Difference between revisions of "Java/C2/Method-overloading/Assamese"
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- | 00:01 | জাভাত '''method overloading'''ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক …') |
|||
Line 400: | Line 400: | ||
| 10:22 | | 10:22 | ||
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | ||
+ | |||
+ | } |
Revision as of 14:43, 27 January 2014
{| border=1 || Time' || Narration
|- | 00:01 | জাভাত method overloadingৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম । |- | 00:06 | এই টিউটোৰিয়েলত আমি শিকিম,
|- | 00:08 | method overloading কি?
|- | 00:10 |আৰু মেথড ওভাৰলোড কৰা।
|- | 00:13 | এখানে আমরা
উবুন্টু সংস্করণ 11.10 OS
জাভা ডেভেলপমেন্ট কিট 1.6
এবং Eclipse 3.7.0 ব্যবহার করছি।
|- | 00:24 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ |- | 00:26 |মেথড তৈয়াৰ কৰা আৰু |- | 00:29 |জাভাত eclipse ব্যবহাৰ কৰি কন্সট্রাকটৰ ওভাৰলোড কৰা জানিব লাগিব।
|- | 00:32 |না হলে, প্রাসঙ্গিক টিউটোরিয়ালের জন্য আমাদের ওয়েবসাইট পরিদর্শন করুন।
(http://www.spoken-tutorial.org)
|- | 00:39 |method overloading কি? |- | 00:42 | ক্লাসৰ ভিতৰত একেই নামৰ সৈতে একাধিক মেথড ব্যাখ্যা কৰো । |- | 00:46 |সেইবোৰ প্যাৰামিটাৰৰ সংখ্যা বা ধৰনত ভিন্ন হোৱা আবশ্যক।
|- | 00:50 |এই মেথডক overloaded methods বুলা হয়। |- | 00:54 |এই প্রক্রিয়াকে method overloading বুলা হয়।
|- | 00:57 | এতিয়া মেথড ওভাৰলোড কেনেকৈ কৰা হয় চাও। |- | 01:00 |eclipseত, আমাৰ উচৰত এটা ক্লাস Addition আছে।
|- | 01:06 |ক্লাসৰ ভিতৰত আমি দুটি পূর্ণসংখ্যা ভ্যাৰিয়েবল ঘোষিত কৰিম।
|-
| 01:10
|সেয়ে লিখক int a = 10 আৰু int b = 5.
|- | 01:19 | এতিয়া এই দুটা ইন্টিজাৰ যোগ কৰিবলৈ এটা মেথড তৈয়াৰ কৰা যাওক।
|- | 01:23 |সেয়ে লিখক void add প্রথম বন্ধনী। |- | 01:30 |কাৰ্ড়লী বন্ধনীত লিখক System ডট out ডট println.
|- | 01:40 |প্রথম বন্ধনীত a+b. |- | 01:44 |সেয়ে এই মেথডে আমাক দুটা পূর্ণসংখ্যা ভ্যাৰিয়েবলৰ সমষ্টি দিয়া।
|- | 01:50 | অনয় এটা মেথড তৈয়াৰ কৰা যাওক যি দুটা প্যাৰামিটাৰ লয়। |- | 01:55 |সেয়ে লিখক void addTwoNumbers. |- | 02:04 |প্রথম বন্ধনীত int num1 কমা int num2.
|- | 02:14 |তাৰপিছত কাৰ্ড়লী বন্ধনীত System ডট out ডট println num1 প্লাস num2. |- | 02:35 |সেয়ে এই মেথডে আমাক দুটা মানৰ সমষ্টি দিয়ে যি এই মেথডলৈ আর্গুমেন্ট হিসাবে পাস কৰা হয়। |- | 02:44 |ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰি আৰু মেথডক আহ্বান কৰা যাওক। |- | 02:49 |সেয়ে মেন মেথডত লিখক Addition, মানে ক্লাস নেম অবজেক্ট obj = new Addition parentheses (প্রথম) বন্ধনী সেমিকোলন।
|- | 03:13 |তাৰপিছত Obj.add
|- | 03:18 |আৰু Obj.addTwonumbers প্রথম বন্ধনীত
|- | 03:31 | আমি দুটা আর্গুমেন্ট পাস কৰিম।
|- | 03:33 |ধৰক আমি যদি ফ্লোটিং পইন্ট ভ্যালুবোৰ পাস কৰো।
|- | 03:37 |সেয়ে লিখক 2.5 কমা আৰু এটা পূর্ণসংখ্যা 3.
|- | 03:45 | আমি এটা এৰৰ পাইছো যি কয় যে, the method addTwoNumbers int comma int of the class addition is not applicable for the argument double comma int. *****
|- | 03:57 | সেয়ে আমি মেথডত intৰ পৰিবর্তে double লিখম।
|- | 04:06 |intক, double দ্বৰা প্রতিস্থাপন কৰক। ফাইলটো সংৰক্ষণ কৰক।
|- | 04:12 | আমি দেখো যে এৰৰ সমাধান কৰা হৈছে।
|- | 04:17 | আমি এইটোও জানো যে জাভায়ে স্বয়ংক্রিয়ভাবে অর্থাৎ নিহিতভাবে int ক doubleলৈ পেৰিবর্তন কৰে। |- | 04:24 |সেয়ে ইয়াত এটা পূর্ণসংখ্যা আর্গুমেন্ট পাস কৰিব পাৰি ।
|- | 04:28 | এতিয়া প্রোগ্রামটো সংৰক্ষণ কৰক ৰান কৰক ।
|- | 04:32 | আউটপুটত আমি দুটা ইন্টিজাৰ ভ্যাৰিয়েবলৰ সমষ্টি দেখো। |- | 04:37 |আৰু আমি পাস কৰা দুটা সাংখ্যিক আর্গুমেন্টেৰ সমষ্টি। |- | 04:43 | এতিয়া আমি দেখো যে দোয়োটা (উভয়) মেথডে একে একে অপাৰেশন সম্পাদন কৰে।
|- | 04:50 |পার্থক্যটো হল যে প্রথম মেথডত কোনো প্যাৰামিটাৰ নাই। যত দ্বিতীয় মেথডত প্যাৰামিটাৰ আছে
|- | 05:00 |সেয়ে এই ক্ষেত্রত জাভায়ে আমাক method overloading প্রদান কৰে। |- | 05:05 | সেয়ে আমি কি কৰো যে উভয় মেথডক একেই নাম দিয়ো ।
|- | 05:09 |সেয়ে add ৰ সৈতে addTwoNumbers, পৰিবর্তন (replace) কৰাকো ইয়াত সলনি কৰে । **************** |- | 05:29 | আমি একেটা অপাৰেশনৰ দ্বাৰা আৰু এটা মেথড ব্যাখ্যা কৰিম। |- | 05:33 |সেয়ে লিখক void add
|- | 05:38 |আৰু প্রথম বন্ধনীত int n1 কমা int n2 কমা int n3. |- | 05:51 |সেয়ে আমি তিনটা প্যাৰামিটাৰ দিছো ।
|- | 05:54 | এটা কাৰ্ড়লী বান্ধনীত System ডট out ডট println.
|- | 06:03 |প্রথম বন্ধনীত n1 + n2 + n3.
