Difference between revisions of "KTurtle/C3/Question-Glues/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
| | 00,01
+
| | 00.01
 
| | নমস্কাৰ আৰু '' ' KTurtle ''' ত  ' ''Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
 
| | নমস্কাৰ আৰু '' ' KTurtle ''' ত  ' ''Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
  
 
|-
 
|-
| | 00,08
+
| | 00.08
 
| | এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues '''and, not''' শিকিম  
 
| | এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues '''and, not''' শিকিম  
 
|-
 
|-
| | 00,16
+
| | 00.16
 
| | আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো  
 
| | আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো  
 
|-
 
|-
| | 00,29
+
| | 00.29
 
| | আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে  
 
| | আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে  
  
 
|-
 
|-
| | 00,39
+
| | 00.39
 
| |যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক  
 
| |যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক  
  
 
|-
 
|-
| | 00,46
+
| | 00.46
 
| | আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো .
 
| | আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো .
 
|-
 
|-
| | 00,51
+
| | 00.51
 
| | question glue wordsয়ে আমাক সৰু প্রশ্নৰ পৰা এটা ডাঙৰ প্রশ্নলৈ সংযোগ কৰাত সক্ষম কৰে **.
 
| | question glue wordsয়ে আমাক সৰু প্রশ্নৰ পৰা এটা ডাঙৰ প্রশ্নলৈ সংযোগ কৰাত সক্ষম কৰে **.
  
 
|-
 
|-
| | 01,00
+
| | 01.00
| |“and”, “or” and “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ   
+
| |“and”, “or” and “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ '''if-else''' শর্ত '' সৈতে একেলগে ব্যবহাৰ কৰা হয় .
'''if-else''' শর্ত '' সৈতে একেলগে ব্যবহাৰ কৰা হয় .
+
 
|-
 
|-
| | 01,11
+
| | 01.11
 
| | এটা নতুন '' ' KTurtle '''  Application খুলক .
 
| | এটা নতুন '' ' KTurtle '''  Application খুলক .
 
|-
 
|-
| | 01,15
+
| | 01.15
 
| | '' ' ড্যাশ হোম ''ত ' ক্লিক কৰক.
 
| | '' ' ড্যাশ হোম ''ত ' ক্লিক কৰক.
  
 
|-
 
|-
| | 01,18
+
| | 01.18
 
| | অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.
 
| | অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.
  
 
|-
 
|-
| | 01,22
+
| | 01.22
 
| |আৰয় অপশনত ক্লিক কৰক.
 
| |আৰয় অপশনত ক্লিক কৰক.
 
|-
 
|-
| | 01,24
+
| | 01.24
 
| | glue word '''and'''ৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক.
 
| | glue word '''and'''ৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক.
 
|-
 
|-
| | 01,28
+
| | 01.28
 
| | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্রোগ্রাম আছে.
 
| | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্রোগ্রাম আছে.
 
|-
 
|-
| | 01,33
+
| | 01.33
 
| | আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু '' ' KTurtle '''ৰ এডিটৰত পেস্ট কৰো.
 
| | আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু '' ' KTurtle '''ৰ এডিটৰত পেস্ট কৰো.
  
 
|-
 
|-
| | 01,40
+
| | 01.40
 
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্রোগ্রাম টাইপ কৰক.
 
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্রোগ্রাম টাইপ কৰক.
  
 
|-
 
|-
| | 01,46
+
| | 01.46
 
| | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
 
| | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
 
|-
 
|-
| | 01,50
+
| | 01.50
 
| | আমি প্রোগ্রাম টেকস্টত  জুম কৰো .
 
| | আমি প্রোগ্রাম টেকস্টত  জুম কৰো .
  
 
|-
 
|-
| | 01,52
+
| | 01.52
 
| | ই সম্ভব অলপমান অস্পষ্ট হব পাৰে   
 
| | ই সম্ভব অলপমান অস্পষ্ট হব পাৰে   
  
 
|-
 
|-
| | 01,56
+
| | 01.56
 
| | কোডটো চোৱা যাওক .
 
| | কোডটো চোৱা যাওক .
  
