Arduino/C2/Analog-to-Digital-Conversion/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Analog to Digital Conversion using Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: ADC যি হৈছে Analog to Digital Conversion |
| 00:14 | Arduino ত ADC pins
ADC Resolution |
| 00:19 | DHT11 Temperature আৰু Humidity চেঞ্চৰ |
| 00:23 | Serial Monitor আৰু Serial Plotter |
| 00:27 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ এটা মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিকচ আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ |
| 00:37 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
Arduino Uno board |
| 00:43 | উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE |
| 00:50 | আমাক কিছু এক্সতাৰনেল উপাদান লাগিব যেনে
DHT11 sensor |
| 00:57 | Breadboard আৰু Jumper wires |
| 01:02 | এই টিউট’ৰিয়েলটোত, আমি DHT11 sensor ব্যৱ্হাৰ কৰি তাপমান আৰু আৰ্দ্ৰতা চিনাক্ত কৰিম |
| 01:09 | এই চেঞ্চৰে analog ভেলুচ সংগ্ৰহ কৰে আৰু Arduino Uno লৈ দিয়ে |
| 01:15 | Arduino ADC পিনচে এই analog ভেলুচ digital ভেলুচলৈ কনভাৰ্ত কৰিব |
| 01:21 | পাছত, আমি resolution ৰ ধাৰণাটো বুজিম |
| 01:25 | Arduino Uno ৰ 10-bit resolution আছে |
| 01:28 | ই বুজায়, ই চিনাক্ত কৰিব পাৰে (2 to the power of 10) যি হৈছে 1024 discrete analog levels |
| 01:37 | Resolution হৈছে আটাইতকৈ সৰু চেঞ্জ যাক জুখিব পাৰি |
| 01:42 | Arduino এ দিয়ে 5 Volts আউতপুত ভল্টেজ, গতিকে 5 Volts হৰণ 1024 লেভেলচে দিয়ে 4.89 miliVolts |
| 01:56 | সি বুজায়, Arduino Uno sensitive হ’ব পাৰে এটা নিম্নতম চেঞ্জ 4.8 9miliVolts লৈ |
| 02:04 | ই দেখুৱায় Arduino ৰ সৈতে DHT11 ৰ বাবে চাৰ্কিত কানেকচনটো |
| 02:10 | Arduino Uno ৰ 6 in-built ADC channels আছে (A0 ৰ পৰা A5 লৈ) |
| 02:17 | ADC channels এ পঢ়ে analog signal 0-5 Volts ৰ পৰিসৰত |
| 02:23 | DHT11 sensor ৰ Pin 1 সংযুক্ত হয় Arduino ৰ 5 Volts pin লৈ |
| 02:30 | DHT11 sensor ৰ Pin 2 হৈছে Data pin |
| 02:35 | চেঞ্চৰৰ এই Data pin সংযুক্ত হয় Arduino ৰ analog pin A0 লৈ |
| 02:42 | DHT11 sensor ৰ Pin 3 সংযুক্ত হয় Arduino ৰ ground pin লৈ |
| 02:48 | এইটো হৈছে কানেকচনটোৰ live setup, চাৰ্কিত দায়াগ্ৰামটোত দেখুৱা দৰে |
| 02:53 | এতিয়া আমি Arduino IDE ত প্ৰোগ্ৰামটো লিখিম |
| 02:57 | Arduino IDE খোলক |
| 03:00 | এই প্ৰোগ্ৰামটো ৰান কৰিবলৈ প্ৰথমে আমি DHT11 arduino library দাউনল’দ কৰিব লাগিব |
| 03:06 | মেনু বাৰত Sketch মেনু ক্লিক কৰক |