|- | 06:11 |সেয়ে এই মেথড তিনটা সংখ্যাৰ সমষ্টি দিব । |- | 06:17 | এই মেথডক আহবান কৰা যাওক ।
|- | 06:19 |সেয়ে লিখক obj ডট add 1 কমা 5 কমা 4 |- | 06:35 | সংৰক্ষণ ক্ৰক ৰান কৰক।
|- | 06:39 | আউটপুটত আমি তিনিটা সংখ্যাৰ সমষ্টি দেখিছো যি হল 10. |- | 06:47 |সেয়ে জাভা কম্পাইলৰে প্যাৰামিটাৰ বোৰৰ উপৰত নির্ভৰ কৰি সঠিক মেথড ওভাৰলোড কৰে ।
|- | 06:52 |ই পাস কৰা প্যাৰামিটাৰৰ সংখ্যা আৰু প্ৰকাৰ চ্চেক কৰে। |- | 06:57 |সেয়ে প্রোগ্রামাৰ হিসাবে মেথড নামৰ বিষয়ে
|- | 07:01 |আৰু পাস কৰা আর্গুমেন্টৰ সংখ্যা বা প্ৰকাৰৰ বিষয়েও আমাৰ চিন্তা নাই।
|- | 07:05 | আমি আৰু এটা মেথড তৈয়াৰ কৰিব পাৰো যি স্ট্রিং যোগ (append) কৰে ।
|- | 07:11 |সেয়ে আমি আৰু এটা ওভাৰলোড মেথড তৈয়াৰ কৰিম । |- | 07:15 | লিখক void add String s1 কমা String s2. |- | 07:29 |কাৰ্ড়লী বন্ধনীত System ডট out ডট println.
|- | 07:41 |প্রথম বন্ধনীত s1 প্লাস s2. |- | 07:45 | আৰু আমি এই মেথডক আহবান কৰিম। |- | 07:50 |সেয়ে লিখক obj ডট add.
|- | 07:55 |প্রথম বন্ধনীত উদ্ধৃতি চিনহত Hello কমা উদ্ধৃতি চিহ্ন স্পেস World. |- | 08:07 |এতিয়া প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । |- | 08:12 | সেয়ে আউটপুটত আমি Hello স্পেস World দেখো.
|- | 08:16 |সেয়ে দুটা স্ট্রিং আর্গুমেন্টেৰ সৈতে add মেথড, স্ট্রিং যোগ কৰে ।
|- | 08:21 | ধৰক এতিয়া আমি ৰিটার্ন টাইপৰ সৈতে add মেথড ঘোষিত কৰিম ।
|- | 08:27 |সেয়ে লিখক int add প্রথম বন্ধনী no parameter আৰু কাৰ্ড়লী বন্ধনী। |- | 08:40 | আমি এটা এৰৰ পাইছো, ই কয় যে duplicate method add in type addition. |- | 08:48 |ইয়াৰ কাৰণ হল আমি ইতিমধ্যে (already) প্যৰামিটাৰ নোহোৱা add নামৰ মেথড ঘোষিত কৰিছো ।
|- | 08:54 |সেয়ে মনত ৰাখক যে মেথড ওভাৰলোড কৰিবলৈ প্যাৰামিটাৰ পৃথক হোৱাটো আবশ্যক।
|- | 08:5 |বিভিন্ন ৰিটার্ন টাইপ থকাত মেথড ওভাৰলোড নহব।
|- | 09:03 |সেয়ে এই মেথড মুছি পালাওক আৰু ফাইলটো সংৰক্ষণ কৰক ।
|- | 09:09 |এইভাবে জাভাত method overloading কৰা হয়।
|- | 09:16 | এই টিউটোৰিয়েলত আমি শিকিছো,
|- | 09:18 |method overloading সম্পর্কে
|- | 09:20 |মেথড ওভাৰলোড কৰা
|- | 09:22 | আৰু method overloadingৰ সুবিধা। |- | 09:25 | আত্ম মূল্যায়নৰ বাবে, subtract নামৰ মেথড তৈয়াৰ কৰক যি সেই সংখ্যাক বিয়োগ কৰে।
|- |09:31 |এইটোক ওভাৰলোড কৰক।
|- | 09:33 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
|- | 09:36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |- | 09:42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
|-
| 09:45
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
|-
| 09:48
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
|-
| 09:50
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
|-
| 09:52
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
|- | 09:56 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |- | 10:01 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
|-
| 10:05
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
|-
| 10:11
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
|-
| 10:19
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
|-
| 10:21
|যোগদানৰ বাবে ধন্যবাদ।
|- | 10:22 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
}