Difference between revisions of "Tux-Typing/S1/Learn-advanced-typing/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 !Time !Narration |- |00.00 | Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো। |- |00.05 |এই tutorial…') |
|||
Line 265: | Line 265: | ||
|05.11 | |05.11 | ||
| এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ| | | এই টিউট’ৰিয়েলত বৰঙনি যোগালে DesiCrew Solutions Pvt. Ltd. এ| | ||
− | |||
অংশ গ্ৰহণৰ বাবে ধন্যবাদ| | অংশ গ্ৰহণৰ বাবে ধন্যবাদ| |
Revision as of 12:01, 31 October 2013
Time | Narration |
---|---|
00.00 | Spoken Tutorial’ৰ Introduction to Tux Typing আপোনাক স্বাগতম জনালো। |
00.05 | এই tutorial’ত আমি শিকিম কেনেকৈ: |
00.08 | Phrase type কৰে।
নিজৰ শব্দৰ তালিকা বনোৱা। |
00.12 | Typing’ৰ কাৰণে language set কৰাৰ তথ্য। |
00.17 | আমি ইয়াতে Ubuntu Linux 11.10’ত Tux Typing 1.8.0 ব্যৱহাৰ কৰিছো। |
00.26 | ব’লক আমি Tux Typing খোলো। |
00.28 | Dash Home’ত click কৰক। |
00.31 | Search box’ত Tux Typing type কৰক। |
00.36 | Tux Typing icon’ত click কৰক। |
00.38 | Main menu’ৰ পৰা Options’ত click কৰক। |
00.42 | Options menu খোল খাব। এতিয়া আমি phrase type কৰা শিকিম। |
00.47 | Phrase Typing’ত click কৰক। |
00.49 | Teacher’s line’ত তথা বাক্য type কৰো ব’লক। |
00.53 | এই ক্ষেত্রত বাক্যটো হ’ল, “The quick brown fox jumps over the lazy dog”. |
01.06 | এতিয়া আমি পাছৰ বাক্য লিখিম, নহয় জানো? |
01.10 | Enter টিপক। পাছৰ বাক্য উলাব । |
01.14 | আমি শিকিলো বাক্য কেনেকৈ type কৰে। |
01.17 | আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো। |
01.21 | ব’লক এতিয়া previous menu’লৈ যাবলৈ Esc টিপো। |
01.26 | Options menu ওলাব। |
01.29 | আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম। |
01.34 | Edit Word List’ত click কৰক। |
01.37 | Word List Editor window খোল খাব। |
01.40 | আমি নতুন শব্দ ভৰামনে? |
01.42 | Word List Editor window’ত NEW click কৰক। |
01.46 | Create a New Wordlist নামৰ window খোলখাব। |
01.49 | Create a New Wordlist windowখনত আমি type কৰিম ‘Learn to Type’। OK click কৰক। |
02.01 | Word List Editor window খোল খাব। |
02.04 | Remove click কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো। |
02.10 | Done type কৰি শব্দ বা বাক্য save কৰো আৰু Internal menu’লৈ ঘূৰি যাও। |
02.17 | Options menu খোল খাব। |
02.20 | Internal Menu’ৰ পৰা Setup Language click কৰিলে আমি ভাষা setup কৰিব পাৰো। |
02.26 | আমি বাচনি কৰা ভাষাত Tux Typing Interface আৰু lessons দেখোৱা হ’ব। |
02.32 | কিন্তু এতিয়ালৈ Tux Typing’এ বেলেগ ভাষা সহযোগ নকৰে। |
02.38 | বব’লক আমি খেলা এটা খেলো। |
02.40 | Main Menu’ত click কৰক। |
02.44 | Fish Cascade button’ত click কৰক। |
02.47 | Game menu খোল খাব। |
02.50 | খেলা আৰম্ভ কৰাৰ আগতে ব’লক খেলাটো কেনেকৈ খেলে শিকি লও। Instructions’ত click কৰক। |
02.57 | খেলাৰ নিয়ম পঢ়ক। |
03.03 | আৰম্ভ কৰিবলৈ space bar টিপক। |
03.07 | ব’লক typing অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ। Easy’ত click কৰক। |
03.13 | বিভিন্ন options থকা window খোল খাব। |
03.18 | বিভিন্ন optionবোৰ হ’ল-ৰঙৰ নাম, ফলৰ নাম, গছৰ নাম ইত্যাদি । Colors’ত click কৰক। |
03.26 | আকাশৰ পৰা মাছ পৰিব। প্রত্যেক মাছৰ একোটা আখৰ থাকিব। |
03.32 | আপোনি শুদ্ধ শব্দ type কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব। |
03.38 | যেতিয়া মাছটো পৰিব penguin’টোৱে তাক খাবলৈ দৌৰ মাৰে। |
03.42 | ব’লক আমি আখৰ এটা type কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়। কি হ’ব? |
03.47 | আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ type কৰিব লাগিব। |
03.52 | যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে। |
03.55 | Games menu’লৈ যাব হ’লে Esc ২বাৰ টিপক। <pause> |
04.00 | এইয়া আপোনাৰ কাৰণে এটা assignment. |
04.02 | খেলাৰ Difficulty level medium বা hard কৰি খেলক। |
04.09 | ইয়াৰ সৈতে আমি এই Tux Typing tutorial’ৰ শেষ অংশ পালোহি। |
04.14 | এই tutorial’ত আমি phrase লিখা, নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো। |
04.21 | Link’ত থকা video চাব:- http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
04.24 | |
04.27 | |
04.32 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টীমে |
04.34 | |
04.36 | |
04.41 | |
04.47 | |
04.52 | |
04.59 | |
05.11 |
অংশ গ্ৰহণৰ বাবে ধন্যবাদ| |