Difference between revisions of "KTurtle/C3/Special-Commands-in-KTurtle/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 || ''Time''' || '''Narration''' 00:01 “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্…') |
|||
Line 3: | Line 3: | ||
|| '''Narration''' | || '''Narration''' | ||
− | 00:01 | + | |- |
− | “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ | + | || 00:01 |
− | 00:08 | + | || “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ |
− | এই tutorial টোত আমি শিকিম | + | |- |
+ | ||00:08 | ||
+ | || এই tutorial টোত আমি শিকিম | ||
“learn” command আৰু | “learn” command আৰু | ||
“random” command ৷ | “random” command ৷ | ||
− | 00:15 | + | |- |
− | এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1beta ৷ | + | ||00:15 |
− | 00:28 | + | || এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1beta ৷ |
− | আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷ | + | |- |
− | + | ||00:28 | |
− | 00:33 | + | || আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷ |
− | যদি নাই তে | + | |- |
+ | ||00:33 | ||
+ | || যদি নাই তে | ||
নেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website “ http://spoken-tutorial.org” লৈ যাওঁক৷ | নেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website “ http://spoken-tutorial.org” লৈ যাওঁক৷ | ||
− | 00:39 | + | |- |
− | আহক, এটা নতুন KTurtle Application খোলো ৷ | + | ||00:39 |
− | 00:42 | + | || আহক, এটা নতুন KTurtle Application খোলো ৷ |
− | “Dash home” ত click কৰক ৷ | + | |- |
− | 00:44 | + | ||00:42 |
− | “Search bar” ত “KTurtle” বুলি type কৰক ৷ | + | || “Dash home” ত click কৰক ৷ |
− | 00:47 | + | |- |
− | “KTurtle” ত click কৰক ৷ | + | ||00:44 |
− | 00:50 | + | || “Search bar” ত “KTurtle” বুলি type কৰক ৷ |
− | আহক, প্রথমতে “learn” command চাঁও ৷ | + | |- |
− | 00:53 | + | ||00:47 |
− | “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নি | + | || “KTurtle” ত click কৰক ৷ |
+ | |- | ||
+ | ||00:50 | ||
+ | || আহক, প্রথমতে “learn” command চাঁও ৷ | ||
+ | |- | ||
+ | ||00:53 | ||
+ | || “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নি | ||
ৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ | ৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ | ||
Line 61: | Line 71: | ||
|| 01:37 | || 01:37 | ||
||আহক এতিয়া “learn” command ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা command ৰ বিষয়ে অধ্যয়ন কৰো ৷ | ||আহক এতিয়া “learn” command ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা command ৰ বিষয়ে অধ্যয়ন কৰো ৷ | ||
− | |||
|- | |- | ||
|| 01:45 | || 01:45 | ||
|| বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা commandবোৰক আমি “square” নাম দিম ৷ | || বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা commandবোৰক আমি “square” নাম দিম ৷ | ||
− | |||
|- | |- | ||
|| 01:50 | || 01:50 | ||
Line 72: | Line 80: | ||
|| 01:59 | || 01:59 | ||
|| আহক, তলত উল্লেখিত code সমূহ type কৰো ৷ | || আহক, তলত উল্লেখিত code সমূহ type কৰো ৷ | ||
− | |||
|- | |- | ||
|| 02:02 | || 02:02 | ||
||'''learn''' space '''square''' space '''$x''' | ||'''learn''' space '''square''' space '''$x''' | ||
− | |||
|- | |- | ||
|| 02:10 | || 02:10 | ||
|| curly bracket বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ | || curly bracket বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ | ||
− | |||
− | |||
|- | |- | ||
|| 02:13 | || 02:13 | ||
|| “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ | || “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ | ||
− | |||
|- | |- | ||
|| 02:19 | || 02:19 | ||
Line 93: | Line 96: | ||
|| 02:23 | || 02:23 | ||
||“square”এ এটা input যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ | ||“square”এ এটা input যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ | ||
− | |||
− | |||
− | |||
|- | |- | ||
|| 02:31 | || 02:31 | ||
|| টুকি লওঁক যে যেতিয়া আপুনি এই codeটো run কৰিব, “square”এ কোনো output উভতাই নিদিয়ে ৷ | || টুকি লওঁক যে যেতিয়া আপুনি এই codeটো run কৰিব, “square”এ কোনো output উভতাই নিদিয়ে ৷ | ||
− | |||
|- | |- | ||
|| 02:37 | || 02:37 | ||
||Command “learn”টো অকল “learning” ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷ | ||Command “learn”টো অকল “learning” ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷ | ||
− | |||
|- | |- | ||
|| 02:43 | || 02:43 | ||
Line 113: | Line 111: | ||
|| 02:54 | || 02:54 | ||
||আহক type কৰো | ||আহক type কৰো | ||
− | |||
− | |||
− | |||
'''go 200,200''' | '''go 200,200''' | ||
− | |||
'''square 100''' | '''square 100''' | ||
− | |||
|- | |- | ||
|| 03:04 | || 03:04 | ||
Line 126: | Line 119: | ||
|| 03:11 | || 03:11 | ||
|| এতিয়া codeটো run কৰো আহক ৷ | || এতিয়া codeটো run কৰো আহক ৷ | ||
− | |||
|- | |- | ||
|| 03:13 | || 03:13 | ||
|| “Turtle” এ canvas ত বৰ্গ এটা অংকণ কৰিলে ৷ | || “Turtle” এ canvas ত বৰ্গ এটা অংকণ কৰিলে ৷ | ||
− | |||
|- | |- | ||
|| 03:17 | || 03:17 | ||
Line 137: | Line 128: | ||
|| 03:22 | || 03:22 | ||
|| আহক আকৌ run কৰো ৷ | || আহক আকৌ run কৰো ৷ | ||
− | |||
|- | |- | ||
|| 03:23 | || 03:23 | ||
|| “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ | || “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ | ||
− | |||
|- | |- | ||
|| 03:28 | || 03:28 | ||
Line 148: | Line 137: | ||
|| 03:35 | || 03:35 | ||
|| মই editor পৰা current codeটো clear কৰি দিম ৷ | || মই editor পৰা current codeটো clear কৰি দিম ৷ | ||
− | |||
|- | |- | ||
|| 03:38 | || 03:38 | ||
Line 161: | Line 149: | ||
|| 03:52 | || 03:52 | ||
||“ random” commandৰ syntax হ’ল “random X,Y” | ||“ random” commandৰ syntax হ’ল “random X,Y” | ||
− | |||
|- | |- | ||
|| 03:57 | || 03:57 | ||
|| য’ত X আৰু Y দুটা input ৷ | || য’ত X আৰু Y দুটা input ৷ | ||
− | |||
|- | |- | ||
|| 04:01 | || 04:01 | ||
|| Xএ আটাইতকৈ কম সংখ্যক output আৰু Yএ আটাইতকৈ বেছি সংখ্যক output ধাৰ্য্য কৰে ৷ | || Xএ আটাইতকৈ কম সংখ্যক output আৰু Yএ আটাইতকৈ বেছি সংখ্যক output ধাৰ্য্য কৰে ৷ | ||
− | |||
|- | |- | ||
|| 04:07 | || 04:07 | ||
Line 195: | Line 180: | ||
|| 04:51 | || 04:51 | ||
||মই text editor ৰ পৰা codeটো copy কৰি “KTurtle”ৰ editorত paste কৰিম ৷ | ||মই text editor ৰ পৰা codeটো copy কৰি “KTurtle”ৰ editorত paste কৰিম ৷ | ||
− | |||
|- | |- | ||
|| 04:58 | || 04:58 | ||
||Tutorialটো pause কৰক আৰু আপোনাৰ “KTurtle” editor ত programmeটো type কৰক ৷ | ||Tutorialটো pause কৰক আৰু আপোনাৰ “KTurtle” editor ত programmeটো type কৰক ৷ | ||
− | |||
|- | |- | ||
|| 05:03 | || 05:03 | ||
Line 206: | Line 189: | ||
|| 05:08 | || 05:08 | ||
|| যেতিয়া আমি এই codeটো চলাও, | || যেতিয়া আমি এই codeটো চলাও, | ||
− | |||
|- | |- | ||
|| 05:10 | || 05:10 | ||
||“Turtle”এ canvas ত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷ | ||“Turtle”এ canvas ত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷ | ||
− | |||
|- | |- | ||
|| 05:16 | || 05:16 | ||
||আহক আমি এই codeটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ | ||আহক আমি এই codeটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ | ||
− | |||
|- | |- | ||
|| 05:20 | || 05:20 | ||
|| আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ | || আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ | ||
− | |||
|- | |- | ||
|| 05:26 | || 05:26 | ||
Line 236: | Line 215: | ||
|| 05:52 | || 05:52 | ||
|| মই এতিয়া এই codeটো ব্যাখ্যা কৰিম ৷ | || মই এতিয়া এই codeটো ব্যাখ্যা কৰিম ৷ | ||
− | |||
|- | |- | ||
||05:55 | ||05:55 | ||
||“reset” command এ “Turtle” ক ইয়াৰ default positionত set কৰে ৷ | ||“reset” command এ “Turtle” ক ইয়াৰ default positionত set কৰে ৷ | ||
− | |||
|- | |- | ||
|| 06:00 | || 06:00 | ||
Line 250: | Line 227: | ||
|| 06:19 | || 06:19 | ||
|| command '''canvascolor $R,$G, আৰু $B''' ত, | || command '''canvascolor $R,$G, আৰু $B''' ত, | ||
− | |||
|- | |- | ||
|| 06:23 | || 06:23 | ||
|| ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B variable ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ | || ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B variable ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ | ||
− | |||
|- | |- | ||
|| 06:34 | || 06:34 | ||
Line 261: | Line 236: | ||
|| 06:41 | || 06:41 | ||
|| '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ variable ৰ set, | || '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ variable ৰ set, | ||
− | |||
|- | |- | ||
|| 06:45 | || 06:45 | ||
||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷ | ||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷ | ||
− | |||
|- | |- | ||
|| 06:53 | || 06:53 | ||
Line 281: | Line 254: | ||
||07:25 | ||07:25 | ||
|| পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই code টো enter কৰিলো ৷ | || পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই code টো enter কৰিলো ৷ | ||
− | |||
|- | |- | ||
|| 07:30 | || 07:30 | ||
Line 295: | Line 267: | ||
|| 07:54 | || 07:54 | ||
|| উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত | || উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত | ||
− | |||
|- | |- | ||
|| 08:01 | || 08:01 | ||
||”go” command ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ | ||”go” command ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ | ||
− | |||
|- | |- | ||
|| 08:09 | || 08:09 | ||
Line 306: | Line 276: | ||
|| 08:16 | || 08:16 | ||
||Text editor ৰ পৰা codeটো মই copy কৰিম আৰু KTurtle ৰ editor ত paste কৰিম ৷ | ||Text editor ৰ পৰা codeটো মই copy কৰিম আৰু KTurtle ৰ editor ত paste কৰিম ৷ | ||
− | |||
|- | |- | ||
|| 08:23 | || 08:23 | ||
||ইয়াত tutorialটো pause কৰক আৰু KTurtle ৰ editor ত programme টো type কৰক ৷ | ||ইয়াত tutorialটো pause কৰক আৰু KTurtle ৰ editor ত programme টো type কৰক ৷ | ||
− | |||
|- | |- | ||
|| 08:29 | || 08:29 | ||
Line 317: | Line 285: | ||
|| 08:33 | || 08:33 | ||
||মই এই codeটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷ | ||মই এই codeটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷ | ||
− | |||
|- | |- | ||
|| 08:37 | || 08:37 | ||
|| আপুনি এই codeটো “run” option ত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ | || আপুনি এই codeটো “run” option ত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ | ||
− | |||
|- | |- | ||
|| 08:43 | || 08:43 | ||
|| মই এই code টো কেইবাৰমান run কৰিম ৷ | || মই এই code টো কেইবাৰমান run কৰিম ৷ | ||
− | |||
|- | |- | ||
|| 08:46 | || 08:46 | ||
||আপুনি যিকোনোধৰণে set কৰা কলমৰ ৰংৰ মূল্য আৰু canvas ৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ | ||আপুনি যিকোনোধৰণে set কৰা কলমৰ ৰংৰ মূল্য আৰু canvas ৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ | ||
− | |||
|- | |- | ||
|| 08:54 | || 08:54 | ||
|| প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু canvas ৰ ৰংৰ সালসলনি মন কৰিব ৷ | || প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু canvas ৰ ৰংৰ সালসলনি মন কৰিব ৷ | ||
− | |||
|- | |- | ||
|| 09:01 | || 09:01 | ||
Line 348: | Line 311: | ||
* “learn” command আৰু | * “learn” command আৰু | ||
− | |||
* “random” command. | * “random” command. | ||
|- | |- | ||
||09:30 | ||09:30 | ||
||এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব, | ||এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব, | ||
− | |||
|- | |- | ||
|| 09:32 | || 09:32 | ||
||'''learn''' command ব্যৱহাৰ কৰি আপোনাৰ canvas ৰ চাৰিওটা কোণতেই অংকণ কৰক : | ||'''learn''' command ব্যৱহাৰ কৰি আপোনাৰ canvas ৰ চাৰিওটা কোণতেই অংকণ কৰক : | ||
− | |||
* pentagon | * pentagon | ||
− | |||
* square | * square | ||
− | |||
* rectangle | * rectangle | ||
− | |||
* hexagon আৰু | * hexagon আৰু | ||
− | |||
|- | |- | ||
|| 09:45 | || 09:45 | ||
Line 372: | Line 328: | ||
|| 09:49 | || 09:49 | ||
|| “random” command ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু | || “random” command ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু | ||
− | |||
|- | |- | ||
|| 09:55 | || 09:55 | ||
Line 382: | Line 337: | ||
|| 10:04 | || 10:04 | ||
|| ই Spoken Tutorial project ৰ সাৰাংশ বুজাই ৷ | || ই Spoken Tutorial project ৰ সাৰাংশ বুজাই ৷ | ||
− | |||
|- | |- | ||
|| 10:08 | || 10:08 | ||
Line 389: | Line 343: | ||
|| 10:13 | || 10:13 | ||
||Spoken Tutorial Project Team এ | ||Spoken Tutorial Project Team এ | ||
− | |||
|- | |- | ||
|| 10:15 | || 10:15 | ||
|| spoken tutorial বোৰ ব্যৱহাৰ কৰি কিছুমান workshop পাতে ৷ | || spoken tutorial বোৰ ব্যৱহাৰ কৰি কিছুমান workshop পাতে ৷ | ||
− | |||
|- | |- | ||
|| 10:19 | || 10:19 | ||
||যিসকল লোক online test উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ | ||যিসকল লোক online test উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ | ||
− | |||
|- | |- | ||
|| 10:22 | || 10:22 | ||
Line 404: | Line 355: | ||
|| 10:29 | || 10:29 | ||
||”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ | ||”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ | ||
− | |||
|- | |- | ||
|| 10:33 | || 10:33 | ||
|| National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ | || National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ | ||
− | |||
|- | |- | ||
|| 10:40 | || 10:40 | ||
Line 416: | Line 365: | ||
|| 10:46 | || 10:46 | ||
||'''IT for change, Bangaluru.''' এ এই scriptখনলৈ বৰঙণি আগবঢ়াইছে ৷ | ||'''IT for change, Bangaluru.''' এ এই scriptখনলৈ বৰঙণি আগবঢ়াইছে ৷ | ||
− | |||
|- | |- | ||
|| 10:50 | || 10:50 | ||
|| মই মাধুৰী গণপতি, ‘IIT Bombay”ৰ পৰা, আপোনালোকৰ পৰা বিদায় মাগিছো ৷ | || মই মাধুৰী গণপতি, ‘IIT Bombay”ৰ পৰা, আপোনালোকৰ পৰা বিদায় মাগিছো ৷ | ||
যোগদান কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো ৷ | যোগদান কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো ৷ |
Revision as of 00:10, 20 March 2014
Time' | Narration |
00:01 | “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ |
00:08 | এই tutorial টোত আমি শিকিম
“learn” command আৰু “random” command ৷ |
00:15 | এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1beta ৷ |
00:28 | আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷ |
00:33 | যদি নাই তে
নেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website “ http://spoken-tutorial.org” লৈ যাওঁক৷ |
00:39 | আহক, এটা নতুন KTurtle Application খোলো ৷ |
00:42 | “Dash home” ত click কৰক ৷ |
00:44 | “Search bar” ত “KTurtle” বুলি type কৰক ৷ |
00:47 | “KTurtle” ত click কৰক ৷ |
00:50 | আহক, প্রথমতে “learn” command চাঁও ৷ |
00:53 | “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নি
ৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ |
01:01 | 'learn' Command এ input ল’ব পাৰে আৰু output উভতাই দিব পাৰে ৷ |
01:05 | Command এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷ |
01:10 | এক স্পষ্ট নিৰীক্ষণৰ বাবে, programme text ক zoom কৰি চাওঁ আহক ৷ |
01:14 | বৰ্গ এটা আকিঁবলৈ, editor ত code এটা type কৰো আহক ৷ |
01:19 | curly bracket ৰ ভিতৰত লিখক “repeat 4”
{ forward 10 turnleft 90 } |
01:31 | ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ |
01:37 | আহক এতিয়া “learn” command ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা command ৰ বিষয়ে অধ্যয়ন কৰো ৷ |
01:45 | বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা commandবোৰক আমি “square” নাম দিম ৷ |
01:50 | “learn” command ৰ পিছত শিকিব বিচৰা commandটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷ |
01:59 | আহক, তলত উল্লেখিত code সমূহ type কৰো ৷ |
02:02 | learn space square space $x |
02:10 | curly bracket বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ |
02:13 | “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ |
02:19 | নতুনকৈ ব্যাখ্যা কৰা commandক “square” বোলা হয় ৷ |
02:23 | “square”এ এটা input যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ |
02:31 | টুকি লওঁক যে যেতিয়া আপুনি এই codeটো run কৰিব, “square”এ কোনো output উভতাই নিদিয়ে ৷ |
02:37 | Command “learn”টো অকল “learning” ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷ |
02:43 | বাকী থকা codeত “square” commandটো সাধাৰণ code ৰ দৰেই ব্যৱহাৰ হ’ব ৷ |
02:51 | আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ |
02:54 | আহক type কৰো
go 200,200 square 100 |
03:04 | Command “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷ |
03:11 | এতিয়া codeটো run কৰো আহক ৷ |
03:13 | “Turtle” এ canvas ত বৰ্গ এটা অংকণ কৰিলে ৷ |
03:17 | আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ |
03:22 | আহক আকৌ run কৰো ৷ |
03:23 | “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ |
03:28 | অনুগ্রহ কৰি টুকি ল’ব যে এই commandটো কেৱল এই programmeটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷ |
03:35 | মই editor পৰা current codeটো clear কৰি দিম ৷ |
03:38 | Canvasখন চাফা কৰিবলৈ “clear” command type কৰি run কৰি দিয়ক ৷ |
03:44 | ইয়াৰ পিছত আমি “random” command ৰ বিষয়ে শিকিম ৷ |
03:48 | “random” command এ input লয় আৰু output উভতাই দিয়ে ৷ |
03:52 | “ random” commandৰ syntax হ’ল “random X,Y” |
03:57 | য’ত X আৰু Y দুটা input ৷ |
04:01 | Xএ আটাইতকৈ কম সংখ্যক output আৰু Yএ আটাইতকৈ বেছি সংখ্যক output ধাৰ্য্য কৰে ৷ |
04:07 | Output হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷ |
04:13 | আহক আমি “random” commandক application ত ব্যৱহাৰ কৰো ৷ |
04:18 | Text editor ত মোৰ আগৰে পৰাই এটা code আছে ৷ |
04:22 | মই এই codeটো ব্যাখ্যা কৰিম ৷ |
04:24 | “reset” command এ “Turtle” ক default positionত set কৰে ৷ |
04:29 | ইয়াত, “random1,20” command এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X variable হিচাপে নিৰূপণ কৰে ৷ |
04:44 | ”repeat” command আৰু curly bracketবোৰৰ ভিতৰত থকা commandবোৰে এটা বৃত্ত অংকণ কৰে ৷ |
04:51 | মই text editor ৰ পৰা codeটো copy কৰি “KTurtle”ৰ editorত paste কৰিম ৷ |
04:58 | Tutorialটো pause কৰক আৰু আপোনাৰ “KTurtle” editor ত programmeটো type কৰক ৷ |
05:03 | Pprogrammeটো type কৰাৰ পিছত tutorialটো resume কৰক ৷ |
05:08 | যেতিয়া আমি এই codeটো চলাও, |
05:10 | “Turtle”এ canvas ত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷ |
05:16 | আহক আমি এই codeটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ |
05:20 | আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ |
05:26 | প্রত্যকবাৰেই যেতিয়া আপুনি এই code টো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত canvas ত অংকিত হ’ব ৷ |
05:33 | আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা command কেই এটা উদাহৰণত ব্যৱহাৰ কৰো ৷ |
05:39 | মই এতিয়া current codeটোক editor ৰ পৰা clear কৰি দিম ৷ Canvas খন চাফা কৰিবলৈ “clear” command আৰু “Run” type কৰক ৷ |
05:48 | Text editor ত মোৰ আগৰে পৰাই এটা programme আছে ৷
|
05:52 | মই এতিয়া এই codeটো ব্যাখ্যা কৰিম ৷ |
05:55 | “reset” command এ “Turtle” ক ইয়াৰ default positionত set কৰে ৷ |
06:00 | “canvassize 300,300”এ canvasখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত set কৰে ৷ |
06:09 | $R, $G “ আৰু $B হ’ল তিনিটা variable য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷ |
06:19 | command canvascolor $R,$G, আৰু $B ত, |
06:23 | ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B variable ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ |
06:34 | এই commandটো কাৰ্য্যকৰী কৰোতে canvas ক যিকোনো এটা ৰংত set কৰা হ’ল ৷ |
06:41 | $red, $blue, $green বোৰ হ’ল আন এক ধৰণৰ variable ৰ set, |
06:45 | য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷ |
06:53 | ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য pencolor $red, $blue আৰু $green ক |
07:02 | Variable $red, $green আৰু$blue ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷ |
07:10 | যেতিয়া commandটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং set কৰা হয় ৷ |
07:18 | penwidth 2এ কলমটোৰ প্রস্থ ২ pixel ত set কৰে ৷ |
07:25 | পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই code টো enter কৰিলো ৷ |
07:30 | ইয়াত $xএ বৃত্তটোৰ পৰিমানক সূচাব ৷ |
07:35 | repeat command আৰু তাৰ পিছত curly bracket ৰ ভিতৰত অহা code টোৱে এটা বৃত্ত অংকণ কৰে ৷ |
07:43 | পৰবৰ্তী command ৰ set, অৰ্থাৎ “go” command আৰু তাৰ পিছত অহা “circle” command এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷ |
07:54 | উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত |
08:01 | ”go” command ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ |
08:09 | প্রত্যেকটো বৃত্তৰ বাবেই, মই canvasত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷ |
08:16 | Text editor ৰ পৰা codeটো মই copy কৰিম আৰু KTurtle ৰ editor ত paste কৰিম ৷ |
08:23 | ইয়াত tutorialটো pause কৰক আৰু KTurtle ৰ editor ত programme টো type কৰক ৷ |
08:29 | Programme টো type কৰাৰ পিছত tutorial টো আকৌ চলাওক ৷ |
08:33 | মই এই codeটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷ |
08:37 | আপুনি এই codeটো “run” option ত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ |
08:43 | মই এই code টো কেইবাৰমান run কৰিম ৷ |
08:46 | আপুনি যিকোনোধৰণে set কৰা কলমৰ ৰংৰ মূল্য আৰু canvas ৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ |
08:54 | প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু canvas ৰ ৰংৰ সালসলনি মন কৰিব ৷ |
09:01 | আপুনি এই code টো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে set কৰা কলম আৰু canvas ৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷ |
09:15 | ইয়াৰ লগতে আমি এই tutorialটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷ |
09:20 | আহক সংক্ষিপ্ত ভাবে চাঁও |
09:22 | এই tutorialটোত আমি শিকিলো
|
09:30 | এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব, |
09:32 | learn command ব্যৱহাৰ কৰি আপোনাৰ canvas ৰ চাৰিওটা কোণতেই অংকণ কৰক :
|
09:45 | Canvas খনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷ |
09:49 | “random” command ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু |
09:55 | আপোনাৰ জ্যামিতিক আকাৰ আৰু canvas customize কৰক ৷ |
10:00 | URL http://spoken-tutorial.org/What is a Spoken Tutorial ত উপলব্ধ video চাঁওক ৷ |
10:04 | ই Spoken Tutorial project ৰ সাৰাংশ বুজাই ৷ |
10:08 | যদিহে আপোনাৰ ভাল bandwidth নাই, তেন্তে আপুনি ইয়াক download কৰিও চাব পাৰে ৷ |
10:13 | Spoken Tutorial Project Team এ |
10:15 | spoken tutorial বোৰ ব্যৱহাৰ কৰি কিছুমান workshop পাতে ৷ |
10:19 | যিসকল লোক online test উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ |
10:22 | অধিক জানিবলৈ, অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক ৷ |
10:29 | ”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ |
10:33 | National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ |
10:40 | http://spoken-tutorial.org/NMEICT-Intro ] এই link টোত এই Mission ৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ |
10:46 | IT for change, Bangaluru. এ এই scriptখনলৈ বৰঙণি আগবঢ়াইছে ৷ |
10:50 | মই মাধুৰী গণপতি, ‘IIT Bombay”ৰ পৰা, আপোনালোকৰ পৰা বিদায় মাগিছো ৷
যোগদান কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো ৷ |