GChemPaint/C2/Formation-of-molecules/Assamese

From Script | Spoken-Tutorial
Revision as of 13:06, 3 November 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল।
00:02 GChemPaintFormation of molecules ৰ টিউটোৰিয়েল আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত আমি শিকিম:
00:11 যৌগৰ গঠন যোগ কৰা আৰু সলোৱা।
00:14 বর্তমান এলিমেন্ট সলোৱা।current 
00:16 Alkyl গ্রুপ যোগ কৰা।
00:18 কার্বন চেন যোগ কৰা আৰু সলোৱা।
00:21 ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ 12.04 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো।
00:33 এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
00:38 আপোনি GChemPaint কেমিকাল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
00:41 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক।
00:47 এইটো হল Propane (প্রোপেন), Butane (বিউটেন) আৰু Heptane (হেপ্টেন) এৰ গঠনৰ স্লাইড।
00:54 ইয়াত স্লাইডত প্রদর্শিত নিচিনা প্রোপেন আৰু বিউটেন গঠনৰ সৈতে নতুন GChemPaint অ্যাপ্লিকেশন খুলিছো।
01:03 এতিয়া বিউটেন গঠনত থকা টার্মিনেল কার্বন পৰমাণু ক্লোৰিন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰো।
01:10 এইটো কৰিবলৈ মই  Periodic table combo বোতাম ব্যবহাৰ কৰিম।
01:15 Current element ড্রপ ডাউন অ্যাৰোত টিপক।
01:19 এইটোক Periodic table combo বোতাম হিসাবে পৰিচিত হয়।
01:23 সজ্জিত  Modern periodic table লক্ষ্য কৰক।
01:27 টেবোলৰ পৰা Clত টিপক।
01:30 টুল বাক্সত Cl চাওক।
01:33 Add or modify an atom টুলত টিপক।
01:37 টার্মিনালেৰ পৰমাণুত টিপি এইবোৰ ক্লোৰিন (Cl) পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
01:43 প্রাপ্ত গঠনটো হল 1,2-Dichloroethane.
01:48 এই গঠনৰতলত ইয়াৰ নাম লিখক।
01:52 Add or modify a text টুলত টিপক।
01:56 Text  টুলৰ প্রোপার্টি পেজ খোলে।
01:59 গঠনৰ তলত Display area ত টিপক।
02:03 আপোনি সেউজীয়া বাক্সত জিলিকা থকা কার্সাৰ দেখিব পাৰিব।
02:08 বাক্সত 1,2-Dichloroethane লিখক।
02:14 Select one or more objects টুলত টিপি Text  টুলৰ প্রোপার্টি পেজ বন্ধ কৰক।
02:21 এতিয়া প্রোপেন গঠনত থকা কার্বন পৰমাণুক অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
02:28 প্রোপেন গঠনৰ কেন্দ্রীয় পৰমাণুৰ কাষত কার্সাৰ ৰাখক।
02:33 ডাঙৰ আখৰ O টিপক।
02:35 O আৰু Os এৰ সৈতে এটা সাবমেনু খোলে
02:39 O নির্বাচন কৰক।
02:40 কার্বন আৰু হাইড্রোজেন পৰমাণু অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত হৈছে।
02:46 প্রাপ্ত গঠনটো হল Dimethyl ether.
02:51 এই গঠনৰ তলত ইয়াৰ নাম লিখক।
02:54 Add or modify a text টুলত টিপক।
02:58 গঠনৰ তলত Display area ত টিপক।
03:01 বাক্সত Dimethylether লিখক।
03:06 ফাইলটো সংৰক্ষণ কৰো.
03:08 টুলবাৰত Save the current file আইকনত টিপক।
03:12 Save as ডায়ালগ বাক্স খোলে।
03:15 ফাইলৰ নাম লিখক Chloroethane-ether.
03:20 Save বোতামত টিপক।
03:23 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক।
03:27 ইয়াত এটা নিয়োগ আছে
03:29 Ethane (ইথেন) আৰু Pentane (পেন্টেন) এৰ গঠন আকক।
03:32 ইথেনৰ এটা কার্বন পৰমাণু "Br" দ্বাৰা প্রতিস্থাপিত কৰক।
03:36 পেন্টেনেৰ টাৰ্মিনেল কার্বন পৰমাণু "I" দ্বাৰা প্রতিস্থাপিত কৰক।
03:41 আপোনাৰ নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত।
03:45 এতিয়া Alkyl গ্রুপক ব্যাখ্যা কৰক।
03:49 Alkyl গ্রুপ Alkane এৰ এটা ভাগ হয়।
03:53 উদাহৰণ স্বৰুপে: মিথাইল CH3 হল মিথেন CH4 এৰ এটা ভাগ হয়।
04:00 Alkyl গ্রুপৰ ক্রমানুযায়ী সদস্য CH2 গ্রুপ দ্বাৰা ভিন্ন হয়।
04:06 এই Alkyl গ্রুপ শৃঙ্খলাৰ অনুৰুপ গ্রুপ হল:
04:10 Methyl (মিথাইল) CH3
04:15 Ethyl (ইথাইল) C2H5
04:20 Propyl (প্রোপাইল) C3H7
04:23 Butyl (বিউটাইল) C4H9 আৰু এইভাবে।
04:29 Heptane (হেপ্টেন) এৰ গঠনৰ সৈতে এটা নতুন GChemPaint অ্যাপ্লিকেশন খুলিছো।
04:35 এতিয়া কার্বন চেইনৰ অবস্থানৰ সংখ্যায়ন কৰা প্রদর্শন কৰিম।
04:40 এইটোৱে অবস্থান চিহ্নিত কৰিবলৈ সাহায্য কৰে।
04:44 Add or modify a text টুলত টিপক।
04:48 প্রথম চেইনৰ কাষত থকা Display area ত টিপক।
04:52 সেউজীয়া বাক্সত 1 লিখক।
04:55 ইয়াৰ পিছত, দ্বিতীয় চেইনৰ কাষত টিপক।
04:59 বাক্সত 2 লিখক।
05:02 একেইভাবে আমি অন্যান্য চেইনৰ স্থান হিসাবে 3, 4, 5, 6 আৰু 7 লিখিম।
05:13 এতিয়া বিভিন্ন স্থানত Alkyl গ্রুপ ব্যবহাৰ কৰি Heptaneক (হেপ্টেন) বিভাগ কৰো।
05:19 তৃতীয় স্থানত এটা মিথাইল (CH3) গ্রুপ যোগ কৰো।
05:24 Add a bond or change the multiplicity of existing one টুলত টিপক।
05:30 নির্দিষ্ট স্থানত টিপক
05:32 পৰমাণুত পৰিবর্তনবোৰ লক্ষ্য কৰক।
05:36 পঞ্চম স্থানত Ethyl (ইথাইল) গ্রুপ এটা যোগ কৰো।
05:40 Add a chain টুলত টিপক।
05:43 নির্দিষ্ট স্থানত টিপক।
05:46 ইয়াৰ পিছত আমি সকলো স্থানত পৰমাণু প্রদর্শন কৰিম।
05:51 ইয়াত সো ক্লিক কৰক
05:53 এটা সাবমেনু খোলে।
05:55 Atom নির্বাচন কৰি Display symbol ত টিপক।
05:59 একেইভাবে আমি অন্যান্য স্থানত পৰমাণু প্রদর্শন কৰিম।
06:06 এতিয়া একেই স্থানত কেইবাৰ বিভাগ কৰিব পাৰো, চাওচোন।
06:12 Add a bond or change the multiplicity of existing one টুলত টিপক।
06:18 চতুর্থ স্থানত টিপক।
06:21 আকৌ এবাৰ টিপক।
06:23 কার্বন চেইনত বিভাগ কৰাখিনি লক্ষ্য কৰক।
06:27 আকৌ এবাৰ ক্লিক কৰাৰ চেষ্টা কৰক।
06:30 আমি বিভাগ কৰাখিনি দেখা পোৱা নাই
06:33 মন কৰক যে বিভাগ কৰা প্রতিট স্থানত মাত্র দুইবাৰ হে সম্ভব হব।
06:39 কাৰণ এইটোৱে কার্বনৰ tetra valency সমর্থন কৰে।
06:43 এতিয়া ফাইলটো সংৰক্ষণ কৰক। CTRL+ S টিপক
06:47 Save as ডায়লগ বাক্স খোলে।
06:50 ফাইলৰ নাম Alkyl Groups লিখক।
06:53 Save বোতামত টিপক।
06:57 সংক্ষেপে, আমি  কি শিকিলো।
07:00 এই টিউটোৰিয়েলত শিকিছো:
07:03 যৌগৰ গঠন যোগ আৰু পৰিবর্তন কৰা।
07:07 বর্তমান এলিমেন্ট সলোৱা।
07:09 Alkyl গ্রুপ যুক্ত কৰা।
07:12 কার্বন চেইন যুক্ত আৰু পৰিবর্তন কৰা।
07:15 এতিয়া নিয়োগ হিচাবে
07:16 Octane (অক্টেন) এৰ গঠন আকক।
07:18 চেইনৰ চতুর্থ আৰু পঞ্চম স্থানত Propyl (প্রোপাইল) আৰু Butyl (বিউটাইল) গ্রুপ যোগ কৰক।
07:25 আপোনি কৰা নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত।
07:29 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
07:33 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:38 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
07:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:57 স্পোকেন টিউটোৰিয়াল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:02 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:09 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:15 আমি টিউটোৰিয়েলৰশেষে চলে এসেছি।
08:19 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
08:22 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya