PERL/C2/while-do-while-loops/Assamese

From Script | Spoken-Tutorial
Revision as of 16:38, 3 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Visual Cue
Narration
00.01 ‘’’পাৰ্ল’’’ৰ( Perl) ‘’’হোৱাইল আৰু দো-হুৱাইল’’’(while and do-while) লোপৰ স্পকেন তিউতৰিয়েললৈ( spoken tutorial) আপোনালোকক স্বাগতম।
00.06 এই তিউতৰিয়েলত( tutorial) আমি শিকিম;
00.09 ‘’’পাৰ্ল’’’ত থকা ‘’’হোৱাইল’’’ লোপ।
00.11 ‘’’পাৰ্ল’’’ত ‘’’দো-হোৱাইল’’’ লোপ।
00.12 মই Ubuntu Linux12.04 অপাৰেটিং চিচত্যেম আৰু ‘’’পাৰ্ল ৫.১৪.২’’’ ব্যৱহাৰ কৰি আছো।
00.20 মই gedit Text Editorৰো ব্যৱহাৰ কৰিম।
00.24 আপোনি আপোনাৰ পছন্দৰ টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পাৰে।
00.28 আপোনাৰ ‘’’পাৰ্ল’’’ৰ ‘’’ভেৰিয়েবল’’’ আৰু ‘’’কমেন্ত’’’ৰ সমু জ্ঞান থাকিব লাগিব।
00.33 ‘’’পাৰ্ল’’’ৰ ‘’’ফৰ’’ আৰু ‘’’ফৰইছ’’’ৰ জ্ঞান থাকিলে আৰু ভাল।
00.38 অনগ্রহ কৰি স্পকেন তিওতৰিয়েল ৱেবচাইতত থকা ইয়াৰ স্পকেন তিওতৰিয়েল চাব।
00.43 ‘’’পাৰ্ল’’’ৰ ‘’’হোৱাইল’’’ লোপ।
00.45 ‘’’হোৱাইল’’’ লোপে কন্দিচ্যন শুদ্ধ হ’লে এটা ক’দৰ ব্লক এক্জি্ক্যুত কৰে।
00.50 ‘’’হোৱাইল’’’ লোপৰ চিন্ত্যেক্স হ’ল-
00.53 while space ব্ৰেকেট খোলক condition ব্ৰেকেট বন্ধ কৰক
00.58 কাৰ্লি ব্রেকেত খোলক
01.00 ক’দ লিখক যি ক’দ শুদ্ধ হ’লে এক্জিক্যুত হ’ব
01.04 কাৰ্লি ব্রেকেত বন্ধ কৰক।
01.07 কিন্তু কন্দিচ্যন শুদ্ধ নহলে কি হ’ব?? তেতিয়া ‘’’হোৱাইল’’’ লোপ বন্ধ হ’ব ভিতৰত থকা ক’দ এবাৰো এক্জি্ক্যুত নকৰাকৈ।
01.16 এতিয়া ‘’’হোৱাইল’’’ লোপৰ এটা উদাহৰণ লৈ চাও আহক।
01.19 তাৰমিনেল খুলি টাইপ কৰক
01.22 gedit whileLoop dot pl space ampersand
01.29 আৰু এন্তাৰ প্রেছ কৰক।
01.31 gedit whileLoop.pl ফাইল খোলিব।
01.34 এতিয়া তলত দিয়া ক’দ টাইপ কৰক
01.37 hash exclamation mark slash u s r slash bin slash perl
01.45 এন্তাৰ প্রেছ কৰক।
01.47 'dollar i ০’ৰ লগত মিলাই ছেমিকলন দিয়ক।
01.52 এন্তাৰ প্রেছ কৰক।
01.54 ‘’’হোৱাইল’’’ ওপেন ব্রেকেত ‘’’ dollar i less than or equal to four আৰ ব্রেকেত স্পেচ বন্ধ কৰক।
02.04 কাৰ্লি ব্রেকেত খুলি এন্তাৰ প্রেছ কৰি টাইপ কৰক
02.08 print space ডবল কোটচত Value of i colon, dollar i slash n ডবল কোট বন্ধ কৰক semicolon
02.20 এন্তাৰ প্রেছ কৰক
02.22 dollar i plus plus semicolon
02.27 এন্তাৰ প্রেছ কৰক আৰু
02.28 কাৰ্লি ব্রেকেত বন্ধ কৰক।
02.31 “হোৱাইল’’ লোপ ভালদৰে ব্যাখ্যা কৰি দিও।
02.33 আমি ভেৰিয়েবল i' ০’ৰে ইনিচিয়েলাইজ কৰিলো।
02.38 এতিয়া আমি ‘’’হোৱাইল’’’ লোপৰ কন্দিচ্যন $i less than or equal to 4 স্পেচিফাই কৰিলো।
02.46 যদি কন্দিচ্যন শুদ্ধ হয়, ’’হোৱাইল’’’ লোপৰ ভিতৰত থকা ক’দ এক্জিকিউত হ’ব।
02.52 ইয়াৰ মানে, প্রথম বাৰ আমাৰ ’’হোৱাইল’’’ লোপে তাৰমিনেলত 'Value of i: 0' প্রিন্ট কৰিব।
03.01 তাৰ পিছত $i++ এ i ভেৰিয়েবল’ৰ মূল্য এক’কৈ বঢ়া্ই যাব।
03.08 এতিয়া আকৌ লোপৰ কন্দিচ্যন $i<=4 পৰীক্ষা কৰিব।
03.16 আৰু লোপ বন্ধ হ’ব যেতিয়াই i’ৰ মূল্য ৫ হ’বগৈ।
03.22 এই ক্ষেত্রত, ‘’’হোৱাইল’’’ লোপ এক্জি্কিউট হ’ব যেতিয়া i’ৰ মূল্য ০,১,২,৩,৪ হ’ব।
03.32 ctrl+s প্রেছ কৰি ফাইল চেভ কৰক।
03.35 এতিয়া তাৰমিনেল’ত যাওক।
03.37 চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক-
03.42 perl hyphen c whileLoop dot pl
03.47 আৰু এন্তাৰ টিপক।
03.49 তাৰমিনেলত তলত দিয়া বাক্য দেখোৱাব।
03.52 whileLoop.pl syntax OK
03.56 যিহেতো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্ক্যুত কৰিবলৈ আমি টাইপ কৰিম-
04.02 perl whileLoop dot pl
04.06 আৰু এন্তাৰ টিপক।
04.09 তাৰমিনেলত তলত দিয়া আওতপোত দেখোৱাব।
04.14 ব’লন আমি এতিয়া ‘’’দো-হোৱাইল’’’ লোপ চাও।
04.20 ’’দো-হোৱাইল’’’ স্তেতমেন্তে এটা ক’দ এবাৰ হ’লেও এক্জি্কিউত কৰিব।
04.25 তাৰ পিছতহে ই কন্দিচ্যন পৰীক্ষা কৰে আৰু কন্দিচ্যন শুদ্ধ হ’লে হ’লে লোপ পুনৰাবৃত্তি কৰে।
04.30 ’’দো-হোৱাইল’’’ৰ চিন্তেক্স তলত দিয়া হ’ল-
04.34 do space
04.36 কাৰ্লি ব্রেকেত খোলক
04.38 কন্দিচ্যন শুদ্ধ হ’লে এক্জিক্যুত হ’বলগীয়া ক’দ লিখক
04.42 কাৰ্লি ব্রেকেত ব্রেকেত বন্ধ কৰক আৰু স্পেচ দিয়ক।
04.45 while ব্রেকেতৰ মাজত স্পেচ condition াৰু তাৰপিছত চেমি-ক’লন দিয়ক।
04.50 তাৰমিনেল খুলি তাইপ কৰক;
04.54 gedit doWhileLoop dot pl space ampersand
05.03 আৰু তাৰ পিছত এন্তাৰ টিপক।
05.05 geditdoWhileLoop.pl ফাইল খুলিব।
05.09 তলত দিয়া ক’দ টাইপ কৰক-
05.11 hash exclamation mark slash u s r slash bin slash perl এন্তাৰ টিপক।
05.21 dollar i equals to zero semicolon এন্তাৰ টিপক
05.27 do space
05.29 কাৰ্লি ব্রেকেত খুলক আৰু এন্তাৰ টাইপ কৰক
05.33 print space ডবল কোটচতValue of i colon space dollar i slash n ডবল কোট বন্ধ কৰক semicolon
05.46 এন্তাৰ প্রেছ কৰক
05.48 dollar i plus plus semicolon
05.52 এন্তাৰ প্রেছ কৰক
05.54 কাৰলি ব্রেকেত বন্ধ কৰক
05.56 space while space ব্রেকেত খুলক dollar i less than or equal to four
06.06 ব্রেকেত সেমিক’লন বন্ধ কৰক।
06.10 এইয়া ‘দো-হোৱাইল’ৰ ব্যাখ্যা।
06.13 আমি ভেৰিয়েবল i 0’ৰে ইনিচিয়েলাইজ কৰিছো।
06.18 প্রথমবাৰ, ‘দো-হোৱাইল’ লোপে তাৰমিনেলত কন্দিচ্যন পৰিক্ষ্যা নকৰাকৈ আওতপোত 'Value of i colon 0' এনেকৈ প্রিন্ট কৰে।
06.28 $i++ এ লোপ একজিক্যুত হোৱাৰ প্রতিবাৰেই ভেৰিয়েবলৰ মূল্য এটা এটাকৈ বঢ়াই যায়।
06.36 দ্বিতীয় বাৰ, $i কন্দিচ্যন ৪’কৈ সৰু নে সমান পৰীক্ষা কৰে।
06.43 যদি কন্দিচ্যন শুদ্ধ হয়, লোপ আকৌ এক্জিকিউত হয়।
06.48 আমাৰ ককেছত, দ্বিতীয়বাৰ তাৰমিনেলত দেখোৱা আওতপোত হ’ব এনেকোৱা 'Value of i colon 1'
06.57 যেতিয়ালৈ কন্দিচ্যন ভূল নহয়, লোপ এক্জিক্যুত হয় থাকিব, মানে যেতিয়া ভেৰিয়াবল i ৫ হ’ব।
07.05 ctrl+s প্রেছ কৰি ফাইল চেভ কৰক।
07.09 এতিয়া তাৰমিনেল যাওক আৰু কিবা চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ তলত দিয়া ক’দ টাইপ কৰক।
07.16 perl hyphen c doWhileLoop dot pl
07.21 আৰু এন্তাৰ প্রেছ কৰক।
07.23 তলত দিয়া লাইন তাৰমিনেলত দেখোৱাব
07.26 doWhileLoop.pl syntax OK
07.30 যিহেটো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নায়, আমি এতিয়া ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জিক্যুত কৰিম।
07.36 perl doWhileLoop dot pl টাইপ কৰক
07.41 আৰু এন্তাৰ প্রেছ কৰক।
07.43 তলত দেখোৱাৰ দৰে তাৰমিনেলত আওউপোত দেখোৱাব।
07.48 এতিয়া ‘’’হ্ৱাইল’’’ আৰু ‘’’দো-হ্ৱাইল’’’ৰ পাৰ্থক্য চাও আহক।
07.53 তাৰমিনেল খোলক, আৰু টাইপ কৰক-
07.55 gedit loop dot pl space ampersand
08.01 আৰু এন্তাৰ প্রেছ কৰক।
08.03 gedit loop dot pl ফাইল খোলিব।
08.07 এতিয়া দেখোৱা ক’দ টাইপ কৰক।
08.12 আমি এটা ভেৰিয়েবল count দিক্লেৰ কৰিলো আৰু ইয়াক ০’লৈ ইনিচিয়েলাইজ কৰিলো।
08.19 ‘’’হ্ৱাইল’’’ লোপ কন্দিচ্যনত আমি ভেৰিয়েবল count ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰি আছো।
08.29 কন্দিচ্যনটো ভূল। সেইকাৰণে ‘’’হোৱাইল’’’ লোপ এবাৰো এক্জিক্যুত নহয়।
08.36 ‘’’দো-হোৱাইল’’’ লোপত, আমি প্রথমে ক’দ এক্জি্ক্যুত কৰো, আৰু তাৰপিছ্তহে কন্দিচ্যন পৰীক্ষা কৰো।
08.44 সেইকাৰণে, ক’দ এবাৰ এক্জি্ক্যুত এবাৰ হ’লেও হ’ব।
08.49 তাৰ পাছত count ভেৰিয়েবল ০’তকৈ ডাঙৰ হয়নে নাই পৰীক্ষা কৰে।
08.57 কন্দিচ্যনটো ভূল। সেইকাৰণে লোপ বন্ধ হ’ব।
09.02 এতিয়া ctrl+s প্রেছ কৰি ফাইল চেভ কৰক।
09.05 এতিয়া তাৰমিনেল যাওক আৰু চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ পৰীক্ষা কৰিবলৈ এইয়া টাইপ কৰক-
09.12 perl hyphen c loop dot pl
09.16 আৰু এন্তাৰ প্রেছ কৰক।


09.19 তাৰমিনেলত তলত দিয়া লাইন দেখোৱাব।
09.22 loop dot pl syntax OK
09.26 যিহেটো একো চিন্তেক্স এৰৰ না কম্পাইলেচ্যন এৰৰ নাই, ব’লক আমি ‘’’পাৰ্ল’’’ স্ক্রিপ্ত এক্জি্কিউত কৰো
09.31 perl loop dot pl টাইপ কৰিলৈ
09.36 আৰু এন্তাৰ প্রেছ কৰি।


09.38 তাৰমিনেলত তলত দিয়া আওতপুত দেখোৱাব।


09.43 I am in do-while loop
09.46 ইয়াতে আমি দেখিম যে 'I am in while loop' লিখা একো আওতপুত নাই।
09.52 এই মেছজটো আমি জি হোৱাইল লোপৰ ভিতৰত লিখিছিলো হেইয়াই।
09.59 ই বুজায় যে
10.01 “দো-হোৱাইল” লোপে কন্দিচ্যন চোৱাৰ আগতে এবাৰ এক্জিক্যুত কৰে।
10.07 কিন্তু “হোৱাইল” লোপে কন্দিচ্যন ভূল হ’লে এবাৰো এক্জিক্যুত নকৰে।
10.15 মই ভাবো এই পাৰ্থক্য আপূনি বুজি পাইছে।
10.18 “হোৱাইল” আৰু “দো-হোৱাইল” লোপৰ যি আছিলে, এইয়াই।
10.22 আকৌ চমুকৈ চাও।
10.24 এই তিউতৰিয়েলত আমি শিকিলো-
10.26 পাৰ্লত “হোৱাইল” আৰু “দো-হোৱাইল” লোপ।
10.29 চেম্পল প্রগ্রেম ব্যৱহাৰ কৰি।
10.31 এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত-
10.33 'Hello Perl' প্রিন্ট কৰক
10.35 যেতিয়ালৈ ভেৰিয়াবল ১০ নেপাইগৈ
10.38 “হোৱাইল” আৰু “দো-হোৱাইল” লোপ ব্যৱহাৰ কৰি।
10.41 তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক।
10.45 স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল।
10.49 আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে।
10.53 স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে
10.56 কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি
11.00 অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে।
11.04 অধিক তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক।
11.12 স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ।
11.17 ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা।
11.24 এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।
11.36 আশা কৰো আপোনি পাৰ্ল তিউতৰিয়েল ভাল পালে।
11.38 মই অম’ল ব্রহমাঙ্কৰ চাইন অফ কৰিছো।
11.40 লগত থকাৰ কাৰণে ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble