো এৰাই দিয়ক. |
| 04:52 | পিছত বস্তু এটাক ঘোৰাও. |
| 04:55 | বস্তু এটাক ঘোৰবলৈ, " 'Select one or more objects”' " টুলত ক্লিক কৰক. |
| 05:01 | এই বৈশিষ্ট্য পাঠত টোল্চ আছে, |
| 05:05 | Flip the selection horizontally, |
| 05:08 | Flip the selection vertically |
| 05:10 | Rotate the selection'. |
| 05:13 | এইবোৰ টোল ব্যবহাৰ কৰিবলৈ , 'Pentane' ত ক্লিক কৰক. |
| 05:17 | Rotate the selection ' অপশনটি নির্বাচন কৰক. |
| 05:22 | ' Display area লৈ যাওক আৰু বস্তুৰ উপৰৰে মাউসটো ৰাখক. |
| 05:28 | মাউসটোক ' clock-wise' আৰু anti-clock-wise দিশত ঘোৰাওক. |
| 05:34 | বস্তুটোৰ চক্রগতি লক্ষ্য কৰক. |
| 05:39 | এতিয়া, বস্তুটোক ফ্লীপ কৰা শিকা যাওক. |
| 05:42 | 'Pentane' গঠনক অনুভূমিকভাবে ফ্লিপ কৰো. |
| 05:47 | গঠনটোক অনুভূমিকভাবে ফ্লিপ কৰিবলৈ Flip the selection horizontally টুলত ক্লিক কৰক |
| 05:55 | ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু আপোনি Flip the selection verticallyবয়ৱহাৰ কৰক |
| 06:03 | এতিয়া বস্তুবোৰক গ্রুপ কৰক আৰু এলাইন কৰক |
| 06:06 | বস্তুবোৰক গ্রুপ বনাবলৈ, সমস্ত বস্তুবোৰক নির্বাচন কৰক. |
| 06:09 | ইয়াৰ বাবে, Edit' মেনুলৈ যাওক, Select All ক্লিক কৰক. |
| 06:15 | অথবা আপোনি একেলগে CTRL আৰু A প্রেস কৰিব লাগিব. |
| 06:20 | অবজেক্টৰ কোনো এটাত সো ক্লিক কৰক. |
| 06:24 | 'context' মেনু প্রর্দশিত হয়. |
| 06:26 | Group and/or align objects option নির্বাচন কৰক |
| 06:31 | এটা ডায়লগ বক্স উলায়. |
| 06:33 | Group ' চেক বক্সত ক্লিক কৰক |
| 06:36 | ' Align আৰু Space evenly অপশনটিক আনছেক কৰক যদি সেইবোৰ নির্বাচিত হৈ আছে . |
| 06:42 | OK ' বাটনত ক্লিক কৰক. |
| 06:45 | আমি দেখো যে বস্তুবোৰ একেলগে দলবদ্ধ হৈ গৈছে. |
| 06:51 | এতিয়া বস্তুবোৰ সাৰিবদ্ধ (align) কৰা যাওক. |
| 06:54 | সকলো বস্তু নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক . |
| 06:58 | অবজেক্টৰ কোনো এটাত সো ক্লিক কৰক. |
| 07:01 | context মেনু প্রর্দশিত হয়. |
| 07:04 | ' Group properties ' অপশনটো নির্বাচন কৰক. |
| 07:09 | ' Align চেক বাক্সত ক্লিক কৰক. |
| 07:12 | ' Align ' অপশনত এটা ড্রপ ডাউন তালিকা আছে. |
| 07:17 | বস্তুবোৰক সাৰিবদ্ধ কৰিবলৈ কিছু অপশন আছে. |
| 07:22 | আমি “Left” নির্বাচন কৰিম |
| 07:25 | OK' বাটনত ক্লিক কৰক. |
| 07:29 | পৰিবর্তনবোৰ লক্ষ্য কৰক. |
| 07:32 | ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু আপোনি নিজে নিজে বস্তুবোৰক অন্য সাৰিবদ্ধ অপশনৰ সৈতে সাৰিবদ্ধ কৰক. |
| 07:41 | এতিয়া cut, copy আৰু pasteৰ ব্যবহাৰ কৰা শিকো. |
| 07:47 | Edit মেনুলৈ যাওক. |
| 07:49 | ইয়াত Cut, Copy, Paste আৰু Clear নিচিনা মৌলিক সম্পাদনা অপশন আছে |
| 07:57 | এই বিকল্পৰ বাবে সাধাৰণ ছৰ্ট কাট কি হৈছে |
| 08:00 | 'Ctrl + X' কাটিবলৈ |
| 08:02 | 'CTRL + C ' কপি মানে প্ৰতিলিপি কৰিবলৈ |
| 08:05 | 'CTRL +V' পেস্ট মানে ছপা কৰিবলৈ. এইবোৰ 'GChemPaint' ও কাম কৰিব. |
| 08:10 | “Select one or more objects” 'টুল' ব্যবহাৰ কৰি এটা বা ততোধিক বস্তু নির্বাচন কৰক. |
| 08:16 | objectত ক্লিক কৰক. |
| 08:18 | কাটিবলৈ 'Ctrl + X' প্রেস কৰা যাওক |
| 08:22 | Display areaত ভিন্ন অবস্থানত পেস্ট কৰিবলৈ CTRL + V' প্ৰেচ কৰক. |
| 08:29 | লক্ষ্য কৰক যে যেতিয়া আমি বস্তুটোক অতৰুৱাই দিয়ো, ই তাৰ মূল জাগাৰ পৰা মুছি যায় . |
| 08:35 | পিছত, display এলাকাত বিভিন্ন স্থানত, বস্তুবোৰক কপি আৰু পেস্ট কৰক. |
| 08:42 | objectত ক্লিক কৰক, কপি কৰিবলৈ " CTRL+C প্রেস কৰক আৰু পেস্ট কৰিবলৈ "CTRL+V প্রেস কৰক. |
| 08:50 | লক্ষ্য কৰক যে যেতিয়া আমি বস্তুটোক কপি কৰো, ই তাৰ মূল জাগাৰ পৰা মুছি যায় . |
| 08:58 | 'Display area পৰিষ্কাৰ কৰিবলৈ সমস্ত objects (বস্তু) নির্বাচন কৰক |
| 09:02 | সকলো বস্তু নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক. |
| 09:06 | ' Edit মেনুলৈ যাওক, |
| 09:08 | ' Clearত ক্লিক কৰক. |
| 09:11 | আমি আমাৰ মূল গঠন টোলৈ উভতি যাবলৈ, Edit' মেনুলৈ যাও. |
| 09:16 | ' Undoত ক্লিক কৰক. |
| 09:19 | অথবা 'Ctrl + z' প্রেস কৰক. |
| 09:23 | কীবোর্ডত থকা Delete' কী ব্যবহাৰ কৰি এটা বস্তু মুছিবলৈ objectটোক (বস্তুটোক) নির্বাচন কৰক. |
| 09:29 | Keybordৰ পৰা Delete' কী প্রেস কৰক |
| 09:33 | এতিয়া গঠনৰ অংশ অলপ মুছি পেলাবলৈ Eraser টুল ব্যবহাৰ কৰা শিকো. |
| 09:39 | ' টুলবাক্সৰ পৰা Eraser টুল নির্বাচন কৰক. |
| 09:43 | গঠনৰ কোনো এটা কাষত মাউসটো ৰাখক. |
| 09:48 | গঠনৰ কোনো অংশ ৰঙা ৰঙত পৰিবৰ্তন হৈছে |
| 09:53 | ইয়াক মুছিবলৈ গঠনৰ ৰঙা ৰঙৰ (red colored') অংশত ক্লিক কৰক. |
| 09:59 | আমাৰ মূল গঠনটো পাবলৈ পৰিবর্তনবোৰ Undo কৰো. |
| 10:08 | এতিয়া ফাইলটো সংৰক্ষন কৰো. |
| 10:11 | টুলবাৰত থকা "'Save the current file' বাটনত ক্লিক কৰক. |
| 10:16 | ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো |
| 10:22 | সংক্ষেপ কৰা যাওক. |
| 10:24 | এই টিউটোৰিয়েলত, আমি শিকিলো |
| 10:27 | অাগৰে পৰা থকা ফাইল এটা খোলা |
| 10:29 | প্রদর্শন এলাকাত টেক্সট যোগ কৰা আৰু সম্পাদনা কৰা |
| 10:33 | বস্তু নির্বাচন কৰা, ফ্লিপ কৰা, স্থানান্তৰ কৰা আৰু ঘোৰোৱা |
| 10:36 | অবজেক্ট গ্রুপ কৰা আৰু সজোৱা |
| 10:39 | বস্তু কাট, কপি, পেস্ট আৰু মুছি দিয়া |
| 10:44 | এটা নিয়োগ হিচাবে, Eraser টুল ব্যবহাৰ কৰক আৰু |
| 10:48 | 'n-octane ৰ পৰা n-pentane গঠনলৈ ৰুপান্তৰ কৰক |
| 10:52 | n-hexane' ৰ পৰা Ethaneগঠনলৈ ৰুপান্তৰ কৰক |
| 10:56 | নিয়োগটো এনেধৰনে হোৱা উচিত. |
| 11:00 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক |
| 11:04 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 11:08 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 11:13 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
| 11:15 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 11:18 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 11:21 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
| 11:28 | স্পকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:32 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:39 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 11:46 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |