GChemPaint/C2/Formation-of-molecules/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল। GChemPaint ত Formation of molecules ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:08 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:11 | যৌগৰ গঠন যোগ কৰা আৰু সলোৱা। |
00:14 | বর্তমান এলিমেন্ট সলোৱা। |
00:16 | Alkyl গ্রুপ যোগ কৰা। |
00:18 | কার্বন চেইন যোগ কৰা আৰু সলোৱা। |
00:21 | ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ 12.04 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো। |
00:33 | এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ |
00:38 | আপোনি GChemPaint কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব। |
00:41 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক। |
00:47 | এইটো হল Propane (প্রোপেন), Butane (বিউটেন) আৰু Heptane (হেপ্টেন) এৰ গঠনৰ স্লাইড। |
00:54 | ইয়াত স্লাইডত প্রদর্শিত নিচিনা প্রোপেন আৰু বিউটেন গঠনৰ সৈতে নতুন GChemPaint অ্যাপ্লিকেশন খুলিছো। |
01:03 | এতিয়া বিউটেন গঠনত থকা টার্মিনেল কার্বন পৰমাণু ক্লোৰিন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰো। |
01:10 | এইটো কৰিবলৈ মই Periodic table combo বোতাম ব্যবহাৰ কৰিম। |
01:15 | Current element ড্রপ ডাউন অ্যাৰোত টিপক। |
01:19 | এইটোক Periodic table combo" বোতাম হিসাবে পৰিচিত হয়। |
01:23 | সজ্জিত Modern periodic table লক্ষ্য কৰক। |
01:27 | টেবোলৰ পৰা Clত টিপক। |
01:30 | টুল বাক্সত Cl চাওক। |
01:33 | Add or modify an atom টুলত টিপক। |
01:37 | টার্মিনেলৰ পৰমাণুত টিপি এইবোৰ ক্লোৰিন (Cl) পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক। |
01:43 | প্রাপ্ত গঠনটো হল 1,2-Dichloroethane. |
01:48 | এই গঠনৰ তলত ইয়াৰ নাম লিখক। |
01:52 | Add or modify a text টুলত টিপক। |
01:56 | Text টুলৰ প্রোপার্টি পেজ খোলে। |
01:59 | গঠনৰ তলত Display area ত টিপক। |
02:03 | আপোনি সেউজীয়া বাক্সত জিলিকা থকা কার্সাৰ দেখিব পাৰিব। |
02:08 | বাক্সত 1,2-Dichloroethane লিখক। |
02:14 | Select one or more objects টুলত টিপি Text টুলৰ প্রোপার্টি পেজ বন্ধ কৰক। |
02:21 | এতিয়া প্রোপেন গঠনত থকা কার্বন পৰমাণুক অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক। |
02:28 | প্রোপেন গঠনৰ কেন্দ্রীয় পৰমাণুৰ কাষত কার্সাৰ ৰাখক। |
02:33 | ডাঙৰ আখৰ O টিপক। |
02:35 | O আৰু Os এৰ সৈতে এটা সাবমেনু খোলে |
02:39 | O নির্বাচন কৰক। |
02:40 | কার্বন আৰু হাইড্রোজেন পৰমাণু অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত হৈছে। |
02:46 | প্রাপ্ত গঠনটো হল Dimethyl ether. |
02:51 | এই গঠনৰ তলত ইয়াৰ নাম লিখক। |
02:54 | Add or modify a text টুলত টিপক। |
02:58 | গঠনৰ তলত Display area ত টিপক। |
03:01 | বাক্সত Dimethylether লিখক। |
03:06 | ফাইলটো সংৰক্ষণ কৰো. |
03:08 | টুলবাৰত Save the current file আইকনত টিপক। |
03:12 | Save as ডায়ালগ বাক্স খোলে। |
03:15 | ফাইলৰ নাম লিখক Chloroethane-ether. |
03:20 | Save বোতামত টিপক। |
03:23 | উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক। |
03:27 | ইয়াত এটা নিয়োগ আছে. |
03:29 | Ethane (ইথেন) আৰু Pentane (পেন্টেন) এৰ গঠন আকক। |
03:32 | ইথেনৰ এটা কার্বন পৰমাণু "Br" দ্বাৰা প্রতিস্থাপিত কৰক। |
03:36 | পেন্টেনেৰ টাৰ্মিনেল কার্বন পৰমাণু "I" দ্বাৰা প্রতিস্থাপিত কৰক। |
03:41 | আপোনাৰ নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত। |
03:45 | এতিয়া Alkyl গ্রুপক ব্যাখ্যা কৰক। |
03:49 | Alkyl গ্রুপ Alkane এৰ এটা ভাগ হয়। |
03:53 | উদাহৰণ স্বৰুপে: মিথাইল CH3 হল মিথেন CH4 এৰ এটা ভাগ হয়। |
04:00 | Alkyl গ্রুপৰ ক্রমানুযায়ী সদস্য CH2 গ্রুপ দ্বাৰা ভিন্ন হয়। |
04:06 | এই Alkyl গ্রুপ শৃঙ্খলাৰ অনুৰুপ গ্রুপ হল: |
04:10 | Methyl (মিথাইল) CH3 |
04:15 | Ethyl (ইথাইল) C2H5 |
04:20 | Propyl (প্রোপাইল) C3H7 |
04:23 | Butyl (বিউটাইল) C4H9 আৰু এইভাবে। |
04:29 | Heptane (হেপ্টেন) এৰ গঠনৰ সৈতে এটা নতুন GChemPaint অ্যাপ্লিকেশন খুলিছো। |
04:35 | এতিয়া কার্বন চেইনৰ অবস্থানৰ সংখ্যায়ন কৰা প্রদর্শন কৰিম। |
04:40 | এইটোৱে অবস্থান চিহ্নিত কৰিবলৈ সাহায্য কৰে। |
04:44 | Add or modify a text টুলত টিপক। |
04:48 | প্রথম চেইনৰ কাষত থকা Display area ত টিপক। |
04:52 | সেউজীয়া বাক্সত 1 লিখক। |
04:55 | ইয়াৰ পিছত, দ্বিতীয় চেইনৰ কাষত টিপক। |
04:59 | বাক্সত 2 লিখক। |
05:02 | একেইভাবে আমি অন্যান্য চেইনৰ স্থান হিসাবে 3, 4, 5, 6 আৰু 7 লিখিম। |
05:13 | এতিয়া বিভিন্ন স্থানত Alkyl গ্রুপ ব্যবহাৰ কৰি Heptaneক (হেপ্টেন) বিভাগ কৰো। |
05:19 | তৃতীয় স্থানত এটা মিথাইল (CH3) গ্রুপ যোগ কৰো। |
05:24 | Add a bond or change the multiplicity of existing one টুলত টিপক। |
05:30 | নির্দিষ্ট স্থানত টিপক |
05:32 | পৰমাণুত পৰিবর্তনবোৰ লক্ষ্য কৰক। |
05:36 | পঞ্চম স্থানত Ethyl (ইথাইল) গ্রুপ এটা যোগ কৰো। |
05:40 | Add a chain টুলত টিপক। |
05:43 | নির্দিষ্ট স্থানত টিপক। |
05:46 | ইয়াৰ পিছত আমি সকলো স্থানত পৰমাণু প্রদর্শন কৰিম। |
05:51 | ইয়াত সো ক্লিক কৰক |
05:53 | এটা সাবমেনু খোলে। |
05:55 | Atom নির্বাচন কৰি Display symbol ত টিপক। |
05:59 | একেইভাবে আমি অন্যান্য স্থানত পৰমাণু প্রদর্শন কৰিম। |
06:06 | এতিয়া একেই স্থানত কেইবাৰ বিভাগ কৰিব পাৰো, চাওচোন। |
06:12 | Add a bond or change the multiplicity of existing one টুলত টিপক। |
06:18 | চতুর্থ স্থানত টিপক। |
06:21 | আকৌ এবাৰ টিপক। |
06:23 | কার্বন চেইনত বিভাগ কৰা খিনি লক্ষ্য কৰক। |
06:27 | আকৌ এবাৰ ক্লিক কৰাৰ চেষ্টা কৰক। |
06:30 | আমি বিভাগ কৰাখিনি দেখা পোৱা নাই. |
06:33 | মন কৰক যে বিভাগ কৰা প্রতিটো স্থানত মাত্র দুইবাৰ হে সম্ভব হব। |
06:39 | কাৰণ এইটোৱে কার্বনৰ tetra valency সমর্থন কৰে। |
06:43 | এতিয়া ফাইলটো সংৰক্ষণ কৰক। CTRL+ S টিপক. |
06:47 | Save as ডায়লগ বাক্স খোলে। |
06:50 | ফাইলৰ নাম Alkyl Groups লিখক। |
06:53 | Save বোতামত টিপক। |
06:57 | সংক্ষেপে, আমি কি শিকিলো। |
07:00 | এই টিউটোৰিয়েলত শিকিছো: |
07:03 | যৌগৰ গঠন যোগ আৰু পৰিবর্তন কৰা। |
07:07 | বর্তমান এলিমেন্ট সলোৱা। |
07:09 | Alkyl গ্রুপ যুক্ত কৰা। |
07:12 | কার্বন চেইন যুক্ত আৰু পৰিবর্তন কৰা। |
07:15 | এতিয়া নিয়োগ হিচাবে, Octane (অক্টেন) এৰ গঠন আকক। |
07:18 | চেইনৰ চতুর্থ আৰু পঞ্চম স্থানত Propyl (প্রোপাইল) আৰু Butyl (বিউটাইল) গ্রুপ যোগ কৰক। |
07:25 | আপোনি কৰা নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত। |
07:29 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
07:33 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:38 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:42 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
07:47 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
07:51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:57 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:02 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:09 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:15 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
08:19 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
08:22 | যোগদানৰ বাবে ধন্যবাদ। |