Difference between revisions of "Java/C2/Non-static-block/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- |  00:02 |  জাভাত নন স্ট্যাটিক ব্লকৰ কথ্ন টিউটোৰিয়েল…')
 
Line 2: Line 2:
 
|| ''Time'''
 
|| ''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
 +
 
|-
 
|-
 
|  00:02
 
|  00:02

Revision as of 11:05, 3 February 2014

 {| border=1 || Time' || Narration

|- |  00:02 |  জাভাত নন স্ট্যাটিক ব্লকৰ কথ্ন টিউটোৰিয়েললৈ আপনাক স্বাগতম ।

|- |  00:06 |   এই টিউটোৰিয়েলত আমি শিকিম

|- |  00:08 | নন স্ট্যাটিক ব্লকৰ সম্পর্কে

|- |  00:10 |  নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়?

|- |  00:13 |  নন স্ট্যাটিক ব্লকে সহজ উদাহৰণ।

|- |  00:16 |  আৰু  আমাক কিয় কন্সট্রাকটৰ প্রয়োজন হয় ?

|- | 00:18 |  এই টিউটোৰিয়েলত আমি উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |- | 00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Eclipse ব্যবহাৰ কৰো |- |  00:29 |জাভাত কন্সট্রাকটৰ তৈয়াৰ কৰা সম্পর্কে জানিব লাগিব

|- |  00:33 |যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org)

|- |  00:38 | এতিয়া আমি চাম নন স্ট্যাটিক ব্লক কি হয় ?

|- |  00:42 | দুটা কাৰ্ড়লী বন্ধনীত লিখা যিকোনো কোড হল নন স্ট্যাটিক ব্লক।

|- |00:46  | এতিয়া আমি সিনট্যাক্স দেখিব পাৰো ।

|- |  00:51 | নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়?

|- |  00:54 |নির্মাণ (create) কৰা প্রতিটি বস্তুৰ বাবে নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।

|- |  00:5৮ |ই কন্সট্রাকটৰৰ এক্সিকিউশনৰ পূর্বে এক্সিকিউট কৰে

|- |  01:04 |ই ক্লাসৰ ইনস্ট্যান্স মেম্বাৰ ভ্যাৰিয়েবল আৰম্ভ কৰিব পাৰে

|- |  01:08 | গণনাৰ বাবে অন্য কোনো এক্সিকিউশনও ব্লকত দেখোৱাব পাৰে

|- |  01:14 | এতিয়া Eclipseলৈ যাও আৰু নন স্ট্যাটিক ব্লক ব্যবহাৰ কৰাৰ চেষ্টা কৰো ।

|- |   01:22 | মই  ইতিমধ্যে Eclipseত NonStaticTest নামৰ ক্লাস এটা খুলিছো ।

|- |  01:28 |মই A নামৰ এটা ক্লাসও তৈয়াৰ কৰিছো ।

|- |  01:33 | এতোয়া ক্লাস A ৰ ভিতৰত, মই প্রথমে int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰিম।

|- |  01:38 | সেয়ে লিখক int স্পেস a সেমিকোলন, তাৰপিছত Enter টিপক ।

|- |  01:46 | কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত Non static block of an instance of Class A সেমিকোলন।

|- |  02:12 | তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন।

|- |  02:32 | এতিয়া আমি এটা কন্সট্রকটৰ ঘোষনা কৰিম ।

|- |  02:35 | সেয়ে লিখক public স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট, কাৰ্ড়লী বন্ধনী খুলক Enter টিপক ।

|- |  02:51 | তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত Constructing object of type A সেমিকোলন।

|- |  03:10 | তাৰ পিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন।

|- |  03:35 | এতিয়া এই ফাইলটো সংৰক্ষণ কৰক । |- |  03:44 | Eclipseত NonStaticTest ক্লাসৰ ভিতৰত A ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰা যাওক।

|- |  03:53 | সেয়ে লিখক A স্পেস a1=new স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট সেমিকোলন।

|- |  04:08 | পিছৰ লাইনত আমি A ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰোম।

|- |  04:12 |সেয়ে লিখক A স্পেস a2=new স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট সেমিকোলন।

|- |  04:25 |এতিয়া ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক। সেয়ে Ctrl &S আাৰু Ctrl &F11 কী টিপক।

|- |  04:32 | আমি নিম্নৰুপে আউটপুট পালো :

|- | 04:35 | আমি যেনে দেখিব পাৰো যেতিয়া প্রথম অবজেক্ট তৈয়াৰ কৰা হয়, নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।

