Difference between revisions of "Arduino/C2/Analog-to-Digital-Conversion/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | '''Time''' | '''Narration''' |- | 00:01 | '''Analog to Digital Conversion '''using''' Arduino''' স্প’কেন টিউট’ৰিয়েলট...")
 
 
Line 38: Line 38:
 
|-  
 
|-  
 
| 00:43
 
| 00:43
| '''উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম''' আৰু  '''Arduino IDE'''  
+
| '''উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম''' আৰু  '''Arduino IDE'''  
  
 
|-  
 
|-  

Latest revision as of 17:04, 31 January 2020

Time Narration
00:01 Analog to Digital Conversion using Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: ADC যি হৈছে Analog to Digital Conversion
00:14 ArduinoADC pins

ADC Resolution

00:19 DHT11 Temperature আৰু Humidity চেঞ্চৰ
00:23 Serial Monitor আৰু Serial Plotter
00:27 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ এটা মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিকচ আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ
00:37 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

Arduino Uno board

00:43 উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE
00:50 আমাক কিছু এক্সতাৰনেল উপাদান লাগিব যেনে

DHT11 sensor

00:57 Breadboard আৰু Jumper wires
01:02 এই টিউট’ৰিয়েলটোত, আমি DHT11 sensor ব্যৱ্হাৰ কৰি তাপমান আৰু আৰ্দ্ৰতা চিনাক্ত কৰিম
01:09 এই চেঞ্চৰে analog ভেলুচ সংগ্ৰহ কৰে আৰু Arduino Uno লৈ দিয়ে
01:15 Arduino ADC পিনচে এই analog ভেলুচ digital ভেলুচলৈ কনভাৰ্ত কৰিব
01:21 পাছত, আমি resolution ৰ ধাৰণাটো বুজিম
01:25 Arduino Uno10-bit resolution আছে
01:28 ই বুজায়, ই চিনাক্ত কৰিব পাৰে (2 to the power of 10) যি হৈছে 1024 discrete analog levels
01:37 Resolution হৈছে আটাইতকৈ সৰু চেঞ্জ যাক জুখিব পাৰি
01:42 Arduino এ দিয়ে 5 Volts আউতপুত ভল্টেজ, গতিকে 5 Volts হৰণ 1024 লেভেলচে দিয়ে 4.89 miliVolts
01:56 সি বুজায়, Arduino Uno sensitive হ’ব পাৰে এটা নিম্নতম চেঞ্জ 4.8 9miliVolts লৈ
02:04 ই দেখুৱায় Arduino ৰ সৈতে DHT11 ৰ বাবে চাৰ্কিত কানেকচনটো
02:10 Arduino Uno6 in-built ADC channels আছে (A0 ৰ পৰা A5 লৈ)
02:17 ADC channels এ পঢ়ে analog signal 0-5 Volts ৰ পৰিসৰত
02:23 DHT11 sensor Pin 1 সংযুক্ত হয় Arduino ৰ 5 Volts pin লৈ
02:30 DHT11 sensor Pin 2 হৈছে Data pin
02:35 চেঞ্চৰৰ এই Data pin সংযুক্ত হয় Arduino analog pin A0 লৈ
02:42 DHT11 sensor Pin 3 সংযুক্ত হয় Arduinoground pin লৈ
02:48 এইটো হৈছে কানেকচনটোৰ live setup, চাৰ্কিত দায়াগ্ৰামটোত দেখুৱা দৰে
02:53 এতিয়া আমি Arduino IDE ত প্ৰোগ্ৰামটো লিখিম
02:57 Arduino IDE খোলক
03:00 এই প্ৰোগ্ৰামটো ৰান কৰিবলৈ প্ৰথমে আমি DHT11 arduino library দাউনল’দ কৰিব লাগিব
03:06 মেনু বাৰত Sketch মেনু ক্লিক কৰক
03:10 Include Library বাচক আৰু তেতিয়া ক্লিক কৰক Manage Libraries অপচন
03:16 নতুন উইন্দ’ এখন আহিব
03:19 ওপৰত সোঁফালে চুকত, আমি এটা search tab দেখিছো ।

ইয়াত, লিখক DHT11 আৰু Enter টিপক

03:28 আমি DHT11 sensor ৰ বাবে বিভিন্ন libraries দেখিছো
03:33 স্ক্ৰিণখনৰ তললৈ স্ক্ৰ’ল কৰক আৰু SimpleDHT by Winlin বাচক
03:39 version দ্ৰপ দাউন বক্সত, আমি বাচিব পাৰো library ৰ সৰ্বশেষ ভাৰ্চন
03:45 Install বুটামত ক্লিক কৰক library ইনষ্ট’ল কৰিবলৈ
03:49 DHT11 library এতিয়া ইনষ্ট’ল হ’ল Arduino IDE
03:54 উইন্দ’খনৰ সোঁফালে তলত Close বুটামত ক্লিক কৰক
03:59 আহক এই libraryprogram টোলৈ যোগ কৰো
04:02 Sketch menu ক্লিক কৰক আৰু বাচক Include Library
04:06 নতুনকৈ দাউনল’দ কৰা library সাধাৰণতে শেষত থাকে
04:11 গতিকে তালিকাখনৰ তললৈ স্ক্ৰ’ল কৰক আৰু বাচক SimpleDHT
04:17 আমি দেখিছো হেদাৰ ফাইল SimpleDHT.h যোগ হৈছে ক’ড উইন্দ’ত
04:24 ক’ডটো লিখক দেখুৱা দৰে
04:27 ইয়াত আমি প্ৰাৰম্ভণ কৰিছো DHT11 sensor ৰ দেতা পিনক যি সংযুক্ত হৈছে A0 লৈ
04:34 এই command এ এটা DHT object বনায়
04:38 void setup function ৰ ভিতৰত, ক’ডটো লিখক দেখুৱা দৰে :
04:43 Serial.begin() function এ সূচীত কৰে serial communication
04:48 ই চেত কৰে data rate bits per secondserial data transmission ৰ বাবে
04:54 9600 এ দৰ্শাই baud rate
04:58 delay(500) হৈছে delay time sensor টোৰ বাবে boot লৈ
05:03 Serial.print command এ প্ৰিন্ট কৰে header টো ইয়াত দেখুৱা দৰে
05:08 এতিয়া আমি ক’ড লিখিম void loop ৰ বাবে
05:12 আমি বনালো দুটা variables, temperature আৰু humidity DHT sensor আউতপুতৰ বাবে
05:20 dht11.read, এ চেঞ্চৰৰ পৰা দেতা পঢ়ে
05:25 ই ফলাফলক জমা কৰে microcontroller ৰ register
05:29 এই লাইনচে প্ৰিন্ট কৰে তাপমানক degree Celsius ত আৰু আৰ্দ্ৰতাক percentage
05:36 delay(2000) এ আপদেত কৰে বৰ্তমান আৰ্দ্ৰতা আৰু তাপমানক প্ৰতি 2 second
05:43 এই ক’ড উপলদ্ধ হয় এই টিউট’ৰিয়েলৰ Code files লিংকত । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
05:51 compile বুটামত ক্লিক কৰক প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ
05:55 প’প আপ উইন্দ’ এখন আহিব বৰ্তমান প্ৰোগ্ৰামটো ছেভ কৰিবলৈ । প্ৰোগ্ৰামটো DHT11 হিচাবে ছেভ কৰক
06:05 এতিয়া upload বুটামত ক্লিক কৰক বৰ্তমান প্ৰোগ্ৰামটো Arduino ত আপল’দ কৰিবলৈ
06:11 আমি আউতপুতটো দেখিম Serial monitor screen
06:15 ইয়াৰ বাবে, Tools menu ক্লিক কৰক আৰু বাচক Serial monitor
06:21 serial monitor উইন্দ’ খুলিছে
06:25 বৰ্তমান ঠাইৰ তাপমান আৰু আৰ্দ্ৰতা দৰ্শিত হৈছে আশাকৰা দৰে । উইন্দ’ বন্ধ কৰক
06:33 পাছত আমি আউতপুতটো চাম serial plotter
06:37 আহক প্ৰোগ্ৰামটো ম’দিফাই কৰো
06:40 Comment কৰক লাইন Serial.print( “Temperature & Humidity :”); দেখুৱা দৰে
06:47 Temperature আৰু Humidity টেকস্তক প্ৰিন্ট নকৰিব
06:52 plotting ৰ বাবে, আমাক মাত্ৰ তাপমান আৰু আৰ্দ্ৰতাৰ ভেলুচ দৰকাৰ হয়
06:58 আহক বৰ্তমানৰ প্ৰোগ্ৰামটো আপল’দ কৰো serial plotter ত ফলাফল চাবলৈ
07:04 tools menu ক্লিক কৰক আৰু বাচক serial plotter

serial plotter উইন্দ’ খুলিছে

07:12 আমি দেখিছো দুটা লাইনচে ক্ৰমান্বয়ে পইন্তচ প্লতিং কৰিছে
07:18 নীলা লাইনে তাপমানক সূচাই যি হৈছে প্ৰায় 28 ৰ পৰা 30 °C
07:25 ৰঙা লাইন হৈছে আৰ্দ্ৰতাৰ বাবে যি হৈছে প্ৰায় 45%
07:31 মানসমূহ ভিন্ন হ’ব পাৰে পৰীক্ষা কৰা ঠাইৰ ওপৰত ভিত্তি কৰি
07:36 এতিয়া চেঞ্চৰটো হাতেৰে ধাকক আৰু আপুনি দেখিব fluctuating readings
07:43 উইন্দ’ বন্ধ কৰক
07:45 ই সহায়ক হয় humidity readings ৰ বাবে 20% ৰ পৰা 80% ৰ মাজত ∓5% RH ৰ সৈতে যি হৈছে (Relative Humidity)
07:56 ই সহায়ক হয় temperature readings ৰ বাবে 0 ৰ পৰা 50 °C ৰ মাজত ∓2 °C ৰ সৈতে
08:06 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
08:12 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:

ADC যি হৈছে Analog to Digital Conversion

08:19 ArduinoADC pins

ADC Resolution

08:25 DHT11 Temperature আৰু Humidity sensor

Serial Monitor আৰু Serial Plotter

08:33 এটা অনুশিলনী হিচাবে:

এলাৰ্ম এটা বজাওঁক Arduino ৰ বুইল্ট ইন LED pin 13 ক জ্বলাই

08:41 ওপৰত উপলদ্ধ ক’ডক ম’দিফাই কৰক ।

সংকেত: If-else statement ব্যৱ্হাৰ কৰক

08:48 1 বা 2 °C যোগ কৰক তাপমানৰ ভেলুলৈ যি আপুনি পাই serial monitor
08:55 তাপমানৰ reading বৰ্ধিত কৰিবলৈ, DHT11 sensor টো হাতেৰে ধাকক
09:02 চৌৰ্চ ক’ডৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক
09:07 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
09:15 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে
09:21 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
09:27 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
09:34 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9