Ruby/C2/Control-Statements/Assamese

From Script | Spoken-Tutorial
Revision as of 15:27, 3 September 2014 by PoojaMoolya (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00:06 এই টিউটৰিয়েলত আমি শিকিম
00:08 if statement '"
00:09 else if statement
00:11 else
00:12 case statements
00:14 ইয়াত আমি ব্যৱহাৰ কৰিছো
00:15 ‘‘উবুন্টু ভাৰ্চন 12.04
00:18 Ruby 1.9.3
00:21 এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত “Internet” সংযোগ থাকিব লাগিব ।
00:24 “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷
00:30 অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷
00:34 আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা(directory) বিষয়ে ৰিকল কৰক ।
00:38 এতিয়া আামি সেই নিৰ্দেশিকা(directory) লৈ যাওঁ ।
00:41 তাৰ পাছত “ruby hyphen tutorial control hyphen statements”
00:47 যিহেটো আমি এতিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো ।
00:52 “Ruby”ত “if statement”ৰ পদান্বয় (চিন্টেক্স) এই দৰে হয় -
00:56 if “condition”
00:58 ruby code
00:59 end
01:01 উদাহৰণ এটা চাওঁ আহক ।
01:03 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
01:08 নাম ৰাখক if hyphen statement dot rb
01:12 মোৰ লগত if statementৰ উদাহৰণ এটা আছে ।
01:15 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
01:19 মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো ।
01:23 প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম।
01:31 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
01:34 “if” ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব ।
01:39 “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
01:43 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
01:47 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
01:51 ruby space if hyphen statement dot rb
01:57 আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0”
02:02 এই আওতপুতে প্ৰমাণ কৰে যে “if” condition" true হল ।
02:07 এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে ।
02:12 এতিয়া if-else statement চাওঁ আহক ।
02:16 “else” বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় -
02:18 if “condition”
02:19 ruby code
02:20 else
02:21 ruby code
02:22 end
02:24 উদাহৰণ এটা চাওঁ আহক ।
02:26 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
02:30 নাম ৰাখক if hyphen else hyphen statement dot rb
02:37 মোৰ লগত if-else স্টেতমেন্তৰ উদাহৰণ এটা আছে ।
02:40 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
02:44 মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো ।
02:48 প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিম।
02:55 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
02:58 “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈও(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
03:03 যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
03:06 অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব ।
03:10 আৰু ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
03:13 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
03:18 ruby space if hyphen else hyphen statement dot rb
03:26 আৰু আওতপুত চাওঁক ।
03:27 আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0”
03:32 এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল ।
03:35 এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে ।
03:41 এতিয়া if-else if statement চাওঁ আহক ।
03:45 “else if”ৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল -
03:48 if “condition” ruby code
03:50 elsif “condition” ruby code
03:52 else ruby code
03:54 end
03:55 উদাহৰণ এটা চাওঁ আহক ।
03:58 “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক ।
04:01 নাম ৰাখক if hyphen elseif hyphen statement dot rb
04:07 মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে ।
04:10 আপোনি টিওটৰিয়েলটো ৰখাই ক’ডটো টাইপ কৰি যাব পাৰে ।
04:14 মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো ।
04:19 ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -1 মান দিছো।
04:25 তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
04:28 “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব ।
04:32 যদি হয় ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
04:35 অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব ।
04:39 এতিয়া ই “my_num”ৰ মান -1’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব ।
04:43 যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট “string” প্ৰীন্ট কৰাব ।
04:46 যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব।
04:54 কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় ।
05:00 আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব ।
05:03 এতিয়া টাৰমিনেললৈ যাওঁ আহক । টাইপ কৰক
05:07 ruby space if hyphen elsif hyphen statement dot rb
05:15 আৰু আওতপুতলৈ লক্ষ কৰক ।
05:17 আওতপুতত দেখাব ‘‘The value of my_num is -1 and is lesser than 0”
05:23 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_num ৰ মান ৫লৈ সলনি কৰো আহক ।
05:29 ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
05:35 এতিয়া ই if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে ।
05:42 my_numৰ মান 0 টকৈ ডাঙৰ হয় ।
05:45 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my_numৰ মান -5লৈ সলনি কৰো আহক ।
05:50 ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক ।
05:55 এই ক্ষেত্ৰত ই else কন্দিচন পৰিপূৰ্ণ কৰে আৰু else ব্লকৰ ভিতৰত থকা puts বাক্য শাৰী এক্সেকিউত কৰে ।
06:03 এতিয়া Rubyত আপুনি নিজেই if- elseif ষ্টেটমেন্ট লিখিব পাৰিব ।
06:08 ইয়াৰ পাছত case statement চাওঁ আহক ।
06:12 এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি case statement হৈছে এটা control flow statement
06:17 ওপৰৰ বাক্য শাৰী বুজিবলৈ case statementৰ চিনটেক্স চাওঁ আহক ।
06:22 case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে
06:24 case variable
06:26 when “value 1”
06:28 ruby code
06:29 when “value 2”
06:30 ruby code
06:31 else
06:32 ruby code
06:34 end
06:35 এটা উদাহৰণ চাওঁ আহক ।
06:37 Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক ।
06:41 case hyphen statement dot rb বুলি নামাকৰণ কৰক ।
06:44 case statementৰ এটা উদাহৰণ আছে ।
06:48 এই টিউটৰিয়েল ৰখাই ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে ।
06:52 এই উদাহৰণত মই এটা case statement বৰ্ণনা কৰিছো ।
06:55 ইয়াত মোৰ এটা print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব ।
07:01 এতিয়া মই এটা gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব ।
07:09 chomp ব্যৱহাৰ কৰি যিকোনো new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো ।
07:15 domain বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো ।
07:18 এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম ।
07:22 তাৰ ভিতৰত মই এটা when statement বৰ্ণনা কৰিম ।
07:25 ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ domainৰ মানৰ লগত মিল আছে নে নাই ।
07:30 প্ৰথমে ই চেক কৰিব যদি domainৰ মান “UP” হয় ।
07:34 যদি বিচৰা ধৰণে পায়, ই Uttar Pradesh বুলি প্ৰীন্ট কৰিব আৰু case statementৰ পৰা বাহিৰ হ'ব.
07:39 যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় ।
07:44 যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব ।
07:48 যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব ।
07:53 এই খিনিতে ‘‘else statement এনকাউন্টাৰ কৰিব ।
07:56 যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল ।
07:59 ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি একজিকিউত কৰিব ।
08:03 আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব ।
08:07 ফাইল সংৰক্ষণ কৰক, টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ।
08:11 ruby space case hyphen statement dot rb.
08:18 টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:”
08:22 “UP” বুলি টাইপ কৰক আৰু আওতপুতত চাওক ।
08:25 আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব ।
08:28 এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক ।
08:31 এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুতত চাওক ।
08:36 ই “Kerala” প্ৰীন্ট কৰিব ।
08:38 আকৌ এবাৰ ফাইল খন একজিকিউত কৰক ।
08:41 এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুতত চাওক ।
08:47 ই “Unknown” প্ৰীন্ট কৰিব ।
08:50 ইয়াৰ কাৰণ হৈছে যে, কোনো এটা ‘‘cases সন্তুস্ত হোৱা নাই। সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় ।
08:58 ‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে ।
09:03 এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো ।
09:07 সাৰাংশ বৰ্ণনা কৰো আহক ।
09:08 এই টিওটৰিয়েলত আমি শিকিলো-
09:10 if statement
09:12 else construct
09:13 ‘‘if-elsif আৰু
09:15 case statements
09:17 এটা কাৰ্য্য হিচাপে  :
09:18 এটা ‘‘Ruby প্ৰগ্ৰেম লিখক :
09:20 যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব
09:23 তাৰ পাছত সথিক ‘‘control-statement " ব্যৱহাৰ
09:26 নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় ।
09:29 যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2”
09:35 যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি
09:38 যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3”
09:43 যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি
09:47 যদি হয়, প্ৰীন্ট কৰিব “The number entered is a multiple of 4”
09:51 যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4”
09:56 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
10:00 Spoken Tutorial প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে ।
10:03 যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
10:07 Spoken Tutorial প্ৰজেক্টৰ দলটিয়ে
10:09 ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
10:13 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10:16 অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব ।
10:21 ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher প্ৰজেক্টৰ এটা অংগ ।
10:26 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ।
10:32 এই মিছন সম্পৰ্কে অধিক তথ্য এই লিন্কত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:41 এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya, Pratik kamble