| 03:10 | Include Library বাচক আৰু তেতিয়া ক্লিক কৰক Manage Libraries অপচন |
| 03:16 | নতুন উইন্দ’ এখন আহিব |
| 03:19 | ওপৰত সোঁফালে চুকত, আমি এটা search tab দেখিছো ।
ইয়াত, লিখক DHT11 আৰু Enter টিপক |
| 03:28 | আমি DHT11 sensor ৰ বাবে বিভিন্ন libraries দেখিছো |
| 03:33 | স্ক্ৰিণখনৰ তললৈ স্ক্ৰ’ল কৰক আৰু SimpleDHT by Winlin বাচক |
| 03:39 | version দ্ৰপ দাউন বক্সত, আমি বাচিব পাৰো library ৰ সৰ্বশেষ ভাৰ্চন |
| 03:45 | Install বুটামত ক্লিক কৰক library ইনষ্ট’ল কৰিবলৈ |
| 03:49 | DHT11 library এতিয়া ইনষ্ট’ল হ’ল Arduino IDE ত |
| 03:54 | উইন্দ’খনৰ সোঁফালে তলত Close বুটামত ক্লিক কৰক |
| 03:59 | আহক এই library ক program টোলৈ যোগ কৰো |
| 04:02 | Sketch menu ক্লিক কৰক আৰু বাচক Include Library |
| 04:06 | নতুনকৈ দাউনল’দ কৰা library সাধাৰণতে শেষত থাকে |
| 04:11 | গতিকে তালিকাখনৰ তললৈ স্ক্ৰ’ল কৰক আৰু বাচক SimpleDHT |
| 04:17 | আমি দেখিছো হেদাৰ ফাইল SimpleDHT.h যোগ হৈছে ক’ড উইন্দ’ত |
| 04:24 | ক’ডটো লিখক দেখুৱা দৰে |
| 04:27 | ইয়াত আমি প্ৰাৰম্ভণ কৰিছো DHT11 sensor ৰ দেতা পিনক যি সংযুক্ত হৈছে A0 লৈ |
| 04:34 | এই command এ এটা DHT object বনায় |
| 04:38 | void setup function ৰ ভিতৰত, ক’ডটো লিখক দেখুৱা দৰে : |
| 04:43 | Serial.begin() function এ সূচীত কৰে serial communication |
| 04:48 | ই চেত কৰে data rate ক bits per second ত serial data transmission ৰ বাবে |
| 04:54 | 9600 এ দৰ্শাই baud rateক |
| 04:58 | delay(500) হৈছে delay time sensor টোৰ বাবে boot লৈ |
| 05:03 | Serial.print command এ প্ৰিন্ট কৰে header টো ইয়াত দেখুৱা দৰে |
| 05:08 | এতিয়া আমি ক’ড লিখিম void loop ৰ বাবে |
| 05:12 | আমি বনালো দুটা variables, temperature আৰু humidity DHT sensor আউতপুতৰ বাবে |
| 05:20 | dht11.read, এ চেঞ্চৰৰ পৰা দেতা পঢ়ে |
| 05:25 | ই ফলাফলক জমা কৰে microcontroller ৰ register ত |
| 05:29 | এই লাইনচে প্ৰিন্ট কৰে তাপমানক degree Celsius ত আৰু আৰ্দ্ৰতাক percentage ত |
| 05:36 | delay(2000) এ আপদেত কৰে বৰ্তমান আৰ্দ্ৰতা আৰু তাপমানক প্ৰতি 2 second ত |
| 05:43 | এই ক’ড উপলদ্ধ হয় এই টিউট’ৰিয়েলৰ Code files লিংকত । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে |
| 05:51 | compile বুটামত ক্লিক কৰক প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ |
| 05:55 | প’প আপ উইন্দ’ এখন আহিব বৰ্তমান প্ৰোগ্ৰামটো ছেভ কৰিবলৈ । প্ৰোগ্ৰামটো DHT11 হিচাবে ছেভ কৰক |
| 06:05 | এতিয়া upload বুটামত ক্লিক কৰক বৰ্তমান প্ৰোগ্ৰামটো Arduino ত আপল’দ কৰিবলৈ |
| 06:11 | আমি আউতপুতটো দেখিম Serial monitor screen ত |
| 06:15 | ইয়াৰ বাবে, Tools menu ক্লিক কৰক আৰু বাচক Serial monitor |
| 06:21 | serial monitor উইন্দ’ খুলিছে |
| 06:25 | বৰ্তমান ঠাইৰ তাপমান আৰু আৰ্দ্ৰতা দৰ্শিত হৈছে আশাকৰা দৰে । উইন্দ’ বন্ধ কৰক |
| 06:33 | পাছত আমি আউতপুতটো চাম serial plotter ত |
| 06:37 | আহক প্ৰোগ্ৰামটো ম’দিফাই কৰো |
| 06:40 | Comment কৰক লাইন Serial.print( “Temperature & Humidity :”); দেখুৱা দৰে |
| 06:47 | ই Temperature আৰু Humidity টেকস্তক প্ৰিন্ট নকৰিব |
| 06:52 | plotting ৰ বাবে, আমাক মাত্ৰ তাপমান আৰু আৰ্দ্ৰতাৰ ভেলুচ দৰকাৰ হয় |
| 06:58 | আহক বৰ্তমানৰ প্ৰোগ্ৰামটো আপল’দ কৰো serial plotter ত ফলাফল চাবলৈ |
| 07:04 | tools menu ক্লিক কৰক আৰু বাচক serial plotter ।
serial plotter উইন্দ’ খুলিছে |
| 07:12 | আমি দেখিছো দুটা লাইনচে ক্ৰমান্বয়ে পইন্তচ প্লতিং কৰিছে |
| 07:18 | নীলা লাইনে তাপমানক সূচাই যি হৈছে প্ৰায় 28 ৰ পৰা 30 °C |
| 07:25 | ৰঙা লাইন হৈছে আৰ্দ্ৰতাৰ বাবে যি হৈছে প্ৰায় 45% |
| 07:31 | মানসমূহ ভিন্ন হ’ব পাৰে পৰীক্ষা কৰা ঠাইৰ ওপৰত ভিত্তি কৰি |
| 07:36 | এতিয়া চেঞ্চৰটো হাতেৰে ধাকক আৰু আপুনি দেখিব fluctuating readings |
| 07:43 | উইন্দ’ বন্ধ কৰক |
| 07:45 | ই সহায়ক হয় humidity readings ৰ বাবে 20% ৰ পৰা 80% ৰ মাজত ∓5% RH ৰ সৈতে যি হৈছে (Relative Humidity) |
| 07:56 | ই সহায়ক হয় temperature readings ৰ বাবে 0 ৰ পৰা 50 °C ৰ মাজত ∓2 °C ৰ সৈতে |
| 08:06 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 08:12 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
ADC যি হৈছে Analog to Digital Conversion |
| 08:19 | Arduino ত ADC pins
ADC Resolution |
| 08:25 | DHT11 Temperature আৰু Humidity sensor
Serial Monitor আৰু Serial Plotter |
| 08:33 | এটা অনুশিলনী হিচাবে:
এলাৰ্ম এটা বজাওঁক Arduino ৰ বুইল্ট ইন LED pin 13 ক জ্বলাই |
| 08:41 | ওপৰত উপলদ্ধ ক’ডক ম’দিফাই কৰক ।
সংকেত: If-else statement ব্যৱ্হাৰ কৰক |
| 08:48 | 1 বা 2 °C যোগ কৰক তাপমানৰ ভেলুলৈ যি আপুনি পাই serial monitor ত |
| 08:55 | তাপমানৰ reading বৰ্ধিত কৰিবলৈ, DHT11 sensor টো হাতেৰে ধাকক |
| 09:02 | চৌৰ্চ ক’ডৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক |
| 09:07 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 09:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে |
| 09:21 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 09:27 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 09:34 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |