Linux/C2/Simple-filters/Assamese

From Script | Spoken-Tutorial
Revision as of 13:07, 7 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cue Narration
0:00 নমস্কাৰ চ্পকেন টিউটোৰিয়ালৰ লিনক্সট সৈতে চিমপল ফিলটাৰ্চলৈ আপোনাৰ স্ৱাগতম
0:08 আমি য়াট সিকিম হেদ, টেইল, ছ্ৰত, কত আৰু পেস্ত
0:17 ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল.
0:22 আপোনি জদ টার্মিনালত এট hash (#) চিহ্ন দেখে আপোনি স
0:29 sudo su or su root, if you see a dollar symbol on the Terminal you can be an ordinary user to execute those commands.
0:38 ধৰিলৈচু জে আপোনি এতা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই জট ফাইলবুৰ ছেভ হৈ 
0:46 এই টিউটোৰিয়ালটুত মই  উবুন্টু
10.10  ব্যবহাৰ কৰিছু
0:51 এটু মডিউলৰ কাৰনে মাউস আৰু কীবোর্ডৰ পৰ্য়গ কৰা আৰু window maximize আৰু  minimize বটনতু 

পৰ্য়গ কৰা জনা উছিত হৈ

1:02 এই ফাইলটুৰ প্ৰথম দসতা লাইন প্ৰদখিত কৰিবলৈ আমি হেদ কমান্দ ব্যবহাৰ কৰু আৰু টাৰ পিচট ascii ফাইল নাম দিউ
1:10 আহক আমি এটা ফাইল বনাউ, মই এত ব্যবহাৰকাৰি ৰুপট পাবলৈ ESC (escape) টিপু
1:17  Applications > Accessories > Text Editor লৈ যাউ
1:24 কম সময় কাৰনে মুৰ উচৰত  এই নম্বৰবুৰ আগৰ পৰা এটা ফাইলত আছিলে
1:30 জাক আমি কপি আৰু পেচ্ত কৰিম
1:38 ফাইলত হিত কৰক আৰু চেভ কৰক
1:41 ফাইলট  numbers dot txt নামেৰে নাম দিয়ক আৰু চেভ কৰক
1:48 এতু ফাইল এতিয়া বন্ধ কৰক
1:53 এতিয়া Applications > Accessories > Terminalত যাউক
2:01 এতিয়া চাবলে চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু
2:05 ls টাইপ কৰক আৰু ইন্তাৰ টিপক
2:09 আমি য়াত যি কৰিলু হেইতু আমাৰ হোম দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব
2:15 আমি যুন্তু ফাইল বনাইছিলু হেইখিনি কনট্নচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে
2:21 Cat n-u-m ফাইল নেমটু অতফিল মানে নিজে নিজে আনিবলৈ
2:29 বলক এনেকৱে হেড কমান্ডৰে কৰো
2:33 হেড নম্বৰ ডট টেক্সট আৰু এন্টাৰ টিপক
2:39 এতিয়া প্ৰথম ১০ টা লাইন প্ৰৰ্দশিত হৈছ
2:43 যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে হেড কমান্ড তথা ফাইলৰ মাজেৰে হাইপেন এন ৫ অপচ্নে প্ৰয়োগ কৰক 
2:52 আপ এৰো হাইপেন এন ৫ টিপক আৰু এন্টাৰ টিপক
2:58 এতিয়া খালি প্ৰথম ৫টা লাইন প্ৰৰ্দশিত হৈছে
3:02  প্ৰেজেন্টেচনলৈ উভতি আহক
3:08 f5
3:14 টেল কমান্ডটোৱে হেড কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষে ১০টা লাইন প্ৰৰ্দশিত কৰে
3:22   ট্যাৰমিনেলত ঘূৰি অাহিবলৈ আলট্ আৰু টেব প্ৰেচ কৰক
3:27 টেল নম্বৰ ডট্ টেক্সট
3:31 ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, টেল কমান্ড আৰু ফাইল নামৰ মাজেৰে হাইপেন এফ৫ অপ্শনৰ প্ৰয়োগকৰক
3:40 হাইপেন এন৫ আৰু এন্টাৰ কৰক
3:45 স্লাইডলৈ ঘূৰি ব'লক
3:50 এটা লগ ফাইলত  চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে
3:55 অত দত লগ ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে
4:01 টেইল কমান্ডৰ  ব্যৱহাৰকাৰীক অপ্চন হৈছে হাইপেন এফ অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা.
4:09 ঘদি  লগ ফাইলত এটা নতুন লগইন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব
4:18 ট্যাৰ্মিৰেলত ঘাওক৷
4:21 tail hyphen f forward slash var slash log slash auth dot log
4:31 এইটো টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক
4:39

ব'লক আৰু এটাটাৰ্মিনেল খোলো, Application- > Accessories - > Terminal.

4:46 টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক
4:52 যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ লগ ফাইলত টেইলে শেষৰ লাইন পালন কৰে.
5:00 নিজে নিজে su ৰুপত চেস্টা কৰক, এন্টাৰ টিপক.
5:05 কিছো ভোল পাচবৰ্দ দিয়ক আৰু এন্টাৰ প্ৰেচ কৰক
5:08 অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন লগৰ সৈতে যোৰা হৈছে .
5:15 তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে.
5:23 দেট টাইপ কৰক , চিচ্টেমৰ দেট আৰু টাইমক চাবলৈ এন্টাৰ টিপক.
5:32 এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ Exit টাইপ কৰক .
5:36 ৰানিঙ tail কম্মান্দক বন্ধ কৰিবলৈ CTRL C প্ৰেচ কৰক আৰু স্ক্ৰীন খন মেকচিমাইজ (maximize) কৰক.
5:51 আমি আগৰ উদাহৰনত খালি auth dot log file দেখিলো
5:57 এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে বয়হাৰ কৰা হয়
6:01 যদি কোনো সমচয়া আছে তেনেহলে  লিনাক্চ চিচ্টেম এদমিনিচত্ৰেটৰ তেখেতলোকৰ মেছিনক ট্ৰাবলছোট (troubleshoot) কৰি এই লগ ফাইলৰ বিষয়ে আধিক জানিবলৈ চাব
6:12 Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে.
6:23 sort numbers dot txt, এইটোৱে আমাৰ ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব
6:31 মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১, ১২ ২ নম্বৰটো  ২ নম্বৰৰ আগত আহে.
6:43   ইয়াৰ পৰা বাচিবলৈ অপছন hyphen n'ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক
6:53 এতিয়া চৰ্তে চৰ্ত কৰিবলৈ পূৰা নম্বৰটো দেখা পাই.
6:58 number dot txt ক উলোটা ক্ৰমত চৰ্ত কৰিবলৈ অপছন hyphen rক যোৰগ
7:09 এইটো ফাইলত কিছো বহুতো নম্বৰ অাছা যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ  hyphen u অনয় এটা অপছন যোৰক.
7:17 টাৰ্মিনেল লৈ যাওক
7:20 Up Arrow
7:22 'U এন্টাৰ কৰক,
7:26 আগতে দোবাৰ ২ দেখোৱাইছিল এতিয়া খালি এবাৰ ২ দেখোৱাইছে
7:38   এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে.
7:44 ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে
7:48 Applications > Accessories > Text Editorত যাওক
7:57 সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম
8:11 ফাইলখনক  marks dot txt ৰে চেভ কৰক, চেভত ক্লিক কৰক
8:21 মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয়
8:28 এইটো ফাইলক বন্ধ কৰক
8:33 marks dot txt file ক বেলেগ এটা কলম আধাৰত চৰ্ত কৰক.
8:40 টাৰ্মিনেল লৈ যাওক
8:42 sort space marks dot txt space hyphen t space open inverted commas space  close inverted commas space
8:53 ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই 
9:02 hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব
9:14 এন্টাৰ প্ৰেচ কৰক
9:20 Cat marks dot txt
9:24 এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো
9:43 Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয়
9:51 ব'লক marks dot txt কিছো নাম উলাও
9:55 টাৰ্মিনেল  যাও ALT Tab
9:58 cut space marks dot txt space hyphen d space open inverted commas  space close inverted commas space.
10:08 এইটো cut কম্মান্দত d এটা delimiter হয় আৰু কোট্চবোৰৰ মাজত থকা স্পেচখিনি delimiter বোলা হয়.
10:20 hyphen f2 দ্ৱীতিয় কলমৰ কাৰনে. এন্টাৰ প্ৰেচ কৰক
10:31 Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব.
10:36 এতিয়া numbers dot txt তথা marks dot txt দুইখনৰে ফাইল প্ৰয়োগ কৰিম
10:41 টাৰ্মিনেল লৈ যাওক
10:43 Paste numbers dot txt marks dot txt enterএন্টাৰ প্ৰেচ কৰক
10:50 এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে.
10:57 concatefile dot txt নামৰ ফাইলত পুনৰ নিৰ্দিস্ট কৰিবলৈ আমি ৰিদাইৰেক্ট (redirect) কিৰ প্ৰয়োগ কৰিব পাৰো
11:06 টাৰ্মিনেল লৈ যাওক
11:08 Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক record it
11:18 Cat concatfile dot txt
11:22 এতিয়া স্লাইদলৈ যাও
11:25 If we want paste to print out the numbers serially delimited with tab we can use the hyphen s option. যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s অপছনৰ প্ৰয়োগ কৰিব পাৰো record it
11:34 paste hyphen s
11:39 numbers dot txt
11:43 স্লাইদলৈ যাও
11:45 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:49 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:55 অধিক জানিবলৈ এই লিঙ্ক টি অনুসৰন কৰক.
11:59 এই পাঠটি অৰুন পাটকৰ দ্ৱৰ যোগদান কৰা হৈছে.আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .


Contributors and Content Editors

Mousumi, Udaya