PERL/C2/Conditional-statements/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00.01 | পার্লত if and if-else conditional স্টেতমেন্ট উপৰৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম . |
00.07 | এই টিউটোৰিয়েলত , আমি |
00.09 | if স্টেতমেন্ট আৰু |
00.11 | পার্লত if-else স্টেতমেন্টৰ সম্পর্কে শিকিম; |
00.12 | আমি উবুন্টু লিনাক্স 12.04 ' অপাৰেটিং সিস্টেম আৰু পাৰ্ল 5.14.2 ব্যবহাৰ কৰিছো |
00.20 | আমি ' gedit টেক্সট এডিটৰ ও' ব্যবহাৰ কৰিম. |
00.24 | আপোনি আপোনাৰ পছন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব. |
00.28 | আপোনি পার্লত ' ভেৰিয়েবল ' আৰু ' মন্তব্যৰ ' মৌলিক জ্ঞান থাকিব লাগিব |
00.33 | পার্লত for', foreach , while আৰু do-while loops ৰ জ্ঞান থকা এটি অতিৰিক্ত সুবিধাজনক হয়. |
00.40 | স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল দিয়া আছে. |
00.45 | পার্লে নিম্নলিখিত conditionalস্টেতমেন্টs প্রদান কৰে - |
00.49 | if' |
00.50 | if-else ' |
00.51 | if-elsif-else and |
00.53 | switch |
00.54 | এই টিউটোৰিয়েলত , আমি if আৰুIf-elseস্টেতমেন্ট আৱৰণ কৰিম |
00.59 | ' পার্লত if'স্টেতমেন্ট ব্যবহাৰ কৰিব পাৰি |
01.01 | কোড এটা প্ৰৰ্দশন কৰিবলৈ যেতিয়া এটা নির্দিষ্ট condition (শর্ত) সন্তুষ্ট হয় |
01.07 |
if conditionalস্টেতমেন্ট ৰ সিনট্যাক্স নিম্নৰুপে দিয়া আছে |
01.11 | if space খোলা বন্ধনী condition বন্ধ বন্ধনী space ওপেন কাৰ্লীবন্ধনী |
01.19 | এন্টাৰ টিপক |
01.20 | যেতিয়া conditionটি সত্য হয় কোড সেমিকোলন প্ৰৰ্দশন কৰা হব |
01.25 | Enter , বন্ধ কাৰ্লী বন্ধনী |
01.29 | যেতিয়া শর্তটো সত্য হয় তেতিয়াহে ifস্টেতমেন্ট ৰ ভিতৰত থকা কোডটো প্ৰৰ্দশন কার্যকৰ কৰা হব . |
01.36 | এতিয়া আমি if স্টেতমেন্টৰ এটি উদাহৰণ চাও. |
01.40 | টার্মিনাল খুলক আৰু লিখক |
01.43 | gedit conditionalBlocks dot pl space &'(ampersand ) |
01.49 | আৰু এন্টাৰ টিপক |
01.52 | ই geditত conditionalBlocks.pl ফাইল খুলিব . |
01.57 | পর্দাত প্রদর্শিত হোৱা দৰে নিম্নলিখিত কোড টাইপ কৰক. |
02.02 | ইয়াত আমি ifৰ বাবে এটি শর্ত উল্লেখ কৰিছো, ' যি ভেৰিয়েবল গণনাৰ মান পৰীক্ষা কৰে. |
02.09 | equal to equal to চিহ্ন লক্ষ্য কৰক. এইটো comparison (তুলনা) অপাৰেটৰ হয়. |
02.15 | $count equal to equal to 5 শর্তক ভেৰিয়েবল গণনাৰ মানৰ বিৰুদ্ধে চেক কৰা হয় . |
02.23 | যেতিয়া ই 5ৰ সমান হয়, if ব্লকত থকা কোডটো প্ৰৰ্দশন কৰা হব |
02.28 | এতিয়া, ফাইল সংৰক্ষন কৰিবলৈ Ctrl + S প্ৰেচ কৰক . |
02.32 | তাৰপিছত টার্মিনাললৈ যাওক. |
02.36 | নিশ্চিত কৰক যে আপোনি আপোনাৰ ফাইল সংৰক্ষণ কৰা ডিৰেক্টৰিত আছে |
02.41 | কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ বাবে চেক কৰিবলৈ নিম্নলিখিত টাইপ কৰক - |
02.46 | perl hyphen c conditionalBlocks dot pl' |
02.53 | আৰু এন্টাৰ টিপক |
02.55 | টার্মিনাল উইন্ডোত তলৰ লাইনটো প্রদর্শন কৰা হব |
02.59 | conditionalBlocks.pl syntax OK |
03.04 | যিহেতো কোনো কম্পাইলেশন অথবা চিনটেক্চ এৰৰ নাই, আমি পার্ল স্ক্রিপ্ট টাইপ কৰি প্ৰৰ্দশন কৰিম - |
03.10 | perl conditionalBlocks dot pl ' |
03.14 | আৰু এন্টাৰ টিপক |
03.16 | টার্মিনেলত তলৰ আউটপুট দেখোৱা হব. |
03.19 | I am inside if statement' |
03.23 | Gedit লৈ উভতি যাওক |
03.26 | অথবা, আমি উপৰৰৰ ifস্টেতমেন্ট তলত দিয়াৰ দৰে লিখিব পাৰো- |
03.31 | print space ডবল উদ্ধৃতিত I am inside if statement slash n বন্ধ ডবল উদ্ধৃতি space if খোলা বন্ধনী dollar count space equal to equal to space 5 বন্ধ বন্ধনী সেমিকোলন |
03.57 | এতিয়া, আমি if-elseস্টেতমেন্ট চাও |
04.01 | এই স্তেতমেন্টটো ব্যবহাৰ কৰা হয় যেতিয়া ইউজাৰে |
04.06 | শর্তটো সত্য হলে কোড এটা আৰু |
04.09 | শর্তটো মিথ্যা হলে অন্য এটা কোড প্ৰৰ্দশন কৰিব বিচাৰে |
04.13 | if-else' শর্তৰ বাবে সিনট্যাক্স দিয়া আছে - |
04.17 | if space খোলা বন্ধনী condition বন্ধ বন্ধনী space খোলা কাৰ্লী বন্ধনী আৰু এন্টাৰ টিপক |
04.27 | কোড সেমিকোলন |
04.29 | দেখোৱা হব যেতিয়া if শর্ত সত্য হয় |
04.32 | এন্টাৰ টিপক |
04.34 | বন্ধ কাৰ্লীবন্ধনী space else space খোলা কাৰ্লীবন্ধনী এন্টাৰ টিপক |
04.41 | অন্য এটা কোড সেমিকোলন |
04.43 | দেখোৱা হব যেতিয়া if শর্ত মিথ্যা হব |
04.47 | এন্টাৰ টিপক আৰু বন্ধ কাৰ্লীবন্ধনী লিখক |
04.51 | এতিয়া আকৌ, ' conditionalBlocks.pl 'ফাইলৰ লৈ যাওক যি আমি ইতিমধ্যে geditত তৈয়াৰ কৰি থৈছো |
04.58 | গণনা ভেৰিয়েবলক 4 ধার্য কৰক তাৰপিছত if ব্লকৰ শেষত স্পেচ টাইপ কৰক |
05.07 | else ' |
05.09 | space খোলা কাৰ্লীবন্ধনী এন্টাৰ টিপক |
05.14 | print space ডবল উদ্ধৃতি I am inside else statement slash n বন্ধ ডবল উদ্ধৃতি সেমিকোলন |
05.30 | এন্টাৰ টিপক আৰু " কাৰ্লীবন্ধনী বন্ধ কৰক |
05.34 | ইয়াত $count ভেৰিয়েবললৈ '4 নির্ধাৰিত কৰা হৈছে |
05.38 | যিহেতু count' ভেৰিয়েবলৰ মান 5ৰ সৈতে নিমিলে |
05.43 | if' ব্লকত থকা কোডটো দেখোৱা নহব |
05.47 | পৰিবর্তে else ব্লকত থকা কোডটো হে দেখোৱা (এক্সিকিউট)হব. |
05.52 | এতিয়া ফাইলটি সংৰক্ষণ কৰিবলৈ' Ctrl + S ' টিপক . |
05.56 | এতিয়া টার্মিনেল লৈ যাওক. |
05.59 | আৰু টাইপ কৰক perl hyphen c conditionalBlocks dot plকোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ বাবে চেক কৰিবলৈ |
06.11 | এতিয়া এন্টাৰ টিপক |
06.13 | তলৰ লাইনটো টার্মিনালেৰ প্রদর্শন কৰা হব |
06.17 | conditionalBlocks.pl syntax OK |
06.20 | তাত যিহেতো কোনো কম্পাইলেশন অথবা চিনটেক্স এৰৰ নাই, আমি এতিয়া পার্ল স্ক্রিপ্ট প্ৰৰ্দশন কৰিম |
06.27 | perl conditionalBlocks dot pl ' টাইপ কৰক |
06.33 | আৰু এন্টাৰ টিপক |
06.35 | তলত দিয়া আউটপুট টার্মিনেলত দেখোৱাব. |
06.39 | I am inside else statement' |
06.44 | সংক্ষেপ কৰা যাওক |
06.46 | এই টিউটোৰিয়েলত, আমি শিকিছো- |
06.49 | if আৰু |
06.50 | পার্লত if-else conditional statements |
06.53 | নমুনা প্রোগ্রাম ব্যবহাৰ কৰি . |
06.55 | ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে - |
06.57 | প্রিন্ট কৰক “It is an open source language” |
07.01 | যেতিয়া ভেৰিয়েবলেৰ মান ঘোষিত পার্ল ' ' |
07.04 | অন্যথায় প্ৰীন্ট কৰক “It's a proprietary language” |
07.08 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
07.11 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07.15 | যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07.20 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
07.22 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
07.26 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
07.31 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07.37 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07.42 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07.50 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08.00 | আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. |
08.04 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
08.06 | যোগদানৰ বাবে ধন্যবাদ। |