|- |  04:45 |  ক্লাস A ইনস্ট্যান্সৰ নন স্ট্যাটিক ব্লক আৰু ইনস্ট্যান্স ভ্যাৰিয়েবল A 0 ইনিসিয়েলাইজ কৰা হৈছে।****

|- |  04:53 | তাৰপিছতহে কন্সট্রকটৰ এক্সিকিউট কৰা হয়। A  টাইপৰ অবজেক্ট কন্সট্রকট কৰা।

|- |  05:02 | আৰু ইয়াত ইনস্ট্যান্স ভ্যাৰিয়েবল আকৌ এবাৰ 0লৈ ইনিসিয়েলাইজ কৰা হৈছে।

|- |  05:07 | তাৰপিছত যেতিয়া দ্বিতীয় অবজেক্ট তৈয়াৰ কৰা হয়, নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।

|- |  05:16 | এই প্রক্রিয়া পুনৰাবৃত্তি কৰা হয়।

|- |  05:20 |   আমি এটা ক্লাসত একোধিক নন স্ট্যাটিক ব্লক পাব পাৰো।

|- |  05:25 | এইক্ষেত্রত সিহতে ক্লাসত প্রদর্শিত কৰা ক্রমানুসাৰে এক্সিকিউট কৰে ।

|- |  05:30 | আমি সেইটো  চেষ্টা কৰিব পাৰো।

|- |  05:34 | ক্লাস Aত প্ৰথম ব্লকৰ পিছত আৰু এটা ব্লক অন্তর্ভুক্ত কৰক ।

|- |  05:43 | সেয়ে আকৌ কাৰ্ড়লী বন্ধনীত লিখক ,

|- |  05:47 |   System dot out dot println বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত Second Non static block of an instance of Class A সেমিকোলন।

|- |  06:08 | তাৰপিছত লিখক System dot out dot println বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন। |- |  06:30 | এতিয়া এই ফাইলটো সংৰক্ষণ কৰক, Ctrl & S কী একলগে টিপক তাৰপিছত প্রোগ্রাম ৰান কৰিবলৈ Ctrl আৰু F11 টিপক ।

|- |  06:44 | আমি নিম্নৰুপে আউটপুট পাউ :

|- |  06:48 |   আমি দেখো যে প্রথম ব্লক এক্সিকিউট হোৱাৰ পিছত, দ্বিতীয়  ব্লক এক্সিকিউট হৈছে।

|- |  06:58 |  তাৰপিছত কন্সট্রকটৰ এক্সিকিউট কৰা হয়।

|- |  07:07 | এতিয়া আপনি মন কৰিব পাৰে যে আমাক কসট্রাকটৰৰ কিয় প্রয়োজন।

|- |  07:10 | ইয়াৰ উত্তৰটো হল যে আমাক ডিফল্ট কন্সট্রাকটৰৰ প্রয়োজন নাই।

|- |  07:15 | কিন্তু নন স্ট্যাটিক ব্লক parameterized হব নোৱাৰে।

|- |  07:18 | বাহিৰৰপৰা লোৱা মানৰ অবজেক্ট আপোনাৰ উচৰত থাকিব নোৱাৰে । |- |  07:22 | সেয়ে নন স্ট্যাটিক ব্লক কন্সট্রকটৰৰ বিকল্প নহয়।

|- |  07:27 | সংক্ষিপ্তকৰন কৰো ।

|- |  07:29 |  এই টিউটৰিয়েলত আমি শিকিছো:

|- |  07:32 | নন স্ট্যাটিক ব্লকৰ সম্পর্কে আৰু কিভাবে ব্লকটো ব্যবহাৰ কৰা হয়।

|- | 07:35 |  আত্ম মূল্যায়নৰ বাবে,

|- | 07:36 |  B নামৰ এটা ক্লাস তৈয়াৰ কৰক। |- | 07:39 |  টিউটোৰিয়েলত প্রদর্শিত কৰা দৰে নন স্ট্যাটিক ব্লক আৰু কন্সট্রকটৰ  তৈয়াৰ কৰক।

|- | 07:44 |  ইতিমধ্যে নির্মিত NonStaticTest ক্লাসত B ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰক। |- | 07:49 |আউটপুটতো চাওক

|- |  07:51 |  spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।

|- | 07:53 |  এই লিঙ্কে উপলব্ধ ভিডিওটি দেখুন।  তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |- | 07:56 |   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে

|- | 08:00 |  যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

|- |  08:03 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 

|- | 08:06 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.


|- | 08:08 |  এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে

|- | 08:12 |  অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।

|- |   08:18 |  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

|- | 08:22 |  ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

|- | 08:28 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।

|- | 08:37 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে

|- | 08:40 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble