Linux/C2/The-Linux-Environment/Assamese
From Script | Spoken-Tutorial
Time | Narration
|
0:00 | লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷
|
0:07 | এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে ইউবানটু লাগতিয়াল হয়৷
|
0:13 | আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷
|
0:22 | যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়ে ৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল চাওক.
|
0:32 | অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিং কৰাৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে |
0:36 | আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷
|
0:46 | লিনাক্স এনভাইৰনমেন্ট নির্ধারণ করে কিভাবে অপারেটিং সিস্টেম আপনার সৈতে আচরণ কৰে, কিভাবে এটি আপনার কমান্ডক ৰেসপন্দ কৰে, কিভাবে ই আপনার কর্ম আদি ব্যাখ্যা কৰে
|
0:55 | শেলএর সেটিংক পরিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকরণ কৰিব পাৰে.
|
0:58 | আহক আমি বোজো কিভাবে এই সকলো করা যায়
|
0:59 | শেলৰ ব্যবহার সাধারণতে শেল ভেরিয়েবলবোৰ দ্বারা নির্ধারিত কৰা যায়.
|
1:04 | দুই ধৰনৰ shell variables আছে:এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু লোকেল ডেৰিয়েৱলচ
|
1:12 | এইডাইৰনমেন্ট ডেৰিয়েৱলচ ৱুলি নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷
|
1:19 | এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্দ হয়
|
1:24 | লোকেল ডেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্দ হয়৷
|
1:31 | এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্দ নহয়
|
1:36 | ঘিহেতু এই টিউটৰিয়েলত আমি এনডাইৰনমেন্ট ডেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷
|
1:48 | বৰ্তমান চেলত থকা সকলো ডেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ |
1:53 | টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক
|
2:00 | আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো,
|
2:04 | উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান টো মন কৰক.
|
2:15 | তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক |
2:21 | ইয়াত ভবেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো pipelined কৰা হৈছে.
|
2:38 | এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ |
2:45 | টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' অধিক" আৰু Enter টিপক
|
2:52 | উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . |
3:00 | আকৌ আপনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক |
3:07 | এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো. |
3:11 | ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. |
3:15 | বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয়
|
3:19 | প্রকৃততে এটি ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটি ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব |
3:30 | প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি চাওচ সেইটো হৈছে SHELL ভেৰিয়েবল . |
3:35 | ই বর্তমান শেলৰ নাম সঞ্চয় কৰে .
|
3:37 | SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. |
3:55 | ইয়াত স্ল্যাশ বিন স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. |
4:02 | পিছৰ ভেৰিয়েবল হল হোম. |
4:05 | ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়**৷
|
4:11 | এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷
|
4:17 | ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E in capital"আৰু এন্টাৰ টিপক৷ |
4:29 | ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷ |
4:32 | পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকুটেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে |
4:40 | এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ |
4:43 | আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H"in capital আৰু এন্টাৰ প্ৰেছ কৰক৷ |
4:51 | মোৰ কম্পিউটাৰত ও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ বিন স্ল্যাশ ইউজাৰ স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ বিন ইত্যাদি |
5:04 | এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ |
5:07 | এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷
|
5:18 | ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ |
5:25 | আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ |
5:29 | P-A-T-H in capital 'eqal to' doller P-A-T-H again in capital colon slash home slash নিজৰ home directory আৰু এন্টাৰ প্ৰেছ কৰক৷ |
5:54 | ঘদি আমি পথৰ মূল্য ইকো’ কৰো৷ |
6:04 | আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ আংগ হব৷
|
6:10 | চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷
|
6:16 | আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME.
|
6:20 | যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷
|
6:24 | ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক
|
6:35 | ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷
|
6:42 | এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ এ প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷
|
6:47 | ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷
|
6:50 | ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷
|
7:00 | এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷
|
7:05 | চেকেণ্ডাৰী কামাণ্ড প্ৰমোতৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ প্ৰেছ কৰক৷
|
7:20 | আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt.
|
7:28 | এইটো কৰিবলৈ
|
7:41 | এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷
|
7:50 | আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি পৰম্পত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷
|
7:56 | কেৱল টাইপ কৰক "PS1 in capital 'eqal to' quotesত dollar LOGNAME" আৰু এন্টাৰ প্ৰেছ কৰক৷
|
8:12 | এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷
|
8:16 | পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ প্ৰেছ কৰক
|
8:28 | আমি বহুত এনডাইৰমেন্ট ডেৰিয়েৱলৰবোৰক ডেলু এচাইন কৰিলো৷
|
8:32 | কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷
|
8:37 | ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷
|
8:40 | ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক
|
9:00 | আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷
|
9:05 | ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷
|
9:13 | প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ execute কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত execute কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷ |
9:22 | নহয়, ইয়াৰ বহুটো সমাধান আছে৷
|
9:26 | প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷
|
9:33 | কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷
|
9:37 | আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷
|
9:42 | কিন্তু যেতিয়া আপোনি বহু কম্মন্দ বোৰে দি যায় এইটো আলপ সালমিলনি হৈ যায়. হিস্টৰী কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি হয়
|
9:52 | পৰম্পত টাইপ কৰক হিস্টৰী৷
|
9:58 | আৰু এন্টাৰ ডবাওক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷
|
10:04 | ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷
|
10:08 | টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷
|
10:20 | এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷
|
10:27 | এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ |
10:32 | কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত ৪৪২ execute হব echo space dollar path
|
10:51 | ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ প্ৰেছ কৰক৷ |
11:03 | পিছত আমি tilde substitution চাম হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. |
11:12 | ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰে৷
|
11:25 | এজমে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ তগ্গল কৰিব পাৰে এই কম্মন্দ বয়ৱহাৰ কৰি
cd 'tilde' minus বা মাত্ৰ cd minus
|
11:35 | এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷
|
11:41 | সেয়া ঘদি আমি cd স্পেচ minus ৰান কৰো আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷
|
11:47 | আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব
|
11:55 | এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷
|
11:59 | কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ |
12:04 | এই ক্ষেত্ৰত আমি ইয়াক সৰু এলিয়াচ নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো |
12:11 | ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷
|
12:20 | টাইপ কৰক" alias space cdMusic 'equal-to' double quotesত cd সspace slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷
|
12:47 | এতিয়াপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপুনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷
|
12:55 | চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷
|
12:58 | এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ
|
13:08 | এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্থান cdMusic আৰু Enter টিপক
|
13:20 | এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷
|
13:30 | ধৰি ললো আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷
|
13:38 | ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷
|
13:45 | আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ |
13:52 | সেয়ে আমি alias rm equal-to, এতিয়া quotesত “rm space hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷
|
14:03 | এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷
|
14:13 | সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷
|
14:20 | সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing.
|
14:25 | এয়েই এই টিউটৰিয়েলৰ শেষ৷ |
14:28 | স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ নেচ’নেল মিচন অন এডুকেচন থৰ্ ICT, Government of India. ৰ দ্বাৰা সমৰ্থিত৷ |
14:36 | অধিক জানিবলৈ, লিখক আমাৰ ৱেব চাইটত লিখক৷
|
14:39 | এই টিউটৰিয়েলৰ স্ক্ৰিপ্টবোৰ অনিৰ্বান দ্বাৰা প্ৰস্তুত কৰা হৈছে৷
|
14:42 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷ |