GChemPaint/C3/Features-and-Color-Schemes/Assamese
Time | Narration |
---|---|
00: 01 | নমস্কাৰ দৰ্শক সকল. 'GChemTableত Features and Color Schemes ৰ
এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00: 07 | এই টিউটোৰিয়েলত, আমি শিকিম |
00: 11 | * GChemTable |
00: 12 | * মৌল উইন্ডো আৰু কালাৰ স্কিম.
Elemental window and Color schemes |
00: 16 | এই টিউটোৰিয়েলত আমি ব্যবহাৰ কৰিছো, |
00: 19 | 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04. |
00: 22 | 'GChemPaint' সংস্কৰণ 0.12.10 আৰু |
00: 27 | 'GChemTable' সংস্কৰণ 0.12.10. |
00: 32 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি |
00: 35 | * Periodic table of elements আৰু GChemPaintৰ সৈতে পৰিচিত হব লাগিব
|
00: 41 | যদি নহয়, প্রাসঙ্গিক 'GChemPaint' টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট দৰ্শন কৰক. |
00: 46 | এতিয়া 'GChemTable' আবেদন সম্পর্কে শিকো. |
00: 50 | 'GChemTable' 'GChemPaintৰ এটা ইউটিলিটি সফটওয়্যাৰ হিচাবে ইনস্টল কৰিব পাৰি |
00: 55 | *
Synaptic Package Manager' ব্যবহাৰ কৰি. * * * |
00: 58 | 'GChemTable' এট ৰাসায়নিক উপাদান
Periodic table আবেদন হয়. মাধুৰি ক সুধিব লাগিব |
01: 03 | ই উপাদানৰ সম্পর্কে বৈজ্ঞানিক তথ্য প্রদান কৰে. |
01: 08 | ই বিভিন্ন
Color schemesৰ সৈতে Periodic table দেখায়. |
01: 13 | 'GChemTable' খুলিবলৈ,
Dash Home'ত ক্লিক কৰক. |
01: 17 | প্রদর্শিত সার্চ বাৰত '"Gchemtable"' টাইপ কৰক . |
01: 21 | '
Periodic table of the elements' আইকনত ক্লিক কৰক. |
01: 26 | '
Periodic table of the elements ' উইন্ডো প্রর্দশিত হয়. |
01: 30 | 'GChemTable' উইন্ডোত সকলো উইন্ডো ভিত্তি অ্যাপ্লিকেশনৰ নিচিনা 'মেনুবাৰ' 'আছে'. |
01: 36 | 'মেনুবাৰ' ত আপোনি 'GChemTable' ৰ সৈতে কাম কৰিব পৰা সকলো কমান্ড অাছে. |
01: 41 | এইটো Periodic table of elements হয়. ইয়াত আপোনি উপাদান বাটন চব পাৰিব. |
01: 49 | উপাদানৰ নামবোৰ পাবলৈ, উপাদানত কার্সাৰ দাল ৰাখক. |
01: 52 | টেবোলত থকা বোতামৰ বাবে ব্যবহৃত হোৱা ৰংবোৰ, উপাদানৰ প্রচলিত ৰং হয়. |
01: 58 | এইখন টেবোল '
Modern Periodic tableৰ এটা প্রতিৰুপ হয়. |
02: 02 | এতিয়া 'Elemental window
' সম্পর্কে শিকো.
|
02: 05 | এইটোক প্রদর্শন কৰিবলৈ,
periodic টেবোলত কোনো এটা উপাদান বাটনত ক্লিক কৰক. |
02: 10 | মইCarbon(C)ত ক্লিক কৰক |
02: 13 | '
Carbonৰ' Elemental window খোলে |
02: 16 | '
Elemental windowত চাৰিটা ট্যাব উপস্থিত আছে |
02: 20 | *
Main, |
02: 21 | *
Electronic Properties, |
02: 23 | *
Radii
|
02: 24 | *
Thermodynamics' |
02: 26 | মই এটা এটাকৈ প্রতিটো ট্যাবৰ সম্পর্কে ব্যাখ্যা কৰিম |
02: 30 | ডিফল্টৰূপে
Main ট্যাব নির্বাচন কৰা হয়. |
02: 33 | * ইয়াৰ উচৰত উপাদানৰ প্রতীক আছে, |
02: 36 | *
Atomic number ( পাৰমাণবিক সংখ্যা), |
02: 38 | * Atomic weight (পাৰমাণবিক ওজন) আৰু |
02: 40 | *
Electronic configuration (ইলেক্ট্রনিক কনফিগাৰেশন) . |
02: 43 | ইয়াৰ উচৰত শিৰোনাম Lang' আৰু Nameৰ সৈতে এখন টেবোল আছে |
02: 47 | টেবোলে বিভিন্ন ভাষাযত
Carbon's ৰ' নাম দেখায় |
02: 53 | পিছত
Electronic properties ট্যাবত ক্লিক কৰক |
02: 56 | এই ট্যাবে |
03: 00 | 'Pauling electro-negativity মান. |
03: 02 |
Ionization energies',
|
03: 05 |
'MJ প্ৰতি mol ত প্রথম, 'দ্বিতীয় আৰু তৃতীয়' 'Ionization energies |
03: 10 |
KJ per mol'ত Electronic affinities ৰ সম্পর্কে বিস্তাৰিত বিৱৰণ দেখায় |
03: 15 | 'সংশ্লিষ্ট সোফালে '
Show curve বাটনবোৰ দেখা যায়
|
03: 20 | চার্ট দেখোৱাবলৈ '
Show curve' ' বাটনত ক্লিক কৰক. |
03: 24 | . এইটো Electronegativity '
Atomic number(Z) বিপক্ষে হোৱা এখন চার্ট হয়. মই চার্টখন বন্ধ কৰিম |
03: 31 | '
Radii ' ট্যাবত ক্লিক কৰক |
03: 34 | এই ট্যাবে দেখায় |
03: 35 | *
Covalent, |
03: 36 | *
Van der Waals আৰু
|
03: 37 | *
Metallic radii মান, সকলোবোৰ 'pm'ত
|
03: 41 |
'pm' হৈছে pico metre= 10 to the power of minus 12 metres. |
03: 47 | যিহেতু Carbon এটা
অধাতু হয় , ইয়াৰ উচৰত Metallic radius'ৰ মান নাই. |
03: 53 | মই Carbonৰ উইন্ডো বন্ধ কৰিম. |
03: 56 |
Periodic table of the elements উইন্ডোলৈ যোৱা যাওক. |
04: 00 | Sodium(Na)
বাটনত ক্লিক কৰক. |
04: 04 | '
Radii ' ট্যাবত ক্লিক কৰক. |
04: 07 | '
Metallic radii মান ইয়াত প্রদর্শিত হয়. |
04: 11 |
Radii ট্যাবে Ionic radiiৰ এখন টেবোল দেখায়. |
04: 15 | এই টেবোলত কলমন্চ হিচাবে Ion, C.N, আৰু Value আছে |
04: 22 | আমি টেবোলখন তললৈ স্ক্রোল কৰো. |
04: 24 | এই টেবোলখনে বিভিন্ন Ionic states Sodium বিদ্যমান সম্পর্কে তথ্য দেখায়. |
04: 31 | * ইয়াৰ Coordination number(CN)'' আৰু Ionic radii মনবোৰ 'pm'ত
. |
04: 37 | উপাদানসমূহ Chromium, Manganese, Iron, Cobalt, Nickel আৰু Copper এটা ডাঙৰ কমপ্লেক্স গঠন কৰিবলৈ সিহতৰ এটা প্রবণতা আছে. |
04: 48 | '
Iron(Fe) ' বাটনত আমি ক্লিক কৰো. |
04: 51 | ইয়াৰ মৌল উইন্ডো খোলে |
04: 54 |
Radii ' ট্যাবত ক্লিক কৰক. |
04: 56 |
Ionic radii'টেবোলৰ উচৰত Spin নামেৰে এটা অতিৰিক্ত কলম আছে . |
05: 02 |
Spin কলমে আয়ৰনৰ জটিল গঠনৰ প্রবণতা সম্পর্কে ধাৰণা দিয়ে |
05: 07 | ইয়াত High মানে বিনামূল্য কমপ্লেক্স ঘুর্ণন (
spin free complexes )যত ইলেকট্রনবোৰ বিজোড় হৈ থাকে . |
05: 13 |
Low' মানে স্পিন জোড়া কমপ্লেক্স যত ইলেকট্রনবোৰ জোড়া হৈ থাকে |
05: 20 | মই Iron(Fe) 'প্রাথমিক উইন্ডো' 'বন্ধ কৰিম. |
05: 23 | জটিল গঠন সম্পর্কে আৰো বিস্তাৰিত এই লিঙ্ক ত উপলব্ধ |
05: 28 |
Carbon'ৰ Elemental window ত আকৌ এবাৰ ক্লিক কৰক. |
05: 33 | '
Thermodynamics' ট্যাবত ক্লিক কৰক |
05: 36 | এই ট্যাবে Carbon.ৰ 'Melting Point আৰু Boiling point দেখায়.
|
05: 40 | আপোনি নিজ নিজে Show curve বাটনৰ বিষৰে চাওক. |
05: 45 | মই 'Carbon প্রাথমিক উইন্ডো বন্ধ কৰিম. |
05: 48 | এতিয়া Color schemes লৈ যাও. |
05: 52 |
View মেনু লৈ যাওক আৰু Color schemes নির্বাচন কৰক. |
05: 57 | এটা সাবমেনু Color schemesৰ তালিকাৰ সৈতে খোলে. |
06: 01 |
No colorsত ক্লিক কৰক. |
06: 04 | সমস্ত উপাদান বোতামবোৰ '
grey হৈ যায় |
06: 09 | Color Schemesত ক্লিক কৰক ' আৰু '
Physical states নিৰ্বাচন কৰক
|
06: 13 | "Blue" (নীলা) ৰঙৰ উপাদান বোতামৰ সৈতে এটা নতুন Periodic table খোলে |
06: 18 | খালি কিছো "Black" ৰঙৰ বাহিৰে |
06: 21 | উপৰত আপোনি সর্বনিম্ন মান হিসাবে "zero(0) ৰ সৈতে" Temperature(K):
scale slider চাব পাৰিব |
06: 28 | আপোনি তলত "Solid-Blue", "Liquid-Green" আৰু "Gas-Red" ৰ ৰঙবোৰ চাব পাৰিব
|
06: 36 | zero degree Kelvinত সকলো উপাদানবোৰ পদার্থ অবস্থাত থাকে |
06: 41 | সেয়ে সেইবোৰ 'নীলা' ৰঙত প্রদর্শিত হয়. |
06: 44 | তাপমাত্রা বৃদ্ধি কৰিবলৈ স্লাইডাৰদাল টানি অনা যাওক. |
06: 48 | লক্ষ্য কৰক যে উপাদানবোৰে সিহতৰ Physical state পৰিবর্তন কৰায় |
06: 52 |
"Blue" ৰঙটো Green(liquid) আৰু Red(Gas) ৰঙৰ দ্বাৰা প্রতিস্থাপিত কৰা হয়
|
07: 00 | '6010 degree Kelvin(six thousand ten) ত সকলো উপাদানবোৰ বাষ্প অবস্থানলৈ পৰিবর্তন হয় |
07: 04 | সমস্ত বোতামবোৰ " "Red" " ৰংলৈ পৰিবর্তন হয় |
07: 09 | কিছু কিছু উপাদানবোৰ "black" পটভূমিত দেখোৱা হয়. |
07: 12 | সেই Temperature ত সিহতৰ অবস্থাটো অজ্ঞাত হয়. |
07: 16 | পিছত Family নির্বাচন কৰো. |
07: 19 |
'Selected Family ড্রপ ডাউন বাটন প্রদর্শিত হয়. |
07: 23 | ড্রপ ডাউন তালিকাত সিহতৰ সংশ্লিষ্ট ৰঙৰ সৈতে বিভিন্ন পৰিবাৰ আছে. |
07: 27 | ডিফল্টৰুপে '
All নির্বাচিত হয়. |
07: 31 | উপাদানৰ প্রতিটো '
'Family ' এটা নির্দিষ্ট ' 'Family" ' ৰংত প্রদর্শিত হয়.
|
07: 36
ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু | 'Metalloids' নির্বাচন কৰক. | |
07: 40 | Metalloids 'Green family' পটভূমি ৰঙত প্রদর্শিত হয়. |
07: 45 | বাকী সকলো উপাদানবোৰ "black" পটভূমিত প্রদর্শিত হয় |
07: 49 |
Color Scheme' লৈ উভতি যাওক. Electronegativity color scheme নির্বাচন কৰক
|
07: 57 | '
'red ৰঙৰ সৈতে থকা উপাদানসমূহৰ সর্বনিম্ন ' Electronegativity ' মান আছে. |
08: 01 |
'blue' ৰঙৰ সৈতে থকা উপাদানসমূহৰ সর্বোচ্চ ' Electronegativity ' মান আছে. ' |
08: 06 |
'redৰ পৰা 'blue' ৰঙৰলৈ তাত কিছো ৰংৰ পৰিবর্তন হয়. |
08: 12 |
'pink' ৰঙৰ সৈতে থকা উপাদানসমূহ Electronegativity মানৰ মাজত আছে. |
08: 18 | যদি কোনো তথ্য ডাটাবেসত উপলব্ধ নহয়, উপাদানবোৰত এটা "black" পটভূমি থাকিব. |
08: 23 | আমি Block নির্বাচন কৰো. |
08: 27 |
Blockৰ প্রতিটো উপাদানসমূহ দিয়া ব্লকৰ ৰঙৰ সৈতে প্রদর্শিত হব.
|
08: 31 | *
's' block – blue
|
08: 34 | *
'p' block – reddish brown
|
08: 37 | |
08: 40 | * '
'f' block – Purple.
|
08: 43 | আমি শিকাখিনি সংক্ষেপ কৰা যাওক. |
08: 46 | এই টিউটোৰিয়েলত আমি শিকিছো. |
08: 48 | * মৌল ৱিন্দো সম্পর্কে বিবৰণ. |
08: 51 | *
1.Physical |
08: 53 | 2.Family |
08: 54 | 3.Electronegativity আৰু |
08: 56 | 4.Block ৰ কালাৰ স্কিম |
08: 58 | এট নিয়োগ হিসাবে, |
09: 00 |
বিচাৰক (Explore) |
09: 01 | Cobalt, Nickel, Copper 'আৰু অন্যন্যৰ মৌল ৱিন্দো |
09: 06 | * বিভিন্ন 'Family Color schemes |
09: 08 | * Atomic radius Color scheme |
09: 11 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial |
09: 15 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09: 18 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09: 22 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
09: 25 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
|
09: 28 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
09: 32 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
09: 38 | স্পোকেন টিউটোৰিয়েল প্রযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্রযেক্ত । |
09: 42 | ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ । |
09: 49 | অধিক তথ্যৰ বাবে চাওক:স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি হাইফেন ইনত্ৰো । http://spoken-tutorial.org/NMEICT-Intro] |
09: 55 | মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । দৰ্শন দিয়া বাবে ধণ্যবাদ । |