 
|-
 
|-
| | 01,59
+
| | 01.59
 
| | '''reset''' কমান্ডে '''Turtle'''ক  ইয়াৰ '''' ডিফল্ট ''' অবস্থানলৈ চেট কৰে  
 
| | '''reset''' কমান্ডে '''Turtle'''ক  ইয়াৰ '''' ডিফল্ট ''' অবস্থানলৈ চেট কৰে  
 
|-
 
|-
| | 02,04
+
| | 02.04
 
| | '''message " " ''' কিৱৰ্দৰ পিছত এটা প্রোগ্রামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
 
| | '''message " " ''' কিৱৰ্দৰ পিছত এটা প্রোগ্রামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
  
 
|-
 
|-
| | 02,10
+
| | 02.10
| |   
+
| |  '“message”'''কমান্ডে ইনপুট হিসাবে '' ' " স্ট্রিং " ''' লয় .
'“message”'''
+
কমান্ডে ইনপুট হিসাবে '' ' " স্ট্রিং " ''' লয় .
+
  
 
|-
 
|-
| | 02,14
+
| | 02.14
 
| | ই এটা স্ট্রিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্রিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
 
| | ই এটা স্ট্রিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্রিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
 
|-
 
|-
| | 02,24
+
| | 02.24
| |  
+
| | ''$a, $b''' and '''$c''' বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
''$a, $b''' and '''$c''' বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
+
 
|-
 
|-
| | 02,30
+
| | 02.30
 
| | ''“ask”''' কমান্ডে '' ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয় .
 
| | ''“ask”''' কমান্ডে '' ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয় .
 
|-
 
|-
| | 02,36
+
| | 02.36
 
||'''if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b)''', '''“if”''' condition প্ৰশিক্ষন কৰে .
 
||'''if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b)''', '''“if”''' condition প্ৰশিক্ষন কৰে .
 
|-
 
|-
| | 02,49
+
| | 02.49
 
| | যেতিয়া দুটা  প্রশ্ন '''“and”''' ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
 
| | যেতিয়া দুটা  প্রশ্ন '''“and”''' ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
 
|-
 
|-
| | 02,55
+
| | 02.55
 
| | ''if(($a !=$b) and ($b != $c) and ($c != $a))'' ''if'' condition প্ৰশিক্ষন কৰে
 
| | ''if(($a !=$b) and ($b != $c) and ($c != $a))'' ''if'' condition প্ৰশিক্ষন কৰে
  
 
|-
 
|-
| | 03,05
+
| | 03.05
 
| |যেতিয়া উপৰৰ ''''if'''' condition সতয় হয়, নিয়ন্ত্রণে ''nested if''' ব্লকলৈ  যায়
 
| |যেতিয়া উপৰৰ ''''if'''' condition সতয় হয়, নিয়ন্ত্রণে ''nested if''' ব্লকলৈ  যায়
  
 
|-
 
|-
| | 03,12
+
| | 03.12
 
| | ই ত্রিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
 
| | ই ত্রিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
 
|-
 
|-
| | 03,17
+
| | 03.17
 
| | '' ' fontsize 18 '''য়ে ''print''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
 
| | '' ' fontsize 18 '''য়ে ''print''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
 
|-
 
|-
| | 03,22
+
| | 03.22
 
| | '''go 10,100'''' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .
 
| | '''go 10,100'''' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .
  
 
|-
 
|-
| | 03,35
+
| | 03.35
 
| | 'print''' কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্রিং প্রদর্শন কৰে .
 
| | 'print''' কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্রিং প্রদর্শন কৰে .
 
|-
 
|-
 
| | 03.41
 
| | 03.41
| | '  
+
| | ''''else'''কমান্ডে '''else''' condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয়
'''else'''কমান্ডে '''else''' condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয়
+
 
|-
 
|-
| | 03,48
+
| | 03.48
 
| |''print''' কমান্ডে ''else''' condition প্ৰশিক্ষন কৰাৰ পিছত string প্রদর্শন কৰে
 
| |''print''' কমান্ডে ''else''' condition প্ৰশিক্ষন কৰাৰ পিছত string প্রদর্শন কৰে
 
|-
 
|-
| | 03,54
+
| | 03.54
 
| | ''else'''কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে .
 
| | ''else'''কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে .
 
|-
 
|-
| | 03,57
+
| | 03.57
 
| | ইয়াত '''else''' প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়.  
 
| | ইয়াত '''else''' প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়.  
 
|-
 
|-
| | 04,03
+
| | 04.03
 
| | else condition প্ৰশিক্ষন কৰাৰ পিছত ''print''' কমান্ডে stringক প্রদর্শন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.  
 
| | else condition প্ৰশিক্ষন কৰাৰ পিছত ''print''' কমান্ডে stringক প্রদর্শন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.  
 
|-
 
|-
| | 04,12
+
| | 04.12
 
| | প্রোগ্রামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
 
| | প্রোগ্রামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
 
|-
 
|-
| | 04,15
+
| | 04.15
 
| | এটা বার্তা ডায়লগ বক্স Pops - up মানে উলায়. আমি ওকেত ক্লিক কৰু .
 
| | এটা বার্তা ডায়লগ বক্স Pops - up মানে উলায়. আমি ওকেত ক্লিক কৰু .
 
|-
 
|-
| | 04,20
+
| | 04.20
 
| |  AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
| |  AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক
  
 
|-
 
|-
| | 04,25
+
| | 04.25
 
| | 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
| | 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
|-
 
|-
| | 04,29
+
| | 04.29
 
| | 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
| | 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক
 
|-
 
|-
| | 04,33
+
| | 04.33
 
| | '' ' "এটা scalene মানে বিষমভুজ ত্রিভুজ কেনভাচত প্রদর্শন কৰা হক. '
 
| | '' ' "এটা scalene মানে বিষমভুজ ত্রিভুজ কেনভাচত প্রদর্শন কৰা হক. '
 
|-
 
|-
| | 04,37
+
| | 04.37
 
| | আৰু এবাৰ চলোৱা হক .
 
| | আৰু এবাৰ চলোৱা হক .
 
|-
 
|-
| | 04,40
+
| | 04.40
 
| | এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. .
 
| | এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. .
 
|-
 
|-
| | 04,44
+
| | 04.44
 
| | 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
| | 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
  
 
|-
 
|-
| | 04,58
+
| | 04.58
| | ক্যানভাসত “ Not a scalene triangle”'''  প্রদর্শিত কৰা হয়.
+
| | ক্যানভাসত “ Not a scalene triangle”'''প্রদর্শিত কৰা হয়.
 
|-
 
|-
 
| | 05.02
 
| | 05.02
Line 180: Line 175:
 
| | এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু.   
 
| | এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু.   
 
|-
 
|-
| | 05,11
+
| | 05.11
 
| | 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
|-
 
|-
| | 05,16
+
| | 05.16
 
| | BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
|-
 
|-
| | 05,20
+
| | 05.20
 
| | ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
|-
 
|-
| | 05,24
+
| | 05.24
| | 'ক্যানভাসত '''" Does not satisfy triangle's inequality "'''  
+
| | 'ক্যানভাসত '''" Does not satisfy triangle's inequality "''' প্রদর্শিত হয়.
  প্রদর্শিত হয়.
+
  
 
|-
 
|-
| | 05,30
+
| | 05.30
 
| | এতিয়া এই প্রোগ্রামটো মুছি পেলোৱা যাওক. আমি '''clear''' কমান্ড লিখো আৰু '''clear''' কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
 
| | এতিয়া এই প্রোগ্রামটো মুছি পেলোৱা যাওক. আমি '''clear''' কমান্ড লিখো আৰু '''clear''' কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
  
 
|-
 
|-
| | 05,40
+
| | 05.40
 
| | '''not'' শর্ত '' সৈতে কাম কৰা যাওক.
 
| | '''not'' শর্ত '' সৈতে কাম কৰা যাওক.
 
|-
 
|-
| | 05,43
+
| | 05.43
 
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু '' ' KTurtle ''' এডিটৰত পেস্ট কৰো  
 
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু '' ' KTurtle ''' এডিটৰত পেস্ট কৰো  
  
 
|-
 
|-
| | 05,51
+
| | 05.51
 
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
 
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
  
 
|-
 
|-
| | 05,56
+
| | 05.56
 
| | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
 
| | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
 
|-
 
|-
Line 215: Line 209:
 
| | আমি প্রোগ্রাম টেকস্টটোলৈ জুম কৰো আৰু প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
 
| | আমি প্রোগ্রাম টেকস্টটোলৈ জুম কৰো আৰু প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
 
|-
 
|-
| | 06,05
+
| | 06.05
 
| | 'reset'''  কমান্ডে  ''Turtle'''ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ চেট কৰে .
 
| | 'reset'''  কমান্ডে  ''Turtle'''ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ চেট কৰে .
 
|-
 
|-
| | 06,09
+
| | 06.09
 
| | $a, $b''' and '''$c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
 
| | $a, $b''' and '''$c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
 
|-
 
|-
| | 06,15
+
| | 06.15
| |  if not (($a==$b) and ($b==$c) and ($c==$a))'' য়ে 'if not '' শর্ত  প্ৰশিক্ষন কৰে .
+
| |  if not (($a==$b) and ($b==$c) and ($c==$a))'' য়ে 'if not '' শর্ত  প্ৰশিক্ষন কৰে  
  
 
|-
 
|-
| | 06,27
+
| | 06.27
 
| |'not'' এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .
 
| |'not'' এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .
  
 
|-
 
|-
| | 06,36
+
| | 06.36
 
| | উদাঃ যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে  
 
| | উদাঃ যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে  
  
 
|-
 
|-
| | 06,42
+
| | 06.42
 
| | আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব.
 
| | আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব.
 
|-
 
|-
| | 06,48
+
| | 06.48
 
| |'''print''' কমান্ডে '''if not''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে  .
 
| |'''print''' কমান্ডে '''if not''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে  .
 
|-
 
|-
Line 247: Line 241:
  
 
|-
 
|-
| | 07,07
+
| | 07.07
 
| | 'go 100,100''' য়ে  '''Turtle'''ক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে  
 
| | 'go 100,100''' য়ে  '''Turtle'''ক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে  
 
|-
 
|-
| | 07,20
+
| | 07.20
 
| |'''repeat 3{turnright 120 forward 100}''' য়ে turtleক কেনভাচত  এটা সমবাহু ত্রিভুজ আকিবলৈ কম্মান্দ কৰে  
 
| |'''repeat 3{turnright 120 forward 100}''' য়ে turtleক কেনভাচত  এটা সমবাহু ত্রিভুজ আকিবলৈ কম্মান্দ কৰে  
 
|-
 
|-
| | 07,32
+
| | 07.32
 
| | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্রোগ্রামটো ৰান কৰা যাওক .
 
| | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্রোগ্রামটো ৰান কৰা যাওক .
 
|-
 
|-
| | 07,36
+
| | 07.36
 
| | কোডটো ৰান কৰিবলৈ  F5 টিপক  .
 
| | কোডটো ৰান কৰিবলৈ  F5 টিপক  .
  
 
|-
 
|-
| | 07,40
+
| | 07.40
 
| | AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
|-
 
|-
| | 07,45
+
| | 07.45
 
| | BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
  
 
|-
 
|-
| | 07,48
+
| | 07.48
 
| | AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
 
| | AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
  
 
|-
 
|-
| | 07,54
+
| | 07.54
| | ক্যানভাসত ''“Triangle is not equilateral”'''  প্রদর্শিত হয়.
+
| | ক্যানভাসত ''“Triangle is not equilateral”'''প্রদর্শিত হয়.
 
+
 
|-
 
|-
| | 07,58
+
| | 07.58
 
| | আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
| | আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
|-
 
|-
| | 08,05
+
| | 08.05
 
| |  BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
| |  BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
|-
 
|-
| | 08,09
+
| | 08.09
 
| |AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
| |AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,  
 
|-
 
|-
| | 08,13
+
| | 08.13
 
| |  ক্যানভাসত ''“Triangle is equilateral”''' বোলি প্রদর্শিত হয়. কেনভাচত এটা সমবাহু ত্রিভুজ অকা হয় .
 
| |  ক্যানভাসত ''“Triangle is equilateral”''' বোলি প্রদর্শিত হয়. কেনভাচত এটা সমবাহু ত্রিভুজ অকা হয় .
 
 
|-
 
|-
| | 08,21
+
| | 08.21
 
| | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
| | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
  
 
|-
 
|-
| | 08,25
+
| | 08.25
 
| | সংক্ষেপ কৰা যাওক
 
| | সংক্ষেপ কৰা যাওক
  
 
|-
 
|-
| | 08,28
+
| | 08.28
 
| | এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো  
 
| | এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো  
 
|-
 
|-
| | 08,35
+
| | 08.35
 
| | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্রোগ্রাম এটা লিখক  
 
| | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্রোগ্রাম এটা লিখক  
 
|-
 
|-
| | 08,40
+
| | 08.40
 
| | question glue '''“or”'''ব্যবহাৰ কৰি  right angled  ত্রিভুজৰ বাবে এঙ্গেল ধাৰণা  
 
| | question glue '''“or”'''ব্যবহাৰ কৰি  right angled  ত্রিভুজৰ বাবে এঙ্গেল ধাৰণা  
 
|-
 
|-
| | 08,48
+
| | 08.48
 
| |''if or ''condition is:ৰ  গঠন  
 
| |''if or ''condition is:ৰ  গঠন  
 
   
 
   
 
|-
 
|-
| | 08,51
+
| | 08.51
 
| | if বন্ধনীত '''condition''' '''or''' বন্ধনীত '''condition''' '''or''' বন্ধনীত '''condition.'''  
 
| | if বন্ধনীত '''condition''' '''or''' বন্ধনীত '''condition''' '''or''' বন্ধনীত '''condition.'''  
  
 
|-
 
|-
|| 08,59
+
|| 08.59
 
| | কাৰ্লী  বন্ধনীত '''do something.'''
 
| | কাৰ্লী  বন্ধনীত '''do something.'''
  
 
|-
 
|-
| | 09,02
+
| | 09.02
 
| | 'else'''কাৰ্লী  বন্ধনীত '''do something.'''
 
| | 'else'''কাৰ্লী  বন্ধনীত '''do something.'''
 
|-
 
|-

Revision as of 12:35, 12 March 2014

Visual Cue Narration
00.01 নমস্কাৰ আৰু ' KTurtle ত  ' Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00.08 এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues and, not শিকিম
00.16 আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো
00.29 আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে
00.39 যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00.46 আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো .
00.51 question glue wordsয়ে আমাক সৰু প্রশ্নৰ পৰা এটা ডাঙৰ প্রশ্নলৈ সংযোগ কৰাত সক্ষম কৰে **.
01.00 “and”, “or” and “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ if-else শর্ত সৈতে একেলগে ব্যবহাৰ কৰা হয় .
01.11 এটা নতুন ' KTurtle '  Application খুলক .
01.15 ' ড্যাশ হোম ত ' ক্লিক কৰক.
01.18 অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.
01.22 আৰয় অপশনত ক্লিক কৰক.
01.24 glue word andৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক.
01.28 আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্রোগ্রাম আছে.
01.33 আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু ' KTurtle 'ৰ এডিটৰত পেস্ট কৰো.
01.40 অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্রোগ্রাম টাইপ কৰক.
01.46 প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
01.50 আমি প্রোগ্রাম টেকস্টত  জুম কৰো .
01.52 ই সম্ভব অলপমান অস্পষ্ট হব পাৰে 
01.56 কোডটো চোৱা যাওক .
01.59 reset কমান্ডে Turtleক  ইয়াৰ ' ডিফল্ট অবস্থানলৈ চেট কৰে
02.04 message " " কিৱৰ্দৰ পিছত এটা প্রোগ্রামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
02.10   '“message”কমান্ডে ইনপুট হিসাবে ' " স্ট্রিং " লয় .
02.14 ই এটা স্ট্রিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্রিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
02.24 $a, $b' and $c বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
02.30 “ask” কমান্ডে ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয় .
02.36 if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b), “if” condition প্ৰশিক্ষন কৰে .
02.49 যেতিয়া দুটা  প্রশ্ন “and” ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
02.55 if(($a !=$b) and ($b != $c) and ($c != $a)) if condition প্ৰশিক্ষন কৰে
03.05 যেতিয়া উপৰৰ ''if' condition সতয় হয়, নিয়ন্ত্রণে nested if ব্লকলৈ  যায়
03.12 ই ত্রিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
03.17 ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
03.22 go 10,100' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .
03.35 'print কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্রিং প্রদর্শন কৰে .
03.41 'elseকমান্ডে else condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয়
03.48 print কমান্ডে else condition প্ৰশিক্ষন কৰাৰ পিছত string প্রদর্শন কৰে
03.54 else'কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে .
03.57 ইয়াত else প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়.
04.03 else condition প্ৰশিক্ষন কৰাৰ পিছত print' কমান্ডে stringক প্রদর্শন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.
04.12 প্রোগ্রামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
04.15 এটা বার্তা ডায়লগ বক্স Pops - up মানে উলায়. আমি ওকেত ক্লিক কৰু .
04.20   AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04.25 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04.29 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04.33 ' "এটা scalene মানে বিষমভুজ ত্রিভুজ কেনভাচত প্রদর্শন কৰা হক. '
04.37 আৰু এবাৰ চলোৱা হক .
04.40 এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. .
04.44 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
04.58 ক্যানভাসত “ Not a scalene triangle”প্রদর্শিত কৰা হয়.
05.02 ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক .
05.06 এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু. 
05.11 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05.16 BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05.20 ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05.24 'ক্যানভাসত " Does not satisfy triangle's inequality " প্রদর্শিত হয়.
05.30 এতিয়া এই প্রোগ্রামটো মুছি পেলোৱা যাওক. আমি clear কমান্ড লিখো আৰু clear কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
05.40 not শর্ত সৈতে কাম কৰা যাওক.
05.43 আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু ' KTurtle ' এডিটৰত পেস্ট কৰো
05.51 অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
05.56 প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
06.01 আমি প্রোগ্রাম টেকস্টটোলৈ জুম কৰো আৰু প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
06.05 'reset'  কমান্ডে  Turtleক ইয়াৰ ডিফল্ট অবস্থানলৈ চেট কৰে .
06.09 $a, $b and $c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
06.15   if not (($a==$b) and ($b==$c) and ($c==$a)) য়ে 'if not শর্ত  প্ৰশিক্ষন কৰে
06.27 'not এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .
06.36 উদাঃ যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে
06.42 আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব.
06.48 print কমান্ডে if not শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে  .
06.55 যেতিয়া if' শর্ত false হয় তেতিয়া else কমান্ড প্রদর্শন কৰা হয় .
07.01   print কমান্ডে else শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে 
07.07 'go 100,100 য়ে  Turtleক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে
07.20 repeat 3{turnright 120 forward 100} য়ে turtleক কেনভাচত  এটা সমবাহু ত্রিভুজ আকিবলৈ কম্মান্দ কৰে
07.32 আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্রোগ্রামটো ৰান কৰা যাওক .
07.36 কোডটো ৰান কৰিবলৈ  F5 টিপক  .
07.40 AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07.45 BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07.48 AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07.54 ক্যানভাসত “Triangle is not equilateral”'প্রদর্শিত হয়.
07.58 আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08.05   BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08.09 AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08.13   ক্যানভাসত “Triangle is equilateral”' বোলি প্রদর্শিত হয়. কেনভাচত এটা সমবাহু ত্রিভুজ অকা হয় .
08.21 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
08.25 সংক্ষেপ কৰা যাওক
08.28 এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো
08.35 এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্রোগ্রাম এটা লিখক
08.40 question glue “or”ব্যবহাৰ কৰি  right angled  ত্রিভুজৰ বাবে এঙ্গেল ধাৰণা
08.48 if or condition is:ৰ  গঠন

   

08.51 if বন্ধনীত condition or বন্ধনীত condition or বন্ধনীত condition.
08.59 কাৰ্লী  বন্ধনীত do something.
09.02 'elseকাৰ্লী  বন্ধনীত do something.
09.06 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
09.10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09.13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09.18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09.34 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09.38 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09.44 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09.49 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble